৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪২৮ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ১২ / ১৮)
ফিল্টাৰ পৰিষ্কাৰ কৰক
কবিতা ২১ মে’, ২০২৪

দুটা কবিতা

প্ৰশান্ত মিশ্ৰ১. শত্ৰু-মিত্ৰ পণ্ডিতৰ সভাত মূৰ্খৰ কাম শত্ৰুতা শত্ৰু- মিত্ৰনো কোনকোনেও নাজানে মনুষ্য জীৱনত সকলোৱে হাঁহিব বিচাৰেপিছে...

লেখকঃ প্ৰশান্ত মিশ্ৰ সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২১ মে’, ২০২৪

ভাস্কৰজ্যোতি নাথৰ সমালোচনাত্মক গ্ৰন্থ 'পাঠ আৰু বীক্ষণ' : পঠন আৰু পৰ্যালোচনা

অসীম কুমাৰ হাজৰিকা অসমীয়া সাহিত্য জগতত এক স্বকীয় অগতানুগতিক, আপোচহীন স্থিতিৰে ভাস্কৰজ্যোতি নাথ জিলিকি উঠিছে। নাথৰ সমালোচনাত্মক গ্ৰন্থ “পাঠ...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
অনুবাদ ১৮ মে’, ২০২৪

অনন্য দিনবোৰ

কবি - বৰিছ পেচটাৰনাক, ৰাছিয়া(১৯৫৮ চনৰ সাহিত্যৰ ন'বেল বঁটা )অনুবাদ : ড° ৰঞ্জিত দত্তকেনেকৈনো সুঁৱৰিম অয়নান্তৰ সেই দিনবোৰৰ কথা,বহু দিনৰ...

লেখকঃ অনুবাদ : ড° ৰঞ্জিত দত্ত সম্পূৰ্ণ পঢ়ক →
কবিতা ১১ মে’, ২০২৪

চেঁচুকীয়া পৰা গৰু গাড়ী যন্ত্ৰণাপিষ্ট গৰাকী

মিণ্টুল হাজৰিকা অগতিৰ গতি তুমি ... খালী ঠাই পূৰ কৰক৷ মন কৰিবলগীয়া, পুষ্টিহীন আঙুলিকেইটাইহে খালী ঠাইৰ উপযুক্ত গৰাকীক বেছিকৈ মনত পেলায় অথচ...

লেখকঃ মিণ্টুল হাজৰিকা সম্পূৰ্ণ পঢ়ক →
গল্প ১১ মে’, ২০২৪

হেৰোৱা বহাগৰ বা

পদ্মজা বৰুৱা মহনবগৰীটিং আৰু চটৌখোৱা - দুয়োখন গাঁৱৰ মাজৰ আকাশখিনিত বুৰ যাব খোজা হেঙুলীয়া বেলি, মাজে মাজে জুৰকৈ বলা শীতল এছাটি বতাহ, বতাহ�...

লেখকঃ পদ্মজা বৰুৱা মহন সম্পূৰ্ণ পঢ়ক →
শিশুজগত ১১ মে’, ২০২৪

মহাকবি কালিদাস– “নীৰস তৰুবৰ পুৰতো ভাতি”

অমৃত গোস্বামী সুক্ষ্ম তাঁৰ একোডালতে সঙ্গীতৰ সাতোটা সুৰ বাজি উঠে; জন্তুৰ শুকান ছাল এখনেৰে সাজি উলিওৱা বাদ্য-যন্ত্ৰ একোটাত শিল্পী এজনে সুন্দৰ...

লেখকঃ অমৃত গোস্বামী সম্পূৰ্ণ পঢ়ক →
উপন্যাস ৮ মে’, ২০২৪

মহাবৃত্ত

মৃদুল শৰ্মা২০ দুৰ্যোধন৷ জন্মৰ পৰৱৰ্তী সময়ত জ্যোতিষশাস্ত্ৰীয়ে মোৰ নাম ৰাখিছিল সুযোধন৷ শ্ৰদ্ধেয় পিতৃদেৱ আৰু মাতৃদেৱীয়ে মোক এই নামেৰেই মাতি...

লেখকঃ মৃদুল শৰ্মা সম্পূৰ্ণ পঢ়ক →
উপন্যাস ৮ মে’, ২০২৪

ধেবাই ধোৱা ধৰণী

অজিত ছিংনাৰ(সাত) ডাঙৰ জলাহখনৰ পাৰে পাৰে আহি কপিলী পাৰৰ ভেলৌগুৰি গাঁৱত তেমেকা আৰু কেৰ্পাই উপস্থিত হ’ল৷ বাট বুলিবলৈ প্ৰায় নায়েই৷ বসতি পাতল...

লেখকঃ অজিত ছিংনাৰ সম্পূৰ্ণ পঢ়ক →
কবিতা ৬ মে’, ২০২৪

ৰ'দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী (৪য় অধ্যায়) (১) ডাঙৰ দাদাহঁতে (কাবুলদা, জগতদা) গাঁৱৰপৰা ওলাই আহি টাউনত নিজস্ব স্থিতি একোটা লোৱাৰ লগতে দেউতাকো পাৰিবাৰিক...

লেখকঃ লোকনাথ গোস্বামী সম্পূৰ্ণ পঢ়ক →
কবিতা ৬ মে’, ২০২৪

জালিয়ানৱালাবাগ

জুবিলী গগৈ মৃত্যুৰ কুঁৱাটোত তেতিয়া পানী নাছিল পানী শুহি লোৱা দেহবোৰ জীৱাশ্ম হৈছিল ঘেৰি থোৱা আইনাখনত নিজৰ মুখ দেখিয়েই উচপ খাই উঠিছিলোঁ আমি...

লেখকঃ জুবিলী গগৈ সম্পূৰ্ণ পঢ়ক →
কবিতা ৬ মে’, ২০২৪

জাগীৰোড কাগজ কলৰ মালিতা

ময়ূৰাক্ষী মহন্ত শইকীয়া মৃত এখন নগৰৰ মাজত বাট বুলি আছিলো আমি জী থাকোতেই বন্ধ হ'ল এজাক মানুহৰ উশাহ বুকুৰ স্পন্দন ব্যস্ততাৰ খোজ হৃদয়ৰ...

লেখকঃ ময়ূৰাক্ষী মহন্ত শইকীয়া সম্পূৰ্ণ পঢ়ক →
গল্প ৬ মে’, ২০২৪

বিন্দু বাইদেউলৈ মই সমীৰণ

বেদান্ত নাথ (১) “পৃথিৱীৰ প্ৰেমে মোক দেউলীয়া কৰিলে” ওপৰলৈ মূৰ কৰি চকু দুটা বন্ধ‌ কৰি থোৱা ল’ৰাজনৰ চকুৰ পৰা বৈ অহা নীলা চকুৰ পানীত তলৰ ওঁঠৰ...

লেখকঃ বেদান্ত নাথ সম্পূৰ্ণ পঢ়ক →
কবিতা ৩০ এপ্ৰিল, ২০২৪

পৰশুৰাম

নীলোৎপল বৰুৱা নতুন চাম নাট্যকৰ্মীৰ ভিতৰত ৰূপান্তৰ বৰপাত্ৰগোহাঁই এটা চিনাকী নাম৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত পাৰিৱেশ্য কলা বিষয়�...

লেখকঃ নীলোৎপল বৰুৱা সম্পূৰ্ণ পঢ়ক →
মুক্ত বীক্ষণ ৩০ এপ্ৰিল, ২০২৪

সুচল সংগ্ৰহালয়

পঙ্কজ প্ৰতীম বৰদলৈ প্ৰতি বছৰে মে’ মাহৰ ১৮ তাৰিখটো বিশ্ব সংগ্ৰহালয় দিৱস হিচাপে আন্তৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদে পালন কৰে৷ এই মাহৰ মুক্তবীক্ষণ�...

লেখকঃ পঙ্কজ প্ৰতিম বৰদলৈ সম্পূৰ্ণ পঢ়ক →
গল্প ৩০ এপ্ৰিল, ২০২৪

শালকঠীয়া

মুনমী দত্ত হাজৰিকা সেই দুখন হাতেই মোক এই ঠাইলৈ আনিছিল যি দুখন হাতেৰে তেওঁ চন্দন কাঠৰ চিতাত সেই লাওখোলাটো তুলি দিছিল৷ মৰাণ বুঢ়াৰ কথা কৈছোঁ৷...

লেখকঃ মুনমী দত্ত হাজৰিকা সম্পূৰ্ণ পঢ়ক →
শিশুজগত ৩০ এপ্ৰিল, ২০২৪

শৰতৰ গান

ৰচনা পাঠক নীলিম আকাশে আজি শুকুলা মেঘেৰে সাজি গাই আছে শৰতৰ গান,ডাৱৰে ঢাকিছে বেলি লুকাভাকু খেলি খেলি &nbs...

লেখকঃ ৰচনা পাঠক সম্পূৰ্ণ পঢ়ক →
শিশুজগত ৩০ এপ্ৰিল, ২০২৪

ওমলা পদ্য

নিৰু দত্ত জিলমিল জোনাকত তিৰবিৰ তৰাই টিপটিপ চকুৰে মইনাক জোকায়। জিকিমিকি জোনাকী আন্ধাৰ ফালি ওলায়&...

লেখকঃ নিৰু দত্ত সম্পূৰ্ণ পঢ়ক →
শিশুজগত ৩০ এপ্ৰিল, ২০২৪

ওমলা-পদ্য

অৰুণ গগৈ আমৈৱে জাকৈ বায় ধৰে কাৱৈটিলা ততাতৈয়াকৈ তাৱৈ যায় পিন্ধি কপাহী চোলা ৷ বৰদেউতাই গাত লয় বগা কপাহী চেলেং চাইকেল চলাই যায় মধুপুৰ মেলেং ৷...

লেখকঃ অৰুণ গগৈ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ এপ্ৰিল, ২০২৪

কৰ্জা আখ্যান

অমৃত গোস্বামী কথাটো বিশেষ একো নহয়, একেবাৰে সাধাৰণ, ঘৰুৱা ধৰণৰ কথা এটাহে৷ কিন্তু চাবলৈ গ’লে একোৱেই নোহোৱা, একেবাৰে সাধাৰণ, ঘৰুৱা ধৰণৰ এই...

লেখকঃ অমৃত গোস্বামী সম্পূৰ্ণ পঢ়ক →
কবিতা ২৯ এপ্ৰিল, ২০২৪

তেণ্ডুলকাৰৰ কন্যাদান আৰু শগুনবোৰ

নিজৰা ৰাজকুমাৰী মাধুৰ্য্য গোস্বামী নাটক আমি কিয় চাওঁ? নাটকত আমি কি চাওঁ? এই পৃথিৱীৰেই, আমাৰ জীৱনৰেই কোনো এক অংশক মঞ্চত অধিক উজ্জ্বলকৈ দাঙি...

লেখকঃ নিজৰা ৰাজকুমাৰী,মাধুৰ্য্য গোস্বামী সম্পূৰ্ণ পঢ়ক →
ইতিহাস এষণা ২৯ এপ্ৰিল, ২০২৪

মধ্যযুগৰ সমুদ্ৰ বিজয়ী ভাৰতীয়

ড০ ৰক্তিম ৰঞ্জন শইকীয়া যোৱা ৫০০০ বছৰ ধৰি ভাৰতবৰ্ষ হৈ আহিছে মানৱ প্ৰব্ৰজনৰ থলী। এই প্ৰব্ৰজনকাৰীসকলে ভাৰতবৰ্ষকে নিজৰ ঘৰ বুলি লৈ মিলি গৈছিল...

লেখকঃ ড° ৰক্তিম ৰঞ্জন শইকীয়া সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৮ এপ্ৰিল, ২০২৪

মৃত্যুৰ পথেৰে

মূল : পাবলো নেৰুডাঅনুবাদ : মৃদুল শৰ্ম্মা তুমি লাহে লাহে মৰিবলৈ আৰম্ভ কৰিবা ; যদি তুমি ভ্ৰমণ নকৰাঁ, যদি তুমি পঢ়া-শুনা নকৰাঁ, যদি তুমি জীৱনৰ...

লেখকঃ মূল : পাবলো নেৰুডা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ এপ্ৰিল, ২০২৪

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা(১৯) পুৱাই চিঞৰ-বাখৰ লাগিল। ষ্টেপানে তেতিয়াও শোৱাপাটী এৰাই নাই। ঘৰৰ মূধচত মলেঁয়াই চিঞৰ-বাখৰ কৰাত ততাতৈয়াকৈ বিছনাৰ...

লেখকঃ দাদুল দেৱকৃষ্ণ বৰুৱা সম্পূৰ্ণ পঢ়ক →