জোন পুৰাণ
উদয় বৰুৱা বিদীৰ্ণ আশাত বন্দী হৈ তুমি আকাশলে’ চালা আৰু আকাশখন উজলি উঠিল পোহৰত সেইদিনা ঘৰত বিজুলী নাছিল কিনো ঈশ্বৰৰ ইচ্ছা জোনটো নামি আহিছিল...
অন্যযুগৰ চলিত আৰু পূৰ্ববৰ্তী বৰ্ষসমূহৰ সমগ্ৰ প্ৰকাশিত লেখা বৰ্ষ আৰু শিতান অনুসৰি সজোৱা হৈছে।
উদয় বৰুৱা বিদীৰ্ণ আশাত বন্দী হৈ তুমি আকাশলে’ চালা আৰু আকাশখন উজলি উঠিল পোহৰত সেইদিনা ঘৰত বিজুলী নাছিল কিনো ঈশ্বৰৰ ইচ্ছা জোনটো নামি আহিছিল...
ৰৌচন আলি সভা এখন আছে দিশপুৰত! কা কা কৰি ৰমিলিয়াই থকা কাউৰীয়েম'ৰাৰ দৰে পেখম ধৰেদিশপুৰৰ সভাত...অৰণ্যৰ বুকু উদং কৰিনগৰীয়া হ'ল কাউৰীবোৰ তথাপি...
ড০ প্ৰাণজিৎ বৰা ৬ তিলতিল আৰু মিতিলক বুঢ়ীজনীয়ে কি কৰিলে বাৰু? বুঢ়ীজনী সঁচাকৈয়ে যাদুকৰ নে আন কিবা? মাটিত বৰশী বোৱা মানুহে কৰোঁ বুলিলে...
দাদুল দেৱকৃষ্ণ বৰুৱা (৩১) মলেঁয়াক আপেল গছজোপাৰ তলত শুৱাই দিয়াৰ পাছতো ষ্টেপান বহু সময় তাতেই বহি থাকিল। বহি থাকিল মাৰ্ক', ডেনিকা আৰু...
লোকনাথ গোস্বামীমন দাপোণত-২৩ নামৰূপ, কলকাতা আৰু হেমাঙ্গ বিশ্বাস : নামৰূপত চাকৰি কৰি থকাৰ সময়তে কেতবোৰ নতুন নতুন অভিজ্ঞতা আৰ্জন ক...
পুলিন কলিতা ঈশ্বৰ আৰু প্ৰযুক্তি — এই দুয়োটা মহাশক্তিক ভ্ৰুকুটি দেখুৱাই এই বিশ্বৰ সমস্ত ক্ৰিয়াশীলতাক স্তব্ধ কৰি আহিছিল এটি মহামাৰী৷ নাম—...
বেদান্ত নাথ তিনিআলিৰ দোকানত, আঁহতজোপাৰ তলত গুণগুণনি৷ পদূলিৰ মূৰে মূৰে দুই-চাৰিজনী মাইকীমানুহ বৰ গুৰুত্বসহকাৰে আলোচনাত ব্যস্ত৷ দোকানলৈ...
শান্তনু তামূলী সময়ৰ স’তে ধেমালি কৰোঁ... কেতিয়াবা সময়ক লৈ চাৰিআলিৰ অস্তিত্বহীন বিশাল বটগছজোপাত এৰি থৈ অহা হাঁহিৰ সৈতে ধেমালি কৰোঁ জুমটোৰ...
সিদ্ধাৰ্থ শংকৰ কলিতা নৈশব্দৰ উশাহ লৈছিল সাগৰখনে এখন নাৱৰ পৰা উটি আহিছিল বৈৰাগী বাউলৰ সুৰ তাই তলৰ পৰা চাইছিল দাও দাওকৈ জ্বলি থকা একুৰা জুই...
নৱ ৰাজন (প্ৰথম ভাগ) মই গৈ পোৱাৰ অলপ আগেয়ে মেজিকখনে ষ্টেণ্ডটো এৰিলে। এতিয়া শেষৰখন মেজিক ৰৈ আছে। ড্ৰাইভাৰৰ কাষৰ ছীটটোত মোৰ বেগটো থ’লোঁ...
স্পন্দন সমীৰ প্ৰথম অধ্যায় সাগৰিকাই কথাবোৰ তেনেকৈয়ে কয়। আগপিচ একো চিন্তা নকৰে। মুখত যি আহে এফালৰ পৰা বলকি যায়। অৱশ্যে কেতিয়াও কোনোদিন কিন্তু...
নিতুপৰ্ণ ৰাজবংশী...
শ্ৰী প্ৰাণজিৎ মহন্ত তুমি তোমাৰ নহয় কম ডাঙৰ কথা ফুলে নাজানে ফুল ফুলৰ নহয় তৰাই নাজানে তৰা তৰাৰ নহয় মেঘে নাজানে মেঘ মেঘৰ নহয় আমি গৈ আছোঁ...
ড° বুলজিৎ বুঢ়াগোহাঁই আজিৰ প্ৰতিযোগিতামূলক বিশ্বত কেৱল শৈক্ষিক উৎকৰ্ষই সফল কেৰিয়াৰৰ নিশ্চয়তা প্ৰদান নকৰে৷ বৰ্তমানৰ নিয়োগকৰ্তা, উচ্চ...
(পূৰ্ণাংগ নাটক) নাট্যকাৰ – ড০ জ্যোতি প্ৰসাদ শইকীয়া একাদশ দৃশ্য(মঞ্চ মুকলি হোৱাৰ লগে লগে দেৱীক দেখা পোৱা যাব৷ (Music) দেৱীয়ে মাক জয়াই পিন্ধা...
বন্দনা কৌশিক বৰদলৈ (১) কোনোবাই কোনোবাই কয়, স্মৃতিৰ প্ৰতিৰূপ নাথাকে কিজানি প্ৰেমৰো ময়ো মোক কওঁ, সেই কথা নাভাবোঁ নাভাবোঁকৈ থাকোঁতেই তেওঁ...
মলেন কুমাৰ গগৈলাওপানী ...
পঙ্কজ প্ৰতিম বৰদলৈ সংৰক্ষণ নীতিৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ এই বৈপ্লৱিক ক্ষণত ভাৰতীয় সমাজ, আইনী গাঁথনি আৰু ৰাজনীতি এক অভূতপূৰ্ব সংবেদনশীল...
গায়ত্ৰী দেৱী বৰঠাকুৰ বয়স নোহোৱাকৈ বুজন হৈ পৰা হামিদক আজি চিনাকি কৰি দিওঁ বুলি ভাবিছোঁ সময় আছে নে আপোনাৰ? আইতাকৰ বাবে লোহাৰ চেপেনা...
প্ৰিয়ানুজ কলিতা দুপৰীয়া চহৰৰ মাজমজিয়াত উপস্থিত হোৱা ৰঙীন ট্ৰাকখনে বজাৰৰ মানুহৰ অলপ কৌতুহল আদায় কৰাত সক্ষম হৈছিল, কিন্তু ঘোষকজনৰ বাদে...
(সাম্প্ৰতিক বানত মৃত্যুমুখত পৰা শিৱসাগৰ-চৰাইদেউ-যোৰহাট জিলাৰ চিনাক্ত হোৱা আৰু নোহোৱা তথা নিৰুদ্দিষ্ট হৈ থকা প্ৰতিজন লোকৰ নামত ‘অন্যযুগ’ৰ এই...
উৎপল বৰকটকী ৰাতিবোৰে তেওঁৰ ঠিকনা জানে৷ দিনৰ চহৰে তেওঁক চিনি নাপায়৷ মুখবোৰ প্ৰতিদিন সলনি হয়; কিন্তু চকুবোৰৰ পিয়াহ একে থাকে৷ তেওঁ নিজৰ নামটো...
জীৱন কিশোৰশতফুল থিয়েটাৰ (ৰীয়েলিটী এণ্ড বিয়ণ্ড : এ ছাৰ্চ)-ৰ বেনাৰত কৃত চলচিত্ৰগীতিৰ অৰিজিনেল ছাউণ্ড ট্ৰেকৰ নিৰ্মাণকাল ২০০৩ - ২০০৪ চন৷ ইউ...
মূল: ৰাস্কিন বণ্ডঅনুবাদ: পংকজ কুমাৰ নেওগ বাৰ বছৰীয়া ল’ৰা এটাৰ বাবে সেইবছৰৰ শীতকালটো আছিল অতি নিঃসঙ্গ। দু-বছৰৰ পূৰ্বে ঘটা দেউতাৰ অকালমৃত্যুৰ...