৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

প্ৰবন্ধ (Essays)

চিন্তাশীল বিশ্লেষণাত্মক আৰু গৱেষণাধৰ্মী প্ৰবন্ধ।

মুঠ ৩১৩ টা লেখা
পৃষ্ঠা ১২ / ১৪ (প্ৰদৰ্শন: ২৪ টা)
প্ৰবন্ধ আৰ্কাইভ
২৭ অক্টোবৰ, ২০২০

ভোক অথবা এই অন্ধকাৰ কালবেলা

ৰুদ্ৰ সিংহ মটক ভোকৰ অন্য নাম দুঃস্বপ্ন ভোকৰ অন্য নাম হুমুনিয়াহ হাহাকাৰভোকৰ অন্য নাম ৰঙা তেজৰ বেলিটো গোগ্ৰাসে গিলি হাঁহি থকাঅন্ধকাৰ...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৪ অক্টোবৰ, ২০২০

ভাৰসম অভিভাৱকত্ব

ড° প্ৰাঞ্জল বুঢ়াগোহাঁই সন্তান এটি তুলি-তালি ডাঙৰ-দীঘল কৰাটো আমাৰ মানুহে এতিয়াও ভাতৰ লগত পানী খোৱাৰ দৰে মামুলি কাম বুলিয়েই ভাবি আছে...

ড° প্ৰাঞ্জল বুঢ়াগোহাঁই পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৩ অক্টোবৰ, ২০২০

সম্পাদকীয়

শিশুহঁতৰ বাবে কিছু চিন্তাএজন ব্যক্তি শিশু অৱস্থাৰ পৰাই ডাঙৰ হয়৷ পিছে ডাঙৰ হোৱা বুলি যিখিনি বয়সৰ পৰা বুজা যায় সেই বয়স প্ৰাপ্ত হোৱাৰ লগে...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২১ অক্টোবৰ, ২০২০

অলৌকিক ঘটনাৰ আঁৰৰ বিজ্ঞান

ৰিপুঞ্জয় বৰদলৈ জগতত ঘটা বিভিন্ন আলৌকিক ঘটনাৰ বৈজ্ঞানিক বিশ্লেষণৰ বাবে ‘অন্যযুগ’-ৰ পাতত এটা নতুন বিষয়ৰ আৰম্ভণি— অলৌকিক ঘটনাৰ আঁৰৰ...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২০ অক্টোবৰ, ২০২০

শিশুকবিতা

নেহাঁহিবি মোক সোঁচৰিব তোক (Corrected) মঞ্জিত হাজৰিকা কঁঠাল গছত উঠি মলুৱাই পকা কঁঠাল খাই, গোটেই গাতে লাগিল এঠা এৰুৱাৰ উপায় নাই।। এৰুৱাব...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২০ অক্টোবৰ, ২০২০

kabita

ভোক অথবা এই অন্ধকাৰ কালবেলা ভোক অথবা এই অন্ধকাৰ কালবেলা । ৰুদ্ৰ সিংহ মটক। ভোকৰ অন্য নাম দু:স্বপ্ন ভোকৰ অন্য নাম হুমুনিয়াহ হাহাকাৰভোকৰ...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১৫ অক্টোবৰ, ২০২০

চন্দ্ৰ শইকীয়া প্ৰবন্ধ (ডিচেম্বৰ)

'জেংৰাই-১৯৬৩' : এটি পঠন অভিজ্ঞতাচন্দ্ৰ শইকীয়া(corrected)সাহিত্য অকাডেমিৰ বঁটাপ্ৰাপ্ত অজিৎ বৰুৱা(১৯২৬-২০১৫)একেধাৰে...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১৫ অক্টোবৰ, ২০২০

নিৰ্মালি নয়নতৰা গল্প ডিচেম্বৰ ২০২০

কাগজৰ নাও :প্ৰভঞ্জন মানে কি আচলতে? :মই....মই নাজানো। :প্ৰভাকৰ বুলি মাতিব পাৰিম চাগৈ? :প্ৰভাকৰ, দিবাকৰ যি বুলিয়েই ইচ্ছা কৰে মাতিব পাৰে...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৯ ছেপ্টেম্বৰ, ২০২০

সম্পাদকীয়

অসমীয়া শব্দৰ উচ্চাৰণ সম্পৰ্কে জগতৰ প্ৰতিটো ভাষাৰে শব্দাৱলীৰ উচ্চাৰণৰ কিছুমান পৰম্পৰাগত ৰীতি আছে। পৰম্পৰাগতভাৱে চলি অহা এনে ৰীতিবোৰকে...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১০ ছেপ্টেম্বৰ, ২০২০

শিশু কবিতা অক্টোবৰ

শিশু কবিতাঃলতা আৰু ককাস্বপ্নালী কলিতাএদিন পুৱা ককাৰ পিঠিত লতা উঠি ল'লেককাক বোলে, ব'লা ককা এৰাবাৰীৰ ফালে |ককাই বোলে হেৰৌ লতা !ক'লৈ যাৱ...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২ ছেপ্টেম্বৰ, ২০২০

সম্পাদকীয়

অসমীয়া সাহিত্যৰ প্ৰথম যাত্ৰা আৰম্ভ হৈছিল কাৰ্যতঃ অনুবাদৰ যোগেদি। প্ৰথমখন বিশুদ্ধ অসমীয়া ভাষাৰ পুথি হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত্ৰ’ বা...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২ ছেপ্টেম্বৰ, ২০২০

সমাজৰ দৃষ্টিভংগী আৰু মানসিক অসুস্থতা

পাৰভীন চুলতানা মহামাৰি বুলিলে এতিয়া ক’ৰ’না মহামাৰিৰ ভয়াৱহতা সকলোৰে চকুৰ আগত ভাহি উঠে; কিন্তু তাতোকৈ ভয়াৱহ মহামাৰি আমাৰ অলক্ষিতে থাকি...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১ ছেপ্টেম্বৰ, ২০২০

কৈশোৰকাল, টোপনি আৰু মগজুৰ বিজ্ঞান

ড° প্ৰাঞ্জল বুঢ়াগোহাঁই আজিকালি প্ৰত্যেক দিনেই বহু কিশোৰ-কিশোৰী আৰু অভিভাৱক কৈশোৰ কাল সম্পৰ্কীয় বিভিন্ন বিষয় বা সমস্যা লৈ মোৰ ওচৰলৈ...

ড˚প্ৰাঞ্জল বুঢ়াগোহাঁই পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১ ছেপ্টেম্বৰ, ২০২০

নৱকান্ত বৰুৱাৰ গান

ড° প্ৰাণজিৎ বৰা ‘‘কণ্ঠত যাৰ সুৰ নাই, অথচ কাণত আছে’’ বুলি কোৱা কবিয়ে যেতিয়া গীত লিখে‍অথবা ‘‘সুৰৰ পৰশে তাক গান কৰি নেলাগে তুলিব’’ বুলি...

প্ৰবন্ধ আৰ্কাইভ
১ ছেপ্টেম্বৰ, ২০২০

শিক্ষক, শিক্ষকতা আৰু শৈক্ষিক জগত

ড° অৰবিন্দ ৰাজখোৱা ৰিচাৰ্ড ফাইনমেনৰ কাহিনীটো লিখিছে সৌৰভ কুমাৰ চলিহাই। ন’বেল বঁটা বিজয়ী পদাৰ্থ বিজ্ঞানী ফাইনমেনে ‘পদাৰ্থবিজ্ঞা...

ড˚অৰবিন্দ ৰাজখোৱা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১ ছেপ্টেম্বৰ, ২০২০

বিশিষ্ট বিজ্ঞানী তথা শিক্ষাগুৰু: ড° ভূমিধৰ চৌধুৰী

ড° পদ্মপাণি একো একোজন বিদ্বান, আদৰ্শৱান শিক্ষকে আমাৰ জীৱনত অতি গভীৰভাৱে প্ৰভাৱ পেলাই থৈ যায়৷ এনেসকল শিক্ষকৰ জীৱনৰ ব্ৰত হ’ল— ছাত্ৰসকলক...

প্ৰবন্ধ আৰ্কাইভ
২৯ আগষ্ট, ২০২০

অসমীয়াৰ সংজ্ঞা— ২

ধ্ৰুৱজ্যোতি বৰা (১) ভাষাই হ’ল অসমীয়া সংজ্ঞাৰ কেন্দ্ৰীয় বিষয়বস্তু ভাষা জাতিৰ প্ৰাণ। ভাষা নথকাকৈ পৃথিৱীত ক’ৰবাত জাতি আছে বুলি মই...

ডা° ধ্ৰুৱজ্যোতি বৰা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২ আগষ্ট, ২০২০

সম্পাদকীয়

আমাৰ ভৱিষ্যৎ বৰ্তমান সময়ত সমগ্ৰ মানৱ সমাজেই নিজৰ ভৱিষ্যতক লৈ শঙ্কিত আৰু সন্দেহশীল। বিশেষকৈ গভীৰ মহাকাশতো বিচৰণ কৰিবলৈ ওলোৱা প্ৰযুক্তিৰ...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৫ জুলাই, ২০২০

মানৱ অতিযুগৰ কথা

ড˚ কুলেন্দু পাঠক এনথ্ৰ’প’চিন ইপ’ক বা মানৱ অধিযুগতে মানৱ সভ্যতা আৰু জীৱজগতে মহা বিপৰ্যয়ৰ সন্মুখীন হ’ব নেকি— এই প্ৰশ্নৰ আজি-কালি প্ৰায়ে...

ড˚ কুলেন্দু পাঠক পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১২ জুলাই, ২০২০

...

আপোনাৰ লেখাৰ জমাকৰণ সফলতাৰে সমাপন হৈছে৷ লেখাটি ইতিমধ্যে আমাৰ সম্পাদনা কক্ষলৈ প্ৰেৰণ কৰা হৈছে৷ প্ৰকাশৰ বাবে যোগ্য বিবেচিত হ’লে...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৮ জুলাই, ২০২০

অসমীয়া সাহিত্য লেখা #2979

অন্যযুগANNNNNNNNNN নাম: সম্পূৰ্ণ ঠিকনা: ম'বাইল নাম্বাৰ: লেখাৰ প্ৰকাৰ: আপুনি প্ৰেৰণ কৰিব খোজা লেখাৰ প্ৰকাৰ বা যিটো শিতানৰ বাবে আপুনি...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →