৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমী আই

লেখকঃ অৰুণ গগৈ • প্ৰকাশিতঃ ২৫ অক্টোবৰ, ২০২৪
২ মিনিট পঠন • ৪৩৪৮ বাৰ পঢ়া হৈছে

 অৰুণ গগৈ

               

অসমী আই মোৰ

          চিৰ সেউজীয়া

ইয়াতেই ডাঙৰ হৈ

         ৰচিছো সপোন সুৰীয়া ৷

 

ৰূপহী অসমী আই

            অতি মৰমৰ,

লভিলো ইয়াতেই

           প্ৰথম পোহৰ ৷

 

জিৰি-জিৰি জুৰিটি

                  ইমান ধুনীয়া,

অসমী আইৰ শোভা

              মন মুহি নিয়া ৷

 

সহজ, সৰল মন

           মৌ সনা মাত,

নাই ক’তো খতিয়ান

                চেনেহৰ হাট ৷

 

অসমী আইৰ হকে

              মই বান্ধি ল’লো মন,

মাতৃভূমিৰ সকলোটি

             মোৰ আপোনজন ৷

 

গাঁও: মৰিয়নী নগাঁও

ডাক : নাগাজাংকা

জিলা : যোৰহাট

 ডাক সূচাংক : ৭৮৫৬৩৪

 ফোন : ৯৭০৭৩৯০৫৪০

 

 

অ
লেখকৰ পৰিচয়

অৰুণ গগৈ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)