ৰ'দে বৰষুণে ইমান যে গান -১৪
লোকনাথ গোস্বামী (১) গাঁৱৰ কথা কৈ অন্ত কৰিব নোৱাৰি ৷ গাঁৱৰ প্ৰসংগ ওলালে আৰু এজন বিশেষ ব্যক্তিৰ নাম উল্লেখ কৰিব লাগিব, তেখেত হ’ল বদন চন্দ্ৰ...
অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।
লোকনাথ গোস্বামী (১) গাঁৱৰ কথা কৈ অন্ত কৰিব নোৱাৰি ৷ গাঁৱৰ প্ৰসংগ ওলালে আৰু এজন বিশেষ ব্যক্তিৰ নাম উল্লেখ কৰিব লাগিব, তেখেত হ’ল বদন চন্দ্ৰ...
অনুবাদ : অনুভৱ তুলসীনেচেল কৃষ্টিমূল : মিলদ্ৰেড অকʼচ্চ (নাইৰʼবি, কিনিয়া)সিহঁতে মন গʼলেই তোমাৰ বেৰত আঁকেগদ্যময়, সঙ্গতিহীন গ্ৰাফিটি, যাৰ...
অঁ, সময়তনিতুপৰ্ণ ৰাজবংশী...
দাদুল দেৱকৃষ্ণ বৰুৱা(২৬) : দিনবোৰ ইমান খৰকৈ পাৰ হৈ যাব বুলি ভবা নাছিলোঁ।— ষ্টেপানে ক'লে। : সময়হে। সময় যাবই আৰু তোমাৰ-মোৰ জীৱনৰ পৰা সৰকি।—...
মানসী গোস্বামী অ’ ৰুণ, অ ৰুণ মৌমাখিৰ গুণগুণ, নূপুৰৰ ৰুণজুন শুনি ভাল লাগে চোন। কুলিয়ে কৰে কুউ কুউ গছৰ ডালত বহি, বিহু বুলি দূৰণিত সেইটো মই...
ফেব্ৰুৱাৰি (২০২৫) মাহৰ শেষৰ সপ্তাহত অসমৰ চৰকাৰে দেশ-বিদেশৰ অনেক বিনিয়োগকাৰীক দুদিনৰ বাবে অসমলৈ মাতি আনি অসমত বিনিয়োগ কৰিবলৈ তেওঁলোকৰপৰা...
মূল : বীৰেন্দ্ৰ চট্টোপাধ্যায় (বাংলা) অনুবাদ : ৰুদ্ৰ সিংহ মটক এবাৰ মাটিৰ ফালে চোৱাঁ এবাৰ মানুহৰ ফালে। এতিয়াও ৰাতি হোৱা নাই অন্ধকাৰ এতিয়াও...
নিংকু নিশা নেওগ য’ত কাহিনী এটাৰ জন্ম হ’ব নালাগিছিল : আৰু এনেকৈয়ে এদিন কেতিয়াও নঘটিব বুলি ভবা ঘটনাবোৰেই ঘটিছিল৷ কাহিনীকাৰলৈ কাহিনী এটাই কোলা...
স্মৃতিৰেখা দেৱী আজি মহাৰাজ কেশৰীকে ধৰি সকলো প্ৰাণীৰে অতিকে মৰমৰ সেউজপুৰখন চালে চকুৰোৱাকৈ সজাই-পৰাই তোলা হৈছে৷ যিফালেই চকু যায় সেইফালেই কেৱল...
অৰুণ গগৈ ফাগুন আহিল পলাশ ফুলিল উৰিল বাটৰ ধূলি গছৰ ডালত শালিকী চৰায়ে মাৰিছে কিৰিলি। পছোৱা বলিল পাতো সৰিল গছবোৰ লঠঙা হ’ল নীলা আকাশৰ ক’লীয়া...
ঘাঁহফুলৰ মাজেদি এই সময়ৰ এক শক্তিশালী কবিকণ্ঠ কিশোৰ মনজিৎ বৰাৰ পঞ্চম কাব্যগ্ৰন্থ ‘ঘাঁহফুলৰ মাজেদি’ অলপতে প্ৰকাশ পাইছে৷ কবিগৰাকীৰ কাব্য...
ড° বুলজিৎ বুঢ়াগোহাঁই বাণিজ্য (Commerce) শাখাত স্নাতক ডিগ্ৰীধাৰী হ’লে উচ্চ শিক্ষা আৰু কেৰিয়াৰ সুযোগ লাভৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। স্নাতক...
(পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী জ’নছ মহলীয়াৰ ‘দূৰণিৰ ৰঙ’ৰ নিৰ্মাণ বিষয়ক কিছু কথা জানিবলৈ আজিৰ পৰা দুবছৰমান...
পঙ্কজ প্ৰতিম বৰদলৈ প্ৰকৃতিৰ বিস্ময় আৰু মানৱৰ সেই প্ৰকৃতিৰ লগত সংঘাত আৰু সহযোগৰ কাহিনীয়েই হৈছে সভ্যতাৰো কাহিনী৷ বিশ্ববন্দিত লেখক গেব্ৰিয়েল...
অৰ্চনা পূজাৰী বিধাতা বোলাজন কোন কপালত কি লিখে তেওঁ নানা মুনিৰ নানা মত পতিয়ন যায় কিদৰে কপাল চপৰিওৱাজনক দেখি এবাৰ ভাবোঁ কপালখনকে খান্দি চাওঁ...
ধ্ৰুৱকুমাৰ তালুকদাৰ কোনোবাই কৈছিল- সঠিক সময়ত বৰষুণ নহ’ল সেইবাবেই অসময়তে ধানবোৰ পকিল পতান ওলাল... আমি সদায় সঠিক সময়ৰ অপেক্ষাত থাকোঁ লগ্ন চাই...
জয়ন্ত মাধৱ বৰা ৷৷ তিনি ৷৷ অলপ দিনৰ পিছতে সিহঁতে অভাৱ কি বুজি পোৱা হ’ল৷ ভোক কি বুজি পোৱা হ’ল৷ উপাই নাপাই সি স্কুল এৰি মণিৰ দোকানত লগুৱা...
মৃদুল শৰ্মামোক চাৰিওফালৰপৰা ঘেৰি ধৰিঘৃণাৰে চাই থাকাঁযাতে মই মূৰ তুলি চাব নোৱাৰোঁকোনো ফালেপশুৰ সৈতে মোৰ তুলনাৰেপশুক অপমান নকৰিবামানুহ মই...
মূল : মেৰি অলিভাৰ (আমেৰিকা, ১০ ছেপ্টেম্বৰ, ১৯৩৯- ১৭ জানুৱাৰি, ২০১৯) অনুবাদ : অলকা মহন্ত কেতিয়াবা মই সময়ৰ অনিয়মীয়া দুৰ্বাৰ গতিত ভাগৰি...
কাব্যশ্ৰী মহন্ত আহাঁচোন কান্ধ সলাই লওঁ দুখৰ মোনাবোৰ এজনৰ সেমেকা কলিজাটো আনজনে চুই চাওঁ বুকুৰ ভিতৰলৈকে টানি লওঁ শুকাই যোৱা চকুপানীৰ গোন্ধ...
অৰ্চনা ঠাকুৰীয়া প্ৰলাপ কিয় বকিছা... তুমিতো জানাই যিখন নদীয়ে বোৱাই আনে গলিত মৰাশ সেই একেখন নদীয়েই আনিব পাৰে স্ফটিক পানীৰ জীৱন-যমুনা মন...
হিল্লোলজ্যোতি সিংহ কথা আছিল দুয়ো একেলগে যোৱাৰ খৰ খোজেৰে মোতকৈ আগবাঢ়ি গ’লাগৈ তুমি তুমি যোৱা বাটেৰে তোমাৰ পিছে পিছে তোমাক অনুসৰণ নকৰোঁ মই...
স্বপ্না দত্ত ভৰালী নতুন ঘৰখনত ভৰি দিয়াৰ পাছত, এদিন নন্দেক আৰু শাহুৱেকৰ লগত আবেলিৰ ৰ'দকণৰ আমেজ লৈ থাকিয়েই তাই সুধিছিল- “কি নো এইজোপা?” দেখা�...
জিতু কুমাৰ লেখাৰু বিহু মূলতঃ কৃষি উৎসৱ৷ বিহুত অসমৰ কৃষিজীৱী গ্ৰাম্য লোক জীৱনৰ বিভিন্ন দিশ প্ৰতিফলিত হোৱাৰ পৰা বুজিব পাৰি যে বিহু ঘাইকৈ কৃষি...