প্ৰবন্ধ (Essays)
চিন্তাশীল বিশ্লেষণাত্মক আৰু গৱেষণাধৰ্মী প্ৰবন্ধ।
ড° কাৰ্ল স্মিট : মানৱ কল্যাণৰ বাবে যি জীৱন উছৰ্গা কৰিছিল
ড° পুলক সভাপণ্ডিতপৃথিৱীত এনে কিছুমান লোক আছে যি জীৱিত কালত একমাত্ৰ মানৱ কল্যাণৰ বাবেই কাম কৰে৷ কিন্তু এইখন পৃথিৱীতে এনে কিছুমান...
দ্য বে’ষ্টলেণ্ড আৰু য়ুলিছিছ্ : দুটি অসামান্য সাহিত্যকৃতি
১৯২২ চনত ইংৰাজী ভাষাৰ দুখন গ্ৰন্থ প্ৰকাশ পাইছিল আৰু দুয়োখন গ্ৰন্থই বিগত এশ বছৰ ধৰি বিশ্বৰ সাহিত্য জগতত অতুলনীয় সাহিত্যকৃতি বুলি...
কৃষি-অৰ্থনীতি সম্পৰ্কীয় কিছু পৰ্যৱেক্ষণ
একেবাৰে প্ৰাৰম্ভিক অৱস্থাত মানুহৰ সম্পদ আছিল কেৱল খাদ্যদ্ৰব্য৷ সেই সম্পদো আছিল সাময়িক সম্পদহে৷ তাৰ পাছতহে হাজাৰ হাজাৰ বছৰৰ বিভিন্ন...
অৰ্থনৈতিক বিকাশ আৰু বিজ্ঞান
ড॰ প্ৰিয়দেৱ গোস্বামী মানুহৰ জীৱন মানেই কৰ্ম৷ কৰ্মহীন জীৱন প্ৰকৃত মানৱ জীৱন নহয়৷ কৰ্মই আমাৰ পৰিচয় নিৰ্ণয় কৰে৷ জীৱন যাপন কৰিবলৈ মানুহে...
শান্তিস্বৰূপ ভটনাগৰ বঁটা আৰু ড° বিনয় কুমাৰ শইকীয়া (অভিনন্দন)
দিগন্ত ওজা অসমৰ বিজ্ঞানক্ষেত্ৰলৈ যোৱা দেওবাৰে (২৬ ছেপ্টেম্বৰ, ২০২১) দুপৰীয়া আহিল এটা অতি ভাল লগা খবৰ৷ গোলাঘাটৰ জোনাকী নগৰত ওপজা আৰু...
চপাই আন মানুহৰ মাত
কুঁকি কল্পিতা বৰা মানুহৰ কাষে পাৰে মানুহ নেদেখাৰ পৰা অতবোৰ মুখ কেনি ওলায়,ইমান মানুহ নিজৰ পৰা কোন বেলাত কেনি পলায় !মুখবোৰ কেনিবা হেৰাই...
বাঘৰাণী খইৰী
প্ৰায় ১৫০ মিটাৰ দূৰৰ পৰা ‘উহু-উহু’ কৰি দেও দি দি আগবাঢ়ি আহিল খইৰী। কিন্তু আমাৰ লগত ঘৰলৈ ঘূৰি যোৱাত তাইৰ অসন্তোষ অত্যন্ত স্পষ্ট। বৰং...
নিমাতী ঘাট, কিছু দুৰ্ভাগ্য আৰু কিছু আশা
ক’ভিড আতঙ্কৰ বাবে যোৱা দুটা বছৰৰ শাৰদীয় দুৰ্গোৎসৱ সেমেকা আছিল বা পালনীয়খিনি পালন কৰিব পৰা পৰিস্থিতি নাছিল৷ সম্প্ৰতি চৰকাৰীভাৱে ক’ভিড...
উৎকৃষ্ট গদ্যৰ সন্ধানত
ড০ খগেশ সেন ডেকাপ্ৰস্তাৱনা : মানৱ-সভ্যতাৰ অগ্ৰগতিত ভাষাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ ভাষাৰ বাবেই প্ৰাণী জগতৰ সকলো জীৱৰ ভিতৰত মানুহ...
ট’কিঅ’ অ’লিম্পিকত ভাৰতৰ প্ৰদৰ্শন আৰু কিছু আনুষঙ্গিক
ক’ভিড মহামাৰীৰ মাজতে এবছৰ পলমকৈ অনুষ্ঠিত হোৱা ট’কিঅ’ অ’লিম্পিক শেষ হ’ল৷ প্ৰায় এশ চল্লিছ কোটি মানুহৰ দেশ ভাৰতবৰ্ষৰ ক্ৰীড়াৱিদসকলে এই...
ভোগকচু ভকেবুলাৰী : এক আলোচনা
নিকু দুৱৰা জাক ডেৰিডাই যেতিয়া পাঠ এটাৰ প্ৰতিষ্ঠিত ভাষাটোক ভাঙিব লাগে বুলি যুক্তি আগ বঢ়াইছিল, ঠিক সেই সময়তেই উত্তৰ-আধুনিকতাবাদে পাঠক...
স্থিৰদৃষ্টি
সঞ্জীৱ সভাপণ্ডিতমই আজিকালি প্ৰায়েই ভাবোঁ, কিমান চনত মোৰ মৃত্যু হ’ব৷ কিমান বয়সত মৃত্যু হ’ব বুলি ভবাতকৈ চনবোৰ ভাবি মই ভাল পাওঁ; কাৰণ...
“কবিৰ নিৰাসক্তি আৰু নৈৰ্ব্যক্তিকতা : এক প্ৰস্তাৱনা” শিৰোনামৰ লেখাটো পঢ়ি সমৃদ্ধ হৈছোঁ
বাব্লু প্ৰসাদ বৰুৱাভালেকেইটা মননশীল লেখাই জুলাই মাহৰ ‘অন্যযুগ’ৰ সুৱগা চৰাইছে। এই সংখ্যাতে প্ৰকাশ পোৱা ডক্টৰ মৃদুল শৰ্মাৰ “কবিৰ...
“বাঘৰাণী খইৰী” পঢ়ি আন্দোলিত হৈছোঁ
ৰুদ্ৰসিংহ মটকছাত্ৰাৱস্থাতে জিম কৰবেটৰ Man-Eaters of Kumaon পঢ়িছিলোঁ। প্ৰাণ টানি ধৰা কি সজীৱ জীৱন্ত বৰ্ণনা! কাহিনীটো পঢ়ি বাৰে বাৰে...
জ্যোতিষসন্মত আৰু বিজ্ঞানসন্মত
অভিজিত শৰ্মা বৰুৱা কোনো লোকৰ জন্মৰ সময়ত গ্ৰহ-নক্ষত্ৰৰ অৱস্থান কি আছিল, সেই অৱস্থানৰ বাবে জাতকৰ জীৱনত কি কি ঘটিব, জন্মপত্ৰিকা প্ৰস্তু�...
মামণি ৰয়ছম গোস্বামীৰ সাহিত্যত জীৱনৰ দ্বন্দ্ব
ৰত্না ভৰালী তালুকদাৰবিংশ শতাব্দীৰ বিশ্বৰ এক বিস্ময় পুৰুষ, চিত্ৰকলাত ‘কিউবিজম্’ৰ আৱিষ্কাৰ কৰা বিশ্ববিশ্ৰুত চিত্ৰশিল্পী আৰু ভাস্কৰ পাবলো...
কবিৰ নিৰাসক্তি আৰু নৈৰ্ব্যক্তিকতা : এটি প্ৰস্তাৱনা
ড° মৃদুল শৰ্মা কবিতাৰ আলোচনাত প্ৰায়ে কবিৰ আসক্তি, নিৰাসক্তি, বিনয়, অহংবোধ আদি শব্দই বুজোৱা মানৱীয় গুণ কিছুমানৰ উল্লেখ ঘটে৷ ইয়াৰ...
ড° লক্ষ্মীনন্দন বৰা : সশ্ৰদ্ধ স্মৰণ
ড° অৰবিন্দ ৰাজখোৱা ৰামধেনু যুগৰ যিকেইগৰাকী সাহিত্যিকে সাহিত্য জগতত একবিংশ শতিকা পৰ্যন্ত নিজৰ স্থিতি সবল কৰি ৰাখিলে তেওঁলোকৰ ভিতৰত ড°...
শ্ৰমৰ মৰ্যাদা আৰু অসমীয়াৰ দুৰ্দশা
ইতিমধ্যে অসমৰ নতুন চৰকাৰখনৰ বয়স এমাহতকৈ বেছি হ’ল৷ এই এটা মাহত চৰকাৰখনে ৰাজ্যৰ উন্নতিৰ কাৰণে কি কি কৰিছে সেয়া স্পষ্ট হৈ উঠিবৰ সময় হোৱা...
ৰং ৰং ৰং— মাথোঁ ৰং
সঞ্জীৱ সভাপণ্ডিত ৰং আহে পাখি মেলি৷ এই কথাটো যেতিয়াই শুনিছিলোঁ তেতিয়াই মোৰ মনলৈ এটা বহল বহল ভাব আহিছিল৷ সৰুতে বহল ঠাই মানে পথাৰখনকে...