৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)
অ
অন্যযুগ লেখক উপনামঃ অৰুণ গগৈ

অৰুণ গগৈ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

মুঠ প্ৰকাশিত লেখাঃ ২৩ টা

অৰুণ গগৈৰ প্ৰকাশিত লেখাসমূহ

শিশুজগত ১৫ February, ২০২৪

ওমলা-পদ্য

অৰুণ গগৈ ঔ গছত মৌ আছেপাতি থৈছে টৌগছ বগাই ভালুকেখাই আছে মৌ ৷বাগৰ সলাই মলুৱাইমাৰিছে টোপনিগুণগুণাই ভোমোৰাইকৰিছে...

শিশুজগত ২৪ January, ২০২৪

ভেৰেকী মাহীৰ তাঁতশাল

অৰুণ গগৈ ভেৰেকী মাহীয়ে চেৰেকী ঘূৰাই মহুৰা আছে বাটি টাকুৰী ঘূৰাই তগৰী জেঠাই কপাহ আছে কাটি ৷ ৰূপহী বাইটি কৰি...

শিশুজগত ২১ November, ২০২৩

বগলী

অৰুণ গগৈ আবেলি বিয়লি বগলী বিলৰ পাৰত পৰে পানীৰ মাজৰ পুঠিমাছ থাপ মাৰি ধৰে ৷ বহলাই বহে বৰপথাৰত দাঙি এটা ঠেং মুখৰ...

শিশুজগত ২৮ August, ২০২৩

ওমলা-পদ্য

অৰুণ গগৈ হেঙুলী পুৱাতে উঠি ঊষাই হাতত লৈছে উঘা, মাহীদেৱে গোঁসাই ঘৰত পঢ়িছে নামঘোষা। বাৰণ্ডাতে বহি বৰমাই ঘূৰাই...

শিশুজগত ১০ July, ২০২২

ওমলা পদ্য

অৰুণ গগৈ ভেকুলী গৈছিল ভাওনা চাবলৈ বাটতে ওলালে সাপ সাপ দেখি জাপ দিলে মস্ত এটা ঢাপ ৷ বান্দৰী পেহীয়ে সুন্দৰী হৈ...

কবিতা ২৯ May, ২০২২

আত্মকথা

অৰুণ গগৈ গৰখীয়া বাটত লগ পোৱা কৃষকজনে মোক বৰ দৃঢ়ভাৱে ক’লে “ঘড়ী নোহোৱাকৈয়ে বেলি চাই ক’ব পাৰোঁ সময়ৰ হিচাপ...

কবিতা ২৯ January, ২০২২

চাৰিটা কণ কবিতা

অৰুণ গগৈ ১কাছ আছিল কণী লেখিনদীৰ বালিত বহি,এক দুইকৈ গণি শেষ হ'লবজাই দিলে বাঁহী৷২ভালুক আছিল হাবিৰ মাজতখাম বুলি...