৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)
অ
অন্যযুগ লেখক

অত্ৰেয়ী গোস্বামী

অন্যযুগ ডিজিটেল আলোচনীৰ বিশিষ্ট লেখক আৰু সাহিত্যিক।

মুঠ প্ৰকাশিত লেখাঃ ৬ টা

অত্ৰেয়ী গোস্বামীৰ প্ৰকাশিত লেখাসমূহ

কবিতা ২৪ February, ২০২২

আধা

অত্ৰেয়ী গোস্বামী জীৱনটো ভগাওঁতে দুফাল হ’ল নিজৰ ভাগত পৰিল আধা৷ চকুত পোহৰ পৰিল কপালত বহিল সৰলৰেখা৷ এন্ধাৰতো...

কবিতা ২৯ November, ২০২১

পানীৰ তলৰ কাৰেং

h1.post-title{text-align:left; padding-left:10px;} অত্ৰেয়ী গোস্বামী লাহনি মাৰোঁতে মাৰোঁতে ঘোলা হোৱা খলখলাই...

গল্প ২৬ June, ২০২১

ছাঁ

অত্ৰেয়ী গোস্বামী দুয়োজন লগ হওঁতে তেওঁলোকৰ ভৰ যৌৱন৷ অৱশ্যে তাহানিৰ দিনবোৰত যৌৱনৰ উন্মাদনা ৰাইজৰ বৰ কম আছিল৷...

কবিতা ২৯ March, ২০২১

ঈশ্বৰ কোন

অত্ৰেয়ী গোস্বামীসৰুতে পিতায়ে চুৱাপাতনিত ভাত চেলেকি থকা কুকুৰ এটাক দেখুৱাই কৈছিল, "সৌৱা চা ঈশ্বৰ"৷ এদিন পিতায়ে...

কবিতা ২৬ November, ২০২০

মাটি

অত্ৰেয়ী গোস্বামী বায়ু আৰু পানীৰ দৰে এক নিখুঁত সত্য— মাটি৷ সকলোৰে আদি স্থিতি সকলোৰে ইতিবৃত্তি সংগোপনে শুই থাকে...

কবিতা ১৯ October, ২০২০

সাঁথৰৰ খেলা

অত্ৰেয়ী গোস্বামীআহা আহা মইনাহঁতখেল এটা খেলোঁ, মই সোধাটোকআমি সাঁথৰ বোলোঁ৷হাবিত কাহে ওলাই নাহেকোৱাচান কি?কুঠাৰ...