৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সাহিত্য (Literature)

অসমীয়া আৰু বিশ্ব সাহিত্যৰ নিৰ্বাচিত আলোচনা আৰু সৃষ্টিশীল ৰচনা।

মুঠ ৫৭০ টা লেখা
পৃষ্ঠা ২২ / ২৪ (প্ৰদৰ্শন: ২৪ টা)
সাহিত্য আৰ্কাইভ
১৬ ফেব্ৰুৱাৰী, ২০২১

পাঠাগাৰ

উশাহৰ মাজতড° অমৰজ্যোতি চৌধুৰী৷ পাঞ্চজন্য৷ গুৱাহাটী, ২০২০ লেখক আৰু প্ৰকাশকে কোৱামতে এইখন এখন উপন্যাস৷ কিন্তু আমাৰ পঠন অভিজ্ঞতাই কৈছে...

অন্যযুগ পঢ়ক →
সাহিত্য আৰ্কাইভ
১৬ ফেব্ৰুৱাৰী, ২০২১

নৱীন কবিলৈ চিঠি

Letters to a Young Poetমূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কেএম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰ পৰা অনুবাদ : ৰমানন্দন বৰানৱম পত্ৰ...

অনুবাদ: ৰমানন্দন বৰা পঢ়ক →
সাহিত্য আৰ্কাইভ
১২ ফেব্ৰুৱাৰী, ২০২১

বকচ্ছপৰ ঠিকনা

মূল বাংলা : কান্তাৰভূষণ নন্দী অসমীয়া অনুবাদ : কুমুদ ঘোষ (কান্তাৰভূষণ নন্দীৰ জন্ম ১৯৬৯ চনত অসমৰ নগাঁও জিলাত৷ ডাঙৰ-দীঘল আৰু পঢ়া-শুনা...

অনুবাদ :কুমুদ ঘোষ পঢ়ক →
সাহিত্য আৰ্কাইভ
১২ ফেব্ৰুৱাৰী, ২০২১

বাঘৰাণী খইৰী

বাঘিনীৰ সত্য জীৱন কাহিনী‘বাঘৰাণী খইৰী’মূল : অখিল মোহন পট্টনায়কঅনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰমকিছু দিনৰ পাছত কুকুৰপোৱলিটোৰ চকু মেল...

অনুবাদ:ড˚ পঢ়ক →
সাহিত্য আৰ্কাইভ
২৯ জানুৱাৰী, ২০২১

চ্যালুইনৰ পৰা লুইতলৈ

ড০ চন্দ্ৰধৰ চমুৱা অৱশ্যে ছ্যু-খান-ফাৰ লগত সদ্ভাৱ ৰক্ষাৰ প্ৰশ্নত ফ্ৰা-ত্ৰাই তাক নবচালে। মাও-লুঙৰ ৰাজধানী চেংচেত ছ্যু-কা-ফাই যি...

ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →
সাহিত্য আৰ্কাইভ
১৯ জানুৱাৰী, ২০২১

‘বাঘৰাণী খইৰী’

বাঘিনীৰ সত্য জীৱন কাহিনী ‘বাঘৰাণী খইৰী’ মূল : অখিল মোহন পট্টনায়ক অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰমশিম্‌লিপাল।উৰিষ্যাৰ ময়ূৰভঞ্জ জিলাৰ...

অনুবাদ: পঢ়ক →
সাহিত্য আৰ্কাইভ
২৯ ডিচেম্বৰ, ২০২০

নৱীন কবিলৈ চিঠি

Letters to a Young Poetমূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কেএম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰ পৰা অনুবাদ : ৰমানন্দন বৰাসপ্তম পত্ৰ...

অনুবাদ: ৰমানন্দন বৰা পঢ়ক →
সাহিত্য আৰ্কাইভ
২৬ ডিচেম্বৰ, ২০২০

চ্যালুইনৰ পৰা লুইতলৈ‍

ড° চন্দ্ৰধৰ চমুৱা(বাৰ) কিন্তু তাৰ জীৱনৰ যিটো পঞ্চম গভীৰ আঘাত, সেইটো কিছু বেলেগ ধৰণৰ; সেয়া প্ৰকৃতিৰ দ্বাৰা বা জীৱন-প্ৰক্ৰিয়াৰ দ্বাৰা...

ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →
সাহিত্য আৰ্কাইভ
২১ ডিচেম্বৰ, ২০২০

বাঘৰাণী খইৰী

ড০ ৰত্নোত্তমা দাস বিক্ৰমবাঘৰাণী খইৰী : পটৰ আঁৰৰ কিছু কথা এক৷ বাঘ, আমি আৰু কিছু সাৰ্বজনীন ব্যক্তিগত অসমীয়া সমাজৰ আন যিকোনো এটা শিশুৰ...

অনুবাদ: পঢ়ক →
সাহিত্য আৰ্কাইভ
১৮ ডিচেম্বৰ, ২০২০

আইতাৰ চশ্‌মা (শিশু অনুবাদ গল্প)

মূল ৰচনা: ৰাস্কিন বণ্ডে অনুবাদ: স্ৰোতস্বিনী তামুলীঅংকন: বৰ্ণিল মহন্তআইতাকে দূৰৈৰ নৈখনৰ কল্‌ কল্ শব্দ শুনা পাইছিল, ভৰিৰ তলুৱাত পাইন গছৰ...

মূল :ৰাস্কিন বণ্ড পঢ়ক →
সাহিত্য আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২০

চ্যালুইনৰ পৰা লুইতলৈ

ড° চন্দ্ৰধৰ চমুৱা (এঘাৰ) ছ্যুৰ জীৱনৰ এয়া দ্বিতীয় দীঘলীয়া যাত্ৰা। আগৰবাৰত যাত্ৰা কৰিছিল পূবৰ ফালে, আকৌ চেংচেলৈ, তাৰ জন্মৰ ঠাই...

ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →
সাহিত্য আৰ্কাইভ
২৬ নৱেম্বৰ, ২০২০

নবীন কবিলৈ চিঠি

Letters to a Young Poet মূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কে এম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰ পৰা অনুবাদ : ৰমানন্দন বৰাপঞ্চম পত্ৰ...

অনুবাদ: ৰমানন্দন বৰা পঢ়ক →
সাহিত্য আৰ্কাইভ
১৫ নৱেম্বৰ, ২০২০

টিটিৰ ভ্ৰমণ

নবনীতা ভট্টাচাৰ্য্যঅংকন: বৰ্ণিল মহন্ত অনাই-বনাই ঘুৰি ভালপোৱা এধানিমান হাঁহপোৱালি, নাম তাৰ টিটি। তাৰ এই অভ্যাসটো কেনেকৈ গঢ়ি উঠিল সি...

নবনীতা ভট্টাচাৰ্য পঢ়ক →
সাহিত্য আৰ্কাইভ
৮ নৱেম্বৰ, ২০২০

কাজল ৰেখা

মূল : দীনেশ চন্দ্ৰ সেন অনুবাদ: প্ৰত্যুষ ৰঞ্জন ভাগৱতীঅংকন: বৰ্ণিল মহন্ত এজন সদাগৰ আছিল– তেওঁৰ নাম ধনেশ্বৰ৷ সদাগৰৰ বহুতো ধন-সোণ আছিল৷...

মূল: দীনেশ চন্দ্ৰ সেন পঢ়ক →
সাহিত্য আৰ্কাইভ
৪ নৱেম্বৰ, ২০২০

সিপাৰে যমুনাৰ ...

আকাশ দীপ্ত ঠাকুৰ (৯) দোকানৰ ভিতৰৰপৰা বাহিৰখনৰ কিছু অংশলৈকে সাৰি জাবৰবোৰ বাহিৰলৈ বাটৰ কাষলৈ উলিয়াই থোৱা ভঙা প্লাষ্টিকৰ বাল্টিটোত পেলাই...

আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
সাহিত্য আৰ্কাইভ
২৮ অক্টোবৰ, ২০২০

চ্যালুইনৰ পৰা লুইতলৈ

ড° চন্দ্ৰধৰ চমুৱা (দহ) বেলি ওলোৱাৰ সময় হৈছে। কাঠৰ বেৰত উৰণীয়া সিংহ প্ৰতীকেৰে ৰাজকীয় কোঠালিটো। ডাঙৰ খুঁটাবোৰৰ কাষে কাষে ওখ খুৰা...

ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →
সাহিত্য আৰ্কাইভ
২৭ অক্টোবৰ, ২০২০

পিছলৈ উভতি চাওঁ-৮

ড০ পোনা মহন্ত অঁকৰা মৈত উঠিলোঁ তেতিয়াৰ দিনত আমাৰ ঘৰৰ সমুখত থকা আহল-বহল পথাৰখনত কিদৰে ভেঁটা দি মাছ ধৰিছিলোঁ, সেই কথা আগৰ লেখাত কৈ...

ড˚ পোনা মহন্ত পঢ়ক →
সাহিত্য আৰ্কাইভ
২৬ অক্টোবৰ, ২০২০

নবীন কবিলৈ চিঠি

Letters to a Young Poetমূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কেএম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰপৰা অনুবাদ : ৰমানন্দন বৰা ৱৰ্পছ্‌ৱে‍দ...

অনুবাদ: ৰমানন্দন বৰা পঢ়ক →
সাহিত্য আৰ্কাইভ
২১ অক্টোবৰ, ২০২০

ইচ্ছাপূৰণ

মূল (বাংলা): ৰবীন্দ্ৰনাথ ঠাকুৰ অসমীয়ালৈ অনুবাদ: বাসুদেব দাস সুবলচন্দ্ৰৰ পুতেকৰ নাম সুশীলচন্দ্ৰ। কিন্তু মানুহ সদায় তেওঁৰ নামৰ নিচিনা...

মূল (বাংলা): ৰবীন্দ্ৰনাথ ঠাকুৰ পঢ়ক →
সাহিত্য আৰ্কাইভ
১৯ অক্টোবৰ, ২০২০

সিপাৰে যমুনাৰ

আকাশ দীপ্ত ঠাকুৰ(৮) কিছুমান কথা কওঁ বুলিও কাকো ক’ব নোৱাৰি৷ কিছুমান অনুভূতি হৃদয় ফালি উলিয়াই আনিব নোৱাৰি৷ কিছুমান বেদনা নিজৰ মাজতে...

আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
সাহিত্য আৰ্কাইভ
১৮ অক্টোবৰ, ২০২০

দেউতা

মূল গল্পকাৰ: হুমায়ুন কবিৰ ঢালী অনুবাদ: মিণ্টুল হাজৰিকা দুপৰ ৰাতি মাই মোক টোপনিৰ পৰা জগালে— “অপু উঠ, অ’ পুতাই সোনকালে উঠ৷ তোৰ দেউতাৰ...

মূল: হুমায়ুন কবীৰ ঢালী পঢ়ক →
সাহিত্য আৰ্কাইভ
৮ অক্টোবৰ, ২০২০

ফট'গ্ৰাফ

মূল: ৰাস্কিন বণ্ডঅনুবাদ: স্ৰোতস্বিনী তামুলীঅংকন: বৰ্ণিল মহন্ত মই তেতিয়া দহ বছৰীয়া আছিলোঁ। মোৰ আইতা এদিন আম গছজোপাৰ তলৰ সৰু বিছনাখনতে...

মূল: ৰাস্কিন বণ্ড পঢ়ক →
সাহিত্য আৰ্কাইভ
২ অক্টোবৰ, ২০২০

মেডিকেল ক্লাউনিং, পৱিত্ৰ ৰাভা আৰু কিছু অনুভৱ

অনুভৱ মহন্তনমস্কাৰ৷ মোৰ নাম অনুভৱ মহন্ত৷ বয়স ৩৪ বছৰ৷ ২১ বছৰ বয়সত মই এটা ভয়ানক ৰেল দুঘৰ্টনাত শাৰীৰিকভাৱে আহত হৈছিলোঁ৷ সেই দুঘৰ্টনাত মোৰ...

অনুভৱ মহন্ত পঢ়ক →