৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

গল্প (Short Stories)

নতুন আৰু প্ৰতিষ্ঠিত গল্পকাৰৰ মননশীল চুটিগল্প।

মুঠ ৪২৭ টা লেখা
পৃষ্ঠা ৮ / ১৮ (প্ৰদৰ্শন: ২৪ টা)
গল্প আৰ্কাইভ
২৬ জুলাই, ২০২৩

শুভ-অশুভ

যশোৱন্ত নিপুণ কেঁকনিৰ শব্দ পিছফালৰ কোঠাটোৰ পৰা ভাহি আহিছিল৷ নৰকান্তই প্ৰায়েই পুৱাই এনেদৰে কেঁকাই থাকে৷ গতিকে ঘৰৰ কোনেও বৰকৈ মন-কাণ...

যশোৱন্ত নিপুণ পঢ়ক →
গল্প আৰ্কাইভ
২৬ জুলাই, ২০২৩

অন্তৰীণ

ববিতা কলিতা “হেৰেমলৈ আজি বাদশ্বাহ আহিব” বতাহৰ গতিত বিয়পি পৰিল খবৰটো৷ কিন্নৰ শ্বাহ বানুৱে লচপচকৈ ইমূৰ-সিমূৰ বগাই হেৰেমৰ ৰমণীসকলক সজাগ...

ববিতা কলিতা পঢ়ক →
গল্প আৰ্কাইভ
২৩ জুলাই, ২০২৩

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা(১০): ভালদৰে বহি ল।— মলেঁয়ালৈ চাই ষ্টেপানে ক'লে।মলেঁয়া তাইৰ বাবে স্থায়ী হৈ পৰা গাড়ীৰ ছীটটোত থিয় দি ৰ'ল। তাইৰ...

দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ
২২ জুলাই, ২০২৩

জোনবাইৰ দেশলৈ উৰা মাৰিলে চন্দ্ৰযান‌ -৩

নাছিৰ আহমেদ অতীজৰে পৰা চন্দ্ৰ সম্পৰ্কে বিভিন্ন ধৰ্মীয় আখ্যান, কিংবদন্তি, সাধুকথা প্ৰচলিত হৈ আছে। হিন্দুধৰ্মীয় বিশ্বাসমতে চন্দ্ৰ হ’ল...

নাছিৰ আহমেদ পঢ়ক →
গল্প আৰ্কাইভ
২১ জুলাই, ২০২৩

লী না-মি আৰু ফিনীৰ কথাৰে

নিজৰা ৰাজকুমাৰী এটা এৰিয়েল শ্বটত এজাক পথচাৰী। সকলোৰে হাতে-কাণে ম’বাইল ফোন। এৰিয়েল শ্বট বাবেই দৃশ্যটো আকৰ্ষণীয় হৈ উঠিছে। তদুপৰি বৰ্তমান...

নিজৰা ৰাজকুমাৰী পঢ়ক →
গল্প আৰ্কাইভ
৬ জুলাই, ২০২৩

কালনেমী

অমৃত গোস্বামী বুৰঞ্জীত ঘটনাপ্ৰৱাহৰ ঘাইকৈ তথ্যনিৰ্ভৰ বিস্তৃত বিৱৰণ পোৱা যায়। অন্যহাতেদি বুৰঞ্জীমূলক উপন্যাস‌ একোখনত ঘটনাপ্ৰৱাহৰ...

অমৃত গোস্বামী পঢ়ক →
গল্প আৰ্কাইভ
২৮ জুন, ২০২৩

বিজ্ঞানমনস্কতা আৰু শংকৰদেৱ : প্ৰেক্ষিত নামঘৰ প্ৰসঙ্গ

মঞ্জু দাস প্ৰস্তাৱনা : বিজ্ঞানমনস্কতা হ’ল বৈজ্ঞানিক মনোবৃত্তি, যুক্তিবাদী মননশীল চৰ্চা আৰু বিচাৰাত্মক চিন্তাৰ পদ্ধতিগত কৌশল৷ কোনো এটা...

মঞ্জু দাস পঢ়ক →
গল্প আৰ্কাইভ
২৮ জুন, ২০২৩

সন্ধান

আব্দুচ ছামাদ বহুদিনৰ পৰা মই মানুহজনক বিচাৰি ফুৰিছোঁ৷ অ’ত-ত’ত লগ পোৱা সকলোকে সুধিছোঁ, চিনি পায় নেকি তেওঁ মই বিচাৰি ফুৰা মানুহজনক?...

আব্দুচ ছামাদ পঢ়ক →
গল্প আৰ্কাইভ
২৬ জুন, ২০২৩

খোজ - দ্য ষ্টে’প

মুনমী দত্ত হাজৰিকা(ক) সি ৰ’ষ্টেড্ চিকেনটুকুৰা চিলি চচত ডুবাওঁতে ঘৰৰ পিছফালৰ পিটনিখনত ডাউক এটাই গহীন খোজ পেলাইছিল। পাতৰ আঁৰত অপৈণ�...

মুনমী দত্ত হাজৰিকা পঢ়ক →
গল্প আৰ্কাইভ
২৫ জুন, ২০২৩

গল্প প্ৰকৰণ

পৰিস্মিতা বৰদলৈ : আমি ক’ত আছিলোঁ! : কবিতা৷ : অঃ য়েছ৷ কবিতা৷ কবিতা নুবুজাৰ কথা নাহেই আচলতে৷ যিটো ভাষাত কবিতাটো লিখা হৈছে সেই ভাষাটো...

পৰিস্মিতা বৰদলৈ পঢ়ক →
গল্প আৰ্কাইভ
২৪ জুন, ২০২৩

দুকাপ চাহ

অসীম তালুকদাৰ পলাশ কাকতিয়ে দুকাপ চাহৰ জোখেৰে চচপেনটোত পানী ঢালিলে৷ গেছটো জ্বলাই চচপেনটোত বহাই দিয়াৰ পাছত তেওঁৰ এনে লাগিল পানী যেন...

অসীম তালুকদাৰ পঢ়ক →
গল্প আৰ্কাইভ
২৪ জুন, ২০২৩

প্লাষ্টিক : মানৱসৃষ্ট প্ৰহেলিকা আৰু প্ৰকৃতিৰ বেথা

দেৱজিৎ ভৰালী মানৱ সভ্যতাৰ তুমুল উত্থানৰ পৰিপ্ৰেক্ষিতত বিজ্ঞান-প্ৰযুক্তিয়ে চমকপ্ৰদ সফলতা লাভ কৰিছে৷ আৰু সমান্তৰালভাৱে বিজ্ঞানৰ ন ন...

দেৱজিৎ ভৰালী পঢ়ক →
গল্প আৰ্কাইভ
২৪ জুন, ২০২৩

বিবিবাটাৰফ্লাই

অংগনা ভট্টাচাৰ্য্য “অ’ চিত পখিলা অ’ চিত পখিলা মোৰ দৰে ধুনীয়া ছোৱালী আৰু ক’ত দেখিলা?” ভৈৰৱীয়ে আইনাত নিজকে চাই-চাই কথাষাৰ গানৰ দৰে গাই...

অংগনা ভট্টাচাৰ্য পঢ়ক →
গল্প আৰ্কাইভ
২২ জুন, ২০২৩

কিমান মূৰ্ত এই বিমূৰ্ত কলা

বিমূৰ্ত পেইণ্টিং : কি আৰু কিয় সঞ্জীৱ বৰাতেন্তে, ব্ৰাছৰ তৰংগায়িত ষ্ট্ৰ’কবোৰৰ দৃষ্টিনন্দন উপস্থাপনে দৰ্শকক আকৃষ্ট কৰি ৰসবোধ সম্পূৰ্ন কৰা...

সঞ্জীৱ বৰা পঢ়ক →
গল্প আৰ্কাইভ
২১ জুন, ২০২৩

জোনফুলৰ নিশা আৰু মেখেলাৰ গল্প

স্ৰোতস্বিনী তামুলী মেল খাই থকা উপন্যাসখন বুকুতে লৈ তাই টোপনি গৈছে। টোপনি নহয় যেন তাই টাইম মেচিনৰ অনন্ত শয্যাত উঠি হুগাওং উপত্যকা...

স্ৰোতস্বিনী তামুলী পঢ়ক →
গল্প আৰ্কাইভ
১৭ জুন, ২০২৩

তিনিগৰাকী গল্পলেখক, তিনিখন গল্প সংকলন

ড° বিৰিঞ্চি কুমাৰ দাস অসমীয়া সাহিত্য জগতত সম্প্ৰতি বহুত নতুন নতুন গল্পকাৰৰ আগমন ঘটিছে আৰু নিজৰ প্ৰকাশিত গল্প সংকলনৰ জৰিয়তে তেওঁলোকৰ...

ড° বিৰিঞ্চি কুমাৰ দাস পঢ়ক →
গল্প আৰ্কাইভ
২৭ মে’, ২০২৩

অদম্য

বিদ্যুৎ বিকাশ শৰ্মা “আব্বে, সেই মক্কেলটো কোন বে? আমাৰ এই পাৰাত আগতে কেতিয়াও দেখা মনত পৰা নাই। তই দেখিছ নেকি আগতে? আজিকালি সদায় আহি...

বিদ্যুৎ বিকাশ শৰ্মা পঢ়ক →
গল্প আৰ্কাইভ
১৩ মে’, ২০২৩

জীৱন অথবা মৃত্যু

জুৰী বৰা বৰগোহাঞিৰেজিষ্টাৰখনৰ শেষৰটো ঠিকনা মাকুম পথাৰ, তিনিচুকীয়া৷বাৰাণ্ডাত বগা প’লিথিনিৰে মেৰ খাই থকা এটা মৃতদেহ৷ ষ্ট্ৰীট লাইটৰ শেঁতা...

জুৰী বৰা বৰগোহাঞি পঢ়ক →
গল্প আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৩

উত্তৰণ

পাপৰি গোস্বামী অঞ্চলটো গাওঁৰ পৰা চহৰলৈ পৰিণত হোৱা বেছিদিন হোৱা নাই। ইমান দিনে পঞ্চায়তৰ মেম্বাৰ, কাউন্সিলৰৰ বাবে ভোট দি অহা ৰাইজে এইবাৰ...

পাপৰি গোস্ৱামী পঢ়ক →
গল্প আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৩

জীৱন সংগী

অনামিকা বৰা এটা অপ্ৰত্যাশিত ফ্ৰেণ্ড ৰেকুৱেষ্ট! একাধিকবাৰ ন’টিফিকেশ্বন৷ মাণ্ডৱী মধুকল্য৷ শ্লিভলেছ্‌ ব্লাউজ, অগ্নিপথৰ প্ৰিয়ংকা চোপ্ৰাৰ...

অনামিকা বৰা পঢ়ক →
গল্প আৰ্কাইভ
২৭ এপ্ৰিল, ২০২৩

ভালপোৱাৰ এসাঁজ ভাত

প্ৰতীক্ষা বৰা ভালপোৱাৰ এসাঁজ ভাতেই যথেষ্ট। আৰুনো কি লাগে? এমুঠি দাইল, চাউলৰ বাবেইতো যতমানে হাহাকাৰ, মৰা-কটা, অন্যায়-অবিচাৰ...

প্ৰতীক্ষা বৰা পঢ়ক →
গল্প আৰ্কাইভ
২৬ এপ্ৰিল, ২০২৩

এক অদৃশ্য সত্য

পল্লৱী কৌশিক শৰ্মা হত্যা নে আত্মহত্যা ? মুহূৰ্ততে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোৱে স্থানীয় নিউজ চে্ছনেলটোৰ নিউজ ৰূমৰ পুৱাৰ...

পল্লৱী কৌশিক শৰ্মা পঢ়ক →
গল্প আৰ্কাইভ
৩১ মাৰ্চ, ২০২৩

বতাহ-চকৰী

অংগনা চৌধুৰী তাই তেতিয়া দহ-এঘাৰ বছৰীয়া৷ পখিলাৰ দৰে উৰি ফুৰাৰ বয়স৷ আবেলি হ’লেই তাইৰ গাত তত্‌ নাইকিয়া হয়৷ ‘মা, গধূলি দবা কোবালে ঘৰ...

অংগনা চৌধুৰী পঢ়ক →