চেলুলয়ডৰ ৰং ডাঠ বেঙুনীয়া
পৰী পাৰবীন কত দিন কত ৰাতি মই এইদৰে কটাইছিলোঁ সেই কথা মোৰ জ্ঞাত নহয়। সুমেৰু, কুমেৰু নতুবা এভাৰেষ্ট শৃংগৰ বিস্তৃত তুষাৰাঞ্চল ভেদি মই যেন...
অন্যযুগ সূচী
নতুন আৰু প্ৰতিষ্ঠিত গল্পকাৰৰ মননশীল চুটিগল্প।
পৰী পাৰবীন কত দিন কত ৰাতি মই এইদৰে কটাইছিলোঁ সেই কথা মোৰ জ্ঞাত নহয়। সুমেৰু, কুমেৰু নতুবা এভাৰেষ্ট শৃংগৰ বিস্তৃত তুষাৰাঞ্চল ভেদি মই যেন...
স্বপ্না নিহাৰ একতীয়াকৈ থকা মূৰটো আনপিনে ঘূৰাবলৈ বহু পৰ ধৰি যুঁজি আছিলোঁ। উশাহ নাপাই চট্ফটাইছিলোঁ। কাৰোবাক চিঞৰি মাতিম যেন! অথচ সেই...
ভৰত ৰাজখোৱাঅংকন: বৰ্ণিল মহন্ত ৰ’জীৰ মনটো বেয়া৷ অকণো ভাল লগা নাই৷ কথাষাৰ তাই সৰু ভাইটি, নীলা, মণি, বৰমাক আৰু বৰদেউতাকক কেইবাবাৰো ক’বলৈ...
ডা: নীলাক্ষী চলিহা গগৈ এনিশাৰ আজো-আইতাৰ সেই ধুনীয়া জোতাযোৰ। তেওঁৰ মেম বান্ধৱীয়ে উপহাৰ স্বৰূপে দিয়া জোতাযোৰ। যেতিয়া তেওঁৰ স্বামী...
অংগনা ভট্টাচাৰ্য্য ছাঁ-পোহৰৰ সমান ভিৰ লগা অংশটোত মই থিয় হ’লোঁ৷ ইয়াৰ পৰা পোহৰত উজলি থকা মুখকেইখন ভালকৈয়ে দেখা পায়৷ মই সেইফালে চালোঁ৷...
সিদ্ধাৰ্থ গোস্বামী নিশা প্ৰায় দহ বজাত চুবুৰিটোৰ এঘৰৰ পৰা ল’ৰা এটা হেৰাইছিল। স্বাভাৱিক কথা— সেই কাৰণেই হুৱা-দুৱা লাগিছিল ঘৰখন�...
বিদুৎ বিকাশ শৰ্মাদুটা দিনৰ মাজত আচলতে পাৰ্থক্য থাকে? পৃথিৱীৰ আহ্নিক গতিয়ে সৃষ্টি কৰা আন্ধাৰ-পোহৰ আন্ধাৰৰ খেলখনেই দিন-ৰাতিবোৰৰ সৃষ্টি...
পঞ্চানন হাজৰিকাএইজনেই সেইজন আজাদ নে? ভাগি-ছিগি যোৱা চেহেৰা— ক্লান্ত মুখ-চকুৰ তলত গাঁত আৰু চুলিত অসময়তে ইমান ৰূপালী ৰেখাৰ আঁক-বাক। মই...
সাক্ষাৎগ্ৰহণ: নিবিড় অনুৰাগ মানসচিত্ৰশিল্পক এক নতুন গতি দিবলৈ চেষ্টা কৰি আহিছে অসমৰ বিশিষ্ট চিত্ৰশিল্পী পৰেশ ভূঞাই। ১৯৮৯ চনত তেখেতৰ...
কবি আৰু সমালোচক হিচাপে এক স্বকীয় পৰিচয়ৰ অধিকাৰী আছিল অধ্যাপক কবীন ফুকন। ইফালে সমালোচক আৰু অনুবাদক হিচাপে বিশেষভাৱে পৰিচিত এজন...
পাপৰি বৰ্মন মাষ্টৰনীয়ে মাইচানাক ক’লে— ‘‘মানুহজনে ওৰেটো ৰাতি নোশোৱে নহয়। গোটেই ৰাতি ইচাট-বিচাট কৰি সময় কটায়।’’ ‘‘কিয় ? দিনটো স্কুল�...
যুগল লোচন দাস লহ্পহীয়াকৈ বাঢ়ি আহিছিল ফুলৰ পুলিটো। এটি-দুটিকৈ পাহ মেলি কলিকেইটায়ো হাঁহিব বিচাৰিছিল। কিন্তু ভাল আব্দাৰ নোপোৱা�...