৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)
ৰ
অন্যযুগ লেখক

ৰমানন্দন বৰা

অন্যযুগ ডিজিটেল আলোচনীৰ বিশিষ্ট লেখক আৰু সাহিত্যিক।

মুঠ প্ৰকাশিত লেখাঃ ২৮ টা

ৰমানন্দন বৰাৰ প্ৰকাশিত লেখাসমূহ

উপন্যাস ২৯ July, ২০২২

বচা বকুল

ৰমানন্দন বৰাবাৰ নিজৰ সন্তানক নিজৰ ভেটিত জন্ম দিবলৈ পোৱাটো পৰম গৌৰৱৰ কথা৷ নিজৰ খোপনি ৰোৱা, পুৰুষৰ সন্মান ৰক্ষা...

উপন্যাস ১৯ June, ২০২২

বচা বকুল

ৰমানন্দন বৰাএঘাৰ পুৱাতে খবৰটো বকুল চাপৰিত ৰজন্‌জনাই গ’ল৷ বোপাৰাম বিষয়াৰ চোতালত মানুহে জুম বান্ধিলে৷ নিশাটো...

উপন্যাস ২৪ May, ২০২২

বচা বকুল

ৰমানন্দন বৰাদহ আস্‌.... এটা আৰ্তনাদ৷ বেণুৰ পিঠিত জোং লগা গধূৰ বস্তু এটাই প্ৰচণ্ড জোৰত ঢকা মাৰিলে৷ সি হামখুৰি...

উপন্যাস ২৩ March, ২০২২

বচা বকুল

ৰমানন্দন বৰান বকুল চাপৰিলে এক প্ৰকাৰ ভগনীয়া, পলৰীয়া হৈ আহি এই সৌভাগ্য হাতৰ মুঠিত পাব বুলি বেণুৱে সপোনতো ভবা...

উপন্যাস ২৩ February, ২০২২

বচা বকুল

ৰমানন্দন বৰা(যোৱা সংখ্যাৰ পিছৰ পৰা) (আঠ) ভোগদৈৰ ৰঙা পলসুৱা মাটিৰ পৰা গৈ বেণু-পাহিতাই ব্ৰহ্মপুত্ৰৰ বগা বালিয়া...

উপন্যাস ১৮ January, ২০২২

বচা বকুল

ৰমানন্দন বৰাসাত ন-খোৱা বছা গাঁৱৰ এটা ডাঙৰ উৎসৱ৷ বছৰটোৰ বাবে লখিমী কেইমুঠি ভঁৰালত সুমুৱাই ল’ব পৰাটো অলপ ডাঙৰ...

উপন্যাস ২৫ December, ২০২১

বচা বকুল

ৰমানন্দন বৰাছয় ইয়াৰ পিছৰ ঘটনাৰ গতি অতি দ্ৰুত৷ পদেপদে বিপদ, সংঘাতৰ আশংকা থকা৷ পিছে গাজনিহে হ’ল, বৰষুণ নহ’ল৷...

উপন্যাস ২৩ November, ২০২১

বচা বকুল

ৰমানন্দন বৰাপাঁচ ট্ৰেক্টৰ এখন খেতিৰ বাবে কিমান কামত অহা সেই কথা বছাগাঁৱৰ মানুহে নিজ চকুৰে দেখিলে৷ তিনিহাল...

উপন্যাস ২৩ October, ২০২১

বচা বকুল

ৰমানন্দন বৰা(যোৱা সংখ্যাৰ পাছৰ পৰা) চাৰি উৰুকা মানেই আনন্দ ভৰা ব্যস্ততাৰ দিন৷ আগন্তুক বিহুটো পিঠা-পনা...

উপন্যাস ২১ September, ২০২১

বছা বকুল

ৰমানন্দন বৰাতিনি বছা মোৰ নিজৰ গাঁও৷ ওপজা গাঁও৷ পলসুৱা মাটি বিচাৰি থাওকাল এদল মানুহে লুইতৰ দাঁতিৰ জাৰণি, হাবি...

উপন্যাস ২৮ August, ২০২১

বছা বকুল

ৰমানন্দন বৰা(যোৱা সংখ্যাৰ পিছৰপৰা)দুই ভাদমহীয়া তিথিকেইটা বছা গাঁৱৰ নামঘৰত বৰ ভাব-ভক্তিৰে পতা হয়৷ মহিলাসকলে...

উপন্যাস ২৯ July, ২০২১

বছা বকুল

ৰমানন্দন বৰা এক সোঁত নথকা ভোল পানীত পদুম ফুলে নে বোকাত ফুলে? বৰ্‌হমপুত্ৰত পদুম নাই৷ ভোগদৈত নাই৷ বৰ্‌হমপুত্ৰই...