সাহিত্য (Literature)
অসমীয়া আৰু বিশ্ব সাহিত্যৰ নিৰ্বাচিত আলোচনা আৰু সৃষ্টিশীল ৰচনা।
এখন ভোটাৰ কাৰ্ড, গণতন্ত্ৰ আৰু মেডোন অশ্বিনৰ চিনেমা
নিজৰা ৰাজকুমাৰীমেডোন অশ্বিন২০২১ চনৰ এপ্ৰিল মাহত তামিল চিনেমা "মাণ্ডেলা"ৰ মুক্তিৰ আগলৈকে মেডোন অশ্বিন মোৰ বাবে আছিল এটা অচিনাকি নাম...
অকণিয়ে অঁকা ছবি
‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ মাজুলীৰ অমৰ ঘোষ হ’লি আইলেণ্ড স্কুলৰ ছাত্ৰী আৰাধ্যা শুভলক্ষ্মীয়ে অঁকা ছবি ...
সপোনত মোৰ দেশ
মূল : জীৱন নামদুং অনুবাদ : দক্ষিণা দেৱী গজুৰেল যোৱা বা তাৰ আগৰ বছৰৰ কথা ডিচেম্বৰ মাহৰ কোনোবা এটা চেঁচা জাৰৰ ৰাতি নহ’লে ভাবকচোন এটি...
বৰ্ণবৈষম্য আৰু শংকৰদেৱ
বৰ্ণালী বৰা ভাৰতীয় বিদ্বান বি. আৰ. আম্বেদকাৰে কৈছিল- যিদিনাই দেশৰ সৰ্ব্বোচ্চ পদত এজন নিম্নবৰ্ণৰ ব্যক্তি অধিষ্ঠিত হ’বলৈ সক্ষম হ’ব...
এখন পঢ়িবলগীয়া পাৰিবাৰিক উপন্যাস
ড০ পোনা মহন্ত ৰাজ্যখনৰ ধুবুৰী জিলাৰ বিলাসীপাৰা প্ৰায় পঞ্চাছ হাজাৰৰো অধিক জনবসতিৰ এখন চহৰ, মহকুমাৰ সদৰ৷ হ’লেও যেন নগৰখন, মানুহখিনি...
মিনহঁতৰ দেশ ইন্দোচীনত- ৫
(ভ্ৰমণ কাহিনী)তপন কুমাৰ শৰ্মা “মই দুখীয়া।”- মিনে ইংৰাজীতে কৈছিল। “আই এম পুৱৰ।” মিনে কোৱা সেই বাক্যটো মোৰ কাণত আজিও বাজি আছে। দোষী দোষী...
হীৰাগুড়ি পাহাৰৰ দেৱতা
(ধাৰাবাহিক শিশু-উপন্যাস) বিদিশা দত্ত (১) (এই কাহিনীটো সেই সময়ৰ, যি সময়ত ভেকুলীবোৰৰ পিঠি মিহি আৰু চিকচিকীয়া আছিল) ভালেমান দিনৰ পৰা...
কমাৰ্চিয়েল পাইলট (Commercial Pilot)
ড° বুলজিৎ বুঢ়াগোহাঁই পাইলট হোৱাটো সমগ্ৰ বিশ্বৰ অন্যতম উন্নত, কঠিন আৰু শ্ৰেষ্ঠ কেৰিয়াৰ। পাইলট হবলৈ কিছুমান গুণ থকা দৰকাৰ, যেনে – ১...
২০২৩-ৰ অস্কাৰ আৰু ক্ল'জ
নিজৰা ৰাজকুমাৰী ২০২৩-ৰ যোৱা ১২ মাৰ্চত অনুষ্ঠিত হৈ গ'ল চিনেমাবিশ্বৰ অতি আকৰ্ষণীয় অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান। সকলো উত্তেজনাৰ অৱসান ঘটাই...
শৰীৰী সজ্ঞানতা আৰু দঞি পঃল’ নাট সমাৰোহ
নীলোৎপল বৰুৱা মানুহৰ শৰীৰ-সজ্জা আৰু তাৰ বিৱৰ্তনক লৈ সময়ানুগ চৰ্চা চলি আহিছে। তাৰ ভিন্ন বিভাগৰ ভিতৰত ‘উত্তৰ উপনিৱেশিক শৰীৰ-সজ্জা’ৰ...
গীতাঞ্জলী ছানৰাইজৰ কাব্যগ্ৰন্থ - “ইনফিনিটি”
ৰুদ্ৰ সিংহ মটক “ইনফিনিটি” পঢ়ি আছোঁ এই কেইদিন। হাতে পোৱাকৈ শিতানৰ কাষতে থৈছোঁ এই কবিতা পুথিখন। সাম্প্ৰতিক সময়ত আত্মপ্ৰকাশ কৰা এগৰাকী...
মিনহঁতৰ দেশ ইন্দোচীনত
তপন কুমাৰ শৰ্মা(৪) এসময়ত এখন দেশত... ২১ বছৰীয়া যুৱক ভান-বা নামৰ যুৱক আছিল। তেওঁ ছাইগন বন্দৰত থকা ফৰাচী জাহাজ এখনৰ ৰান্ধনিশালৰ লগুৱা...
‘পদ্মশ্ৰী’ বঁটাপ্ৰাপক প্ৰথম অসমীয়া মিচিং মহিলাগৰাকী আৰু নেফা
ঋত্বিক পৰাশৰ অসমৰ এগৰাকী অন্যতম শিক্ষাবিদ, মানৱদৰদী, উচ্চশিক্ষিতা, সৎ-সাহসী, প্ৰচাৰ বিমুখ কৰ্মযোগী মহিলা, জীৱন যুঁজৰ এগৰাকী...
গুণোৎসৱত গুণমান নিৰ্ণয় হ'বনে?
সত্যজিৎ গগৈ(লেখাটোৰ মতামত লেখকৰ ব্যক্তিগত। সম্পাদনা সমিতি এই মতৰ বাবে দায়ী নহয়।) বিগত বছৰৰ দৰে এই বছৰো অসম চৰকাৰে বিদ্যালয়সমূহৰ...
ব্লণ্ড আৰু বহেমিয়ান ৰেপছ’ডি--অনিয়মত মৰা দুটি নক্ষত্ৰ
নিজৰা ৰাজকুমাৰী ব্যৱসায়িকভাৱে অতি সফল ইংৰাজী ভাষাৰ জীৱনীমূলক চিনেমা বহেমিয়ান ৰেপছ’ডিৰ সঘন আৰু সগৌৰৱ উল্লেখ শুনিছিলোঁ ৯১সংখ্যক অস্কাৰ...