৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

প্ৰবন্ধ (Essays)

চিন্তাশীল বিশ্লেষণাত্মক আৰু গৱেষণাধৰ্মী প্ৰবন্ধ।

মুঠ ৩১৩ টা লেখা
পৃষ্ঠা ১৩ / ১৪ (প্ৰদৰ্শন: ২৪ টা)
প্ৰবন্ধ আৰ্কাইভ
৮ জুলাই, ২০২০

ফুল-পাতৰ বনৌষধি চাহ: টিজানৰ কথাৰে

ড˚ নিতালী বৰগোহাঁই প্ৰথমতে লিখোঁ চাহৰ কথা৷ চাহ হ’ল পূব এছিয়াত পোৱা Camelia Synensis নামৰ এবিধ গছৰ পাত খুন্দি শুকান কৰি পানীত সিজাই...

ড˚ নিতালী বৰগোহাঁই পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৪ জুলাই, ২০২০

সম্পাদনা কক্ষ

উপদেষ্টামণ্ডলীড˚ পোনা মহন্তডা˚ ধ্ৰুৱজ্যোতি বৰাসম্পাদকমৃদুল শৰ্মা (অবৈতনিক)কাৰ্যবাহী সম্পাদকৰঞ্জুমণি মহন্ত (অবৈতনিক)কলা সম্পাদকড˚...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৩ জুলাই, ২০২০

নিৰ্মলকক্ষ প্ৰযুক্তি

খনিন্দ্ৰ বৰুৱা প্ৰদীপ কুমাৰ গোস্বামী জীৱন-জীৱিকাৰ বিভিন্ন ক্ষেত্ৰত প্ৰয়োজন পূৰাবৰ উদ্দেশ্যে কেইবাদশকো আগৰে পৰা নিৰ্মলকক্ষ ব্যৱহৃত হৈ...

খনিন্দ্ৰ বৰুৱা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৩ জুলাই, ২০২০

share test

div#socialSharing a span.fa-lg { border-radius: 50%; margin: 1%; color: #FFFFFF; } div#socialSharing a span.fa-lg i { font-style:...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৩ জুলাই, ২০২০

আমাৰ বিদ্যালয়ত শিক্ষা প্ৰদানৰ সমস্যা

ড˚ নলীন বৰঠাকুৰ এটা জাতি আৰু জাতিটোৱে জন্ম দিয়া শিক্ষা-ব্যৱস্থাৰ মাজত এৰাব নোৱৰা সম্পৰ্ক থাকে। জাতিটোৰ চিন্তা-ভাবনা আৰু ইতিহাস ইয়াৰ...

ড˚ নলীন বৰঠাকুৰ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৩ জুলাই, ২০২০

যোৰহাটৰ কাব্যপ্ৰৱাহৰ গতি-প্ৰগতি: এক চমু অৱলোকন

বাব্‌লু প্ৰসাদ বৰুৱা চৰ্যাপদ অথবা লোককবিতাৰ প্ৰাকৃত স্তৰটোৰ পৰা উজাই আহি অসমীয়া কাব্যপ্ৰৱাহক মনোযোগেৰে লক্ষ্য কৰিলে দেখা যায় যে বৈষ্ণৱ...

বাব্‌লুপ্ৰসাদ বৰুৱা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২ জুলাই, ২০২০

সম্পাদকীয়

জগতখন ক’ৰ পৰা সৃষ্টি হৈছে বুলি উত্থাপন হোৱা প্ৰশ্নটোৰ উত্তৰত মহাজাগতিক বিস্ফোৰণকে ধৰি যিবোৰ কথা কোৱা হয়, সেইবোৰৰ ধাৰণা কৰিবলৈ মানুহৰ...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১ জুলাই, ২০২০

আমেৰিকান কবি থিঅ’দৰ হ্যুব্‌নেৰ ৰ’থ্‌কে : জীৱন এষণা আৰু কাব্যবীক্ষা

ৰুদ্ৰ সিংহ মটক বিশ্বখ্যাত আমেৰিকান কবি থিঅ’দৰ হ্যুব্‌নেৰ ৰ’থ্‌কেৰ জন্ম (১৯০৮-১৯৬৩) মিচিগানৰ চাগিন’ত। তেওঁৰ পিতৃ অট্ট’ ৰ’থ্‌কে আৰু...

ৰুদ্ৰ সিংহ মটক পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২১ জুন, ২০২০

সম্পাদকীয়

(ক) ‘অন্যযুগ’ আলোচনীখনে তৃতীয় বৰ্ষত ভৰি দিলে৷ তৃতীয় বৰ্ষৰ ৩য় সংখ্যাটো বিহু সংখ্যাৰূপে প্ৰকাশৰ ব্যৱস্থা কৰা হৈছিল৷ ২৩ মাৰ্চ ২০২০ তাৰিখে...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১৯ জুন, ২০২০

বিহু অসমীয়া জাতিসত্তাৰ ছান্দসিক সংস্কৃত সমন্বয়

ড˚ নন্দ সিং বৰকলা অ সমীয়া জাতিৰ অতুল্য উৎসৱ, জাতীয় জীৱনৰ ধমনী ৰঙালী বিহুৱে সমন্বয় আৰু সম্প্ৰীতিৰ বাৰ্তা বহন কৰি আহিছে। আহোম...

ড˚ নন্দ সিং বৰকলা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১৮ জুন, ২০২০

মানৱ পুথিভঁৰাল

দেৱজিৎ ভৰালী আমাৰ অসমত মানৱ পুথিভঁৰালৰ ধাৰণাই এতিয়াও গা কৰি উঠা নাই৷ কিন্তু সম্ভাৱনাৰ অভাৱ নাই৷ অলপ মন কৰিলেই এই অনুষ্ঠানক...

দেৱজিৎ ভঁৰালী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১৫ জুন, ২০২০

গোলকীয় উষ্ণতা: তুষাৰযুগত

ড˚ কুমুদ চন্দ্ৰ ভট্টাচাৰ্য্য আজি-কালি গোলকীয় উষ্ণতা আৰু তাৰ পৰা উৎপন্ন হোৱা জলবায়ু পৰিৱৰ্তনৰ বিষয়টো নানা দিশৰ পৰা আলোচিত হৈ আছে। পিছে...

ড˚ কুমুদচন্দ্ৰ ভট্টাচাৰ্য্য পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১৫ জুন, ২০২০

ঔপনিৱেশিক অসমত বুৰঞ্জী চৰ্চাৰ পৰম্পৰা

ভৃগুমণি নাথ ভাৰতবৰ্ষ বিভিন্ন সভ্যতাৰ প্ৰাণকেন্দ্ৰ। ভিন ভিন সভ্যতাই ইয়াত নিজাববীয়া উত্থান-পতনৰ চাপ ৰাখি থৈ গৈছে। এনে উত্থান-পতনৰ...

ভৃগুমণি‍ নাথ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১৫ জুন, ২০২০

বিহু: অৰণ্যৰ পৰা কৰ্মশালালৈ

ড˚ অনিল শইকীয়া আজিৰ প্ৰজন্মই, ধৰা হওক একবিংশ শতিকাৰ প্ৰথম দশকত জন্ম গ্ৰহণ কৰা প্ৰজন্মই বিহুনাম, বিহুনাচ, বিহু-ঢোলৰ চাপৰ, পেঁপাৰ লহৰ...

ড˚ অনিল শইকীয়া পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১৪ জুন, ২০২০

অনলাইন শিক্ষাব্যৱস্থা আৰু আমাৰ ছাত্ৰ-ছাত্ৰী

ৰিপুঞ্জয় বৰদলৈ‍ লকডাউনৰ ফলত বিদ্যালয় বন্ধ হোৱাৰ আগতে ছাত্ৰ-ছাত্ৰীক ম’বাইল কিয় লাগে বুলি অভিভাৱকে ধমক দিছিল। কিন্তু এতিয়া অনলাইন...

আৰু আমাৰ ছাত্ৰ-ছাত্ৰী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১৪ জুন, ২০২০

কমলা সহ’নী: ভাৰতীয় জৈৱ ৰসায়নবিদ

অদিতি বেজবৰুৱা ভাৰতবৰ্ষৰ বাটকটীয়া মহিলা বিজ্ঞানীসকলে কৰিবলগীয়া হোৱা সংগ্ৰামৰ প্ৰতিনিধিত্ব কৰিছে কমলা ছহ’নীৰ জীৱন-কাহিনীয়ে৷ তেওঁৰ...

ভাৰতীয় জৈৱ ৰসায়নবিদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১৩ জুন, ২০২০

আকৌ আহিল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ

অৰুণ কুমাৰ দাস ২০২০ বৰ্ষটো টুৱেণ্টি-টুৱেণ্টি ক্ৰিকেটৰ বাবে গুৰুত্বপূৰ্ণ৷ কিয়নো এই বছৰটোত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আই চি চি)...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১৩ জুন, ২০২০

পৰিৱৰ্তিত সমাজ আৰু ৰঙালী বিহুৰ ৰং-ৰহইচ

ড˚ মুনীন বৰগোহাঁই বিহুৰ সৃষ্টিৰ মূলতেই আছিল লোকসমাজৰ মাজত প্ৰচলিত লোকবিশ্বাস। কাৰণ, লোকসমাজৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতাই কিছুমান...

ড˚মুনীন বৰগোহাঁই পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১৩ জুন, ২০২০

কৰ’না, প্ৰবাসী শ্ৰমিক আৰু অসমৰ অৰ্থনীতিৰ কথা

দ্বিপেন কাকতি আমাৰ দেশত বছৰি পোন্ধৰ লাখ লোকে যক্ষ্মা ৰোগত মৃত্যু বৰণ কৰা, কুৰি লাখৰো অধিক লোকে মেলেৰীয়াত মৃত্যু বৰণ কৰা, প্ৰায় ন লাখ...

অসমৰ অৰ্থনীতিৰ কথা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১৩ জুন, ২০২০

আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস আৰু ভাৰতীয় চাহ শিল্প

ড˚ বিচিত্ৰ কুমাৰ বৰঠাকুৰ ২১ মে’, ২০২০ চন, বিশ্বই প্ৰথমবাৰৰ কাৰণে উদ্‌যাপন কৰিলে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস৷ যদিও ২০০৫ চনৰ ১৫ ডিচেম্বৰ...

ড˚ বিচিত্ৰ কুমাৰ বৰঠাকুৰ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৩ জুন, ২০২০

ANYAYUG App Privacy Policy

Privacy Policy for ANYAYUG At www.anyayug.com, accessible from https://www.anyayug.com, one of our main priorities is the privacy of...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →