৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)
অ
অন্যযুগ লেখক উপনামঃ অৰুণ গগৈ

অৰুণ গগৈ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

মুঠ প্ৰকাশিত লেখাঃ ২৩ টা

অৰুণ গগৈৰ প্ৰকাশিত লেখাসমূহ

কবিতা ৩০ August, ২০২৬

গাঁওবোৰ বুকুত সাবটি নৈখন বৈ যায়

অৰুণ গগৈ পকনীয়াত পাক খাই পানীৰ ঢৌৱে ওৰে ৰাতি গাঁওবোৰ গিলি গ’ল পানীত তিতি তিতি সপোনবোৰ ভাহি গ’ল বুঢ়া হোৱা ...

কবিতা ২৯ June, ২০২৬

লতা এডাল হৈ এন্ধাৰত বগুৱা বাই

অৰুণ গগৈ নিয়ন লাইটৰ পোহৰত চকমকাই থকা চহৰখনে কোনেও নেদেখাকৈ কঢ়িয়াই ফুৰে বিষণ্ণতা বেলিয়ে বিদায় পৰত দি যোৱা...

কবিতা ১৯ May, ২০২৬

সৰল মানুহবোৰৰ মৃত্যু হৈছিল

অৰুণ গগৈ ৰ’দ বৰষুণ ভালপোৱা মানুহবোৰেউদং আকাশৰ তলতউশাহ ল’ব পৰাকৈ জন্ম দিছিল এখন সেউজ অৰণ্য হাড় ভঙা পৰিশ্ৰমৰ...

কবিতা ২২ February, ২০২৬

নেমু ফুলৰ গোন্ধ

অৰুণ গগৈ পিতাইৰ পুৰণি পিৰালিত বহি থাকোঁতেনেমু ফুলৰ গোন্ধ এটা নাকলৈ উজাই আহিল সাউতকৈ পুৰণি পেৰা এটা মনৰ মাজ�...

কবিতা ২২ October, ২০২৫

দেশ, মাটিৰ সীমা চেৰাই

অৰুণ গগৈ মাটিৰ মাতত সুৰ এটা বাজি থাকে কাণত আইৰ আঁচলত বান্ধি থোৱা বেলিৰ সাধু এটা খহি পৰে ৰাতিৰ নিজানত সহজ...

শিশুজগত ৩০ September, ২০২৫

শাৰদী ৰাণী

অৰুণ গগৈ শৰত কালত সন্ধিয়া পৰত শেৱালিয়ে মাৰে হাঁহি, ফুলনি মাজত &n...

কবিতা ২৯ May, ২০২৫

কেতেকী

অৰুণ গগৈ জৰা হৈ জকমকায় লাউ হৈ লতা বগায় ফুল হৈ ইনাই বিনায় “হাতো নেমেলিবি ফুলো নিছিঙিবি” বিধাতাই বিধৱা কৰা...

কবিতা ২৯ April, ২০২৫

ভোকৰ সাধুকথা

অৰুণ গগৈ গাঁওখন আন্ধাৰে ঢাকি ধৰা পৰত জোনটোৱে কাকিনি তামোলৰ ফাঁকেৰে বকুল সৰা পদূলিটো পোহৰাইছিল গহীন হৈ পৰা...

শিশুজগত ২৭ February, ২০২৫

ফাগুন

অৰুণ গগৈ ফাগুন আহিল পলাশ ফুলিল উৰিল বাটৰ ধূলি গছৰ ডালত শালিকী চৰায়ে মাৰিছে কিৰিলি। পছোৱা বলিল পাতো সৰিল গছবোৰ...

কবিতা ২৮ January, ২০২৫

ৰাতি

অৰুণ গগৈ ৰাতিৰ নিজানত কাণ পাতি শুনো হাজাৰ বিজাৰ কেঁচু-কুমটিৰ নৈশ সংগীত মোৰ উৰুখা পঁজাৰ মজিয়াত জোনৰ লুকা-ভাকু...

শিশুজগত ৩০ November, ২০২৪

আঘোণ

অৰুণ গগৈ আঘোণ মাহত সোণালী সাজত পথাৰ উপচি পৰে চহাৰ প্ৰাণত সৰল মনত সুখৰ মুকুতা...

শিশুজগত ২৫ October, ২০২৪

অসমী আই

অৰুণ গগৈ অসমী আই মোৰ চিৰ সেউজীয়া ইয়াতেই ডাঙৰ হৈ ৰচিছো সপোন সুৰীয়া ৷ ৰূপহী অসমী আই অতি মৰমৰ, লভিলো ইয়...

শিশুজগত ২৩ September, ২০২৪

মইনাৰ পূজা

অৰুণ গগৈ নিয়ৰ সৰি সৰি তিতি আছে চোতালৰ দুবৰি বন, পূজা আহিল বুলি মইনাৰ উলাহে নধৰা মন ৷ বিবিধ বস্তুৰে উপচি পৰিছে...

কবিতা ৩১ August, ২০২৪

পানীৰ সাধু

অৰুণ গগৈ মেটেকা ভাহি যোৱা কথাবোৰ মেখেলাৰ পাতলিত মেৰিয়াই আয়ে কৈছিল পানীৰ সাধুকথা পানীকেঁচুৱাৰ কান্দোনত তল যোৱা...

শিশুজগত ৩০ April, ২০২৪

ওমলা-পদ্য

অৰুণ গগৈ আমৈৱে জাকৈ বায় ধৰে কাৱৈটিলা ততাতৈয়াকৈ তাৱৈ যায় পিন্ধি কপাহী চোলা ৷ বৰদেউতাই গাত লয় বগা কপাহী চেলেং...

শিশুজগত ২৮ March, ২০২৪

বহাগ

অৰুণ গগৈ চ’তৰ শেষত বহাগ মাহত ফুলিল ঢাপৰ নাহৰ, বিহুৱা ঢুলীয়া ৰঙতে বলিয়া মাৰিলে ...