কবিতা আৰ্কাইভ ২২ ডিচেম্বৰ, ২০২৪ পানী মানস প্ৰতিম দত্ত এৰাসুঁতিৰ ওপঙি ফুৰে মৰা ম’হ শগুণ শূন্য ডাইক্ল’ফেনাকে নোহোৱা কৰিলে শৈশৱৰ ভালনে ছাৰ- ভাল ছাৰ ভাল ছাৰ মানে শগুণ পানী মৰে... মানস প্ৰতিম দত্ত পঢ়ক →
উপন্যাস আৰ্কাইভ ৭ ডিচেম্বৰ, ২০২৪ পানীহিলৈ গোবিন কুমাৰ খাউণ্ড (এক) ৰত্ন ছাৰ বহা চকীখনত ৰʼদ লৈ বহি আছে মিলিটেৰী৷ গাত ঊণৰ ডাঠ জেকেটটো৷ ডিঙিত এখন গামোচা৷ ভৰিত খৰম৷ কঁকালত এডাল... গোৱিন কুমাৰ খাউণ্ড পঢ়ক →
উপন্যাস আৰ্কাইভ ৩০ নৱেম্বৰ, ২০২৪ ২০১৬ খ্ৰীঃৰ পৰা অসমত থলগিৰি অসমীয়া মানুহৰ ওপৰত হোৱা হিংসা-উৎপীড়নৰ প্ৰকৃতি বুজিবলৈ এক ঐতিহাসিক দৃষ্টিভংগী বাব্লু প্ৰসাদ বৰুৱা(অক্টোবৰ সংখ্যাৰ পাছৰপৰা) (টোকা : এই আলোচনালানিৰ প্ৰথমাংশত আমি থলগিৰি অসমীয়া মানুহৰ ইতিহাস-চেতনাক কিদৰে বহিৰাগ�... বাব্লু প্ৰসাদ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ৩০ নৱেম্বৰ, ২০২৪ নাৰীবাদ বন্দনা কৌশিক বৰদলৈ বাট এটাৰে গৈ থাকোঁতেমুৱানৰ ‘উৰণীয়া কইনা’জনী লগত আছিল জুইলৈ ভয় কৰা আইতাই পানী ছটিয়াই ছটিয়াই পিছফালৰ পৰা চিঞৰি... বন্দনা কৌশিক বৰদলৈ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ৩০ নৱেম্বৰ, ২০২৪ এডৰা সোণালী ধান হৈ poem-niru-dutta-2024 নিৰু দত্ত মোৰ দেউতাৰ ঘামৰ সোণালী মুকুতা আঘোণ কুঁৱলীৰ সীপাৰে শাওণৰ বুকুত লেটি লোৱা আইৰ কুশলী হাতৰ বাখৰ । উদং পথাৰখন বুকুত লৈ দৌৰি ফুৰে... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ৩০ নৱেম্বৰ, ২০২৪ জোখমাখ অন্বেষী বৰা যুগলবন্দী বুলি ক’লে আপুনি বেজী-সূতাৰ কথা পাহৰিলে নহ’ব সঠিক জোখ-মাখেৰে বেজীৰ ফুটাইদি সৰকি অহা এডাল সূতা যুগলবন্দীৰ লক্ষ্য... অন্বেষী বৰা পঢ়ক →
উপন্যাস আৰ্কাইভ ৩০ নৱেম্বৰ, ২০২৪ ধেৱাই ধোৱা ধৰণী পাঁচ বহাগ মাহ সোমাল৷ তেমেকাহঁতে বহাগ বিহুৰ সোৱাদ তেতেলীয়াৰ মানুহবোৰৰ লগতে ল’লে৷ তেতেলীয়াৰ ডেকাবোৰৰ লগতে ঘৰে ঘৰে হুঁচৰি মাৰিও আনন্দ... অজিত ছিংনাৰ পঢ়ক →
উপন্যাস আৰ্কাইভ ৩০ নৱেম্বৰ, ২০২৪ মহাবৃত্ত ৩৬ কৃষ্ণ৷ ... মথুৰাৰ ৰাজনৈতিক পট পৰিৱৰ্তন ঘটিছিল৷ সেই পৰিৱৰ্তনৰ ফলত ব্ৰজবাসীৰো জীৱনলৈ নিশ্চয় পৰিৱৰ্তন আহিছিল৷ কিন্তু সেই বিষয়ে চিন্তা... মৃদুল শৰ্মা পঢ়ক →
শিশুজগত আৰ্কাইভ ৩০ নৱেম্বৰ, ২০২৪ বতৰৰ বতৰা নৱনীতা ভট্টাচাৰ্য্য খণ্ড-৫ শীতকালৰ দিনবোৰ যে ইমান চুটি, ৰিণিৰ একেবাৰে ভাল নালাগে৷ স্কুলৰ পৰা আহি ভাত-পানী খাই জিৰাই-শতাই লোৱা মানে... নৱনীতা ভট্টাচাৰ্য্য পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ৩০ নৱেম্বৰ, ২০২৪ কৃষ্ণ আৰু গোৱৰ্ধন পৰ্বত আৰু মোগলকালীন চিত্ৰকলা পঙ্কজ প্ৰতিম বৰদলৈ মোগলকালীন সময়ৰ কলাকৃতিসমূহৰ ভিতৰত কৃষ্ণৰ দ্বাৰা গোৱৰ্ধন পৰ্বত আঙুলিত তুলি লোৱা চিত্ৰখন অন্যতম কলাকৃতি হিচাপে... পঙ্কজ প্ৰতিম বৰদলৈ পঢ়ক →
কবিতা আৰ্কাইভ ৩০ নৱেম্বৰ, ২০২৪ মলেঁয়া দাদুল দেৱকৃষ্ণ বৰুৱা(২৪) ৰাতিপুৱাই লুকা ওলালহি৷ ষ্টেপানে তেতিয়া মলেঁয়া আৰু ক্লেপেটাঁক আহাৰ খুৱাই আজৰি হৈছিলহে৷ মলেঁয়া যিহেতু... দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ৩০ নৱেম্বৰ, ২০২৪ ঘৰে পদূলিয়ে যশোৱন্ত নিপুণ ঘৰে পদূলিয়ে কিমান দুখ কিমান আন্ধাৰ, আমাৰ বুকুত কিহৰ একুৰা জুই জ্বলে ইমান ফুল কিয় হঠাতে সৰে ? কি ভুল হ’ল আমি যদি মেজ�... যশোৱন্ত নিপুণ পঢ়ক →
কবিতা আৰ্কাইভ ৩০ নৱেম্বৰ, ২০২৪ ধ্ৰুৱসত্য হিল্লোলজ্যোতি সিংহ (ড° ধ্ৰুৱজ্যোতি চৌধুৰীৰ সোঁৱৰণত) চাওঁ, তোমাৰ হাতখনত ধৰোঁ এবাৰ শ্বৰ্ট মিডউইকেটত ফিল্ডিং কৰা সেই দুখন শক্তিশালী হা�... হিল্লোলজ্যোতি সিংহ পঢ়ক →
শিশুজগত আৰ্কাইভ ৩০ নৱেম্বৰ, ২০২৪ আঘোণ অৰুণ গগৈ আঘোণ মাহত সোণালী সাজত পথাৰ উপচি পৰে চহাৰ প্ৰাণত সৰল মনত সুখৰ মুকুতা... অৰুণ গগৈ পঢ়ক →
অনুবাদ আৰ্কাইভ ৩০ নৱেম্বৰ, ২০২৪ কলা কি? লিও টলষ্টয়ৰ What is Art? গ্ৰন্থৰ ধাৰাবাহিক অসমীয়া অনুবাদঅনুবাদক : ড˚ বিৰিঞ্চি কুমাৰ দাস (৮) গতিকে সৌন্দৰ্যৰ ওপৰত প্ৰতিষ্ঠি�... মূল :লিও টলষ্টয়ৰ ‘What is Art?’ পঢ়ক →
অনুবাদ আৰ্কাইভ ৩০ নৱেম্বৰ, ২০২৪ দুৰ্যোগ ব্যৱস্থাপনা (Disaster Management) ড° বুলজিৎ বুঢ়াগোহাঁই দুৰ্যোগ ব্যৱস্থাপনা বা ডিজেষ্টাৰ মেনেজমেণ্ট(Disaster Management)ত প্ৰাকৃতিক বা মানৱসৃষ্ট দুৰ্যোগৰ সময়ত জীৱন... ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
গল্প আৰ্কাইভ ৩০ নৱেম্বৰ, ২০২৪ কৌশল পৰিস্মিতা বৰদলৈ : ক-ফলাৰ প্ৰথম দহটা বৰ্ণৰে এটা গল্প লিখিব পাৰিবি? : সেইটো আকৌ কেনেকুৱা কথা? : পাৰিবি নে নাই তাকে ক৷ কেনেকুৱা, যেনেকুৱা... পৰিস্মিতা বৰদলৈ পঢ়ক →
সংস্কৃতি আৰ্কাইভ ৩০ নৱেম্বৰ, ২০২৪ বীৰেন মিস্ত্ৰীৰ সোঁৱৰণত : অমৃত গোস্বামী সিদিনা আৰতিবৌৱে কথা প্ৰসঙ্গত মোক কৈছিল– “তুমি ইটো-সিটো লিখি থাকা কাৰণেহে কৈছোঁ, এবাৰ আমাৰ ৺বীৰেন মিস্ত্ৰীৰ সোঁৱৰণতো কিবা... অমৃত গোস্বামী পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ ৩০ নৱেম্বৰ, ২০২৪ প্ৰাক-ঔপনিৱেশিক আৰু ঔপনিৱেশিক-কালিন যোৰহাটৰ বুৰঞ্জী সাহিত্য চৰ্চা : এক অসম্পূৰ্ণ সমীক্ষা ড০ ৰক্তিম ৰঞ্জন শইকীয়াআহোম ৰাজ্যৰ শেষ ৰাজধানী যোৰহাটৰ পট্টনৰ ইতিহাস তুলনামূলকভাৱে নতুন৷ এই তুলনামূলকভাৱে নতুন নগৰখন আৰু ইয়াৰ... ড° ৰক্তিম ৰঞ্জন শইকীয়া পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ৩০ নৱেম্বৰ, ২০২৪ তথ্যবাদ (Dataism) ড০ প্ৰিয়দেৱ গোস্বামী বৰ্তমান সময়ত আমি প্ৰতি নিয়ত অনেক খবৰ লাভ কৰি থাকোঁ৷ এনে খবৰবোৰ আমাক যোগান ধৰে বিভিন্ন ছপা আৰু বৈদ্যুতিন মাধ্যমে৷... ড০প্ৰিয়দেৱ গোস্বামী পঢ়ক →
গল্প আৰ্কাইভ ২৮ নৱেম্বৰ, ২০২৪ লংবুই পৰ্বত, লাং-ইক্ পি আৰু কাজেক আইৰ উৰণীয়া সাধু ৰত্না ভৰালী তালুকদাৰ (তৰুণ গল্পকাৰ জুৰি বৰুৱাৰ হাতত) লানি নিছিগা সপোন আৰু সাধুকথাৰ আলি-মুলিতে কাজেক ৰংফাৰপিৰ বাস৷ সেয়েহে যেতিয়া সপোনতে... ৰত্না ভৰালী তালুকদাৰ পঢ়ক →
শিশুজগত আৰ্কাইভ ২৭ নৱেম্বৰ, ২০২৪ অচিন জগতত বাটলু স্মৃতিৰেখা দেৱীসেউজীয়া সেউজপুৰখন হঠাতে বহুৰঙী হৈ উঠিল৷ খুব কম সময়তে ৰং-বিৰঙৰ ডাঙৰ ডাঙৰ কলপাততকৈও বহুত ডাঙৰ বস্তু কিছুমান, তামোল গছৰ... স্মৃতিৰেখা দেৱী পঢ়ক →
কবিতা আৰ্কাইভ ২৬ নৱেম্বৰ, ২০২৪ স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-৬ (পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নি... নিজৰা ৰাজকুমাৰী পঢ়ক →