৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

গল্প (Short Stories)

নতুন আৰু প্ৰতিষ্ঠিত গল্পকাৰৰ মননশীল চুটিগল্প।

মুঠ ৪২৭ টা লেখা
পৃষ্ঠা ৬ / ১৮ (প্ৰদৰ্শন: ২৪ টা)
গল্প আৰ্কাইভ
২৮ আগষ্ট, ২০২৪

জোৰৰ-জোখৰ

পৰিস্মিতা বৰদলৈ (১) : আমাৰ মামনৰ জোৰৰ নেকি সি হা? ভাল ভাল ঘোঁৰাই নাপায় ঘাঁহ, বটুৱা ঘোঁৰাই বিচাৰে মাহ ৷ অ’ শুনিছেনে মামনৰ বাপেক৷ বোলো...

পৰিস্মিতা বৰদলৈ পঢ়ক →
গল্প আৰ্কাইভ
২৬ আগষ্ট, ২০২৪

ক্ষমা

যশোৱন্ত নিপুণ ঘৰটোৰ দুৱাৰ-খিৰিকীবোৰ দুৰ্বল হৈ আহিছিল৷ খুব ভাল কাঠৰ আছিল বাবে নকুল ঠাকুৰীয়াই ভাবিছিল সেইবোৰ কেতিয়াও নষ্ট নহ’ব৷ কিন্তু...

যশোৱন্ত নিপুণ পঢ়ক →
গল্প আৰ্কাইভ
৩১ জুলাই, ২০২৪

লিটমাছত লিখা এখন দিনলিপি

মুনমী দত্ত হাজৰিকা : এণ্ড দ্য এৱাৰ্ড গ’জ টু…নাটু নাটু… সপ্ৰতিভ ব্যক্তিত্বৰে তেওঁ ডাইচলৈ আহিল৷ উজ্জ্বল চকুৰে সকলোলৈকে দৃষ্টি নিক্ষেপ...

মুনমী দত্ত হাজৰিকা পঢ়ক →
গল্প আৰ্কাইভ
২৫ জুলাই, ২০২৪

ডা ডি ডা নে ডিজিটেল

চিত্তৰঞ্জন ওজা কুৰুক্ষেত্ৰ যুদ্ধৰ ঠিক আগে আগে কৃষ্ণই অৰ্জুনক কৈছিল, “সখা, পৰিৱৰ্তনৰ পৰা ভয় নাখাবা৷ মনত ৰাখিবা, পৰিৱৰ্তনেই হৈছে...

চিত্তৰঞ্জন ওজা পঢ়ক →
গল্প আৰ্কাইভ
২৫ জুলাই, ২০২৪

হাঁহৰ কথা

আৰণ্যক শইকীয়া “ প্ৰফুল্ল ক’ত?” ৰাজুৰ প্ৰশ্নত ৰামে বাৰীখনলৈ আঙুলিয়াই দিছে৷ হাঁহৰ গঁড়ালৰ ওচৰত প্ৰফুল্লক দেখা গৈছে – জুমি-জুমি চাই আছে...

আৰণ্যক শইকীয়া পঢ়ক →
গল্প আৰ্কাইভ
২৬ জুন, ২০২৪

পাৰফিউম

মিনাৰা হুছেইন “সুগন্ধিৰ স্নিগ্ধতা আৰু হৃদয়ৰ মুগ্ধতা ……” বেলিয়ে আগফালৰ বাৰাণ্ডাত বহি ডায়েৰীখনত কিবা এটা লিখিবলৈ লৈ ৰৈ গ’ল৷ ধৰাৰ বুকুলৈ...

মিনাৰা হুছেইন পঢ়ক →
গল্প আৰ্কাইভ
১৭ জুন, ২০২৪

ধৰ্ম

যশোৱন্ত নিপুণ ধৰ্মক মই প্ৰথম লগ পাইছিলোঁ পাঁচ বছৰমান আগতে৷ মই হাতত গাখীৰৰ পেকেট এটা লৈ ভাৰাৰ ফ্লেটলৈ খটখটী বগাম আৰু৷ সি সুধিছিল, “ছাৰ...

যশোৱন্ত নিপুণ পঢ়ক →
গল্প আৰ্কাইভ
১১ মে’, ২০২৪

হেৰোৱা বহাগৰ বা

পদ্মজা বৰুৱা মহনবগৰীটিং আৰু চটৌখোৱা - দুয়োখন গাঁৱৰ মাজৰ আকাশখিনিত বুৰ যাব খোজা হেঙুলীয়া বেলি, মাজে মাজে জুৰকৈ বলা শীতল এছাটি বতাহ...

পদ্মজা বৰুৱা মহন পঢ়ক →
গল্প আৰ্কাইভ
৬ মে’, ২০২৪

বিন্দু বাইদেউলৈ মই সমীৰণ

বেদান্ত নাথ (১) “পৃথিৱীৰ প্ৰেমে মোক দেউলীয়া কৰিলে” ওপৰলৈ মূৰ কৰি চকু দুটা বন্ধ‌ কৰি থোৱা ল’ৰাজনৰ চকুৰ পৰা বৈ অহা নীলা চকুৰ পানীত তলৰ...

বেদান্ত নাথ পঢ়ক →
গল্প আৰ্কাইভ
৩০ এপ্ৰিল, ২০২৪

শালকঠীয়া

মুনমী দত্ত হাজৰিকা সেই দুখন হাতেই মোক এই ঠাইলৈ আনিছিল যি দুখন হাতেৰে তেওঁ চন্দন কাঠৰ চিতাত সেই লাওখোলাটো তুলি দিছিল৷ মৰাণ বুঢ়াৰ কথা...

মুনমী দত্ত হাজৰিকা পঢ়ক →
গল্প আৰ্কাইভ
২৭ এপ্ৰিল, ২০২৪

স্বৰলিপিবিহীন কান্দোন

গীতিমণি গোস্বামী(বৰঠাকুৰ) চুপতি মাৰিবলৈ ভাল নিৰ্মলৰ লগত ... কথাবিলাক ইয়াত বুৰবুৰণি ওলায়৷ য’ত বুৰবুৰণি থাকে, তাত নিৰৱতাবোৰো কথা৷ যদিওবা...

গীতিমণি গোস্বামী(বৰঠাকুৰ) পঢ়ক →
গল্প আৰ্কাইভ
২১ এপ্ৰিল, ২০২৪

মানুহ – অমানুহ

চিত্তৰঞ্জন ওজা মানুহজনৰ বহু দিনৰ অপেক্ষাৰ অন্ত পেলাই এজেণ্ট কে কেৰ অশেষ কষ্টৰ মূৰত জাহাজ এখন গোটাব পৰা গ’ল৷ তামিলনাডুৰ এখন অখ্যা�...

চিত্তৰঞ্জন ওজা পঢ়ক →
গল্প আৰ্কাইভ
১৯ এপ্ৰিল, ২০২৪

নাংচেং

অংগনা ভট্টাচাৰ্য্য হেৰেমৰ সুদৃশ্য কক্ষটোৰ আলোকসজ্জাবোৰ আজি মোৰ বজ্ৰপাতৰ ভয়াৰ্ত পোহৰৰ খেল যেন লাগিছে৷ উতলি অহা শৰীৰৰ তেজক শান্ত কৰিব...

অংগনা ভট্টাচাৰ্য্য পঢ়ক →
গল্প আৰ্কাইভ
২৯ মাৰ্চ, ২০২৪

বাইৰাণ, ৰাংছি আৰু এটি অন্তহীন অপেক্ষা

ববিতা কলিতা পাহাৰীয়া গাঁওখনলৈ শীত নামিছে৷ কুঁৱলিত কঁপি থকা গাঁওখনৰ ধূসৰ ছবিখনলৈ মূৰ তুলি চাইছে চাৰিকুৰি বসন্ত গৰকি অহা বাইৰাণ চাংমাই৷...

ববিতা কলিতা পঢ়ক →
গল্প আৰ্কাইভ
২৯ মাৰ্চ, ২০২৪

ভালপোৱাৰ নৈ

পল্লৱী মহন্ত ইমানৰ পাছতো কি ভালপোৱা থাকি যায়! আপোন বুলি বুকুত ৰৈ যায়! যন্ত্ৰণাৰ নৈখন বৈ থাকে ৷ অহৰহ... শেষ ক’ত? শেষ? বৰষুণৰ গল্প......

পল্লৱী মহন্ত পঢ়ক →
গল্প আৰ্কাইভ
২৮ ফেব্ৰুৱাৰী, ২০২৪

কালিকাভোজন

প্ৰিয়ংকা বৰুৱা আগলি কলপাতখনত চকুত লগাকৈ সজোৱা ভাতসাঁজ দেখি দিব্যপ্ৰভা দৰক লাগিল৷ গাত যেন ব্ৰজপাত পৰিল! ধোঁৱা বলা ভাতকেইটাৰ ওপৰত এহেতা...

প্ৰিয়ংকা বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ
২৭ ফেব্ৰুৱাৰী, ২০২৪

ৰতিৰ বাবে এখন ধুনীয়া ছবি

দেৱজিত হাজৰিকা ব্ৰহ্মানন্দ পাচনিয়ে নৈখনৰ ছবি এখন আঁকিবলৈ বহু সময় ধৰি তাৰ পাৰতে বহি ৰৈছে৷ কিন্তু ভালদৰে মনঃসংযোগ কৰিব পৰা নাই, বাৰে...

দেৱজিত হাজৰিকা পঢ়ক →
গল্প আৰ্কাইভ
২৬ ফেব্ৰুৱাৰী, ২০২৪

খুচুৰা

প্ৰতীক্ষা বৰা : ঠিক এইখিনিতে এটা গল্প হয়৷ : কোনখিনিত? : তুমি মই একেথিৰে সেই পাহাৰটোৰ ফালে চাই থকাত৷ : চলিহা হোৱা হ’লে লিখিলে হেঁতেন৷...

প্ৰতীক্ষা বৰা পঢ়ক →
গল্প আৰ্কাইভ
২৬ ফেব্ৰুৱাৰী, ২০২৪

চৰাইজনী উৰি যোৱাৰ পাছত

নিংকু নিশা নেওগ শেষ বসন্তৰ সময়৷ বতৰটো গোমা৷ এজাক মুষলধাৰ বৰষুণ এই আহোঁ এই আহোঁ৷ আকাশত কফিৰ কাপৰ ওপৰত উঠা ফেনখিনিৰ দৰে ওফন্দি উঠা ডাৱৰ৷...

নিংকু নিশা নেওগ পঢ়ক →
গল্প আৰ্কাইভ
২৫ ফেব্ৰুৱাৰী, ২০২৪

দ্বিখণ্ডিত

অংকিতা বৰুৱা ষড়যন্ত্ৰ! এক গভীৰ ষড়যন্ত্ৰৰ বলি হৈছোঁ মই৷ ভীষণ এক টনা-আঁজোৰা৷ কাৰ কি ইমান গৰজ পৰিছে মোৰ নামত ইমান সময় খৰচ কৰিবলৈ! এই...

অংকিতা বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২৪

কীট

জয়ন্ত দত্ত দাস এণ্ড কোম্পানিৰ চকটোৰ পৰা সৌৰভপ্ৰাণ বৰাৰ ঘৰটো ধুনীয়াকৈ জিলিকি থাকে৷ তেওঁৰ ঘৰৰ দ্বিতীয় মহলাত উঠিলেই চকুত চাট মাৰি ধৰে...

জয়ন্ত দত্ত পঢ়ক →
গল্প আৰ্কাইভ
২৬ জানুৱাৰী, ২০২৪

কথাৰ বেথা

গীতিমণি গোস্বামী (বৰঠাকুৰ) বৰষুণে এৰি যোৱা নিশাহবোৰ তেতিয়া বননিত৷ গছৰ পৰা বৰষুণৰ শব্দবোৰে, বন্ধ নোহোৱা ভেকুলীৰ টোৰটোৰণি, নিশাচৰ...

গীতিমণি গোস্বামী (বৰঠাকুৰ) পঢ়ক →
গল্প আৰ্কাইভ
২৫ জানুৱাৰী, ২০২৪

গোন্ধ

পল্লৱী মহন্ত অতবছৰে তাই আছিল এটা ছাঁ। ছাঁটোৰ পৰা ওলাই আহিবলৈ তাইক প্ৰয়োজনতকৈ অধিক সময় লাগিল। তেতিয়ালৈ তাই মাহেকৰ মূৰত তিনিদিনীয়া...

পল্লৱী মহন্ত পঢ়ক →
গল্প আৰ্কাইভ
২১ জানুৱাৰী, ২০২৪

শীত

যশোৱন্ত নিপুণ পদূলিৰ পৰা ঘৰটো কিছু নিলগত৷ গাড়ীখন ৰাস্তাতে পাৰ্ক কৰি অৰুণে এবাৰ চাৰিওফালে চকু ফুৰালে৷ চিনাকি পথাৰখন এতিয়াও আগৰ দৰেই...

যশোৱন্ত নিপুণ পঢ়ক →