— অন্যযুগ সম্পাদনা পৰিষদ —
উপদেষ্টা: ড° পোনা মহন্ত, ডা° ধ্ৰুৱজ্যোতি বৰা
সম্পাদক: মৃদুল শৰ্মা (অবৈতনিক)
কাৰ্যবাহী সম্পাদক: ৰঞ্জুমণি মহন্ত (অবৈতনিক)
কলা সম্পাদক: ড° সঞ্জীৱ বৰা
বিভাগীয় পৰামৰ্শদাতা: আকাশ দীপ্ত ঠাকুৰ, সিদ্ধাৰ্থ শংকৰ কলিতা
প্ৰকাশক: অচিন্ত্য কুমাৰ মহন্ত
প্ৰকাশন সহযোগী: দেৱজিৎ ভঁৰালী
প্ৰচ্ছদ: ড° সঞ্জীৱ বৰা | ৱেব্সজ্জা: দেৱভূষণ, কাকুল
সুহৃদয় পঢ়ুৱৈসমাজলৈ অন্যযুগৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু সেৱা জনালোঁ।
সূচীপত্ৰ (Table of Contents)
| অনুবাদ | |
|---|---|
| উলাহেৰে উভতি চাওঁ-১২ | ড˚ পোনা মহন্ত |
| মন-বিষণ্ণতা-কৰ্ম | ইপ্সিতা কন্দলী শৰ্মা |
| পাঠাগাৰ | অন্যযুগ |
| নৱীন কবিলৈ চিঠি | অনুবাদ: ৰমানন্দন বৰা |
| বকচ্ছপৰ ঠিকনা | অনুবাদ :কুমুদ ঘোষ |
| বাঘৰাণী খইৰী | অনুবাদ:ড˚ |
| প্ৰবন্ধ | |
| মা | সঞ্জীৱ সভাপণ্ডিত |
| ভূপেন মহন্ত সম্পাদিত ‘প্ৰান্তিক’ (১৯৬১,১৯৬২) -ৰ মেটমৰা সম্ভাৰ আৰু সুধাকণ্ঠৰ এটা গীতৰ অন্যতম ৰূপ | টিকেন্দ্ৰজিৎ গগৈ |
| সম্পাদকীয় | অন্যযুগ সাহিত্য পৰিষদ |
| আপোনাৰ মূৰ! | অভিজিৎশৰ্মাবৰুৱা |
| কবিতা | |
| নিজকে টুকুৰা টুকুৰ কৰি | ৰাশ্বেল চৌধুৰী |
| তাপমাত্ৰা | বিভা দেৱী |
| প্ৰসাধন | কৌস্তুভমণি শইকীয়া দত্ত |
| শামুকৰ মালা | অংকুৰ জ্যোতি বুঢ়াগোহাঁই |
| বজাৰ | সুশান্ত বড়া |
| খিট ধেই খিট টাও | লুইত কিৰণ দাস |
| প্ৰাণ কপোঁৱা আন্ধাৰ, হঠাৎ স্ফুলিংগ... ইত্যাদি | দেৱাশিস বুঢ়াগোহাঁই |
| মিতালি-কল্যাণ | উচ্চজিৎ দশগিৰি |
| শীতকথা | শিখা মহন্ত গোস্বামী |
| অথবা প্ৰেম | কৌশিকজ্যোতি বৰা |
| নিৰ্মাণ | লক্ষ্যজিৎ বৰা |
| চাৰি মাহৰ মালিতা | প্ৰশান্ত মিশ্ৰ |
| শিশুজগত | |
| প্ৰকৃতি | দাদুল দেৱকৃষ্ণ |
| সেউজপুৰৰ সাধু | স্মৃতিৰেখা দেৱী |
| এন্ধাৰ-পোহৰ | জ্যোতিস্মিতা শৰ্মা |
| গল্প | |
| অহৈতুকী | চন্দনা পাঠক |
| লালন ফকিৰ : হিন্দু নে যৱন? | বাসুদেব দাস |
| পাহাৰৰ গাৰে নামি অহা সপোন | অজিত ছিংনাৰ |
| প্ৰসংগ : নাটক | বাব্লু প্ৰসাদ বৰুৱা |
| চাউলকঠা, নাটকথা | লোপামুদ্ৰা ভট্টাচাৰ্য |
| ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প : এক তুলনামূলক অধ্যয়ন | অংকুৰণ আৰ্ফ |
| বিভ্ৰমৰ জগত আৰু বাস্তৱৰ জন্নত | পৰিস্মিতা বৰদলৈ |
| কাৰ্টুন | |
| বেহুৱা | চিৰঞ্জীৱ দত্ত |
| উপন্যাস | |
| চ্যালুইনৰ পৰা লুইতলৈ | ড˚ চন্দ্ৰধৰ চমুৱা |
| ইতিহাস এষণা | |
| অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ ইতিহাস | সমুজ্জ্বল শইকীয়া |
অন্যযুগৰ লেখক-পঢ়ুৱৈসকললৈ বিশেষ নিৰ্দেশনাৱলী:
- অন্যযুগ এখন ডিজিটেল সাহিত্য আলোচনী, মাহৰ প্ৰথম তাৰিখে নিয়মিতভাৱে প্ৰকাশ পায়।
- লেখা প্ৰেৰণ কৰাৰ বাবে ইউনিক’ড ফন্টত টাইপ কৰি ৱেবছাইটৰ প’ৰ্টেল বা ই-মেইলযোগে প্ৰেৰণ কৰিব পাৰিব।
- মৌলিক আৰু পূৰ্বে অপ্ৰকাশিত লেখা প্ৰকাশৰ ক্ষেত্ৰত প্ৰাথমিকতা দিয়া হয়।
- শিশু-কিশোৰসকলৰ সৃষ্টিশীল প্ৰতিভা বিকাশৰ বাবে শিশুজগত শিতানত বিশেষ স্থান দিয়া হয়।
- অসমীয়া সাহিত্য-সংস্কৃতিৰ নিৰপেক্ষ আৰু মৰ্যাদাপূৰ্ণ চৰ্চাই অন্যযুগৰ মূল লক্ষ্য।