৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

শনিবাৰ

লেখকঃ উদয় কুমাৰ বৰুৱা • প্ৰকাশিতঃ ২৯ মে’, ২০২৫
১ মিনিট পঠন • ৪২৪২ বাৰ পঢ়া হৈছে

 উদয় কুমাৰ বৰুৱা

 

উচ্ছ্বল সময়েও নকয় সকলো কথা চিত্ৰকল্পৰ দৰে নিৰ্জন নৈসৰ্গিক বুলি

আচলতে দেওবাৰটোক অনন্য ৰূপত সজাই তুলিবলৈকে শনিবাৰৰ এই ব্যস্ততা

 

শনিবাৰে ঘৰমুৱা যাত্ৰীৰ  মুখবোৰ

অনামী এক কান্তিয়ে ঢৌৱাই যায়

(সেইদিনা চিটীবাছ, মেজিক আনকি নৈশ বাছবোৰো যেন ভাবালুতাত বুৰ যায়)

 

নষ্টালজিক সুৰ এটা বিয়পাই

সূচনা কৰে ৰূপকীয় যাত্ৰাৰ

 

লাহে লাহে শেষ হৈ আহে

সোণালী অপেক্ষাৰ সেই

ধু ধু বিস্তৃতি

 

আৰু মৌনতাই অৰ্গল খোলাৰ আগতেইে

দিঠকে আহি তাৰ দুৱাৰত খটখটায়

 

দেওবৰীয়া সাজযোৰ পিন্ধি সি

য’ত ৰ’য়গৈ সেয়াই হয়তো

হৃদয়ৰ পুৰণি ঠিকনা

 

 স্নেহ-গৰিমাৰে সিক্ত এষাৰি মাতৰ বিজুলী পোহৰত আকাশ এখন তিৰবিৰাই উঠে ‘মেঘ-মুক্ত পুলক’ৰ……

উ
লেখকৰ পৰিচয়

উদয় কুমাৰ বৰুৱা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)