৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

গল্প (Short Stories)

নতুন আৰু প্ৰতিষ্ঠিত গল্পকাৰৰ মননশীল চুটিগল্প।

মুঠ ৪২৭ টা লেখা
পৃষ্ঠা ৩ / ১৮ (প্ৰদৰ্শন: ২৪ টা)
গল্প আৰ্কাইভ
২৬ ফেব্ৰুৱাৰী, ২০২৬

এটা কোমল ফাৰৰ কোট

চয়নিকা শৰ্মা খাউণ্ড চিকিউৰিটি ছেকিঙৰ যাৱতীয় কামখিনি শেষ কৰি বিশাল এয়াৰপ’ৰ্টটোৰ জিৰনি কক্ষত সুকোমল ছ’ফাখনত নিজৰ গাটো ধমহকৈ এৰি দি...

চয়নিকা শৰ্মা খাউণ্ড পঢ়ক →
গল্প আৰ্কাইভ
১৬ ফেব্ৰুৱাৰী, ২০২৬

অমৰাৱতী

অসীম তালুকদাৰ মানুহজনে লাহে লাহে খোজ কাঢ়িছে। পিন্ধনত তেওঁৰ শুদ্ধ বগা কাপোৰ এসাজ। অবিন্যস্ত একোচা চুলি আৰু খালী ভৰিৰে মানুহজনক বহু�...

অসীম তালুকদাৰ পঢ়ক →
গল্প আৰ্কাইভ
৩১ জানুৱাৰী, ২০২৬

জ’নাথন ডাইদ

নীলোৎপল বৰুৱা :জ’নাথন ডাইদ, জ’নাথন হেজ ডাইদ বা জ’নাথন হেড ডাইদ- তিনিওটাই শুদ্ধ৷ অৰ্থ জ’নাথন মৰিল৷ মাত্ৰ প্ৰেক্ষাপট বেলেগ বেলেগ৷ মৰি...

নীলোৎপল বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ
৩০ জানুৱাৰী, ২০২৬

ৰে’ড লিপষ্টিক

পাপৰি গোস্বামী প্ৰিয় পাঠক, শিৰোনামা দেখি হয়তো আপোনালোকে ভাবিছে গল্পৰ কাহিনীটো আধুনিক ধৰণৰ৷ অথবা কাহিনীৰ আধাৰত মূল চৰিত্ৰসমূহ...

পাপৰি গোস্বামী পঢ়ক →
গল্প আৰ্কাইভ
৩০ জানুৱাৰী, ২০২৬

এখন নন-ডিজিটেল পৃথিৱীৰ সাধু

কল্যাণী দত্ত “হ’ল বুলিয়েই এনেকে মানুহ থাকিব পাৰিনে হেৰৌ! কাৰো মাত বোল নাই, কাৰো ক’লৈকো আহ-যাহ নাই৷ আমি কিবা নিবোকা গ্ৰহৰ প্ৰাণী নে...

কল্যাণী দত্ত পঢ়ক →
গল্প আৰ্কাইভ
২৪ জানুৱাৰী, ২০২৬

কমলা বৰগোহাঁইৰ গল্প : সংবেদনশীলতা আৰু মননশীলতা প্ৰতিনিধি (গল্পচৰ্চা)

ড॰ অসীম চুতীয়া কমলা বৰগোহাঁই আধুনিক অসমীয়া গল্পসাহিত্যৰ অন্যতম শক্তিশালী গল্পকাৰ৷ তেওঁ সেইসকল লেখকৰ ভিতৰত অন্যতম যিয়ে সমাজৰ বাহ্যিক...

ড॰অসীম চুতীয়া পঢ়ক →
গল্প আৰ্কাইভ
২৩ জানুৱাৰী, ২০২৬

শীলভদ্ৰৰ চুটিগল্পত প্ৰান্তীয়তা আৰু আঞ্চলিকতাবাদ

ড০ ভাস্কৰ ভূঞা নামনি অসমৰ বিশেষকৈ ধুবুৰী, গোৱালপাৰা আদি জিলাসমূহৰ প্ৰান্তীয় অঞ্চলৰ জন-জীৱনৰ সামাজিক, ভাষিক, সাংস্কৃতিক পটভূমিক কেন্দ্ৰ...

ড০ভাস্কৰ ভূঞা পঢ়ক →
গল্প আৰ্কাইভ
১ জানুৱাৰী, ২০২৬

ছেংগীজ খাঁ

নীলোৎপল বৰুৱাঅংকন: বৰ্ণিল মহন্ত ছেংগীজ খাঁৰ কুকুৰটোৰ নামো ছেংগীজ খাঁ৷ তেলচিকটি লাগি মসৃণ হৈ যোৱা অলপ বেঁকা লাখুটিডালৰ নামো ছেংগীজ খাঁ৷...

নীলোৎপল বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ
২৫ ডিচেম্বৰ, ২০২৫

পাথৈৰা

মুনমী দত্ত হাজৰিকা এদিন শীতৰ সন্ধ্যা জুহালৰ কাষত খীতুকাই বহি থাকে৷ ভাগৰে হেঁচি ধৰা শৰীৰটোতো ওঁঠৰ জোৰ নকমে৷ নাতিল’ৰাৰ সৈতে কথাৰ থুনপাক...

মুনমী দত্ত হাজৰিকা পঢ়ক →
গল্প আৰ্কাইভ
২৫ ডিচেম্বৰ, ২০২৫

তীৰ্থস্থান

যশোৱন্ত নিপুণ সন্ধিয়াৰ আগেয়ে তাৰ গান গোৱা শেষ হ’ল৷ উপেনদাই ঠিক সময়তে মঞ্চত উঠিলে আৰু ঠিক সময়তে গান গোৱা শেষ কৰিলে৷ অনুষ্ঠানৰ...

যশোৱন্ত নিপুণ পঢ়ক →
গল্প আৰ্কাইভ
২৩ ডিচেম্বৰ, ২০২৫

দুম্‌পাগ লইঙৰ চকুৰ পতাৰ কাৰপুমপুলি, নাচি থকা বংকোৱাল

(ভাতৃপ্ৰতিম ইভান লইঙৰ হাতত) ৰত্না ভৰালী তালুকদাৰঅংকন: বৰ্ণিল মহন্ত য়াম্প’ য়াঃঙাঙ’ ৰ য়াঃঙাঙ’ ৰগন’ ন’ গুপ্‌প’ গুবাং য়েকুপ’ আজি আজি কৰি...

ৰত্না ভৰালী তালুকদাৰ পঢ়ক →
গল্প আৰ্কাইভ
২০ ডিচেম্বৰ, ২০২৫

প্ৰশান্ত কুমাৰ দাসৰ গল্প

ড॰ অসীম চুতীয়াআধুনিক সাহিত্যত কাহিনী বা নেৰেটিভ নিৰ্মাণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ এই নেৰেটিভ হৈছে মানৱ জীৱন, অভিজ্ঞতা, স্মৃতি...

ড॰অসীম চুতীয়া পঢ়ক →
গল্প আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২৫

বাইফাৰ

নীলোৎপল বৰুৱাবসু বৰুৱাই চক খাব লাগিছিল৷ নিয়ম মাফিক৷ নাখালে৷ অলপো নাখালে৷ সন্মুখৰ মিছিলটো অলপ হতাশ হ’ল৷ মিছিল মানে কি আৰু- দহ পোন্ধৰটা...

নীলোৎপল বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ
৩০ নৱেম্বৰ, ২০২৫

পানীৰঙৰ ছবি

ময়ূৰী কাকতিঅংকন: বৰ্ণিল মহন্ত ৰঙৰ স্বাভাৱিক নিৰ্ধাৰিত অৰ্থক আওকাণ কৰিও কেতিয়াবা নিজা বাট বুলিব পাৰি৷ ছবিবোৰ কেৱল ৰঙীন সম্ভাৱনাৰ...

ময়ূৰী কাকতি পঢ়ক →
গল্প আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২৫

ইউহেমাৰিষ্ট

নীলোৎপল বৰুৱা প‌ঁইতাচোৰাক পৃথিৱীৰ পৰম প্ৰাণী হিচাপে ভবা পাৰ্থ দত্ত‌ই ভুল ঠাইত থকা বেলিটোৰ বিপৰীত ফালে থুৱাই দিলে আৰু বিৰবিৰালে- নীলা...

নীলোৎপল বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ
৩০ ছেপ্টেম্বৰ, ২০২৫

বিনিৰ্মাণ

অংকিতা বৰুৱা পুহমহীয়া এটা সেমেকা পুৱা৷ ঠেঁটুৱৈ ধৰা জাৰত ডাঠ শ্বল এখন মূৰে-গায়ে লৈ মই বাইদেউৰ মুখলৈ চাই বহি আছোঁ৷ তেখেতে ইমান...

অংকিতা বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ
২৯ ছেপ্টেম্বৰ, ২০২৫

জীৱন বিষয়ক কিছু গল্পচেষ্টা

মৃদুল শৰ্মা বুকুখনত, বুকুৰ ঠিক সোঁমাজতে এটা ফুটা– তাতে কোন কাহানিবাই যে প্ৰতিষ্ঠা হৈছে এটা চকু– কোনেও নেদেখা এটা চকু– অনুভৱৰ এটা চকু–...

মৃদুল শৰ্মা পঢ়ক →
গল্প আৰ্কাইভ
২৭ ছেপ্টেম্বৰ, ২০২৫

অজিত ছিংনাৰৰ গল্পত জনজাতীয় সমাজ

(‘গুৰিয়াল’ আৰু ‘কুৰকেপন’ৰ বিশেষ উল্লিখনেৰে)বিশ্বজিৎ শইকীয়া অসমীয়া সমাজ জীৱনত ইতিহাসে ঢুকি নোপোৱা কালৰ পৰাই জনজাতীয় উপাদানৰ...

বিশ্বজিৎ শইকীয়া পঢ়ক →
গল্প আৰ্কাইভ
৩১ আগষ্ট, ২০২৫

দেশদ্ৰোহী কবিৰ গল্প

বেদান্ত নাথ ১ কবি দেশদ্ৰোহী! আগতে কবি তেনে নাছিল৷ আগতে কবিয়ে প্ৰতীক-চিত্ৰকল্পৰে দেশৰ মানচিত্ৰ আঁকিছিল৷ দীঘল ইতিহাসৰ উঠা-নমাৰ মাজেদি...

বেদান্ত নাথ পঢ়ক →
গল্প আৰ্কাইভ
২৫ আগষ্ট, ২০২৫

মুক্তি

স্বপ্না দত্ত ভৰালী “ইচ্! কেনেকৈ?” “কি হৈছিল?” “বৰ ভাল মানুহ আছিল দেহি!” ৰাতিপুৱাই সৰু চহৰখনত খবৰটো ফাটি-ফুটি গ’ল৷ কৃপাল বৰা ঢুকাল৷...

স্বপ্না দত্ত ভৰালী পঢ়ক →
গল্প আৰ্কাইভ
২৪ আগষ্ট, ২০২৫

এটা কাণিমুনি সপোনৰ প্ৰস্তাৱনা

অংগনা ভট্টাচাৰ্য্য স্কুলখনৰ মূল বিল্ডিংটোৰ কাষতেই এজোপা কৃষ্ণচূড়া৷ স্কুলৰ জিৰণি বেলা কৃষ্ণচূড়াৰ তলসৰা ফুলবোৰ বুটলিবলৈ ছোৱালীবোৰৰ উথপথপ...

অংগনা ভট্টাচাৰ্য্য পঢ়ক →
গল্প আৰ্কাইভ
২০ আগষ্ট, ২০২৫

মই ঈশ্বৰী নহওঁ - (মানুহেই সেৱ মানুহেই দেৱ)

দিব্যাশ্ৰী নিয়ৰ বৰুৱা ঈশ্বৰো হয়তো কেতিয়াবা ফুৰিবলৈ যায়৷ মন মন্দিৰত ৰৈ থকা ঈশ্বৰগৰাকীৰ যে ক’ত ঘৰ নাই, অথচ তেওঁ অঘৰী৷ আমি বিচাৰি ফুৰোঁ...

দিব্যাশ্ৰী নিয়ৰ বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ
২০ আগষ্ট, ২০২৫

পানীৰ শিল

কল্পনা শৰ্মা লাইধনৰ ঘৰত শিল পানীত ভাহিছে আৰু কথাটো শুনা মাত্ৰকে লাইধনৰ চোতাললৈ মানুহ পানীৰ সোঁত বোৱাদি বৈছে৷ নাহিব মানুহ ! কম আচৰি�...

কল্পনা শৰ্মা পঢ়ক →