স্বৰ বিভ্ৰান্তি
গীতিমণি গোস্বামী (বৰঠাকুৰ) মোবাইলৰ স্ক্ৰীনখনৰ মাত্ৰ দুশাৰী৷ মই আজি দিনটোত এই শাৰীকেইটাতে সোমাই আছোঁ৷ অগণিত বাৰ পঢ়িছোঁ৷ হাঁহিছোঁ...
অন্যযুগ সূচী
নতুন আৰু প্ৰতিষ্ঠিত গল্পকাৰৰ মননশীল চুটিগল্প।
গীতিমণি গোস্বামী (বৰঠাকুৰ) মোবাইলৰ স্ক্ৰীনখনৰ মাত্ৰ দুশাৰী৷ মই আজি দিনটোত এই শাৰীকেইটাতে সোমাই আছোঁ৷ অগণিত বাৰ পঢ়িছোঁ৷ হাঁহিছোঁ...
নীলোৎপল বৰুৱা : চোৱাঁ...নিমখ মূল কথা। নিমখ অনুঘটক। নিমখ সংঘটক। নিমখ মেইন। দুবদুবকৈ শ্ৰীযুত হাজৰিকাৰ হৃৎপিণ্ডই শব্দ কৰিছে। তেখেতৰ সিৰা...
ড° ভাৰত বৰুৱা তেতিয়াৰ দিনৰ কথাই বেলেগ আছিল। সেই তাহানিখনত, মানে আমি সেই প্ৰাথমিক বিদ্যালয়ত পঢ়াৰ দিনবোৰৰ কথা ক’ব বিচাৰিছোঁ। এতিয়া কথা...
জীৱন কিশোৰ(১)ভি, কে, বাসুদেৱন এজন তেনেই সহজ-সৰল লোক । তেওঁৰ অজস্ৰ অনুৰাগীৰ মাজত এই অভিধাৰেই তেওঁ পৰিচিত। এদিন ৰাতি শোৱাপাটীত পৰি তেওঁ...
পৰী পাৰবীনআদিত্যই আহ্নিকলৈ গতি কৰাৰ প্ৰহৰ। চৌপাশে বিৰাজ কৰিছে নিবিড়ঘন শ্যামলিমাই। বিগত কতদিন কতদণ্ড বাৰিষাৰ প্ৰবল ধাৰাই প্ৰকৃতি সজীৱ...
ড° বুলজিৎ বুঢ়াগোহাঁই জুৱেলাৰি ডিজাইনিং (Jewellery Designing) পঢ়ি ছাত্ৰ-ছাত্ৰীসকলে এটা সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে । এজন সফল জুৱেলাৰি...
অভিজিত শৰ্মা বৰুৱা ঐচ্ছিক আৰু অনৈচ্ছিক : আমি সক্ৰিয়ভাৱে বহু কামেই কৰোঁ। খোজ কাঢ়োঁ, ভাত খাওঁ, খেলা-ধূলা কৰোঁ। এই সকলোবিলাক কাম আমি...
স্ৰোতস্বিনী তামুলী পৃথিৱীখনে বৈদুৰ্য মণি হেন বৰণ লৈছিল, দেখি এনে লাগিছিল যেন সমুখৰ পথাৰ, খেৰেৰে সজা কলহৰ মুখখনেৰে টেলেকা-টেলেক চকুৰ...
স্ৰোতস্বিনী তামুলীওখ বিল্ডিংটোৰ চাদৰ পৰা ধমহকৈ সৰি পৰিল সি— চিঞৰ এটা বনফৰিং হৈ উৰা মাৰিল। তাৰ হাত-ভৰিকেইটাই মাটিক লেহন কৰিছে। মাটিৰ...
আকাশ দীপ্ত ঠাকুৰ ‘কল্পবিজ্ঞান গল্প’ৰ নিৰ্দিষ্ট সংজ্ঞা কি হ’ব পাৰে– এই সম্পৰ্কে বিশ্বসাহিত্যৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিলে সময়ে সময়ে...
অজিত ছিংনাৰ কথাৰ গুৰুত্ব বুজি সোনকালে আলোচনা এটা কৰিবৰ বাবে ছাৰকুৰুৱে ছাৰ্থে, মনছিং আৰু ছাৰবুৰাক নিজৰ পথাৰৰ কাষতে থকা কঁঠালজোপাৰ গুৰি�...
পৰিস্মিতা বৰদলৈকলচীয়া বৰণ লোৱা পানীখিনিৰ সৈতে তাইৰ চুলিৰ কজলা বৰণ মিলি এক অনন্য ৰঙৰ উৎপত্তি হৈছে৷ তাইৰ দুচকুত প্ৰতিবিম্বিত হৈছে নীলা...
মিনাৰা হুছেইনঅত্যাধুনিক পৰীক্ষাগাৰত সকলো ব্যস্ত। চি চি আৰ ফাইভ CC নামৰ জিনটোৰ ওপৰত শেষ পৰ্যায়ৰ পৰীক্ষা চলাই থকা হৈছে। এইচ্ছ আই ভি...
(সংগ্ৰামী সাহিত্যিক শশী শৰ্মাদেৱৰ চমু জীৱনী)প্ৰশান্ত মিশ্ৰ(৪) ধৰ্ম সম্বন্ধে ধাৰণা:ধৰ্ম সন্দৰ্ভত অ’ত ত’ত বিক্ষিপ্তভাৱে নিজস্ব অভিম�...
মূল : হাৰুকি মুৰাকামিগল্প সংকলন : The Elephant Vanishesগল্প : A Windowইংৰাজী অনুবাদ : জয় ৰুবিনঅসমীয়া অনুবাদ : বিদ্যুৎ বিকাশ...
ড° ৰমেশ চন্দ্ৰ গোস্বামী কোৱা নিষ্প্ৰয়োজন যে ছুইডেনৰ ৰসায়ন বিজ্ঞানী, অভিযন্তা, তথা উদ্যোগপতি আলফ্ৰেড ন’বেলৰ ১৮৯৫ চনৰ ইচ্ছাপত্ৰ অনুসৰি...