গল্প (Short Stories)
নতুন আৰু প্ৰতিষ্ঠিত গল্পকাৰৰ মননশীল চুটিগল্প।
বিস্মৃতিৰ অন্ধকাৰ গহ্বৰত
ড০ স্মৃতিমালা শৰ্মা হঠাতে জুই লাগিছিল। লাজপত নগৰৰ বসন্তকুঞ্জ এপাৰ্টমেণ্টৰ তৃতীয় মহলাৰ ফ্লেট নম্বৰ থ্ৰী বি। ৰান্ধনীঘৰৰ একমাত্ৰ...
কিতাপে কি আনে
(২৩ এপ্ৰিল বিশ্ব গ্ৰন্থ দিৱস উপলক্ষে)ড° জোনালী পাটোৱাৰী বৰা আমাৰ বাবে কিতাপ বুলিলেই দেউতা৷ নতুন কিতাপ এখন খুলিলেই আজিও দেউতা-দেউতা...
অধি নগৰীয় সংলাপ
জীৱন কিশোৰ গল্পকাৰজনে ভবাৰ দৰে এতিয়া গুৱাহাটীত বৰফ পৰা নাই৷ চেঁচা বতাহো বলা নাই৷ এতিয়া ইয়াত খৰাং পৰিছে৷ কাহিনীত সিক্ততা নাই৷...
দুজন কবি গল্পকাৰ
ড॰ অসীম চুতীয়া প্ৰণয় ফুকন আৰু ৰাজীৱ বৰা অসমৰ কাব্যাকাশৰ দুজন গুৰুত্বপূৰ্ণ কবি৷ এই দুজন কবিয়ে শেহতীয়াকৈ গল্পকাৰ হিচাপেও আত্মপ্ৰকাশ...
হিয়াৰ আমঠু বিহু : এক ঐতিহাসিক আলোচনা
ডা০ প্ৰাঞ্জল কুমাৰ নাথ কৃষ্টি, সংস্কৃতি আৰু লোকপৰম্পৰা শ্বাসত আৰু পৰিৱৰ্তনশীল। ইয়াৰ আদি বা অন্ত বিচাৰি পোৱাতো বৰ এটা সহজ কথা নহয়...
চেতন, অৱচেতন, চিৰন্তন
অংগনা ভট্টাচাৰ্য্য কোনোবাই এদিন কাৰোবাক কৈছিল— “সৌপিনে পোহৰৰ মেলা, ইমান পোহৰ মোৰ সহ্য নহয়, ব’লা এন্ধাৰ ছটিয়াই দিওঁ৷” লহপহকৈ গজি উঠা...
দ্য এলজোলাম নাইটছ্
পৰী পাৰবীনo New Year’s Day to celebrateNo chocolate covered candy hearts to give awayNo first of Spring, no song to sing কাংৰা...
ৰঞ্জু হাজৰিকাৰ ৰহস্য-ভৌতিক-হ’ৰৰ গল্প
ড॰ অসীম চুতীয়াঅসমীয়া সাহিত্যত ৰহস্য, ভৌতিকতা আৰু মানৱ-মনস্তত্ত্বৰ গভীৰ অনুসন্ধান কৰি যিসকল লেখকে সাহিত্য ৰচনা কৰিছে সেইসকলৰ ভিতৰ�...
ৰূপকাৰৰ আত্মকথা
ববিতা কলিতা ভিনচেণ্ট ভেন গঘৰ ছবিৰ নীলাবোৰে সৰ্পিল ভাঁজ এটা লৈ ঘেঁহুৰ পথাৰখনৰ মাজেৰে বৈ আহিছিল৷ বিথোভেনৰ চিম্ফ’নিবোৰে মৌমাখিৰ গুণগুণনি...
শ্বায়েৰী জীৱনৰ
অংগনা চৌধুৰী আকাশলংঘী বুলণ্ড দৰৱাজাৰ তলত ৰৈ তাই ওপৰলৈ চালে৷ ফতেহপুৰ চিক্ৰিৰ প্ৰাচীন ইটাৰঙী স্থাপত্যইও তাইৰ সৈতে চালে ওপৰলৈ৷ য’ত আকাশ...
বিহুনামত চৰাই-চিৰিকতিৰ স্থান
নৱ ৰাজন বিহুনাম কেৱল ডেকা গাভৰুৰ প্ৰেম ভালপোৱাৰ প্ৰকাশেই নহয়; ই চহা অসমীয়া জাতীয় জীৱনৰ দাপোণ।বিহুনাম,অসমৰ বিনন্দীয়া প্ৰকৃতিৰ...
অপু ভৰদ্বাজৰ গল্পত সমাজ-ৰাজনৈতিক বাস্তৱতা
ড॰ অসীম চুতীয়া সমকালীন অসমীয়া গল্পসাহিত্যত যিসকল গল্পকাৰে দৈনন্দিন জীৱনৰ আপাত-সাধাৰণ বিষয়বস্তুৰ মাজেৰে বৃহত্তৰ সমাজ-ৰাজনৈতিক বাস্তৱতা...
প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এপটিটিউড (Aptitude), লজিকেল ৰিজনিং (Logical Reasoning) আদিৰ প্ৰস্তুতি কৌশল
ড° বুলজিৎ বুঢ়াগোহাঁই বৰ্তমান প্ৰতিযোগিতামূলক শৈক্ষিক আৰু পেছাদাৰী পৰিৱেশত সফলতা কেৱল শৈক্ষিক নম্বৰ বা প্ৰযুক্তিগত দক্ষতাৰ ওপৰ�...
মিনিৰ গল্প
স্মৃতিৰেখা দেৱী‘মিনি হেৰাল৷’ ঘৰৰ দুৱাৰ মুখতে স্কুলৰ পৰা আহি পোৱা ককায়েক অনুক মনুুৱে দুখমনেৰে ক’লে৷ কথাষাৰ শুনি অনুুৱে মনুৰ মুখলৈ চালে...