৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ঘোঁৰা

লেখকঃ অলকা মহন্ত বৰুৱা • প্ৰকাশিতঃ ২৬ নৱেম্বৰ, ২০২০
১ মিনিট পঠন • ১৬০৭ বাৰ পঢ়া হৈছে
অলকা মহন্ত বৰুৱা 
 
পিঠিত ডাৱৰৰ বোজা লৈ 
ঘোঁৰাবোৰ আহে 
শ্বেতকায় সময়ক বান্ধি থৈ 
নাচে...
দুফালে গৰ্জনহীন কাগজৰ বাঘ
সুযোগসন্ধানী
 
কেতিয়াবা ঘোঁৰাও হয় হিংস্ৰ
বেলি নপৰা দিনবোৰ গৰকি 
গুচি‍ যায় কদমত
 
 ঘোঁৰা ডাৱৰে পোহ নামানে 
সময়ৰ পিঠিত উঠি 
শূন্যত আঁকি যায় জীৱন নক্সা
 
লেকাম টনা ঘোঁৰা জুৱাত হাৰে 
মামৰ লগা ঘোঁৰা জীৱনত জিকে 
 
আচল ঘোঁৰাক লেকাম নালাগে....
 
 
ঠিকনা: 
বামুণীমৈদান, গুৱাহাটী—২১
অ
লেখকৰ পৰিচয়

অলকা মহন্ত বৰুৱা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)