গল্প (Short Stories)
নতুন আৰু প্ৰতিষ্ঠিত গল্পকাৰৰ মননশীল চুটিগল্প।
ৰূপেশ্বৰ বায়ন
জয়ন্ত দত্ত অক থুঃ! ৰূপেশ্বৰ বায়নে আজিও সপোনত ৰাকেশ দত্তক দেখিলে। সপোনতে আপোনা-আপুনি মুখৰ পৰা ছিটিকি পৰিল থু এথেপা। বাহি থুৰ অকটা গোন্ধ...
জাল কটা জুই
ডা০ নয়নজ্যোতি শৰ্মা অদৃশ্য মকৰাজালত গাঁথ খোৱা পাত এখিলাৰ দৰে হাছিনা নিৰ্ভাৰ হৈ ওপঙি আছে। অভ্যাসৰ চিনাকি পৃথিৱীখন ইতিমধ্যে ভস্মসাৰ হৈ...
স্বপ্নপালক
অংকিতা বৰুৱা টুনি লাইট আৰু বহুবৰ্ণী পাখি ওলমি থকা ঘূৰণীয়া আকৃতিৰ যতনটোক সি হাতেৰে ঘূৰাই পকাই বৰ মনোযোগেৰে পৰীক্ষা কৰিছে৷ ঘূৰণীয়া...
শ্মশানত গজি উঠা তপোবন
পৰিস্মিতা বৰদলৈ ‘মৃত সপোনবোৰৰ মৰিশালি এখন বুকুত কঢ়িয়ায়ো মানুহে জীয়া বাস্তৱ এটা সহি যাব পাৰে৷ দগ্ধ সপোনৰ ছাইবোৰেৰে অৱশিষ্ট জীৱনটোক মাজি...
এটা ভৰুণ দুপৰৰ ‘ৰাইটাৰ্লি’ কথকতা
ভাস্কৰ জ্যোতি নাথ কপৌৱে ৰুণ দিয়া এটা ভৰুণ দুপৰীয়া৷ ৰদে জলমল পৃথিৱী৷ গল্পটো লিখিবলৈ লৈ মোৰ হঠাতে ষ্টক হাউচেইনলৈ মনত পৰি গ’ল৷ কেনেকুৱা...
জাহ্নৱীৰ এটা গল্প
পুলিন কলিতা … আৰু তাৰ পাছত ভগীৰথ গৈ গৈ হিমগিৰি পৰ্বত পালেগৈ৷ হিমগিৰিৰ বুকু খান্দি কল্কলাই বৈ আছে জাহ্নৱী নৈ৷ জাহ্নৱী নৈৰ পাৰত, এটা...
হয়তোবা নৈশব্দ
অংগনা ভট্টাচাৰ্য্য নৈশব্দৰ সিপাৰেও আছে এখন পাহাৰ৷ সেই পাহাৰতেই মোৰ অনুভৱৰ ঘৰ৷ মোৰ কোমল কলিজাৰ অনিঃশেষ অনুভূতিয়ে সেই পাহাৰতেই আতোলতোলকৈ...
আঙুৰ ফুলিছে
মেঘনা চৌধুৰী দুৰাতি তাইৰ ভালকৈ টোপনি নাই৷ অতদিনে মানুহক ভালকৈ শুবলৈ দিয়া সকলো পৰামৰ্শ, বুজনি, দৰৱ, প্ৰেছক্ৰিপশ্যনবোৰে মিলি যেন তাইক...
কবিজনৰ নেপথ্যত
দিলীপ ফুকন কবিসকলে নিজৰ ৰুচি অনুসৰি যিকোনো বিষয়বস্তুক ভিত্তি কৰি কবিতা লিখে৷ যিটো বিষয়বস্তু বাছি লোৱা হয়, সেই বিষয়টোৰ ওপৰত প্ৰাথমিক...
হিন্দী গল্পত তৃতীয় লিংগৰ প্ৰসংগ
লক্ষ্যজিৎ হাজৰিকা বিভিন্ন সাহিত্যৰূপত তৃতীয় লিংগৰ প্ৰসংগই বিভিন্ন ধৰণেৰে স্থান লাভ কৰি আহিছে৷ আধুনিক সাহিত্যৰ এক বিশেষ ৰূপ চুটিগল্পও...
এঘণ্টাৰ গল্প
মূল : কেইট চ’পিন, The story of an hour অনুবাদ : নিংকু নিশা নেওগ মিচেছ মেলাৰ্ডে বহুদিন ধৰি হৃদযন্ত্ৰৰ অসুখত ভুগি থকাৰ কথা সকলোৱেই জানে...