৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪৭৬ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ১০ / ২০)
ফিল্টাৰ পৰিষ্কাৰ কৰক
শিশুজগত ৮ জুলাই, ২০২২

সময়

অংকুৰিতা ফুকন‘স’য়ে বোলে কাণ সুৰসুৰালে বৰষুণ সৰে বাট-পথ বোকা হ’লে মানুহ পিছলি পৰে… ‘ম’য়ে বোলে মঘাই হালোৱাৰ বোকালৈ বৰ ঘিণ পিছে পথাৰত নামিলেহে...

লেখকঃ অংকুৰিতা ফুকন সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ৮ জুলাই, ২০২২

সৰ্প-দংশন

মূল : কেশৱ শংকৰ পিল্লাইৰ “স্নে’ক-বাইট” অনুবাদ : বিদিশা দত্ত এদিন ঘৰৰ চোতালত মই সৰু সাপ এটা দেখা পালোঁ। সাপটো লাহে লাহে বগাই আহি আছিল। মোক...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
গল্প ৮ জুলাই, ২০২২

ৰঘু বাচফৰ

শিল্পীকা ৰাজগুৰুৰঘু বাচফৰক শঙ্খলীনাই লগ পাইছিল এক অগতানুগতিক পৰিস্থিতিত। তাইৰ দৈনন্দিন জীৱনটো আচলতে অতিশয় ব্যস্ততাময়, মহানগৰীৰ এখন প্ৰাইভেট...

লেখকঃ শিল্পীকা ৰাজগুৰু সম্পূৰ্ণ পঢ়ক →
কবিতা ৮ জুলাই, ২০২২

কবিতাৰ শাও লাগি নাৰীবোৰ নষ্ট হ’ল

পুলেন ৰাজ ডেকাউৰু উলিয়াই বহি থকা নাৰীবোৰ একোটা কবিতা ৷ কবিতা পুৰুষবোৰো এনেকি কাগজ কলম চিঞাহী দোৱাতবোৰো কবিতা নোকোৱা কথাবোৰ অদেখা অজানা...

লেখকঃ পুলেন ৰাজ ডেকা সম্পূৰ্ণ পঢ়ক →
কবিতা ৮ জুলাই, ২০২২

কলি যুগৰ গান

কেশৱ চাউ অলপ আগতে তিনিজন মানুহ মোৰ ভাড়াঘৰৰ কাষেদি যোৱা দেখিছিলোঁ মুখত মৌনতা হাতত সময়ৰ নিচা-নগ্নতা কপালত ৰঙা বেলিৰ ছাঁ তেওঁলোক বাৰু ক'লৈ গ'ল...

লেখকঃ কেশৱ চাউ সম্পূৰ্ণ পঢ়ক →
কবিতা ৮ জুলাই, ২০২২

এতেকে তেওঁ মোৰ

নীলাভ সৌৰভ এদিন এজন সাধুবাবাই বাটতে মোৰ দেউতাক লগ পাই ক'লে—তোমাক মই এপদ সামগ্ৰী দিমতুমি তিনিমাহ তাক কঢ়িয়াই লৈ ফুৰিব লাগিবযদিহে তুমি এই...

লেখকঃ নীলাভ সৌৰভ সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ৮ জুলাই, ২০২২

জলসংকট আৰু আমাৰ পৃথিৱী

পঙ্কজ বৰুৱা আমি সৰুতে পঢ়িবলৈ পাইছিলোঁ যে পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানীয়ে আগুৰি আছে৷ আমাৰ মনলৈ এই চিন্তা আহে পৃথিৱীত ইমান বেছিকৈ পানী থকাৰ...

লেখকঃ পঙ্কজ বৰুৱা সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ৩০ জুন, ২০২২

শিল্পকলা

শিল্পকলা শিতানত এইবাৰ আগ বঢ়াইছোঁ “অনুপ কুমাৰ শৰ্মাৰ শিল্পকৰ্ম : ব্যক্তিগত বিন্যাসৰ পৰা সামূহিক সংযুতিলৈ” শীৰ্ষক প্ৰবন্ধৰে সম্পৰ্কি�...

লেখকঃ জ্যোতি খাটনিয়াৰ সম্পূৰ্ণ পঢ়ক →
শিশুজগত ৩০ জুন, ২০২২

অকণিয়ে অঁকা ছবি

‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ দিল্লী পাব্লিক স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ কুন্দনিভ দত্তই অঁকা ছবি...

লেখকঃ কুন্দনিভ দত্ত সম্পূৰ্ণ পঢ়ক →
মুক্ত বীক্ষণ ৩০ জুন, ২০২২

অসম আৰু বিদ্যালয়-শিক্ষা : কিছু ব্যক্তিগত অনুভৱ

পঙ্কজ প্ৰতিম বৰদলৈসমগ্ৰ বিশ্বৰ ভিতৰতে ফিনলেণ্ডৰ শিক্ষাব্যৱস্থাক এক প্ৰকাৰে সমীহৰ চকুৰে চোৱা হয়৷ ফিনলেণ্ডত শিক্ষাব্যৱস্থাই উৎকৃষ্টতাতকৈও...

লেখকঃ পঙ্কজ প্ৰতিম বৰদলৈ‍ সম্পূৰ্ণ পঢ়ক →
গল্প ৩০ জুন, ২০২২

প্ৰাৰ্থনা

নীলোৎপল বৰুৱা পাত্ৰাছ মুণ্ডা পাপী নহয়।আনমনা। অন্যমনস্ক। তাকো মাত্ৰ প্ৰাৰ্থনাৰ সময়তহে। বাকী-তেওঁ চিকাৰী ঢোৰাসাপ এটাৰ দৰেই প্ৰখৰ আৰু দ্ৰু�...

লেখকঃ নীলোৎপল বৰুৱা সম্পূৰ্ণ পঢ়ক →
উপন্যাস ৩০ জুন, ২০২২

মিণ্টুল হাজৰিকাৰ হালধিহাট

ফাৰহান জাৱেদ কবিতাক কোনোৱে বৌদ্ধিক কছৰৎৰ সংক্ষিপ্তি বুলি কয় আৰু কোনোৱে সৰ্বসাধাৰণৰ হৃদয়ৰ আকূতি বুলিও ক’ব খোজে৷ আমাৰ বাবে কবিতা কেৱল সাময়িক...

লেখকঃ ফাৰহান জাৱেদ সম্পূৰ্ণ পঢ়ক →
উপন্যাস ৩০ জুন, ২০২২

হেৰাই যোৱা মন্দিৰৰ যাদু

মূল: সুধা মূৰ্তি অনুবাদ: স্ৰোতস্বিনী তামুলী নুনি এজনী বাৰ বছৰীয়া ছোৱালী। তাই দৌৰি-ঢাপৰি, গছত উঠি বৰ ভাল পায়। তাই খায়ো ভাল পায়। কিন্তু...

লেখকঃ মূল: সুধা মূৰ্তি সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ জুন, ২০২২

হোৱাটছ গয়িং অন

ৰিপুঞ্জয় বৰুৱা ঋমন হোৱাটছ গয়িং অন ? ঢেৰ কিবাকিবি । দ্যা কাশ্মীৰ ফাইলছ-গংগুবাই কুঠিয়াবাড়ী ৰিলায়েঞ্চ বনাম চৰ-কাৰী চা-কৰি গৰু গা-হৰি নেমু...

লেখকঃ ৰিপুঞ্জয় বৰুৱা ঋমন সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৯ জুন, ২০২২

গুগল অনুবাদকত অসমীয়া ভাৰ্চুৱেল কী-ব’ৰ্ড : এক চিন্তনীয় দিশ

ড॰ ভাস্কৰজ্যোতি শৰ্মা ড॰ গুণদীপ চেতিয়া ভাষা-প্ৰযুক্তিৰ জগতখনত প্ৰতিটো দিশেই অতি সূক্ষ্মভাৱে বিচাৰ-বিশ্লেষণ কৰি নাচালে বহু সময়ত আমাৰ চকুৰ...

লেখকঃ ড° ভাস্কৰজ্যোতি শৰ্মা আৰু ড° গুণদীপ চেতিয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ জুন, ২০২২

ছাঁ তেজৰ দৰে

বৰ্ণালী বড়া ছাঁটোৱে কথা নকয়ছাঁটোৱে উশাহ নলয়ছাঁটোৱে গানো নাগায়মাথোঁ মোক অনুকৰণ কৰে প্ৰতিটো ক্ষণতেছাঁটোৱে মোৰ পিছ নেৰেমই য’লৈকে যাওঁ...

লেখকঃ বৰ্ণালী বড়া সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ জুন, ২০২২

শিপা

উদয় কুমাৰ বৰুৱা খিৰিকীৰ সিপাৰৰ গোলাপজোপাৰ লগত মোৰ প্ৰথম প্ৰেম মোৰ পৰা গোলাপজোপালৈ এটা অদৃশ্য বাট গোলাপজোপাৰ মনত এটা সপোনে শিপায় এদিন টিক...

লেখকঃ উদয় কুমাৰ বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ জুন, ২০২২

হাত

জয়ন্ত দত্ত পানীত থাকিও পানীলৈ পানী ছটিয়াইছিলে হাতখনে আৰু দহৰ ঘেকেটনিত ডিঙিলৈকে পোত খাইছিল এদিন হাতখন নোহোৱা হ'ল একো উৱাদিহ নাই... আৰু এদিন...

লেখকঃ জয়ন্ত দত্ত সম্পূৰ্ণ পঢ়ক →
গল্প ২৯ জুন, ২০২২

শ্মশানত গজি উঠা তপোবন

পৰিস্মিতা বৰদলৈ ‘মৃত সপোনবোৰৰ মৰিশালি এখন বুকুত কঢ়িয়ায়ো মানুহে জীয়া বাস্তৱ এটা সহি যাব পাৰে৷ দগ্ধ সপোনৰ ছাইবোৰেৰে অৱশিষ্ট জীৱনটোক মাজি মাজি...

লেখকঃ পৰিস্মিতা বৰদলৈ সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৯ জুন, ২০২২

কেটেপা লৈ ঘূৰি ফুৰা ল’ৰাটো

মূল: ভীষ্ম চাহনীৰ “The boy with a catapult” অনুবাদ : বিদিশা দত্ত আমাৰ শ্ৰেণীত ভাল-বেয়া অসংখ্য ল’ৰা আছিল। তাৰ মাজত বোধৰাজ আটাইতকৈ কুখ্যা�...

লেখকঃ মূল: ভীষ্ম চাহনী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ জুন, ২০২২

কণ-কবিতা

অনসূয়া বৰঠাকুৰ (১) জালুকবাৰীৰ তালুকদাৰে পিন্ধি মিবু-গালুক, শেলুক বুটলি থাকোঁতেই ওলালহি এটা ভালুক। &n...

লেখকঃ অনসূয়া বৰঠাকুৰ সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৯ জুন, ২০২২

অপ্ট’মেট্ৰি (Optometry)

ড° বুলজিৎ বুঢ়াগোহাঁই অপ্ট’মেট্ৰি (Optometry) পাঠ্যক্ৰমত মানৱ দেহৰ অন্যতম অংগ চকুৰ গঠন আৰু কাৰ্যপদ্ধতিৰ বিষয়ে অধ্যয়ন কৰা হয়। অপ্ট’মেট্ৰি পঢ়ি...

লেখকঃ ড° বুলজিৎ বুঢ়াগোহাঁই সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৯ জুন, ২০২২

চৰাই চিনো আহক – ৩

হেমন্ত গগৈ অসমীয়া নাম : ম’ৰা চৰাই ইংৰাজী নাম : Indian Peafowl/Common Peafowl বৈজ্ঞানিক নাম : Nycticebus bengalensis সংৰক্ষণ স্থিতি :...

লেখকঃ হেমন্ত কুমাৰ গগৈ সম্পূৰ্ণ পঢ়ক →
উপন্যাস ২৮ জুন, ২০২২

দাহালথুংগ্ৰি: এখন মননশীল উপন্যাস

ড° পোনা মহন্ত ‘দাহালথুংগ্ৰি’ – অসমৰ অন্যতম ভূমিপুত্ৰ বড়োসকলৰ মাজত অতীজৰে পৰা চলি অহা এক বিশেষ লোকনৃত্য৷ খেৰাই পূজাত জনগোষ্ঠীটোৰ প্ৰধান...

লেখকঃ ড° পোনা মহন্ত সম্পূৰ্ণ পঢ়ক →