৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

প্ৰবন্ধ (Essays)

চিন্তাশীল বিশ্লেষণাত্মক আৰু গৱেষণাধৰ্মী প্ৰবন্ধ।

মুঠ ৩১৩ টা লেখা
পৃষ্ঠা ৮ / ১৪ (প্ৰদৰ্শন: ২৪ টা)
প্ৰবন্ধ আৰ্কাইভ
২৭ মাৰ্চ, ২০২২

বসন্ত বিশেষ: বসন্তৰ পক্ষী (১) কুলি-কেতেকী

বুবুল শৰ্মামতা কুলিসুৱদি কুলিৰ সুৰৰ মূৰ্ছনাই,মৰুময় পৃথিৱীৰ বুকুত যেন মৰূদ্যানৰ সম্ভেদ দিছে ৷ শীতৰ ঠেঁটুৱৈ জাৰত গছৰ পাত সৰি গছ লঙঠা হয়...

বুবুল শৰ্মা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৭ মাৰ্চ, ২০২২

চ্যালুইনৰ পৰা লুইতলৈ chaluinar-pora-luitaloi-february-2022

ড০ চন্দ্ৰধৰ চমুৱা (যোৱা সংখ্যাৰ পিছৰ পৰা)সি ঠাই এখন পাইছে। নাম্‌-ৰুকতে খিলঞ্জীয়া প্ৰজাই কৈ পঠাইছিল- ভাটিলৈ এখন ভাল ঠাই আছে। তাৰে...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৭ মাৰ্চ, ২০২২

চ্যালুইনৰ পৰা লুইতলৈ chaluinar-pora-luitaloi-april-2022

ড০ চন্দ্ৰধৰ চমুৱা(যোৱা সংখ্যাৰ পিছৰ পৰা)(বিশ) বৰচ’ৰাত নিতৌ মেল বহে ৷ এনে এটা দিনৰে কথা : আজি আকৌ কেইটামান অভিযোগৰ বিচাৰ আছে। নাম-ৰূকতে...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৬ মাৰ্চ, ২০২২

বিকৰ্ণ bikarna-poem-May-2022

জয়ন্ত দত্ত A man is not a hero to his wife and valet চুপ থাক বিকৰ্ণ* তই কিহৰ কিটো... কেমেৰাৰ চেটেপ চেটেপ টিটকাৰিৰ তলেদি ঘটনাক ৰহণ সানি...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৩ মাৰ্চ, ২০২২

সমালোচনা সম্পৰ্কে কিছু পৰ্যৱেক্ষণ

কেৱল সাহিত্যৰ ক্ষেত্ৰতে সীমাৱদ্ধ নহয় যদিও সমালোচনা বুলিলে কেৱল গুণ-দোষ নিৰূপণৰ বাবে লিখিত নথি হিচাপে অনুশীলন কৰা সাহিত্যৰ...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২ মাৰ্চ, ২০২২

অন্যযুগৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান

যোৱা ১৩ ফেব্ৰুৱাৰিত যোৰহাট প্ৰেছক্লাবত ‘অন্যযুগ’ আলোচনীৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ লগতে ‘অন্যযুগ বক্তৃতা-২০২২’ আৰু ‘অন্যযুগ সাহিত্য সন্মান’...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৭ ফেব্ৰুৱাৰী, ২০২২

ভাষিক জাতীয়তাবাদ আৰু অসমীয়া

কিছুদিনৰ পূৰ্বে বৰাক উপত্যকাত অসমীয়া ভাষাত লিখা অসম চৰকাৰৰ এখন বিজ্ঞাপনৰ ফলকত কোনোবা বাংলাভাষী সংগঠনৰ লোকে অসমীয়া আখৰত ৰং সানি ‘বাংলা...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৭ ফেব্ৰুৱাৰী, ২০২২

Galpa April 2022

এজন পেছাদাৰী শিল্পীৰ কৰ্ম-দৰ্শন আৰু চিন্তালানি-জীৱন কিশোৰ-----------------------(১)ভি, কে, বাসুদেৱন এজন তেনেই সহজ-সৰল লোক । তেওঁৰ...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৭ ফেব্ৰুৱাৰী, ২০২২

‘অন্যযুগ সাহিত্য সন্মান ২০২১’ - ৰ প্ৰাপক শিবানন্দ কাকতিয়ে সন্মান গ্ৰহণ কৰি দিয়া অভিভাষণ

শ্ৰদ্ধাভাজন সমবেত সুধীবৃন্দ, শৈশৱৰ এটা অতি সুমধুৰ কাল কটোৱা যোৰহাট চহৰখনত ঠিয় হৈ মই আপোনালোক সকলোলৈকে সশ্ৰদ্ধ কৃতজ্ঞতা আৰু নমস্কাৰ...

শিবানন্দ কাকতি পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৬ ফেব্ৰুৱাৰী, ২০২২

বিজ্ঞান আৰু সাহিত্য

অভিজিত শৰ্মা বৰুৱা আজি এই সভাত উপস্থিত জ্যেষ্ঠ-কণিষ্ঠ সকলোলৈকে শ্ৰদ্ধা-সম্ভাষণ জনাই বিজ্ঞানক বিষয়ৰূপে লৈ প্ৰতি বছৰে আয়োজন কৰা 'অন্যযুগ...

অভিজিত শৰ্মা বৰুৱা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৪ ফেব্ৰুৱাৰী, ২০২২

মেডিচিন, বিজ্ঞান আৰু স্বাস্থ্য

ডাঃ নৰেন কুটুম( টোকা : মেডিচিন বুলি কওঁতে ইয়াত কেৱল পিল, ঔষধৰ বটল নতুবা ইনজেকচনৰ কথাকে বুজাব বিচৰা নাই৷ ইয়াত বহল অৰ্থত ক’ব বিচৰা হৈছে...

ডা° নৰেন কুটুম পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৩ ফেব্ৰুৱাৰী, ২০২২

‘অন্যযুগ সাহিত্য সন্মান ২০২০’-ৰ প্ৰাপক ড° এম কামালুদ্দিন আহমেদে সন্মান গ্ৰহণ কৰি দিয়া অভিভাষণ

শ্ৰদ্ধাভাজন সমবেত সুধীবৃন্দ, আপোনালোক সকলোকে শ্ৰদ্ধাৰে সম্ভাষণ জনাইছোঁ। প্ৰথমতে কবিতা লিখিবলৈ লৈছিলোঁ তুচ্ছ দৈনন্দিনতাৰ ধূলি-বালি...

ড° এম কামালুদ্দিন আহমেদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৭ ফেব্ৰুৱাৰী, ২০২২

অসমীয়া ভাষা-সাহিত্যৰ উচ্চশিক্ষা সম্পৰ্কীয় চিন্তা আৰু ‘ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০’

ড° নীৰাজনা মহন্ত বেজবৰা (ক) প্ৰচলিত শিক্ষা ব্যৱস্থাআমাৰ দেশৰ শিক্ষা ব্যৱস্থাত জাতীয় ভাষা-সাহিত্যৰ শিক্ষাই এক বুজন অংশ অধিকাৰ কৰি আছে...

ড° নীৰাজনা মহন্ত বেজবৰা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১ ফেব্ৰুৱাৰী, ২০২২

বিজ্ঞান সকলোৰে বাবে হয়নে?

ড° ভাৰত বৰুৱাআজিৰ যুগত বিজ্ঞান শব্দটো শুনিলে হয়তো কেইখনমান বিশেষ ছবি চকুৰ আগত ভাহি আহে। যেনে ধৰক কোনো এজন বিজ্ঞানীয়ে ধক্ ধকীয়া বগা...

ভাৰত বৰুৱা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৩১ জানুৱাৰী, ২০২২

শান্তিস্বৰূপ ভাটনাগৰ বঁটা লাভ কৰা ড° বিনয় কুমাৰ শইকীয়াদেৱৰ সৈতে 'অন্যযুগ'ৰ কথোপকথন

ড° বিনয় কুমাৰ শইকীয়াদেৱৰ সৈতে আকাশ দীপ্ত ঠাকুৰভাৰতবৰ্ষৰ বিজ্ঞান গৱেষণাগাৰৰ পিতৃপুৰুষ হিচাপে খ্যাত ড° শান্তিস্বৰূপ ভাটনাগৰৰ নামেৰে দেশৰ...

সাক্ষাৎ গ্ৰহণ: আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৩০ জানুৱাৰী, ২০২২

অসমীয়া বিজ্ঞান সাহিত্য : এটি টোকা

ড° অৰবিন্দ ৰাজখোৱা প্ৰাচীন অসমৰ বিজ্ঞান চৰ্চা বিশ্বৰ আন বহু ঠাইৰ তুলনাত কোনোগুণেই কম নাছিল৷ জীৱনৰ বৈচিত্ৰ্যময় অভিজ্ঞতা আৰু অন্বেষণৰ...

ড° অৰবিন্দ ৰাজখোৱা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৩০ জানুৱাৰী, ২০২২

কে-টি (K-T) সংঘটন: পৃথিৱী পৃষ্ঠত সংঘটিত এক ভয়াৱহ মহাজাগতিক দুৰ্ঘটনা

ড০ ৰক্তিম ৰঞ্জন শইকীয়া ভয়াৱহ দুৰ্ঘটনা বুলিলে আমি টাইটানিক ধ্বংসৰ স্তৰৰ দুৰ্ঘটনাকে বুজোঁ যদিও আজিৰ পৰা ৬৫ নিযুত বছৰৰ আগতে সংঘটিত এটা...

ড° ৰক্তিম ৰঞ্জন শইকীয়া পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৯ জানুৱাৰী, ২০২২

লেজি ডগ, বিস্ময়বৰ্ষ আৰু ন’বেল বঁটা

ড০ ৰমেশ চন্দ্ৰ গোস্ৱামী বিদ্যালয়ৰ প্ৰায়বোৰ শ্ৰেণীতে ল’ৰাটোৰ মনোযোগ নবহে৷ সি বহেও পিছফালৰ বেঞ্চত৷ কিবা সুধিলেও শিক্ষকৰ মনঃপুত হোৱাকৈ...

ড° ৰমেশ চন্দ্ৰ গোস্বামী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৯ জানুৱাৰী, ২০২২

বিড়াল

নীলোৎপল বৰুৱা দণ্ডপাণি শ‌ইকীয়া ইজিপ্টলৈ যোৱা নাই! নাই যোৱা। খাটাং নাই যোৱা। যোৱা হ’লে অন্ততঃ গীৰ্জাত উঠা পলাৰ’য়ড ফটো এখন থাকিলহেঁতেন...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৭ জানুৱাৰী, ২০২২

বিজ্ঞান : চিন্তা আৰু দুঃচিন্তা

[১]১৯৮৬ চন আৰু ১৯৮৭ চনত প্ৰায় পাঁচ মাহৰ অগাপিছাকৈ দুটা সূৰ্যগ্ৰহণৰ ঘটনা ঘটিছিল৷ সেই সময়ত আমি আছিলোঁ স্কুলীয়া ছাত্ৰ৷ আমাৰ পঞ্চম শ্ৰেণীৰ...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৪ জানুৱাৰী, ২০২২

টকিঅ’ৰ আৱৰ্জনা আৰু আৱৰ্জনামুক্ত ভাৰতৰ স্বপ্ন

জ্যোতিষ্মান দাস আৱৰ্জনাৰ সঠিক ব্যৱস্থাপনা আধুনিক মানৱ সভ্যতাৰ এক প্ৰধান প্ৰত্যাহ্বান৷ কিন্তু এই প্ৰত্যাহ্বানক হেলাৰঙে অতিক্ৰম কৰি...

ড° জ্যোতিষ্মান দাস পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
১৮ জানুৱাৰী, ২০২২

কল্পবিজ্ঞান সাহিত্যৰ সোণালী যুগ

(১৯৩০-১৯৫০ চনলৈ কল্পবিজ্ঞান সাহিত্যৰ চমু অৱলোকন) মানস প্ৰতিম দত্ত কল্পবিজ্ঞান সাহিত্যৰ সৈতে জড়িত লেখক, পাঠক সকলৰ বাবে সদা পৰিচি�...

মানস প্ৰতিম দত্ত পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২ জানুৱাৰী, ২০২২

অন্যযুগ সমগ্ৰ

অন্যযুগ, ২০২২ অন্যযুগ, জানুৱাৰি, ২০২২ অন্যযুগ, ফেব্ৰুৱাৰি, ২০২২ অন্যযুগ, মাৰ্চি, ২০২২ অন্যযুগ, এপ্ৰিল, ২০২২ অন্যযুগ, মে‍', ২০২২...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →