৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪০১ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ১০ / ১৭)
ফিল্টাৰ পৰিষ্কাৰ কৰক
গল্প ২৮ মে’, ২০২৬

ধূসৰ প্ৰভাতৰ কোলাহল

প্ৰিয়ানুজ কলিতা ঝন্‌ঝন্‌ঝন্‌ঝন্‌ঝন্‌৷ ট্ৰামৰ চকাৰ ঘৰ্ষণৰ শব্দটোৱে ধূসৰ গগণ বিদাৰি চিঞৰি উঠিল৷ লেনিনগ্ৰাদৰ কুঁৱলী ফালি ৪ নম্বৰ ট্ৰামখন...

লেখকঃ প্ৰিয়ানুজ কলিতা সম্পূৰ্ণ পঢ়ক →
গল্প ২৮ মে’, ২০২৬

মনঃকূপ

পল্লৱী মহন্ত পানী এঢোকেৰে গিলি পেলোৱা টেবলেট এটাই কি ৰংহীন পৃথিৱীখন ৰঙীন কৰিব পাৰে! পাৰেনে মচি পেলাব দুখৰ ছবি! ওভতাই দিয়েনে পুৰণি স্মৃতি...

লেখকঃ পল্লৱী মহন্ত সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৭ মে’, ২০২৬

বাছষ্টপ

মূল : নৱাৰুণ ভট্টাচাৰ্য (বাংলা) অনুবাদ : নয়ন মণি মিশ্ৰ যিসকল নামিছিল তেওঁলোক গুচি গৈছে যিসকল উঠিছিল তেওঁলোকো, সকলোখিনিৰ পাছত অকলে থিয় হৈ...

লেখকঃ অনুবাদ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ মে’, ২০২৬

শূন্যতা

(জোনমণি দাসৰ সোঁৱৰণত)বন্দনা কৌশিক বৰদলৈ যাওঁ বুলিয়েই গুচি যোৱা মানুহবোৰে জানেনে পদাৰ্থ বিজ্ঞানৰ শূন্যৰ ধাৰণাক অস্বীকাৰ কৰিও থাকি যায়...

লেখকঃ বন্দনা কৌশিক বৰদলৈ সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৭ মে’, ২০২৬

খেলা-ধূলাৰ স্তৰসমূহ : শিশুৰ বিকাশ নিৰীক্ষণৰ মাপকাঠি

ড° ইন্দ্ৰানীৰেখা শইকীয়া খেলা-ধূলা হৈছে শৈশৱৰ প্ৰকৃত কাম আৰু ইয়াৰ জৰিয়তেই শিশুৱে পৃথিৱীখনৰ বিষয়ে শিকে৷ বিভিন্ন ধৰণৰ খেলত লিপ্ত হৈ শিশুৱে...

লেখকঃ ড°ইন্দ্ৰানীৰেখা শইকীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ২৬ মে’, ২০২৬

ভেকুলী সংগীত

দাদুল ভূঞা পানী মৰিশালিত ডুবি মৰিছে মানুহ এবুকু, এডিঙি তাৰ পাছত গোটেইটো নিৰ্জন ৰাতি ঘৰৰ কাষৰ পুখুৰীটোত বাজি উঠা ভেকুলী সংগীতত টোপনি যাব পৰা...

লেখকঃ দাদুল ভূঞা সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৬ মে’, ২০২৬

ৰজা আহে যায়

মূল (বাংলা) : বীৰেন্দ্ৰ চট্টোপাধ্যায় অনুবাদ : ৰুদ্ৰ সিংহ মটক ৰজা আহে যায় ৰজা বদলি হয়দেহত কেতিয়াবা নীলা চোলা কেতিয়াবা ৰঙা ইজন ৰজা আহে...

লেখকঃ অনুবাদ : ৰুদ্ৰ সিংহ মটক সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৬ মে’, ২০২৬

সেউজী সেউজী সেউজী অ'

ড০ প্ৰাণজিৎ বৰা৪সেই ৰাতি থুপিতৰাই এটা আচৰিত সপোন দেখিলে।তাই দেখিলে যে জোনাকী পৰুৱাবোৰ বিচাৰি বিচাৰি তাই হাবিৰ মাজে মাজে অকলে অকলে ঘূৰি...

লেখকঃ ড০প্ৰাণজিৎবৰা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৬ মে’, ২০২৬

মীনজাতক

এম. কামালুদ্দিন আহমেদঅলপ পানীতেকমাই ফুৰে মাছবোৰসিহঁতক ধৰিবলৈ কতবোৰজাল, চেপা, জুলুকিঅদৃষ্টই যোগান ধৰাতুমি মাছ ধৰা অপূবৰ্ কাৰুময়তাৰেউছলি যায়...

লেখকঃ এম. কামালুদ্দিন আহমেদ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৬ মে’, ২০২৬

আমাক গছ লাগে

ৰৌচন আলি আকৌ হত্যা কৰা হ'ব গছহত্যা কৰা হ'বঅক্সিজেনগছৰ বিদেহ আত্মাৰ সদ্‌গতি কামনা কৰি খেনোৱে মৌন প্ৰাৰ্থনাত ব্যস্ত থাকিবখেনোৱে পালন কৰিব মৌন...

লেখকঃ ৰৌচন আলি সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৬ মে’, ২০২৬

কাৰ লাভৰ বাবে

মূল (ইংৰাজী Cui Bono ) : টমাছ কাৰ্লাইল, স্কটলেণ্ডঅনুবাদ : ড° ৰঞ্জিত দত্তআশা নো কি?হাঁহিৰ এক ৰামধেনুশিশুহঁতে তাকেইঅনুকৰণ কৰে বৰষুণত তিতি...

লেখকঃ অনুবাদ :ড° ৰঞ্জিত দত্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ মে’, ২০২৬

বিচাৰি বুকুৰ নীলমণি

ৰিপুঞ্জয় বৰুৱা ঋমন অতদিনে যি কথা কেৱল মই নিজৰ স’তে পাতিছোঁ সেই কথা চালি-জাৰি থাকোঁতে সাৰ পাই উঠে মৰমৰ শোক ! মই সাৰে আছোঁ দুটোপাল চকুলোৰে...

লেখকঃ ৰিপুঞ্জয় বৰুৱা ঋমন সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ মে’, ২০২৬

নতুনত্ব একো নাই

জীৱন কিশোৰ মই শুকান পথাৰত নীলা ৰঙা সেউজীয়া চিলা উৰুৱাই থিয় দিলোঁ বাঁহৰ খুটিত ৰং-বিৰঙৰ ত্ৰিকোণ ধ্বজাবোৰ দাঙি দাঙি ৰৈ থাকিলোঁ তোমালোকে...

লেখকঃ জীৱনকিশোৰ সম্পূৰ্ণ পঢ়ক →
গল্প ২৫ মে’, ২০২৬

চিকাৰ

বেদান্ত নাথ ১ মনৰ বিষে শৰীৰক অতিক্ৰম কৰিলে, শৰীৰৰ বিষবোৰ গৌণ হৈ পৰে৷ দুদিন ধৰি হাতৰ বিষটোৱে বিদিশাক বৰকৈ আমনি দি আছে৷ ঠাণ্ডাৰ সমান্তৰালভাৱে...

লেখকঃ বেদান্ত নাথ সম্পূৰ্ণ পঢ়ক →
গল্প ২৫ মে’, ২০২৬

বিস্মৃতিৰ অন্ধকাৰ গহ্বৰত

ড০ স্মৃতিমালা শৰ্মা হঠাতে জুই লাগিছিল। লাজপত নগৰৰ বসন্তকুঞ্জ এপাৰ্টমেণ্টৰ তৃতীয় মহলাৰ ফ্লেট নম্বৰ থ্ৰী বি। ৰান্ধনীঘৰৰ একমাত্ৰ খিৰিকীখনৰ...

লেখকঃ ড০ স্মৃতিমালা শৰ্মা সম্পূৰ্ণ পঢ়ক →
গ্ৰন্থ আলোচনা ২২ মে’, ২০২৬

ফ্ৰান্সিচ জেনকিন্সে দেখা অসমখন

পুলিন কলিতা (এক) ফ্ৰান্সিচ জেনকিন্স ব্ৰিটিছ অধিকৃত অসমৰ তৃতীয়গৰাকী “কমিচনাৰ” আৰু একে সময়তে উত্তৰ-পূব সীমান্তত গৱৰ্ণৰ জেনেৰেলৰ প্ৰতিনিধি...

লেখকঃ পুলিন কলিতা সম্পূৰ্ণ পঢ়ক →
অনুবাদ ১৯ মে’, ২০২৬

তুমি নোৱাৰাঁ

মূল কবিতা : You Can’t কবি : Maya Abu Al-Hayyat ইংৰাজী অনুবাদ : ফেডি জুডা অনুবাদ: দিগন্ত শইকীয়া তুমি নোৱাৰাঁ বুলি যিসকলে কয় অৱশেষত তেওঁলোকো...

লেখকঃ অনুবাদ :দিগন্ত শইকীয়া সম্পূৰ্ণ পঢ়ক →
কবিতা ১৯ মে’, ২০২৬

হেৰাই যোৱাৰ কবিতা

কৌশিক জ্যোতি বৰা নিমাওমাও চহৰ খনৰ মাজেৰে পাৰ হৈ আহোঁতে বিয়লিৰ বেলি পৰিল বিন্দুতে সিন্ধু বিচাৰি মূৰৰ ওপৰেৰে উৰি গ'ল এজাক বলিয়া বতাহ আৰু মই...

লেখকঃ কৌশিক জ্যোতি বৰা সম্পূৰ্ণ পঢ়ক →
কবিতা ১৯ মে’, ২০২৬

শকুন্তলা

গায়ত্ৰী দেৱী বৰঠাকুৰ উত্তৰাখণ্ডৰ ঘৰবোৰ ফাঁটোতে যোশীমঠৰ বেৰবোৰ কঁপোতে শকুন্তলাৰ চেলফোন আছিল ফ্লাইট ম’ডত মন আকাশত নিৰন্তৰ উৰি আছিল শান্তিৰ...

লেখকঃ গায়ত্ৰী দেৱী বৰঠাকুৰ সম্পূৰ্ণ পঢ়ক →
কবিতা ১৯ মে’, ২০২৬

তৰুণ লেখকৰ সমস্যা

টুনুজ্যোতি গগৈ যোৱা চাৰিবছৰ ধৰি ‘দয়-কাও-ৰং একাডেমি’ৰ উদ্যোগত আমি নিয়মীয়াকৈ বিভিন্ন সাহিত্য কৰ্মশালা আৰু সাহিত্য প্ৰতিযোগিতা আয়োজন কৰি...

লেখকঃ টুনুজ্যোতি গগৈ সম্পূৰ্ণ পঢ়ক →
কবিতা ১৯ মে’, ২০২৬

কমলা সুন্দৰী

মিণ্টুল হাজৰিকা ইমান বিষাদৰ দিন নৈ ওফন্দি উঠা বাৰিষা ভোকে আহি গচকিছিল মাথাউৰিৰ ৰাজহাড় কমলাৰ কপালৰ লিখন ঘোলা কণীৰ কুহুমটোৰ দৰে মায়াৰ পৃথিৱীক...

লেখকঃ মিণ্টুল হাজৰিকা সম্পূৰ্ণ পঢ়ক →
কবিতা ১৯ মে’, ২০২৬

সৰল মানুহবোৰৰ মৃত্যু হৈছিল

অৰুণ গগৈ ৰ’দ বৰষুণ ভালপোৱা মানুহবোৰেউদং আকাশৰ তলতউশাহ ল’ব পৰাকৈ জন্ম দিছিল এখন সেউজ অৰণ্য হাড় ভঙা পৰিশ্ৰমৰ বিনিময়তওঁঠত ফুলিছিল হাঁহিচম্পা...

লেখকঃ অৰুণ গগৈ সম্পূৰ্ণ পঢ়ক →
কবিতা ১৮ মে’, ২০২৬

টোপনি এজোপা ধুনীয়া গছ

উদয় কুমাৰ বৰুৱা হয়, টোপনি এজোপা ধুনীয়া গছ হিয়া জুৰণীয়া পাখিলাহী তনু কাজল চকুত নিয়ৰকণাৰ সজল সমাৰোহ বাহিৰত এতিয়া বিষাক্ত বতাহ তেজেৰে জীপ দি...

লেখকঃ উদয় কুমাৰ বৰুৱা সম্পূৰ্ণ পঢ়ক →