গল্প (Short Stories)
নতুন আৰু প্ৰতিষ্ঠিত গল্পকাৰৰ মননশীল চুটিগল্প।
সাগৰ দেখিছা
যশোৱন্ত নিপুণ ‘সাগৰ দেখিছা?’ পলাশে চকীখনত বহি সুধিছিল৷ ‘দেখা নাই কেতিয়াও৷’ সোণালীয়ে উত্তৰ দিছিল৷ ‘ময়ো দেখা নাই। শুনিছোঁ তথাপি, সাগৰ...
ইন্দ্ৰৰ দেশত মহাকাশচাৰী
চিত্তৰঞ্জন ওজা ৰাতিপুৱাই কীৰ্তনঘৰৰ কাষৰ হাটীকেইটাত হাহাকাৰ লাগিল। স্বয়ং মহকুমাধিপতি আহিছে ছয় পইছাৰ গাজাৰ ঘৰ বিচাৰি। চাহাবে হয়তো...
জীৱন বিচাৰি
পাপৰি গোস্বামী মোৰ মনত আছে, প্ৰথমবাৰৰ বাবে যেতিয়া মই এইখন চহৰলৈ আহিছিলোঁ, বৰ্তমানৰ দৰে চাৰিওফালে বিশাল বিশাল অট্টালিকাবোৰ নাছিল৷...
লংবুই পৰ্বত, লাং-ইক্ পি আৰু কাজেক আইৰ উৰণীয়া সাধু
ৰত্না ভৰালী তালুকদাৰ (তৰুণ গল্পকাৰ জুৰি বৰুৱাৰ হাতত) লানি নিছিগা সপোন আৰু সাধুকথাৰ আলি-মুলিতে কাজেক ৰংফাৰপিৰ বাস৷ সেয়েহে যেতিয়া সপোনতে...
ছাইৰঙী আকাশ
কাব্যশ্ৰী মহন্ত উপ ৰাষ্ট্ৰপতি উপস্থিত থাকিব উদ্বোধনী অনুষ্ঠানত৷ সেয়েহে নিৰাপত্তা অতি কটকটীয়া৷ নৱনীতাই হেণ্ডবেগৰ ভিতৰত লৈ অহা সৰু...
ৰাগ বাহাৰ আৰু এখন কথা কোৱা কেনভাছ
তৃপ্তি বৰা সৰু কোঠাটো, বিছনাখন আৰু এখন চাৰিকোণীয়া আকাশ! মাজে মাজে চুকৰ সৌ লঠঙা গছজোপাৰ ডাল এটাৰ পৰা বেলিটো লুটুপকৈ সৰি পৰে, কেতিয়া...
কি নাম দিওঁ তাক
আব্দুচ ছামাদ এক : ইছলাম ছাৰৰ চেকনি আৰু এটা সময়ত মোৰ বিশ্বাস হ’ল যে ইমান দিন মই ভোগ কৰি অহা অশান্তিৰ বেছিখিনিৰ মূলতে সি৷ বিশ্বাস হওঁতে...
সাম্প্ৰতিক অসমীয়া চুটিগল্পত কুইয়ৰ চেতনাৰ স্বৰূপ বিচাৰ
বিশ্বজিৎ শইকীয়াসাহিত্যৰ বিবিধ বিধাৰ ভিতৰত চুটিগল্পও অন্যতম এক বিধা। চুটিগল্পৰ মাজেদি সমাজ একোখনৰ স্বৰূপ কলাসন্মত ৰূপত প্ৰকাশ পায়...
‘নীলকণ্ঠ’ মই
পল্লৱী কৌশিক শৰ্মা পৰ্ব ১ - সুখৰ প্ৰচ্ছায়াত গুঞ্জৰিত বিষাদ ৰাগিনী হাই হিলৰ খট্খট্ শব্দ তুলি ক্লেৰিছ গ’ল্ডস্মিথ পাঁচজনীয়া দলটোৰ সৈতে...
ব্যস্ত নগৰৰ নিৰ্জন ঘৰটো
বেদান্ত নাথ ঘৰটোৰ চাৰিওফালে ওখ ওৱাল৷ প্ৰকাণ্ড গেটখনত দিনতে এটা মস্ত তলা৷ নিমাওমাও পৰিৱেশ৷ টাউনৰ ব্যস্ত পথটোৰ একালৰ অভিজাত ঘৰটো...
ধনাঢ্য গুগলৰ বৰ্ণাঢ্য কথা
দেৱজিৎ ভৰালী গুগল! আমেৰিকাৰ প্ৰখ্যাত তথ্য-প্ৰযুক্তি সংস্থা এলফাবেট (Alphabet Inc.) ৰ এক বৃহৎ অনুষ্ঠান। মানৱ জীৱনৰ সাম্প্ৰতিক...
অস্তবেলিৰ অনুৰাগ
অংকুৰণ আৰ্ফ (ক) সান্ধ্য সময়৷ এটা ছায়ামূৰ্তি৷ গছৰ মূঢ়াৰ দৰে বৈধ৷ মুনিচুনি এই পৰত সেই পুৰণি পৰিত্যক্ত কোঠাটোতে আৱদ্ধ৷ বন্দী বিহংগৰ দৰে...
প্ৰেমহীনতাত প্ৰেম
ৰশ্মিৰেখা ভূঞা গা ধুই আহি কপালত বেলি এটা আঁকিবলৈ লৈ তাই বহু সময় খিৰিকীখনেৰে বাহিৰলৈ চাই থাকিল। বাহিৰত কুঁৱলীৰ পাতল আচ্ছাদন। শৰতৰ এনে...
মামণি ৰয়ছম গোস্বামীৰ গল্প ‘উদং বাকচ’ : এক বিশ্লেষণ
বিশ্বজিৎ শইকীয়া ...
হৰিণা পোৱালি
ক্ষিপ্ৰকল্প গগৈগাঁওখন বহুত সলনি হ’ল! আগৰ খলা-বমা, কেঁচা, নাঙঠ আলি-পদূলিবোৰক এতিয়া বিটুমিন আৰু পেভমেণ্ট ব্লকৰ নিমজ আৱৰণে ঢাকি পেলালে;...
সাত বছৰে বলোৰাম
স্ৰোতস্বিনী তামুলী বলোৰাম !... তেওঁৰ সমুখত বিশাল সেউজীয়া ধাননি৷ কাষতে চাহৰ কেটলিটো হাতত লৈ ৰৈ আছে তেওঁৰ জীয়ৰী ৰীমা৷ তাই একেথৰে চাই...