গল্প আৰ্কাইভ ২০ অক্টোবৰ, ২০২৪ ধনাঢ্য গুগলৰ বৰ্ণাঢ্য কথা দেৱজিৎ ভৰালী গুগল! আমেৰিকাৰ প্ৰখ্যাত তথ্য-প্ৰযুক্তি সংস্থা এলফাবেট (Alphabet Inc.) ৰ এক বৃহৎ অনুষ্ঠান। মানৱ জীৱনৰ সাম্প্ৰতিক... দেৱজিৎ ভৰালী পঢ়ক →
শিশুজগত আৰ্কাইভ ১৯ অক্টোবৰ, ২০২৪ পটহ’ল দাদা চন্দ্ৰাৱলী বৰঠাকুৰ সময়ৰ লগে লগে আমাৰ বাট পথসমূহ উন্নত হৈছে৷ গাঁও তথা নগৰৰ পথবোৰো উন্নত পদ্ধতিৰে নিৰ্মিতও হৈছে৷ ই সমগ্ৰ অসমৰ প্ৰকৃ�... চন্দ্ৰাৱলী বৰঠাকুৰ পঢ়ক →
কবিতা আৰ্কাইভ ৩০ ছেপ্টেম্বৰ, ২০২৪ ৰমেন বৰুৱা কৌস্তুভমণি শইকীয়া সুৰবোৰ বিচাৰি হাবাথুৰি খাইছোঁ বৰ অসহায় সময় লতাশিল খেলপথাৰ ৰিঙা ৰিঙা পুৰণি ঘৰটোৱে কথা পাতে নিজৰ ভিতৰতে... কৌস্তুভমণি শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ ৩০ ছেপ্টেম্বৰ, ২০২৪ মোক্ষণাৰ নামত অনুভৱ তুলসী সন্ধ্যা, তোমাৰ প্ৰতি চাঁহি মাটি মই চিনি পাওঁ গছৰ পাতত বতাহৰ কঁপনি ফেঁহুজালিৰ পঢ়াশালিও মই চিনি পাওঁ তোমাৰ অচেতনৰ আন্ধাৰ... অনুভৱ তুলসী পঢ়ক →
কবিতা আৰ্কাইভ ৩০ ছেপ্টেম্বৰ, ২০২৪ বালিচৰ এম. কামালুদ্দিন আহমেদ প্ৰতিটো বানে মনত বালিচৰ একোটা থাপি যায় অলক্ষিতেই ঘটি আছিল এই ঘটনা অৱচেতনত বালিচৰবোৰ সোমাই আছিল বানত মানুহ এজন... এম. কামালুদ্দিন আহমেদ পঢ়ক →
কবিতা আৰ্কাইভ ৩০ ছেপ্টেম্বৰ, ২০২৪ স্বাধীনোত্তৰ কালৰ অসমীয়া চিনেমা-৪ (পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী অসমীয়া চিনেমাত ভূপেন হাজৰিকাৰ গীত বুলিয়েই অনেক ভাল লগা কথা লিখি যাব... নিজৰা ৰাজকুমাৰী পঢ়ক →
কবিতা আৰ্কাইভ ৩০ ছেপ্টেম্বৰ, ২০২৪ নিগূঢ় অজন্ত কুমাৰ বৰা নিগূঢ় জীৱনটো নিতান্তই নিজৰ নিজৰ জীৱনৰ নৌকা নিজৰ মতে বাওঁ নিজৰ সময়বোৰো নিজৰমতে নিয়াওঁ নিজৰ সময়বোৰত নিৰ্জনতাত বুৰ যাওঁ... অজন্ত কুমাৰ বৰা পঢ়ক →
কবিতা আৰ্কাইভ ৩০ ছেপ্টেম্বৰ, ২০২৪ তেল ভাস্কৰ জে নাথ সূৰ্যৰ পৰা নামি অহা ৰে’লখনি হালধীয়া হালধীয়া দবা সাতোৰঙী ধূলিকণা যাত্ৰী কোনে কয় ধূলিকণাৰ ঘৰ নাই! কোনে কয় ধূলিকণাৰ গতি নাই... ভাস্কৰ জে নাথ পঢ়ক →
কবিতা আৰ্কাইভ ৩০ ছেপ্টেম্বৰ, ২০২৪ গুলী-ধেমালি প্ৰদীপ শইকীয়া ভাবিছিলোঁ মণিপুৰ মানে ছাংগাই পহু ৷ তাৰ শিঙৰ ফাঁকেদি দেখা জোনৰ মুখ ভাবিছিলোঁ মণিপুৰ মানে পুং চ’লম্ ৷ তালে তালে নচা বগা... প্ৰদীপ শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ ৩০ ছেপ্টেম্বৰ, ২০২৪ উপলব্ধি উদয় কুমাৰ বৰুৱা “ All beautiful things start from heart” অনেক অপেক্ষাৰ শেষত এটি মাথোঁ মুহূৰ্ত - বেলিমাৰ যেন শৰতৰ মেঘতকৈও চঞ্চল হোৱাৰ... উদয় কুমাৰ বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ ২৯ ছেপ্টেম্বৰ, ২০২৪ অস্তবেলিৰ অনুৰাগ অংকুৰণ আৰ্ফ (ক) সান্ধ্য সময়৷ এটা ছায়ামূৰ্তি৷ গছৰ মূঢ়াৰ দৰে বৈধ৷ মুনিচুনি এই পৰত সেই পুৰণি পৰিত্যক্ত কোঠাটোতে আৱদ্ধ৷ বন্দী বিহংগৰ দৰে... অংকুৰণ আৰ্ফ পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ ২৯ ছেপ্টেম্বৰ, ২০২৪ কছাৰী ৰজাৰ শৰাইঘাট ড০ ৰক্তিম ৰঞ্জন শইকীয়া অসমলৈ যিমানবোৰ তুৰ্কী, আফগান আৰু মোগল আগ্ৰাসন হৈছিল সেই সকলোবোৰ পশ্চিমফালৰ পৰাই হৈছিল৷ ব্ৰহ্মপু্ত্ৰ উপত্যকাৰ... ড° ৰক্তিম ৰঞ্জন শইকীয়া পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ২৯ ছেপ্টেম্বৰ, ২০২৪ মৃত্যুৰ বিৰুদ্ধে ! পঙ্কজ প্ৰতিম বৰদলৈ কেইদিনমান আগতে ম’বাইলৰ ৰীলত এটা অলপ দাৰ্শনিক ধৰণৰ ভিডিঅ’ এটা দেখা পালো৷ ভিডিঅ’টোত কথকে প্ৰশ্ন কৰিছে যে আপোনাৰ... পঙ্কজ প্ৰতিম বৰদলৈ পঢ়ক →
গল্প আৰ্কাইভ ২৯ ছেপ্টেম্বৰ, ২০২৪ অস্তিত্ব অংগনা চৌধুৰী সি কামবোৰ মনপুতি কৰে৷ কৰে মানে একদম কামটোৰ ভিতৰত সোমাই যায়৷ কাষত যদি কোনোবাই নাচি-বাগিও থাকে, সি সেইফালে নাচায়৷ তাকে দেখি... অংগনা চৌধুৰী পঢ়ক →
গল্প আৰ্কাইভ ২৬ ছেপ্টেম্বৰ, ২০২৪ অনসূয়া আকাশ দীপ্ত ঠাকুৰ ‘‘আহাঁ আহাঁ, এই অলপ আগতে তোমাৰ লেখাটোৰ বিষয়ে লগৰখিনিৰ সৈতে কথা পাতি আছিলোঁ বুজিছা; মানে আজিৰ কাগজত ওলোৱা সেই লেখাটো৷... আকাশ দীপ্ত ঠাকুৰ পঢ়ক →
গল্প আৰ্কাইভ ২৬ ছেপ্টেম্বৰ, ২০২৪ প্ৰেমহীনতাত প্ৰেম ৰশ্মিৰেখা ভূঞা গা ধুই আহি কপালত বেলি এটা আঁকিবলৈ লৈ তাই বহু সময় খিৰিকীখনেৰে বাহিৰলৈ চাই থাকিল। বাহিৰত কুঁৱলীৰ পাতল আচ্ছাদন। শৰতৰ এনে... ৰশ্মিৰেখা ভূঞা পঢ়ক →
অনুবাদ আৰ্কাইভ ২৬ ছেপ্টেম্বৰ, ২০২৪ এজন কবি দিয়াঁ এগৰাকী প্ৰেয়সীলৈ মূল ইংৰাজী : চি.জে.হেক্ (C. J. Heck, আমেৰিকা)অনুুবাদ : ড° ৰঞ্জিত দত্তমোক এজন কবি দিয়াএগৰাকী প্ৰেয়সীলৈযাৰ শব্দবোৰৰ পৰশমখমলৰ দৰে... মূল ইংৰাজী : চি.জে.হেক্ (C. J. Heck, আমেৰিকা) পঢ়ক →
শিশুজগত আৰ্কাইভ ২৬ ছেপ্টেম্বৰ, ২০২৪ অচিন জগতত বাটলু স্মৃতিৰেখা দেৱীতথাপি ইপ্পি ডাঙৰীয়াৰ অনুৰোধ ৰাখি নিজৰ খুদমান আসনখনতে কিছু পোন হৈ বহি বাটলুৱে ক’বলৈ যত্ন কৰিলে – ‘আপোনালোক সকলোকে প্ৰণাম... স্মৃতিৰেখা দেৱী পঢ়ক →
কবিতা আৰ্কাইভ ২৪ ছেপ্টেম্বৰ, ২০২৪ শেষ হিল্লোলজ্যোতি সিংহ “মৃত্যু এক ফুলস্টপ”– খুশৱন্ত সিং সেউজীয়া ধাননিত বিলীন হৈ যোৱা বেলিটোৰ দৰে ময়ো এদিন গুচি যামগৈ সূৰ্যৰ দৰে সত্য ই এক... হিল্লোলজ্যোতি সিংহ পঢ়ক →
কবিতা আৰ্কাইভ ২৪ ছেপ্টেম্বৰ, ২০২৪ কোলাহল যশোৱন্ত নিপুণ যিদিনাই মই সচেতন হ’বলৈ শিকিছিলোঁ, আৰু শব্দবোৰৰ অৰ্থ বুজিবলৈ আৰম্ভ কৰিছিলোঁ, ঠিক তেতিয়াই ঘটনাটোৰ আৰম্ভণি হৈছিল, এটা... যশোৱন্ত নিপুণ পঢ়ক →
উপন্যাস আৰ্কাইভ ২৪ ছেপ্টেম্বৰ, ২০২৪ ধেৱাই ধোৱা ধৰণী অজিত ছিংনাৰ(ষোল) দোকমোকালিতে তেমেকা টোপনিৰ পৰা সাৰ পালে৷ সাৰ পাই আকৌ অলপ শুই ল’ব বুলি ভাবিছিল যদিও আজি ডিচি ফুলগুৰিলৈ অহাৰ কথাটো মন�... অজিত ছিংনাৰ পঢ়ক →
উপন্যাস আৰ্কাইভ ২৪ ছেপ্টেম্বৰ, ২০২৪ মহাবৃত্ত মৃদুল শৰ্মা৩১ কৰ্ণ৷ মোৰ জননী হেনো পাণ্ডুপত্নী কুন্তীদেৱী৷ কুন্তীদেৱীয়ে মোক সূৰ্যকান্তি কৰ্ণৰূপে জন্ম দিয়া বুলি দাবী কৰিছিল৷ কিন্তু... মৃদুল শৰ্মা পঢ়ক →
সম্পাদকীয় আৰ্কাইভ ২৪ ছেপ্টেম্বৰ, ২০২৪ পৃথিৱীৰ অসুখৰ খবৰ কোনে ৰাখিছে পৃথিৱীৰ জীৱকুলক সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি তথা আন আন অপকাৰী মহাজাগতিক ৰশ্মিৰপৰা ৰক্ষা কৰি অহা বায়ুমণ্ডলৰ অ’য’ন স্তৰটো ক্ষতিগ্ৰস্ত হোৱা... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →