৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)
ম
অন্যযুগ লেখক উপনামঃ মানস প্ৰতিম দত্ত

মানস প্ৰতিম দত্ত

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

মুঠ প্ৰকাশিত লেখাঃ ১১ টা

মানস প্ৰতিম দত্তৰ প্ৰকাশিত লেখাসমূহ

কবিতা ২১ September, ২০২৬

বানপাহাৰ

মানস প্ৰতিম দত্ত এদিন পাহাৰখন ভবাতকৈ ওখ হৈছিল ওখ হৈছিল নদীৰ ঢৌ৷ গছতকৈ ওখ যদিও নহয় - পাহাৰ ভোকতকৈ বহল যদিও হয়...

কবিতা ২৫ August, ২০২৬

ভালপোৱা অথবা পথাৰ বিষয়ক

মানস প্ৰতিম দত্ত শালি খেতিৰ বন-বাত নিৰাই জোনটোৱে খণ্টিখন ক’ত বা গুজিছে বিন্ধাই ভাঙি ছিঙি শেষ কৰিব পাৰেনে ভোকৰ...

কবিতা ২৬ January, ২০২৬

ব্লেক এণ্ড হোৱাইট

মানস প্ৰতিম দত্ত গছ আছিল নৈ আছিল ছাঁ আছিল বতাহ-বৰষুণ-সপোন আছিল মানুহ আহিল এতিয়া ক’লৈ যাওঁ গছ, নৈ নোহোৱা...

কবিতা ২২ December, ২০২৫

ক’লৈ গ’ল

(পাৰিপাৰ্শ্বিক কবিতা )মানস প্ৰতিম দত্ত কোন ক’লৈ গ’ল মানুহৰ ভৰিৰ খোজত ৰৈ গ’ল পৃথিৱী পৃথিৱীৰ ভৰিৰ তলত মানুহৰ...

কবিতা ২২ December, ২০২৪

পানী

মানস প্ৰতিম দত্ত এৰাসুঁতিৰ ওপঙি ফুৰে মৰা ম’হ শগুণ শূন্য ডাইক্ল’ফেনাকে নোহোৱা কৰিলে শৈশৱৰ ভালনে ছাৰ- ভাল ছাৰ...

কবিতা ২১ October, ২০২৪

সিহঁত নাহিলেও বসন্ত আহিব!

মানস প্ৰতিম দত্ত পথবোৰ পকী হ’ল মনবোৰ ধনী পথবোৰ বহল হ’ল মনবোৰ? গছবোৰ থকা হ’লে পাতবোৰ সৰিলহেঁতেন পাত সাৰিবলৈ...

কবিতা ০৬ September, ২০২৪

মানুহবোৰ আছেনে ঘৰত

মানস প্ৰতিম দত্ত মেঘৰ চুলিৰ মাজেৰে সৰকি অহাএজাক চিপ্ চিপ্ উশাহৰ পাৰ ভাঙিচৰাইবোৰ গুচি গৈছেজন্তুবোৰ গুচি গৈছে...

কবিতা ২৭ July, ২০২৪

নম্বৰ দিয়া গছবোৰৰ কথা

মানস প্ৰতিম দত্ত পদপথৰ কাষত হালিজালি নাচি থকা মই এজোপা সোণাৰু মোৰ কাষে কাষে সৌৱা আজাৰ, গমাৰি, কদম মোৰ হালধীয়া...

কবিতা ২৮ March, ২০২৪

মানুহ

মানস প্ৰতিম দত্ত গছপুলি ৰোৱা মানুহ বননি-বন্যপ্ৰাণৰ মাতৰ হেঁপাহ হোৱা মানুহ কথা কোৱা মানুহ ভাষণ দিয়া মানুহ কথা...

গ্ৰন্থ আলোচনা ২৮ December, ২০২২

ধনিৰাম দত্ত আৰু অসমীয়া প্ৰকৃতি সাহিত্য

মানস প্ৰতিম দত্ত প্ৰকৃতি সাহিত্য হ’ল সাহিত্যৰ এনে এটি নৱ্য ধাৰণা য’ত প্ৰকৃতি বৰ্ণন আৰু সংৰক্ষণ দুয়োটা...

প্ৰবন্ধ ১৮ January, ২০২২

কল্পবিজ্ঞান সাহিত্যৰ সোণালী যুগ

(১৯৩০-১৯৫০ চনলৈ কল্পবিজ্ঞান সাহিত্যৰ চমু অৱলোকন) মানস প্ৰতিম দত্ত কল্পবিজ্ঞান সাহিত্যৰ সৈতে জড়িত লেখক, পাঠক...