৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ৩৮ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
অনুবাদ আৰ্কাইভ
২৬ নৱেম্বৰ, ২০২৪

ভাৰাঘৰ

মূল : অংশুমান কৰ অসমীয়া অনুবাদ : কুমুদ ঘোষ সেই ঘৰ এৰি অহা বহুদিনেই হ’ল৷ আহোঁতে-যাওঁতে, তথাপি, মাজে-সময়ে চকুত পৰে৷ দেখোঁ, নীলা-বগাৰ...

মূল :অংশুমান কৰ পঢ়ক →
উপন্যাস আৰ্কাইভ
২৬ নৱেম্বৰ, ২০২৪

বঙ্কিমচন্দ্ৰ আৰু ঐতিহাসিক উপন্যাসৰ স্ৰষ্টা ৰজনীকান্ত বৰদলৈ

বাসুদেব দাস ইংৰাজী সাহিত্যত ছাৰ ৱাল্টাৰ স্কট আৰু বঙলা সাহিত্যত বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় ঐতিহাসিক উপন্যাসৰ বাবে বিখ্যাত।অসমীয়া�...

বাসুদেব দাস পঢ়ক →
অনুবাদ আৰ্কাইভ
২৬ নৱেম্বৰ, ২০২৪

পুতলাটো

মূল : The Puppet, গ্ৰেবিয়েল গাৰচিয়া মাৰ্কেজ, কলম্বিয়া, সাহিত্যৰ ন'বেল বঁটা ১৯৮২ চনঅনুবাদ : ড° ৰঞ্জিত দত্তঅলপ সময়ৰ বাবে ভগৱানে যদি...

মূল:গ্ৰেবিয়েল গাৰচিয়া মাৰ্কেজ পঢ়ক →
সংস্কৃতি আৰ্কাইভ
২৫ নৱেম্বৰ, ২০২৪

ভগৎ সিঙৰ নাস্তিকতা বানাম বৰ্তমানৰ বাবা সংস্কৃতি

অভিৰাজ দত্ত (এক) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অমৰ শ্বহীদ তথা ভাৰতৰ বাওঁপন্থী বিপ্লৱৰ পষ্টাৰ বয়খ্যাত ভগৎ সিঙে ১৯৩০-৩১ চনত কাৰাগাৰত থকা সময়�...

অভিৰাজ দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৫ নৱেম্বৰ, ২০২৪

কথাৰ দস্তাবেজ

(পিংকুজিৎ দাসৰ হাতত) পৰাগজ্যোতি মহন্ত কত কথা হৈ যায় কো‌ৱা - তথাপি, আমি ইমান কিয় অধীৰ এই যেন শুনিম এই যেন ক’ম ক’ৰবাত কোনোবাখিনি�...

পৰাগজ্যোতি মহন্ত পঢ়ক →
সম্পাদকীয় আৰ্কাইভ
২৪ নৱেম্বৰ, ২০২৪

অসমীয়া ভাষাৰ ভৱিষ্যত

ভাৰত চৰকাৰে ২০২৪ চনৰ ৩ অক্টোবৰত ভাৰতৰ ধ্ৰুপদী ভাষা আন চাৰিটা ভাষাৰ লগতে অসমীয়া ভাষাকো স্বীকৃতি প্ৰদান কৰে৷ ধ্ৰুপদীভাষা হিচাপে অসমীয়া...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
গল্প আৰ্কাইভ
২০ নৱেম্বৰ, ২০২৪

ছাইৰঙী আকাশ

কাব্যশ্ৰী মহন্ত উপ ৰাষ্ট্ৰপতি উপস্থিত থাকিব উদ্বোধনী অনুষ্ঠানত৷ সেয়েহে নিৰাপত্তা অতি কটকটীয়া৷ নৱনীতাই হেণ্ডবেগৰ ভিতৰত লৈ অহা সৰু...

কাব্যশ্ৰী মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ
২০ নৱেম্বৰ, ২০২৪

সময় কথক হ’লে...

উদয় কুমাৰ বৰুৱা জীৱন জীবিকাৰ প্ৰপঞ্চৰ পৰা এদিন উভতি গৈছিলোঁ অহাৰ বাটেৰে স্মৃতিয়ে কুৰুকি কুৰুকি খান্দি উলিয়াইছিল ঠটা মাটিত মোৰ উদং ভৰিৰ...

উদয় কুমাৰ বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ
১৫ নৱেম্বৰ, ২০২৪

ৰাগ বাহাৰ আৰু এখন কথা কোৱা কেনভাছ

তৃপ্তি বৰা সৰু কোঠাটো, বিছনাখন আৰু এখন চাৰিকোণীয়া আকাশ! মাজে মাজে চুকৰ সৌ লঠঙা গছজোপাৰ ডাল এটাৰ পৰা বেলিটো লুটুপকৈ সৰি পৰে, কেতিয়া...

তৃপ্তি বৰা পঢ়ক →
কবিতা আৰ্কাইভ
১৫ নৱেম্বৰ, ২০২৪

এই লহমাৰ সিপাৰে

জ্যোতিনীলিমা গগৈ সুদীৰ্ঘ দিন মোৰ অহা যোৱা আন্ধাৰ বাটেৰে কেতিয়াবা স্বপ্নপথত এডাল শিৰীষৰ ছাঁয়া কেতিয়াবা সাগৰ তীৰত নিৰন্তৰ কথন কেতিয়াবা...

জ্যোতিনীলিমা গগৈ পঢ়ক →
কবিতা আৰ্কাইভ
১১ নৱেম্বৰ, ২০২৪

কুকুৰ প্ৰেমিক

গজেন মিলি ডিঙিত ৰছী বান্ধি এৰাল দি কুকুৰ ভাল পোৱা প্ৰেমিক বহু দেখিছোঁ সেই কামটো কৰিবলৈ অলপ ধনী হ’ব লাগে এই পৰিচয় চৌখিনতাৰ নিজে গঢ়ি...

গজেন মিলি পঢ়ক →
কবিতা আৰ্কাইভ
১১ নৱেম্বৰ, ২০২৪

ৰ'দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী বৰগীত শিকাহে হ’ল, পিছে গোৱা নহ’ল : ২৭ (১৯৬৮) জানুৱাৰিৰ পৰা পুৱাই পুৱাই বেলি নৌ ওলাওঁতেই শোৱাৰ পৰা উঠি চাইকেল মাৰি দ...

লোকনাথ গোস্বামী পঢ়ক →
কাৰ্টুন আৰ্কাইভ
১ নৱেম্বৰ, ২০২৪

কাৰ্টুন

অঁ, সময়তনিতুপৰ্ণ ৰাজবংশী...

নিতুপৰ্ণ ৰাজবংশী পঢ়ক →
কবিতা আৰ্কাইভ
৩১ অক্টোবৰ, ২০২৪

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা(২৩)মলেঁয়াই এখন ঠেং তুলি, এখন ঠেঙত ভৰ দি চোতালৰ এমূৰে ৰ'দ পুৱাই আছিল আৰামত। তেনে পৰতে ষ্টেপান আহিল তাইৰ ওচৰলৈ।:...

দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
৩১ অক্টোবৰ, ২০২৪

বাঘ আৰু লোককথা

পঙ্কজ প্ৰতিম বৰদলৈ ভাৰতীয় লোককথাত বাঘে বিশিষ্ট স্থান দখল কৰি আছে, বাঘ একেধাৰে ভয়, সম্ভ্ৰম, শ্ৰদ্ধা, ক্ষমতা তথা অনন্ত ৰহস‍্যৰো প্ৰতীক৷...

পঙ্কজ প্ৰতিম বৰদলৈ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৩১ অক্টোবৰ, ২০২৪

অসমীয়া কথা সাহিত্যত দেশ বিভাজন

বাসুদেব দাস এখানে তো শাঁখেৰ কৰাতে দিনগুলি কেটে যায় কৰাতেৰ দাঁতে সীমানাৰ দাগে দাগে জমাট ৰক্তেৰ ভাগ কালনেমি কৰে লঙ্কা ভাগ (দিনেশ দাস)...

বাসুদেব দাস পঢ়ক →
শিশুজগত আৰ্কাইভ
৩১ অক্টোবৰ, ২০২৪

অচিন জগতত বাটলু

স্মৃতিৰেখা দেৱী ‘হয়, হয়৷ আমি যিমান পাৰি সোনকালেই কামত আগ বঢ়া উচিত হ’ব৷ বাটলু ডাঙৰীয়াকো আমি ইয়াতে বহুদিন ৰাখি থ’ব নোৱাৰোঁ৷ ইতিমধ্যে...

স্মৃতিৰেখা দেৱী পঢ়ক →
কবিতা আৰ্কাইভ
৩১ অক্টোবৰ, ২০২৪

মৌচুমী বড়া বৰুৱাৰ কবিতাত জীৱনসত্য আৰু সমাজ জিজ্ঞাসা

ৰুদ্ৰ সিংহ মটক মৌচুমী বড়া বৰুৱাৰ পেছা শিক্ষকতা। কিন্তু তেওঁৰ নিচা শব্দ আৰু সত্য। তেওঁৰ সাধনা হ’ল কবিতা আৰু মানৱতাৰ জয়গান। কৈশোৰ বা...

ৰুদ্ৰ সিংহ মটক পঢ়ক →
অনুবাদ আৰ্কাইভ
৩০ অক্টোবৰ, ২০২৪

অমৰা আৰু ক্ৰেব নেবুলা

মূল : মুহম্মদ জাফৰ ইকবাল (বাংলা) অনুবাদ : ৰঞ্জনা দত্ত তাৰ এই অভ্যাসটো আৰম্ভ হৈছিল একেবাৰে সৰুকালৰে পৰা৷ ৰঞ্জুৰ বয়স তেতিয়া চাৰি বছৰ৷...

ৰঞ্জনা দত্ত পঢ়ক →
সম্পাদকীয় আৰ্কাইভ
৩০ অক্টোবৰ, ২০২৪

"ধ্ৰুপদী ভাষা" অসমীয়া সম্পৰ্কে কিছু চিন্তা

ভাৰত চৰকাৰে ২০০৪ চনৰ পৰা ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল।এই স্বীকৃতিৰ উদ্দেশ্য হৈছে এই ভাষাসমূহ হেৰাই যোৱাৰ পূৰ্বেই...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
শিশুজগত আৰ্কাইভ
৩০ অক্টোবৰ, ২০২৪

ৰাম-কৃষ্ণ মুকুন্দ/ অ’ ত্ৰাহি ত্ৰাহি গোৱিন্দ

অমৃত গোস্বামী “ৰাম-কৃষ্ণ মুকুন্দ/ “অ’ ত্ৰাহি ত্ৰাহি গোৱিন্দ/ আৰে অ’, তোমাৰ বচন স্বামী”... ভাতৃসম প্ৰতিৱেশী গোঁহায়ে ফোন‌ কৰি...

অমৃত গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
২৯ অক্টোবৰ, ২০২৪

শেষ প্ৰহৰৰ কিয়দংশ

উৎপল বৰকটকী দীঘলীয়া বাট ৷ মৰা সাপৰ দৰে পৰি আছে ৷ গছৰ পাতবোৰ, বাটৰ ধূলিবোৰ, বতাহৰ দুৰু দুৰু স্পন্দন; সকলো এতিয়া আলৰ ৷ আকাশৰ নীল...

উৎপল বৰকটকী পঢ়ক →
কবিতা আৰ্কাইভ
২৯ অক্টোবৰ, ২০২৪

বধ্যভূমি

কেশৱ চাউ ওপজোঁতে আমি নগ্ন আছিলোঁ আৰু যামগৈও নগ্ন দেহাৰে তেন্তে ইমানবোৰ প্ৰস্তুতিৰ অৰ্থই বা কি সীমা গচকি মাটি ঠেলি কৰিবানো কি বাঢ়িব...

কেশৱ চাউ পঢ়ক →
শিশুজগত আৰ্কাইভ
২৯ অক্টোবৰ, ২০২৪

বতৰৰ বতৰা

নৱনীতা ভট্টাচাৰ্য্য(৪) ফাগুণ মাহ মানেই বেমাৰ৷ সেইবাবে এই সময়ছোৱাত খোৱা-লোৱাত কিছু মনোযোগ দিবলগীয়া হয়৷ সেইবাবে এই কেইদিন মাকেও ৰিণিক...

নৱনীতা ভট্টাচাৰ্য্য পঢ়ক →