৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সাহিত্য (Literature)

অসমীয়া আৰু বিশ্ব সাহিত্যৰ নিৰ্বাচিত আলোচনা আৰু সৃষ্টিশীল ৰচনা।

মুঠ ৫৭০ টা লেখা
পৃষ্ঠা ১৮ / ২৪ (প্ৰদৰ্শন: ২৪ টা)
সাহিত্য আৰ্কাইভ
২৪ মে’, ২০২২

ৰঘুবংশ

মূল: মহাকবি কালিদাসঅনুবাদ: কৌস্তুভমণি শইকীয়া দত্ত|| ২য় অধ্যায় ||দিলীপ আৰু নন্দিনীপুৱাই যশস্বী প্ৰজাধিপতিৰ জায়াই দামুৰিক দিয়ে পিবলৈ আৰু...

মূল: মহাকবি কালিদাস পঢ়ক →
সাহিত্য আৰ্কাইভ
২৪ মে’, ২০২২

নন্দিতা দেৱীৰ ‘বঙল বহু দূৰ’ : এটি আলোচনা

ভাস্কৰ ভূঞা নন্দিতা দেৱীৰ প্ৰথমখন উপন্যাসেই ঔপন্যাসিকগৰাকীক অসমীয়া সাহিত্যত সবলভাৱে প্ৰতিষ্ঠা কৰালে৷ এগৰাকী কাহিনী কথক হিচাপে লেখিকাৰ...

ভাস্কৰ ভূঞা পঢ়ক →
সাহিত্য আৰ্কাইভ
২৪ মে’, ২০২২

সমুদ্ৰ-মন্থন, কাৰ্বন ফুটপ্ৰিণ্ট, আৰু অনাৱিষ্কৃত জীৱৰ সম্ভাৱ্য অৱলুপ্তি

ড° ভাৰত বৰুৱা ১৮৪৯ পৰা ১৮৫৫ চনৰ ভিতৰত কেলিফৰ্নিয়াৰ ছেমুৱেল ব্ৰেনন নামৰ মানুহজন হৈ পৰিছিল মিলিঅ’নিয়াৰ। তাৰ কাৰণ হৈছে কেলিফৰ্নিয়াৰ...

ড° ভাৰত বৰুৱা পঢ়ক →
সাহিত্য আৰ্কাইভ
২৪ মে’, ২০২২

বচা বকুল

ৰমানন্দন বৰাদহ আস্‌.... এটা আৰ্তনাদ৷ বেণুৰ পিঠিত জোং লগা গধূৰ বস্তু এটাই প্ৰচণ্ড জোৰত ঢকা মাৰিলে৷ সি হামখুৰি খাই পৰিল৷ ঝাউবনৰ গুৰি�...

ৰমানন্দন বৰা পঢ়ক →
সাহিত্য আৰ্কাইভ
১৯ এপ্ৰিল, ২০২২

পাহৰিব নোৱাৰিলো যি : বিষণ্ণ এক সেউজীয়াৰ স্তব্ধতা

ড° মৃণাল কুমাৰ গগৈকবিয়ে সূৰ্যোদয়ত কৈছে - ‘‘কত কথা পাহৰি গ’লো, কত কথা পাহৰি থাকোঁ, কেতিয়াবা মনত পেলাবলৈকো কত কথা পাহৰি যাওঁ, আকৌ কোনোবা...

ড° মৃণাল কুমাৰ গগৈ পঢ়ক →
সাহিত্য আৰ্কাইভ
৩১ মাৰ্চ, ২০২২

অনুবাদতত্ত্ব

ড॰ তপোধীৰ ভট্টাচাৰ্য অসমীয়া অনুবাদ : কুমুদ ঘোষড॰ তপোধীৰ ভট্টাচাৰ্য (সমকালীন বাঙালি প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম ড॰ তপোধীৰ ভট্টাচাৰ্য৷...

মূল: ড° তপোধীৰ ভট্টাচাৰ্য পঢ়ক →
সাহিত্য আৰ্কাইভ
২৭ মাৰ্চ, ২০২২

চ্যালুইনৰ পৰা লুইতলৈ

ড০ চন্দ্ৰধৰ চমুৱা(যোৱা সংখ্যাৰ পিছৰ পৰা)ঘৰবোৰ মৰ্যাদা অনুসাৰে সজা হৈছে। তাই পৰম্পৰা মতে ৰাজ্যখনত ৰজাতকৈ উন্নত ঘৰত কোনো থাকিব নোৱাৰে...

ড° চন্দ্ৰধৰ চমুৱা পঢ়ক →
সাহিত্য আৰ্কাইভ
২৩ মাৰ্চ, ২০২২

বচা বকুল

ৰমানন্দন বৰান বকুল চাপৰিলে এক প্ৰকাৰ ভগনীয়া, পলৰীয়া হৈ আহি এই সৌভাগ্য হাতৰ মুঠিত পাব বুলি বেণুৱে সপোনতো ভবা নাছিল৷ লক্ষ্মী আইৰ...

ৰমানন্দন বৰা পঢ়ক →
সাহিত্য আৰ্কাইভ
২৩ মাৰ্চ, ২০২২

মই ডাঙৰ হৈ অহাৰ সময়ৰ

মূল (ইং.) লেংষ্ট'ন হিউজ : As I grew Older ভাষান্তৰ : ড০ দীপমণি দাসবহুদিন আগৰ কথাতেতিয়া মই মোৰ সপোনটো ঠিক পাহৰাৰ নিচিনাইতেতিয়াই , ঠিক...

মূল (ইংৰাজী) : As I grew Older (লেংষ্ট'ন হিউজ) পঢ়ক →
সাহিত্য আৰ্কাইভ
২৩ মাৰ্চ, ২০২২

মহাকবি কালিদাসৰ ৰঘুবংশ

অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত || ৰঘুবংশ : অধ্যয় ১||৬১)হে মন্ত্ৰকুশল!আপোনাৰ অদৃশ্য শত্ৰুবিনাশন মন্ত্ৰইনিৰন্তৰ বিনাশ কৰে মোৰ শতৰু...

মূল: মহাকবি কালিদাস পঢ়ক →
সাহিত্য আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২২

বিহংগম দৃষ্টিৰে এল্ডাছ্‌ হাক্সলিৰ উপন্যাস

মৌচুম বৰুৱা আধুনিক ইংৰাজী উপন্যাস সাহিত্যক এক নতুন গতিছন্দ প্ৰদান কৰাৰ ক্ষেত্ৰত আৰ্নল্ড বেনেট, ডি. এইচ. লৰেঞ্চ, জোছেফ কনৰাড, জেমছ...

মৌচুম বৰুৱা পঢ়ক →
সাহিত্য আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২২

মহাকবি কালিদাসৰ ৰঘুবংশ

অনুবাদ - কৌস্তুভমণি শইকীয়া দত্ত(যোৱা সংখ্যাৰ পিছৰ পৰা)প্ৰথম অধ্যায়৩৬)শ্ৰুতিমধুৰ আৰু গম্ভীৰ শব্দযুক্ত একেখনি ৰথতগমন কৰিলে দুয়ো আশ্ৰমলৈ...

মূল: মহাকবি কালিদাস পঢ়ক →
সাহিত্য আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২২

বচা বকুল

ৰমানন্দন বৰা(যোৱা সংখ্যাৰ পিছৰ পৰা) (আঠ) ভোগদৈৰ ৰঙা পলসুৱা মাটিৰ পৰা গৈ বেণু-পাহিতাই ব্ৰহ্মপুত্ৰৰ বগা বালিয়া মাটিত নিজৰ খোপনি পুতিবলৈ...

ৰমানন্দন বৰা পঢ়ক →
সাহিত্য আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২২

ব্ৰহ্মপুত্ৰ

মূল : সুধীৰ সক্সেনা (হিন্দী)অনুবাদ : দীপজ্যোতি বৰা (১) পাৰৰ শুকান বালিত ভৰি থৈ কবিয়ে চাই থাকে নদী, নদীয়েও অপলক চাৱনিৰে চাই থাকে কবিক;...

মূল (হিন্দী): সুধীৰ সক্সেনা পঢ়ক →
সাহিত্য আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২২

কিছুমান স্মৃতি বাৰে বাৰে ঘূৰি আহে

মূল (বাংলা) : প্ৰমিতা ভৌমিক সংকলন আৰু অনুবাদ : উৎপল দত্ত (শ্ৰীভৌমিক বাংলা ভাষাৰ কবি আৰু চিত্ৰ পৰিচালক ৷ তেখেতে পৰিচালনা কৰা ‘পৰিচয়’...

মূল (বাংলা) : প্ৰমিতা ভৌমিক পঢ়ক →
সাহিত্য আৰ্কাইভ
২১ ফেব্ৰুৱাৰী, ২০২২

হুমুনিয়াহৰ সাঁকো

মূল: Thomas Hood-ৰ The Bridge of Sighs অনুবাদ : মাধৱ দাসআৰু এগৰাকী দুৰ্ভগীয়া তিৰোতাই তিক্ত জীৱনৰ পৰা মৃত্যু পথলৈগতি কৰিলে।আলসুৱাকৈ...

মূল:Thomas Hood-ৰ The Bridge of Sighs পঢ়ক →
সাহিত্য আৰ্কাইভ
২৯ জানুৱাৰী, ২০২২

উদাৰমনা গছজোপা

মূল : শ্বে’ল চিলভাৰষ্টেইন গল্প : ‘দা গিভিং ট্ৰী’ (The Giving Tree) অসমীয়া অনুবাদ : বিদিশা দত্ত কথক— বহু দিনৰ আগৰ কথা, এজোপা গছ‌ আছিল...

অনুবাদ : বিদিশা দত্ত পঢ়ক →
সাহিত্য আৰ্কাইভ
২৯ জানুৱাৰী, ২০২২

ইলেকট্ৰিচিয়ান (Electrician)

ড° বুলজিৎ বুঢ়াগোহাঁইবৰ্তমান যুগত ইলেকট্ৰিচিয়ান (Electrician) এটা আকৰ্ষণীয় কেৰিয়াৰ৷ এজন ইলেকট্ৰিচিয়ান হোৱাৰ বাবে ইলেকট্ৰিচিয়ানৰ...

ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
সাহিত্য আৰ্কাইভ
২৯ জানুৱাৰী, ২০২২

অ' কেপ্টেইন, মোৰ কেপ্টেইন

মূল ইংৰাজী : ৱাল্ট হুইটমেনঅনুবাদ : মাধৱ দাস(আমেৰিকাত পূৰ্বতে কিছুমান ৰাজ্যত দাস প্ৰথাৰ প্ৰচলন আছিল। দাস বেপাৰীবোৰে আফ্ৰিকাৰ পৰা বনৰীয়া...

মূল (ইংৰাজী) : ৱাল্ট হুইটমেন পঢ়ক →
সাহিত্য আৰ্কাইভ
২৫ জানুৱাৰী, ২০২২

মহাকবি কালিদাসৰ ৰঘুবংশ

অনুবাদ : কৌস্তুভমণি শইকীয়া দত্তৰজা দীলিপ ১১) যিদৰে বেদৰ আদি শব্দ ওঙ্কাৰ ধ্বনিসিদৰে পৃথিৱীৰো আদিম অধিপতি বৈৱস্বত পুত্ৰ মনুমনীষীসকলৰো...

মূল: মহাকবি কালিদাস পঢ়ক →
সাহিত্য আৰ্কাইভ
২৪ জানুৱাৰী, ২০২২

বিনিৰ্মাণবাদ

ড° তপোধীৰ ভট্টাচাৰ্যঅসমীয়া অনুবাদ : কুমুদ ঘোষ৷৷ চাৰি ৷৷ জে. হিলিছ মিলেৰ, পল দা মেন, জিওফ্ৰে হাৰ্টমেন আৰু হেৰল্ড ব্লুম : মূলতঃ এই...

ড° তপোধীৰ ভট্টাচাৰ্য পঢ়ক →
সাহিত্য আৰ্কাইভ
১৮ জানুৱাৰী, ২০২২

বচা বকুল

ৰমানন্দন বৰাসাত ন-খোৱা বছা গাঁৱৰ এটা ডাঙৰ উৎসৱ৷ বছৰটোৰ বাবে লখিমী কেইমুঠি ভঁৰালত সুমুৱাই ল’ব পৰাটো অলপ ডাঙৰ কথা নহয়৷ বাত-বৃষ্টি...

ৰমানন্দন বৰা পঢ়ক →
সাহিত্য আৰ্কাইভ
১ জানুৱাৰী, ২০২২

চ্যালুইনৰ পৰা লুইতলৈ

ড০ চন্দ্ৰধৰ চমুৱা(যোৱা সংখ্যাৰ পাছৰ পৰা)(উনৈশ)ভীষণ কষ্টকৰ পাহাৰীয়া বাট ৷ ডয়-কাও-ৰং দু পৰ্বত পাৰ হৈ ছ্যু-কা-ফাই দেখিলে এখন নদী পশ্চিম...

ড° চন্দ্ৰধৰ চমুৱা পঢ়ক →
সাহিত্য আৰ্কাইভ
৩১ ডিচেম্বৰ, ২০২১

বিনিৰ্মাণবাদ

ড° তপোধীৰ ভট্টাচাৰ্য অসমীয়া অনুবাদ : কুমুদ ঘোষড° তপোধীৰ ভট্টাচাৰ্য(সমকালীন বাঙালি প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম ড॰ তপোধীৰ ভট্টাচাৰ্য৷...

মূল:ড° তপোধীৰ ভট্টাচাৰ্য পঢ়ক →