৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ইতিহাস এষণা (ইতিহাস এষণা)

ইতিহাস এষণা

মুঠ ৪০ টা লেখা
পৃষ্ঠা ২ / ২ (প্ৰদৰ্শন: ১৬ টা)
ইতিহাস এষণা আৰ্কাইভ
৩০ অক্টোবৰ, ২০২৩

ইতিহাস এষণা : আহোম ৰাজ্যত পাইক প্ৰথাৰ ক্ৰমবিকাশ

ড০ ৰক্তিম ৰঞ্জন শইকীয়া উজনি অসমৰ আহোম ৰাজ্য গঠন আৰু সংবৰ্ধন প্ৰকৃতাৰ্থতেই এক ঐতিহাসিক বিস্ময় বুলিব পাৰি৷ কাৰণ আহোম ৰাজ্যৰ বীজ ৰোপণ...

ড° ৰক্তিম ৰঞ্জন শইকীয়া পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ
২৮ ছেপ্টেম্বৰ, ২০২৩

ইতিহাস এষণা : নামদাং

ড০ ৰক্তিম ৰঞ্জন শইকীয়া১৮২৫ চনৰ ২৭ জানুৱাৰিৰ ৰাতিপুৱা৷ লেফ্‌টেনেন্ট জেমচ্‌ ব্ৰুকে (পাছলৈ ছাৰ জেমছ্ ব্ৰুকে) তেওঁৰ ‘ৰংপুৰ লেভী’ৰ (পাছলৈ...

ড° ৰক্তিম ৰঞ্জন শইকীয়া পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ
২২ আগষ্ট, ২০২৩

ইতিহাস এষণা : টেঙাই মহন আৰু তেওঁৰ পৰৱৰ্তী কালৰ তাই-অসমীয়া দ্বিভাষিক অভিধান প্ৰণয়নৰ ধাৰা

ড০ ৰক্তিম ৰঞ্জন শইকীয়া প্ৰথম অসমীয়া অভিধান প্ৰণয়নকৰ্তা কোন আছিল সেই কথাটো লৈ বিতৰ্ক বহুত পুৰণি যদিও আজি আমি ক’ব পৰা হৈছো যে ১৭৯৫...

ড° ৰক্তিম ৰঞ্জন শইকীয়া পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ
২৯ জুলাই, ২০২৩

ইতিহাস এষণা : মেচ বিতৰ্ক আৰু অসমৰ প্ৰাচীন জনগোষ্ঠী মেচ কছাৰীসকলৰ সম্পৰ্কে কিছু তথ্য

ড° ৰক্তিম ৰঞ্জন শইকীয়া কিছুদিনৰ আগতে শীমন্ত শংকৰদেৱৰ কীৰ্তনত “কাটি মাৰি ম্লেচক কৰিবা বুন্দামাৰ” বুলি উল্লেখ থকাক লৈ, ম্লেচেই “মেচ”...

ড° ৰক্তিম ৰঞ্জন শইকীয়া পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ
২৫ জুন, ২০২৩

উজনি আৰু মধ্য অসমত দুখন সমান্তৰাল কছাৰী ৰাজ্যৰ সাক্ষ্যপ্ৰমাণ

ড০ ৰক্তিম ৰঞ্জন শইকীয়া বৃহত্তৰ কছাৰীমূলীয় লোকসকল অসমৰ প্ৰাচীন অধিবাসী৷ ‘তিব্বত-চীন’ ভাষাৰ ‘বৰ্মী উপভাষী’ এই মংগোলীয় লোকসকল এসময়�...

ড° ৰক্তিম ৰঞ্জন শইকীয়া পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ
২৯ মে’, ২০২৩

ইতিহাস এষণা : গৰমা কুঁৱৰী

ড০ ৰক্তিম ৰঞ্জন শইকীয়া গৰমা কুঁৱৰী অসমৰ ইতিহাসৰ এক অতি বিতৰ্কিত নাৰী চৰিত্ৰ৷ এই চৰিত্ৰটোৰ বিষয়ে উত্তৰ গুৱাহাটীৰ সুকুমাৰ মহন্তৰ ঘৰৰ...

ড° ৰক্তিম ৰঞ্জন শইকীয়া পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৩

কমতাপুৰৰ কাহিনী

ড° ৰক্তিম ৰঞ্জন শইকীয়া কমতাপুৰ হ’ল প্ৰাচীন অসমৰ ইতিহাসৰ এক গৌৰৱময় গাঁথা৷ প্ৰথমে কমতাপুৰ আছিল প্ৰাচীন কামৰূপ ৰাজ্যৰ এখন নগৰ৷ এসময়ত এই...

ড° ৰক্তিম ৰঞ্জন শইকীয়া পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ
২৮ ফেব্ৰুৱাৰী, ২০২২

শ্ৰদ্ধাৰ্ঘ্য : ড° অপৰ্ণা মহন্ত

ৰঞ্জুমণি মহন্তইংৰাজী সাহিত্যৰ প্ৰথমগৰাকী অসমীয়া মহিলা ডক্টৰেট, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০...

ৰঞ্জুমণি মহন্ত পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ
২৭ ফেব্ৰুৱাৰী, ২০২২

কাটাকম্ব : মাটিৰ তলৰ সমাধি গৃহ

ড০ ৰাস্না ৰাজখোৱা জেৰুজালেম এক প্ৰতিষ্ঠিত সমাধি কেন্দ্ৰ, কিন্তু এই পৌৰাণিক মহানগৰখনত সমাধিৰ বাবে ঠাইৰ নাটনি হৈ আহিছে৷ ২০১৫ চন�...

ড° ৰাস্না ৰাজখোৱা পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ
২৭ ফেব্ৰুৱাৰী, ২০২২

য়েল্ল'ষ্ট'ন্ ৰাষ্ট্ৰীয় উদ্যান : পৰ্যটন, পৰিস্থিতিতন্ত্ৰ, আৰু ভূতত্ত্ব

ড০ ভাৰত বৰুৱায়েল্ল'ষ্ট'ন্ কেৱল উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰেই নহয় সমগ্ৰ পৃথিৱীৰো প্ৰথম ৰাষ্ট্ৰীয় উদ্যান বা নেশ্যনেল পাৰ্ক। এই পাৰ্কখন...

ড° ভাৰত বৰুৱা পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২২

অনুভৱ তুলসীৰ 'অলপ বেছি' : এটি আলোচনা

ড° দীপমণি দাসকবি অনুভৱ তুলসী সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্য জগতত এজন প্ৰতিষ্ঠিত কবি। আগষ্ট সংখ্যাৰ,২০২০ইং চনৰ প্ৰকাশ আলোচনীত প্ৰকাশি�...

ড° দীপমণি দাস পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২২

গীতালি বৰাৰ ‘অন্তৰতম’: এক অন্তৰ্মুখী যাত্ৰা

ড° বিৰিঞ্চি কুমাৰ দাস সাম্প্ৰতিক অসমীয়া সাহিত্য জগতৰ এগৰাকী প্ৰতিভাশালী গল্পকাৰ গীতালি বৰাই ‘বুদ্ধজায়া’ৰ পাছত লিখি উলিওৱা তেওঁৰ...

ড° বিৰিঞ্চি কুমাৰ দাস পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ
২১ ফেব্ৰুৱাৰী, ২০২২

Sapiens: A Brief History of Humankind : মানৱপ্ৰজাতিৰ ইতিহাস আৰু অস্তিত্বক লৈ কৰা প্ৰশ্নোত্তৰৰ বিস্তাৰিত ব্যাখ্যাৰে এখন উৎকৃষ্ট গ্ৰন্থ

গীতিকা শইকীয়া প্ৰশ্ন হয় যে মানৱে জীৱ-জন্তু তথা প্ৰকৃতিৰ ওপৰত আধিপত্য খটুৱাবলৈ কেনেকৈ সফল হৈছিল? কেনেকৈ প্ৰাচীন জংঘলী মানৱে সংঘবদ্ধ হৈ...

গীতিকা শইকীয়া পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ
৩১ মাৰ্চ, ২০২১

শদিয়া নামটোৰ ইতিহাস

অৱনী কুমাৰ শৰ্মা শদিয়াৰ কথা লিখিবলৈ লৈয়ে মনলৈ অহা আমাৰ সৰুকালত সাঁথৰটো আছিল : শদিয়ালৈ নেযাবা, সত্‌ফুল নেখাবা (১) কেঁচাপাতত নেবান্ধিবা...

মহিলাসকলৰ দৈনন্দিন জীৱনৰ সংঘৰ্ষ পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ
১২ ফেব্ৰুৱাৰী, ২০২১

অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ ইতিহাস

সমুজ্জ্বল শইকীয়াকল্পবিজ্ঞান উপন্যাস : অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ আন এটি শ্ৰেণী কল্পবিজ্ঞান উপন্যাস বিংশ শতিকাৰ দ্বিতীয়াৰ্ধতহে ৰচি�...

সমুজ্জ্বল শইকীয়া পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ
২৪ জানুৱাৰী, ২০২১

অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ ইতিহাস

সমুজ্জ্বল শইকীয়া (১) কল্পবিজ্ঞান সাহিত্য বুলিলে বিজ্ঞানক ভিত্তি কৰি মানুহৰ বিশ্বাসযোগ্য হোৱাকৈ লিখা এক শ্ৰেণীৰ কল্প কাহিনীক বুজায়৷ এই...

সমুজ্জ্বল শইকীয়া পঢ়ক →