সূৰ্যত প্ৰতিবিম্ব
পঙ্কজ প্ৰতিম বৰদলৈআৰ্ট গেলাৰীটোত প্ৰদৰ্শনী হৈ আছে। বহু নামী-দামী শিল্পীৰ চিত্ৰকৰ্মৰ প্ৰদৰ্শন হৈছে। কেনভাছবোৰ একোখন ৰঙীন তুলিকা। মূৰ্�...
অন্যযুগ সূচী
নতুন আৰু প্ৰতিষ্ঠিত গল্পকাৰৰ মননশীল চুটিগল্প।
পঙ্কজ প্ৰতিম বৰদলৈআৰ্ট গেলাৰীটোত প্ৰদৰ্শনী হৈ আছে। বহু নামী-দামী শিল্পীৰ চিত্ৰকৰ্মৰ প্ৰদৰ্শন হৈছে। কেনভাছবোৰ একোখন ৰঙীন তুলিকা। মূৰ্�...
অংকিতা বৰুৱাকাৰ্ভিঙ নাইফখনৰে কাঠৰ টুকুৰাটোক এখন মুখাবয়বলৈ ৰূপান্তৰ কৰাত ব্যস্ত সি । মুখখনৰ প্ৰতিটো অংগকে নিখুতভাবে ফুটাই তুলিবলৈ সি...
নৱনীতা ভট্টাচাৰ্য্য বছৰটোৰ বেছিভাগ সময় শীতে আগুৰি থকা ঠাইখনৰ পৰা আহি এই উৎকট গৰমত টিটিৰ কি অৱস্থা হৈছে তোমালোকে হয়তো ধৰিব পাৰিছা৷...
স্বপ্না নিহাৰ বহুদিন আগতেই আধালিখাকৈ পেলাই থৈ দিয়া গল্প এটাকে অকণমান আগবঢ়াই থওঁ বুলি বিছনাত পেট পেলাই শুই কলমটো কামুৰি ৰৈ আছিলোঁ...
গীতিকা শইকীয়া কিছুমান গল্প-উপন্যাসৰ কাহিনী, প্ৰকাশভংগী সাধাৰণতে পোৱা গল্প-উপন্যাসৰ কাহিনীতকৈ পৃথক হয়। বহুক্ষেত্ৰত কাহিনীয়ে এনে এক...
ৰঞ্জু শৰ্মা আগলি কলাপাত লৰে কি চৰে, চিলনী আই মোৰ আগতে পৰে। আগলি কলাপাত লৰে কি চৰে, চিলনী আই মোৰ আগতে পৰে। ... শৈশৱতে আইতাকে যে...
চয়নিকা ভূঞা "বহু ৰাতি হ'ল জানা, বহু গান হ'ল গোৱা ৷ ৰাতিপুৱাবলৈ অলপ সময় তুমি জানানে নাজানা…" কাদম্বৰীৰ ফোনৰ ৰিংট'নত জিতুল সোণোনৱালৰ এই...
কৰিশ্মা জে. কে. বৈষ্ণৱী কোনে কাক কি বুজাব নিজতে যুঁজি মৰা হয় ৰজা সি, যি নিজকে জিকিব পৰা। দুকোঠলীয়া ভাৰাঘৰটোৰ আমি বহি থকা প্ৰথমটো কোঠা...
অৰূপ কুমাৰ ফুকন আজি কিছুদিনৰ পৰা অসমত এই ‘নিয়া’ শব্দটোৱে প্ৰায় প্ৰতিজন সচেতন নাগৰিকৰে মনত নানা কৌতুহলৰ সৃষ্টি কৰিছে। বিশেষকৈ...
নৱনীতা ভট্টাচাৰ্য্য কিছু দিনৰ পৰা টিটি ঘৰতে সোমাই আছে৷ বাহিৰলৈ যোৱাটো দূৰৰে কথা এই আপদীয়া ৰ’দৰ উৎপাতত সি চকু মেলি বাহিৰলৈকে চাব পৰা...
নীলোৎপল বৰুৱা টোকাপৰুৱাটোহে যেন… ইবাৰ গৈছে বুন্দিয়া গুটি এটা আনিছে.. সিবাৰ গৈছে বুন্দিয়া গুটি এটা আনিছে… হৰ্ষদাই ইটোৰ পাছত সিটো টোপোলা...
নিৰ্মালি নয়নতৰা চতিয়নাজোপাৰ তলত দেওপুখুৰীটো৷ নহয়, নহয় দেওপুখুৰীৰ পাৰতহে চতিয়নাজোপা! অকল চতিয়নাইনে? পাৰৰ শাল, সোণাৰু, ভোমোৰা, তিতাচঁপা...
পৰী পাৰবীন আদম আৰু ইভৰ বীজগণিতীয় সূত্ৰটোৰ সৈতে যুঁজ দিয়াৰ সময় এটা আহি পৰিছিল হঠাতে মোৰ জীৱনত। ধৰি লোৱা হৈছিল, আদমে ফলটো নাখাব আৰু...
অব্যক্ত নিৰ্বাণ ৰাজখোৱা জাহাজৰ ডেকৰ পৰা সূৰ্যাস্ত চোৱাৰ এটা অদ্ভুত আমেজ আছে৷ এই আবেলি পৰতে জলপৰীসদৃশ শিহুবোৰে জাহাজৰ কাষে কাষে নাচিবলৈ...
বিদিশা দত্ত সেই ৰাতিটোৱে কেৱল বিনাশৰ সাধু কৈছিল। আজন্ম চিনাকি চেনেহৰ ভূমিখণ্ড সেই ৰাতিটোৰ ভিতৰতে বধ্যভূমিত পৰিণত হৈছিল। জুইৰ লেলিহান...
কল্যাণী দত্ত পুৱাৰ পৰা ৰাতি এপৰলৈকে ঘৰখন উৰুলিকৃত হৈ থাকে। যেন বিয়াঘৰ এখনহে! হাই-উৰুমি বা কাজিয়া-পেচাল বুলি নহয়, অনৱৰতে...
মূল বাংলা : খগেন্দ্ৰ নাথ মিত্ৰঅনুবাদ : ড° ৰমেন ঠাকুৰীয়ামিণ্টুৰ ককায়েক ৰঞ্জনে ছবি আঁকে৷ বৰ ভাল ছবি আঁকে৷ পদুম ফুল, মানুহ, ৰজা-ৰাণী— ক�...