— অন্যযুগ সম্পাদনা পৰিষদ —
উপদেষ্টা: ড° পোনা মহন্ত, ডা° ধ্ৰুৱজ্যোতি বৰা
সম্পাদক: মৃদুল শৰ্মা (অবৈতনিক)
কাৰ্যবাহী সম্পাদক: ৰঞ্জুমণি মহন্ত (অবৈতনিক)
কলা সম্পাদক: ড° সঞ্জীৱ বৰা
বিভাগীয় পৰামৰ্শদাতা: আকাশ দীপ্ত ঠাকুৰ, সিদ্ধাৰ্থ শংকৰ কলিতা
প্ৰকাশক: অচিন্ত্য কুমাৰ মহন্ত
প্ৰকাশন সহযোগী: দেৱজিৎ ভঁৰালী
প্ৰচ্ছদ: ড° সঞ্জীৱ বৰা | ৱেব্সজ্জা: দেৱভূষণ, কাকুল
সুহৃদয় পঢ়ুৱৈসমাজলৈ অন্যযুগৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু সেৱা জনালোঁ।
সূচীপত্ৰ
| কাৰ্টুন | |
|---|---|
| অঁ, সময়ত | নিতুপৰ্ণ ৰাজবংশী |
| মুক্ত বীক্ষণ | |
| ডিজিটেল শ্ৰমিক | পংকজ প্ৰতিম বৰদলৈ |
| শিশুজগত | |
| ভোমোৰা আৰু গুবৰুৱা | ক্ষিপ্ৰকল্পগগৈ |
| বৰষুণ | জ্যোতিশিখা দত্ত |
| বাহুবলী ভীম | নৱনীতা ভট্টাচাৰ্য্য |
| ক্লিনিকেল ৰিছাৰ্চ (Clinical Research) | ড° বুলজিৎ বুঢ়াগোহাঁই |
| গ্ৰন্থ আলোচনা | |
| দুখন অমূল্য গ্ৰন্থ | সম্পাদনা কক্ষ |
| কৌশিক নন্দন বৰুৱাৰ ‘নিৰিবিলি’ৰ কথাৰে - এক পঠন অভিজ্ঞতা | সুদৰ্শনা বৰদলৈ |
| প্ৰবন্ধ | |
| গণিত : সভ্যতাৰ চকৰি | ড°প্ৰিয়দেৱ গোস্বামী |
| কবিতা | |
| মলেঁয়া | দাদুল দেৱকৃষ্ণ বৰুৱা |
| কেতেকী | অৰুণ গগৈ |
| পৰাশ্ৰয়ী | প্ৰজ্ঞানজ্যোতি |
| ফ্লাছ | নীলাভ সৌৰভ |
| শনিবাৰ | উদয় কুমাৰ বৰুৱা |
| তুমি যেতিয়া বৃদ্ধা হ’বা | ৰঞ্জুমণি মহন্ত |
| স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-১১ | নিজৰা ৰাজকুমাৰী |
| নাও বাই বাইজেনটিয়ামলৈ | অনুভৱ তুলসী |
| অনসুয়া আৰু বিজয়া | অনুভৱ তুলসী |
| এটি মদ্যপান কৰা গীত | ড° ৰঞ্জিত দত্ত |
| দ্বিতীয় আগমনি | ড° ৰঞ্জিত দত্ত |
| প্ৰেমৰ যন্ত্ৰণা | ড° ৰঞ্জিত দত্ত |
| শীতল স্বৰ্গ | ড° ৰঞ্জিত দত্ত |
| প্ৰেম আৰু পক্ষী | ড° ৰঞ্জিত দত্ত |
| ডব্লিউ বি. য়েট্ছৰ কবিতা আৰু প্ৰতীক | ৰমানন্দন বৰা |
| স্বচক্ষে নিজ মৃত্যু দেখা এক আইৰিছ বৈমানিক | অনুভৱ তুলসী |
| য়েটছৰ সন্ধানত : য়েটছ আৰু আৰ্যাৱৰ্তীয় ঐতিহ্য | ভাস্কৰ জ্যোতি নাথ |
| ৰ’দে-বৰষুণে কিমান যে গান | লোকনাথ গোস্বামী |
| গল্প | |
| বাট | জিণ্টু দত্ত |
| নিবৃত্তি | বেদান্ত নাথ |
| ঐকিক | অংগনা ভট্টাচাৰ্য্য |
| সম্পাদকীয় | |
| কবি ডব্লিউ বি য়েটছ : ১৬০ বছৰীয়া জন্মদিৱসৰ উপলক্ষত | ড০ বিৰিঞ্চিকুমাৰ দাস |
| ৱিলিয়াম বাটলাৰ য়েটছ : শ্ৰদ্ধাঞ্জলি | অন্যযুগ সাহিত্য পৰিষদ |
| উপন্যাস | |
| বেংডোবাৰ ঘাট | জয়ন্ত মাধৱ বৰা |
| পানী হিলৈ | গোৱিন কুমাৰ খাউণ্ড |
| ইতিহাস এষণা | |
| অসমপ্ৰেমী এগৰাকী আমেৰিকান মহিলাৰ কথাৰে | ড০ ৰক্তিম ৰঞ্জন শইকীয়া |
অন্যযুগৰ লেখক-পঢ়ুৱৈসকললৈ বিশেষ নিৰ্দেশনাৱলী:
- অন্যযুগ এখন ডিজিটেল সাহিত্য আলোচনী, মাহৰ প্ৰথম তাৰিখে নিয়মিতভাৱে প্ৰকাশ পায়।
- লেখা প্ৰেৰণ কৰাৰ বাবে ইউনিক’ড ফন্টত টাইপ কৰি ৱেবছাইটৰ প’ৰ্টেল বা ই-মেইলযোগে প্ৰেৰণ কৰিব পাৰিব।
- মৌলিক আৰু পূৰ্বে অপ্ৰকাশিত লেখা প্ৰকাশৰ ক্ষেত্ৰত প্ৰাথমিকতা দিয়া হয়।
- শিশু-কিশোৰসকলৰ সৃষ্টিশীল প্ৰতিভা বিকাশৰ বাবে শিশুজগত শিতানত বিশেষ স্থান দিয়া হয়।
- অসমীয়া সাহিত্য-সংস্কৃতিৰ নিৰপেক্ষ আৰু মৰ্যাদাপূৰ্ণ চৰ্চাই অন্যযুগৰ মূল লক্ষ্য।