৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সাহিত্য (Literature)

অসমীয়া আৰু বিশ্ব সাহিত্যৰ নিৰ্বাচিত আলোচনা আৰু সৃষ্টিশীল ৰচনা।

মুঠ ৫৭০ টা লেখা
পৃষ্ঠা ২১ / ২৪ (প্ৰদৰ্শন: ২৪ টা)
সাহিত্য আৰ্কাইভ
১৯ জুন, ২০২১

দাৰ্জিলিঙৰ আপেলমুখীয়া ছোৱালীজনী

অংগনা চৌধুৰী একা-বেঁকা পথ, ঠাণ্ডা বতাহ, সেউজ বিৰিখ, বাটত ৰৈ লোৱা গৰম কফি আৰু ম’ম’ৰ সোৱাদ৷ দাৰ্জিলিংখনতকৈ বেছি প্ৰিয় মোৰ দাৰ্জিলিঙলৈ গৈ...

অংগনা চৌধুৰী পঢ়ক →
সাহিত্য আৰ্কাইভ
১ জুন, ২০২১

চ্যালুইনৰ পৰা লুইতলৈ

ড০ চন্দ্ৰধৰ চমুৱা(যোৱা সংখ্যাৰ পিছৰ পৰা)ছ্যুৱে‍ দুৱাৰে দুৱাৰে ভুমুকিয়াই গৈ আছে। এঠাইত সি থমকি ৰ’ল। পঁজাৰ দুৱাৰমুখতে দুটা মানুহে...

ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →
সাহিত্য আৰ্কাইভ
৩১ মে’, ২০২১

উলাহেৰে উভতি চাওঁ: ১৫

ড° পোনা মহন্ত ‘কাৰেংঘৰ’ সাজিছিলোঁ... কবি বিনন্দচন্দ্ৰ বৰুৱাৰ ‘গড়গাঁও গড়গাঁও, কথা শুনি তল যাওঁ’ কবিতাটো পঢ়াৰ অনেক বছৰৰ আগতেই মোৰ...

ড˚ পোনা মহন্ত পঢ়ক →
সাহিত্য আৰ্কাইভ
২৫ মে’, ২০২১

‘অলপ আন্ধাৰত অলপ পোহৰত’ কাব্যগ্ৰন্থত সপোন আৰু বাস্তৱৰ সেতুবন্ধন

ৰুদ্ৰসিংহ মটক“Genuine poetry can communicate before it is understood.” (টি. এছ. এলিয়ট)।কবিতাৰ সোণালী দাপোণতে প্ৰতিবিম্বিত হয়...

ৰুদ্ৰ সিংহ মটক পঢ়ক →
সাহিত্য আৰ্কাইভ
২৫ মে’, ২০২১

জীৱন এনেকুৱাই

মূল বাংলা: ৰক্তিম তমাল গাঙ্গুলী অনুবাদ: মনালিছা পাঠক নেওগ ঘৰৰ খিৰিকীয়েদি উৰি ফুৰা বতাহে কেতিয়াও অনুমতি বিচাৰি প্ৰৱেশ নকৰে৷ প্ৰেমেও...

মূল (বাংলা): ৰক্তিম তমাল গাঙ্গুলী পঢ়ক →
সাহিত্য আৰ্কাইভ
২৪ মে’, ২০২১

বাঘিনীৰ সত্য জীৱন কাহিনী

‘বাঘৰাণী খইৰী’মূল : অখিল মোহন পট্টনায়কঅনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম এইদৰে অনেক পুৰণা কথা ভাবি ভাবি মোৰ চিল্‌মিলীয়া টোপনি আহিছিল...

মূল (ওড়িয়া): অখিল মোহন পট্টনায়ক পঢ়ক →
সাহিত্য আৰ্কাইভ
২০ মে’, ২০২১

এন’লা হ’ম্‌ছ

(এই লেখাটো প্ৰতিজন নাৰীবাদী পুৰুষৰ হাতত) ৰিমলী বৰকটকীচিনেমাখনৰ নামেই কয় শ্বাৰ্লক হ’মছৰ চৰিত্ৰৰ লগত যেন ক’ৰবাত কিবা সংযোগ আছে। হয়...

ৰিমলী বৰকটকী পঢ়ক →
সাহিত্য আৰ্কাইভ
২৮ এপ্ৰিল, ২০২১

জলছবি (End of Spring)

document.getElementById("Anyayug-month").innerHTML = " মে’,"; document.getElementById("Anyayug-year").innerHTML = " ২০২১"; ৰিমলী...

ৰিমলী বৰকটকী পঢ়ক →
সাহিত্য আৰ্কাইভ
২৪ এপ্ৰিল, ২০২১

পাঠাগাৰ

document.getElementById("Anyayug-month").innerHTML = " মে’,"; document.getElementById("Anyayug-year").innerHTML = " ২০২১"; .mybox{...

অন্যযুগ পঢ়ক →
সাহিত্য আৰ্কাইভ
৩১ মাৰ্চ, ২০২১

হৈমন্তীৰ আধৰুৱা টোকা আৰু এটি ৰক্তাক্ত পুৱা

শিল্পীকা ৰাজগুৰুস্মৃতি বুলিব পৰাকৈ সময় ৰৈ নাথাকে যদিও উৰ্মি স্মৃতিৰ মাজতে জীয়াই থাকে। স্মৃতিবোৰ তাই বুকু ভৰাই উশাহত টানি লয়, আৱেগৰ...

শিল্পীকা ৰাজগুৰু পঢ়ক →
সাহিত্য আৰ্কাইভ
৩১ মাৰ্চ, ২০২১

দেৱতাৰ জন্ম

মূল (বাংলা) : শিৱৰাম চক্ৰৱৰ্তী অসমীয়া অনুবাদ : বাসুদেব দাস ঘৰৰ পৰা ওলাওঁতে সদায় উজুটি খাব লগা হয়। প্ৰথম খোজ দিওঁতে শিলছটাই তেওঁৰ...

মূল (বাংলা) : শিৱৰাম চক্ৰৱৰ্তী পঢ়ক →
সাহিত্য আৰ্কাইভ
৩১ মাৰ্চ, ২০২১

অংকুৰণ আৰ্ফৰ 'সোণৰ হৰিণ নাথাকে জানকী' : এক সম্পৰীক্ষা

ড° প্ৰণৱ ঢেকিয়াল ফুকনকবি অংকুৰণ আৰ্ফৰ সদ্য প্ৰকাশিত ‘সোণৰ হৰিণ নাথাকে জানকী’ শীৰ্ষক কাব্যগ্ৰন্থখন অসমীয়া কাব্যসাহিত্যৰ ক্ষেত্ৰখনত এক...

ড° প্ৰণৱ ঢেকিয়াল ফুকন পঢ়ক →
সাহিত্য আৰ্কাইভ
৩১ মাৰ্চ, ২০২১

জুৰি বৰা বৰগোহাঞিৰ উপন্যাস ‘সিহঁত’ :: এজন পাঠকৰ দৃষ্টিৰে এক চমু অৱলোকন

প্ৰাঞ্জল প্ৰতিম বৰা জুৰি বৰা বৰগোহাঞি অসমীয়া উপন্যাস সাহিত্যত এক প্ৰতিষ্ঠিত নাম। এগৰাকী ঔপন্যাসিক হিচাপে বৰগোহাঞিয়ে ইতিমধ্যে...

প্ৰাঞ্জল প্ৰতিম বৰা পঢ়ক →
সাহিত্য আৰ্কাইভ
২৯ মাৰ্চ, ২০২১

চ্যালুইনৰ পৰা লুইতলৈ

ড° চন্দ্ৰধৰ চমুৱা(চৈধ্য) ৰাজ্য আৰু ৰাজ-পৰিয়ালৰ ঘটনাৰ ধামখুমীয়াত ৰণুৱা-বনুৱা, হালোৱা-হজোৱা ঘাঁহী-মাউতৰ জীৱনৰ অভ্যন্তৰৰ কথাবোৰ ঢাক খাই...

ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →
সাহিত্য আৰ্কাইভ
২৮ মাৰ্চ, ২০২১

বাঘৰাণী খইৰী

বাঘিনীৰ সত্য জীৱন কাহিনী‘বাঘৰাণী খইৰী’মূল : অখিল মোহন পট্টনায়কঅনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰমআগে আগে গৈছে বিদিয়া, বিলন্দা, গৌৰ আৰু...

অনুবাদ:ড˚ৰত্নোত্তমা দাস বিক্ৰম পঢ়ক →
সাহিত্য আৰ্কাইভ
২ মাৰ্চ, ২০২১

উলাহেৰে উভতি চাওঁ-১২

ড° পোনা মহন্তআমাৰ আগৰ লেখাত সত্ৰীয়া বিহুৰ কথা কওঁতে ব’হাগ বিহুৰ হুঁচৰি আৰু বোকা ভাওনাৰ দৰে পুৰুষসকলে হালধি-পানীৰ খেলা কৰাৰ কথা উল্লেখ...

ড˚ পোনা মহন্ত পঢ়ক →
সাহিত্য আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২১

চ্যালুইনৰ পৰা লুইতলৈ

ড° চন্দ্ৰধৰ চমুৱা(তেৰ) নাম্‌কিউ উপত্যকাৰ পূব পাৰত তিনিও ৰাজ্যৰ সন্মিলিত শক্তিয়ে ছ্যু-খান্‌-‌ফাৰ আগ্ৰাসী কাহিনীক তিনি ফালৰ পৰা বাধা...

ড˚ চন্দ্ৰধৰ চমুৱা পঢ়ক →
সাহিত্য আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২১

মন-বিষণ্ণতা-কৰ্ম

ইপ্সিতা কন্দলী শৰ্মা মানুহ আন প্ৰাণীতকৈ পৃথক এই কাৰণেই যে মানুহৰ এটি মন আছে, মানুহে চিন্তা কৰিব পাৰে, শুদ্ধ-অশুদ্ধৰ বিচাৰেৰে নিজ...

ইপ্সিতা কন্দলী শৰ্মা পঢ়ক →