৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অন্যযুগ সাহিত্য সংগ্ৰহালয় (Literary Archive)

অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।

ৰিছেট
মুঠ ৪৩২ টা প্ৰকাশিত লেখা পোৱা গৈছে (পৃষ্ঠা ৪ / ১৮)
ফিল্টাৰ পৰিষ্কাৰ কৰক
উপন্যাস ৩০ অক্টোবৰ, ২০২৫

পানী হিলৈ

গোৱিন কুমাৰ খাউণ্ড জৰিগুৰিৰ মানুহৰ বাবে আপদ হৈ পৰা সৰগী এতিয়া নৰকত পৰিণত হৈছে শৰৎ শৰ্মাৰ বাবে। অসুস্থ নীলৰ পুতেক মৃগাংকক আছুৰ পৰা বহিষ্কাৰ...

লেখকঃ গোৱিন কুমাৰ খাউণ্ড সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৯ অক্টোবৰ, ২০২৫

যোৰহাট চহৰৰ সংগীত সাধনাৰ এটি অৱলোকন

পৰমানন্দ মহন্ত ‘অভিযাত্ৰী তুমি অমৃত সন্ধানী’ – নামটোতেই কিবা কালিকা থকা যেন লাগে; ভিতৰৰ পৃষ্ঠাত দেখিলোঁ ‘অভিযাত্ৰী তুমি অমৃত সন্ধানী (প্ৰথম...

লেখকঃ পৰমানন্দ মহন্ত সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৯ অক্টোবৰ, ২০২৫

জীৱন যাপন

মূলঃ হুমায়ূন আহমেদ অনুবাদঃ ড° জোনালী পাটোৱাৰী বৰা মোৰ ভিনিহিজন কিবা “খবিশ” ধৰণৰ মানুহ। “খবিশ” শব্দটোৰ অৰ্থ মই সঠিককৈ নাজানো।নিশ্চয় কিবা...

লেখকঃ ড°জোনালী পাটোৱাৰী বৰা সম্পূৰ্ণ পঢ়ক →
সম্পাদকীয় ২৮ অক্টোবৰ, ২০২৫

মগজুৰ অপতৃণ

নাতিশীতোষ্ণ জলবায়ুৰ ঠাই হিচাপে অসমৰ সৰ্বত্ৰ সকলো সময়তে অনেক গছ-বন গজে৷ এনে গছ-বনবোৰৰ বহুত সুকাঠী বা ফলৱতী আৰু আন কিছুমান আওকাঠী তথা অপতৃণ৷...

লেখকঃ অন্যযুগ সাহিত্য পৰিষদ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ অক্টোবৰ, ২০২৫

জুবিন

যশোৱন্ত নিপুণ ইমান যে দি গ’লা ইমান যে শূন্য হ’লা তুমি কি পালা, দুহাতত মাথোঁ বেথা খালি জেপ তোমাৰ আৰু এটা ফটা চোলা। ইমান পাতল হ’লা চিলা হৈ...

লেখকঃ যশোৱন্ত নিপুণ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৮ অক্টোবৰ, ২০২৫

ড০ ভূপেন হাজৰিকাৰ গীতত প্ৰেম আৰু প্ৰকৃতি : এটি অৱলোকন

কংকণ বৰা “সংগীত ফল্গুৰ দৰে, জ্যোতিৰ লহৰ, শব্দ-যন্ত্ৰ ইত্যাদি৷” এটা সময়ত ৰাধিকাৰাম ঢেকীয়াল ফুকনে ‘ঔপপত্তিক আৰু ক্ৰিয়াসিদ্ধ তৌযত্ৰিক’ সংগী�...

লেখকঃ কংকণ বৰা সম্পূৰ্ণ পঢ়ক →
প্ৰবন্ধ ২৭ অক্টোবৰ, ২০২৫

শিল্পকলা : ব্যৱহাৰিক দিশ আৰু ৰুচিবোধৰ বিৱৰ্তন

দেৱকৃষ্ণ বৰুৱা হাজাৰ হাজাৰ বছৰ ধৰি শিল্পকলাই মানুহক মুগ্ধ কৰি অহাৰ লগতে মানুহক সৌন্দৰ্যপ্ৰিয় প্ৰাণী হিচাপে, চিন্তাশীল, আৱেগ-অনুভূতিশীল...

লেখকঃ দেৱকৃষ্ণ বৰুৱা সম্পূৰ্ণ পঢ়ক →
কবিতা ২৭ অক্টোবৰ, ২০২৫

ন্যায়!

ৰৌচন আলিহঠাৎ আদালতৰ কাঠগড়াত 'আইন' আৰু 'ন্যায়'কহাজিৰ কৰোৱা হ'লসন্মুখত এদল মানুহৰ মাজত দুৰ্বাদল কাজিয়া এটি মৃতদেহক লৈ টনা-আঁজোৰাবিচাৰপতিয়ে...

লেখকঃ ৰৌচন আলি সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ অক্টোবৰ, ২০২৫

আমি গডোলৈ ৰৈ নাছিলোঁ

ধীমান বৰ্মন (কবি-ভাতৃ “প্ৰাঞ্জল তালুকদাৰৰ” হাতত) ধেমালিতে আন এগৰাকী মাতৃৰ ভাইটোৱে ক’লে আপোনাৰ কাষেৰেই পাৰ হৈ গ’ল স্বগৌৰৱে উজলি উঠা ভাষণ-বীৰ...

লেখকঃ ধীমান বৰ্মন সম্পূৰ্ণ পঢ়ক →
কবিতা ২৫ অক্টোবৰ, ২০২৫

কিম্বদন্তি শিল্পী, তুমি সংগীতৰ পৃথিৱীৰ প্ৰথমজন ঈশ্বৰ

ৰুদ্ৰ সিংহ মটক বুকুৰ ভিতৰত ঘননীলা শোকৰ বৃহৎ কলচী এটা বৈ ফুৰা লাখ লাখ মানুহৰ শেষ নোহোৱা উচুপনিবোৰত তোমাক আমি দেখা পালোঁ , দেখা পালে...

লেখকঃ ৰুদ্ৰ সিংহ মটক সম্পূৰ্ণ পঢ়ক →
কবিতা ২৪ অক্টোবৰ, ২০২৫

শিল্পী জুবিন গাৰ্গৰ জীৱন পৰিক্ৰমাৰ এক চমু আলোকপাত

ৱাহিদ আহমেদ জুবিন গাৰ্গ আছিল এজন প্ৰখ্যাত ভাৰতীয় সংগীতজ্ঞ, গায়ক, সুৰকাৰ, গীতিকাৰ, বাদ্যযন্ত্ৰবাদক, অভিনেতা, পৰিচালক, চলচ্চিত্ৰ নিৰ্মাতা...

লেখকঃ ৱাহিদ আহমেদ সম্পূৰ্ণ পঢ়ক →
কবিতা ২৪ অক্টোবৰ, ২০২৫

সূৰ্যকণ্ঠ জুবিন গাৰ্গ : ব্যক্তিত্ব, প্ৰতিভা আৰু অসমীয়া সমাজ জীৱনত তেওঁৰ প্ৰাসংগিকতা

উৎপল বৰকটকী জুবিন গাৰ্গ যোৱা শতিকাৰ শেষ দশক আৰু পৰৱৰ্তী অসমীয়া সমাজ জীৱনৰ এক এৰাব নোৱৰা নাম৷ ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ হোৱা অসম আন্দোলনৰ...

লেখকঃ উৎপল বৰকটকী সম্পূৰ্ণ পঢ়ক →
শিশুজগত ২৪ অক্টোবৰ, ২০২৫

অজগৰ আৰু যুধিষ্ঠিৰ

নৱনীতা ভট্টাচাৰ্য্য(৬) সেইদিনাখনো বনীয়ে আহি ভীমৰ সাধু শুনিবলৈ মাকৰ ওচৰলৈ আহিল৷ মাকেও প্ৰতিশ্ৰুতি অনুসৰি ভীমৰ আন এটা সাধু ক’বলৈ আৰম্ভ...

লেখকঃ নৱনীতা ভট্টাচাৰ্য্য সম্পূৰ্ণ পঢ়ক →
কবিতা ২৪ অক্টোবৰ, ২০২৫

“কম্পন কাতৰ” মায়াৰ আকাশ

(জুবিন গাৰ্গক সুঁৱৰি) উদয় কুমাৰ বৰুৱা চৰ্চিত কোনো নেৰেটিভে সামৰিব পৰা নাছিল সাগৰৰ দৰে বিশাল সেই প্ৰতিভাক দেখা-অদেখাতে সংবেদনৰ তীব্ৰতাই...

লেখকঃ উদয় কুমাৰ বৰুৱা সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২৪ অক্টোবৰ, ২০২৫

চোৰ

মূল: ৰাস্কিন বণ্ড অনুবাদ: পংকজ কুমাৰ নেওগ ৰ’মিক প্ৰথমবাৰৰ বাবে লগ পাওঁতে মই এটা চোৰ আছিলোঁ। যদিও সেই সময়ত মই আছিলোঁ মাত্ৰ ১৫ বছৰীয়া...

লেখকঃ পংকজ কুমাৰ নেওগ সম্পূৰ্ণ পঢ়ক →
অনুবাদ ২২ অক্টোবৰ, ২০২৫

‘আটক চাউল’ৰ আঁত ধৰি :

অমৃত গোস্বামী মাহঁতৰ মুখত শুনা এটা অদ্ভুত নাম মোৰ আজিও মনত আছে— ‘আটক চাউল’৷ সেই চাউলবিধ হেনো বৰ মিহি আছিল, আৰু চাউলবিধৰ ভাতো হেনো বৰ ভাল...

লেখকঃ অমৃত গোস্বামী সম্পূৰ্ণ পঢ়ক →
কবিতা ২২ অক্টোবৰ, ২০২৫

জখলা

গুণ মৰাণ দেখি আছোঁ দেখি আছোঁ জখলা তুমি দয়ালু নিজৰ কান্ধ পাতি আনক তুলি আছা ওপৰলৈ নামাতোঁ নামাতোঁ সাক্ষী হৈ চাই আছোঁ নিলগত ৰৈ চুকতে খাই...

লেখকঃ গুণ মৰাণ সম্পূৰ্ণ পঢ়ক →
কবিতা ২২ অক্টোবৰ, ২০২৫

পানীৰ দৰে

(প্ৰিয় শিল্পী জুবিন দা-লৈ ) নয়ন মণি মিশ্ৰ “𝘽𝙚 𝙡𝙞𝙠𝙚 𝙒𝙖𝙩𝙚𝙧......” পানীৰ দৰে হোৱা যাৰ কোনো দম্ভ নাই, যাৰ কোনো বিভেদ নাই আছে মাথোঁ সমন্বয়...

লেখকঃ নয়ন মণি মিশ্ৰ সম্পূৰ্ণ পঢ়ক →
কবিতা ২২ অক্টোবৰ, ২০২৫

সাপৰ ছাল

কেশৱ চাও ধুন্দুলি ফেঁটীৰ ছালডোখৰো যে লাগতিয়াল দেউতাই ভালকৈয়ে জানে সেয়ে বাৰীৰ চুকে-কোণে পৰি থকা দেখিলে তুলি আনি গোহালিৰ খুঁটাটোত ওলমাই...

লেখকঃ কেশৱ চাও সম্পূৰ্ণ পঢ়ক →
কবিতা ২২ অক্টোবৰ, ২০২৫

দেশ, মাটিৰ সীমা চেৰাই

অৰুণ গগৈ মাটিৰ মাতত সুৰ এটা বাজি থাকে কাণত আইৰ আঁচলত বান্ধি থোৱা বেলিৰ সাধু এটা খহি পৰে ৰাতিৰ নিজানত সহজ কথাবোৰ এত...

লেখকঃ অৰুণ গগৈ সম্পূৰ্ণ পঢ়ক →
কবিতা ২২ অক্টোবৰ, ২০২৫

নীলিম কুমাৰৰ কবিতাৰ পৰা গজি উঠা কবিতা

বেদান্ত নাথ আ‌ঙ্গিক আৰু বিষয়-বস্তুৰ নতুনত্বৰে কবি উৰ্মি জুলী শইকীয়াই অসমীয়া কবিতাত নিজৰ এক পৰিচয়‌ গঢ়ি তোলা আমি দেখিবলৈ পাইছোঁ। উৰ্মি...

লেখকঃ বেদান্ত নাথ সম্পূৰ্ণ পঢ়ক →
কবিতা ২০ অক্টোবৰ, ২০২৫

ডুখৰীয়া

নিকু দুৱৰা মই অকলে কোঠাটোত বহি আছিলোঁ মোৰ চাৰিওফালে ওপঙি আছিল কেৱল নিৰৱতাৰে ভৰি থকা কিছুমান ডোখৰাডোখৰ সময়। সময়বোৰক ভাগ কৰা হৈছে সৰু সৰু...

লেখকঃ নিকু দুৱৰা সম্পূৰ্ণ পঢ়ক →
কবিতা ২০ অক্টোবৰ, ২০২৫

ৰবীন্দ্ৰ আহিছিল

বিশ্বজিৎ শইকীয়া জ্বলি থকা হাতচাকিটো ফুৱাই নুমুৱাই দিছোঁ শলিতাডাল টুকি টুকি টপালি খাইছোঁ কেৰাচিন গাৰ কামিজটো খুলি বান্ধি লৈছোঁ কঁকালত আৰু...

লেখকঃ বিশ্বজিৎ শইকীয়া সম্পূৰ্ণ পঢ়ক →