বিশ্ব সাহিত্যত নিৰ্বাসন দণ্ড আৰু নিৰ্বাসিত সাহিত্যিক প্ৰসঙ্গ
ড° অখিল কুমাৰ গগৈ উনবিংশ শতিকাৰ প্ৰসিদ্ধ ৰাজনীতি বিশাৰদ, লেখক, দুটাকৈ শাসনকাল চলোৱা য়ুনাইটেড কিংডম (United Kingdom) ৰ প্ৰধানমন্ত্ৰী...
অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।
ড° অখিল কুমাৰ গগৈ উনবিংশ শতিকাৰ প্ৰসিদ্ধ ৰাজনীতি বিশাৰদ, লেখক, দুটাকৈ শাসনকাল চলোৱা য়ুনাইটেড কিংডম (United Kingdom) ৰ প্ৰধানমন্ত্ৰী...
গোৱিন কুমাৰ খাউণ্ড (যোৱা সংখ্যাৰ পৰা) মৃগাংকৰ মুখৰ পৰা ভেলেককৈ মদৰ গোন্ধটো গৈ মিলিটেৰীৰ নাকত লাগিল। মিলিটেৰীয়ে মুখখন বিকটাই দিলে...
জয়ন্ত মাধৱ বৰা৷৷ দহ৷৷ ছোৱালীবোৰক চাকৰি দিম বুলি দালাল কিছুমানে ফুচুলাই নি বেলেগ ৰাজ্যত বিক্ৰী কৰি দিয়াক লৈযে ধুপধৰাত কেইদিনমান হুলস্থূল হৈ...
ড° বুলজিৎ বুঢ়াগোহাঁই মানুহৰ জীৱনত কেৰিয়াৰ এক গুৰুত্বপূৰ্ণ অধ্যায়৷ কেৰিয়াৰ মানে কেৱল এখন চাকৰিৰ সীমাত সীমাৱদ্ধ নহয়; ই মানৱ জীৱনৰ লক্ষ্য...
বিনিময় দাস তুমি যিমানেই থাকাঁ নিঃশ্চুপ, একো কথাকে নোকোৱাঁ, মই জানো, তুমি মোক ভাল পোৱাঁ৷ যদিও প্ৰত্যাশা তোমাৰ অপ্ৰকাশিত, মই অনুভৱ কৰিছো...
(‘গুৰিয়াল’ আৰু ‘কুৰকেপন’ৰ বিশেষ উল্লিখনেৰে)বিশ্বজিৎ শইকীয়া অসমীয়া সমাজ জীৱনত ইতিহাসে ঢুকি নোপোৱা কালৰ পৰাই জনজাতীয় উপাদানৰ উপস্থিতিৰ...
বন্দনা কৌশিক বৰদলৈ ইমানবোৰ কথাৰে মুখৰিত পৃথিৱী! অথচ আপুনি কাহানিও কোনো নোযোৱা বাট এটাৰ নিচিনা ... এদিন আপোনাক সুধিব বিচাৰিছিলোঁ কি বিচাৰি...
মানুহ আৰু অমানুহ অৰ্থাৎ পশু-পক্ষীৰ মাজত কোনো প্ৰভেদ নাই, এইষাৰ কথা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে কোন কাহানিবাতে কৈ গৈছে৷ মানুহৰ সমাজত ঘাইকৈ...
ভাস্কৰ জ্যোতি নাথ(দ্বিতীয় খণ্ড) ১৮২৪-অৰ ৰেংগুনত ব্ৰিটিছ সেনা বাহিনী “Until the lions have their own historians, the history of the hunt...
ডঃ প্ৰিয় দেৱ গোস্বামী মানুহৰ মগজুৰ বিকাশ হৈ সমাজ পাতি থাকিবলৈ লোৱাৰ পৰাই জ্ঞান আহৰণ প্ৰক্ৰিয়াৰ আৰম্ভ হ'ল। ই আছিল সভ্যতাৰ দিশত মানুহৰ...
ৰৌচন আলি চানাৱালাৰ চানা বন্ধা কাগজএটুকুৰাৰ মাজত নিদ্ৰাহীন চকু দুটা লৈশুই আছিল এটা কবিতাচানাৱালাৰ ওচৰলৈ ক্লান্ত-শ্ৰান্ত হৈ গ্ৰাহক এজন...
দিগন্ত শইকীয়ামৃত্যুৰ এছটা অচল ডাৱৰে সাঁফৰ মাৰি ধৰিছেভোক-ভাগৰুৱা মানুহবোৰে ভুনভুনাইছে গুণগুণাইছে মৃত্যুকথা মৃত্যুগান হতাশাত মৃত্যু...
পঙ্কজ প্ৰতিম বৰদলৈ শিক্ষাত কম্পিউটাৰ প্ৰযুক্তি আৰু ইণ্টাৰনেটৰ ব্যৱহাৰৰ বাবে ভাৰতে যি সুদূৰপ্ৰসাৰী আঁচনি হাতত ল’লে, সেই প্ৰচেষ্টাই যে...
নিতুপৰ্ণ ৰাজবংশী...
লোকনাথ গোস্বামী(১৯)মন দাপোণত-১১(১) ভাড়া ঘৰ এটা সময়ত এৰিব লগা হ’ল ভাড়া ঘৰত থাকোতে এটা ঘটনা ঘটিছিল৷ ঘটনাটো মই এতিয়াও পাহৰিব পৰা নাই৷...
মূল : চিলভিয়া প্লাথ (ইং. Mad Girl's Love Song, Sylvia Plath)অনুবাদ : ড° ৰঞ্জিত দত্তচকুদুটি মুদি দিলোঁমৃত হৈ পৰিলপৃথিৱীৰ সকলো,মেলি দিলোঁ...
বেদান্ত নাথ ১ কবি দেশদ্ৰোহী! আগতে কবি তেনে নাছিল৷ আগতে কবিয়ে প্ৰতীক-চিত্ৰকল্পৰে দেশৰ মানচিত্ৰ আঁকিছিল৷ দীঘল ইতিহাসৰ উঠা-নমাৰ মাজেদি কবিৰ...
হিল্লোলজ্যোতি সিংহ মোক জ্বলোৱাৰ পাছত মোৰ ছাইখিনি নৈত উটুৱাই নিদিবা শেষ ৰাতিলৈ কমাটোৰ দৰে তাত শুই থাকক কুকুৰ এটা অন্ততঃ মোৰ উমক অৱজ্ঞা নকৰিব...
মূল (বাংলা) : বনফুল ভাবানুবাদ : পূৰৱী তালুকদাৰ বাঘৰ বৰ উপদ্ৰৱ৷ মানুহবোৰ অস্থিৰ হৈ পৰিল৷ গৰু, পোৱালি, শেষ পৰ্যন্ত মানুহো বাঘৰ কবলত পৰি...
গায়ত্ৰী দেৱী বৰঠাকুৰ (এক চুটকী সিন্দূৰ কী কীমত তুম ক্যা জানো ৰমেশ বাবু...) মোৰ হাতত এখন আতচী কাঁচ ভৰ দুপৰীয়াৰ ৰ’দত বহি ক’তবাৰ শুকুৱাইছোঁ...
নিৰু দত্ত পালেহি আহিনমাহ অময়া শৰতকালষষ্ঠীত দিওঁ বেদীত স্থান,অচলা ভক্তিৰে পূজি সপ্তমী অষ্টমী তিথিদশমীত কৰোঁ বিসৰ্জন।যুগে যুগে ধৰণীতে&nb...
অমৃত গোস্বামী মধ্য অসমৰ মানুহে পিকনিক বা বনভোজ খোৱা ঠাই– ‘আকাশী গংগা।’ এইটো মোৰ আগৰেপৰা জনা কথা। আকৌ, কেই বছৰমানৰ আগতে বৰদোৱা বা বটদ্ৰৱা...
জয়ন্ত মাধৱ বৰা ৷ ৷ ন ৷ ৷ চন্দ্ৰৰ শটো আনিবলৈ অৱশেষত গণেশ আকৌ ৰংজুলিলৈ যাব লগা হ’ল৷ গাঁওবুঢ়াই তাক কথাটো জনালেহি–‘থানাৰ পাৰা ফোন কুৰছে৷ চন্দ্ৰ...
শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ বাৰ্ষিক পূজা সমাগত৷ এই পূজাত আমাৰ দেশৰ প্ৰায়বোৰ অঞ্চলতে মানুহ আনন্দত আত্মহাৰা হয়৷ বিশাল বজাৰ এখনে সাধাৰণ...