৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ৪৩ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
কাৰ্টুন আৰ্কাইভ
৩ আগষ্ট, ২০২৪

অঁ, সময়ত

নিতুপৰ্ণ ৰাজবংশী ...

নিতুপৰ্ণ ৰাজবংশী পঢ়ক →
শিশুজগত আৰ্কাইভ
১ আগষ্ট, ২০২৪

অকণিৰ লেখা

মোৰ গৰম বন্ধআৰাধ্যা শুভলক্ষ্মী ২ জুলাই তাৰিখৰ পৰা ১১ জুলাই তাৰিখলৈকে মই আটাইতকৈ ভাললগা কামবোৰ কৰিলোঁ৷ সেইবোৰ হ’ল – ছবি অঁকা, TV চোৱা...

আৰাধ্যা শুভলক্ষ্মী পঢ়ক →
গল্প আৰ্কাইভ
৩১ জুলাই, ২০২৪

লিটমাছত লিখা এখন দিনলিপি

মুনমী দত্ত হাজৰিকা : এণ্ড দ্য এৱাৰ্ড গ’জ টু…নাটু নাটু… সপ্ৰতিভ ব্যক্তিত্বৰে তেওঁ ডাইচলৈ আহিল৷ উজ্জ্বল চকুৰে সকলোলৈকে দৃষ্টি নিক্ষেপ...

মুনমী দত্ত হাজৰিকা পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ
৩১ জুলাই, ২০২৪

ৰ'দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী (৬) মোৰ প্ৰথম স্কুল যাত্ৰা : দেউতাই আঠোটা ল’ৰা-ছোৱালী ডাঙৰ-দীঘল কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ সমস্যাৰ সম্মুখী...

লোকনাথ গোস্বামী পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
৩১ জুলাই, ২০২৪

বিহাৰ স্কুল অৱ এথেনছ্ !

পঙ্কজ প্ৰতিম বৰদলৈ ব্ৰিটিছ উপনিৱেশবাদৰ প্ৰসাৰৰ সমান্তৰালভাৱে ভাৰতবৰ্ষত বিভিন্ন বাণিজ্য আৰু বেহা-বেপাৰৰ কেন্দ্ৰ স্থাপন হৈছিল৷ কলিকতা...

পঙ্কজ প্ৰতিম বৰদলৈ পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ
৩০ জুলাই, ২০২৪

কেনেদৰে সদায় মুকলি মনেৰে থাকিব পাৰি

কিশোৰ দাস কোঁৱৰ আমাৰ জীৱন পৰিক্ৰমাত সুখী হ’বলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱেই হ’ল - ‘ব্যক্তি স্বাধীনতা’ আৰু এই ব্যক্তি স্বাধীনতাইহে...

কিশোৰ দাস কোঁৱৰ পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জুলাই, ২০২৪

স্বাধীনতা

লক্ষী প্ৰসাদ ৰেগন দুচকুৰ স্বাধীনতা দৃষ্টি থকালৈকে দুহাতৰ স্বাধীনতা দুবাহুত বল থকালৈকে মনৰ স্বাধীনতা সাহস থকালৈকে স্বাধীনতাকো স্বাধীনতা...

লক্ষী প্ৰসাদ ৰেগন পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জুলাই, ২০২৪

বাৰ্মুদা ত্ৰিভূজ

নীলাক্ষি গোস্বামী যি কথাত কঠিন শিলো শিঁহৰিত হ’ব পাৰে এয়া সাধু নে সাঁথৰ নে এটি দুৰ্বোধ্য কবিতা হয়তো ৰহস্যময়তাত লুকাই থকা সৃষ্টিৰ কৌশল...

নীলাক্ষি গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জুলাই, ২০২৪

মুখৰোচক খবৰবোৰ

পূবালী বৰুৱা শৰ্মা অঘৰী বতাহজাকে লৰি- ঢাপৰি আহি ঠায়ে ঠায়ে ঘূৰ্ণিৰ ৰূপ লৈছে৷ ইতিমধ্যে ধোঁৱাচাঙত উঠা বিয়নী-মেলৰ ফুচফুচনিবোৰ বিভিন্ন...

পূবালী বৰুৱা শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জুলাই, ২০২৪

সাঙী

প্ৰাঞ্জল কুমাৰ লাহন সাঙীত মোৰ শৱ কঢ়িয়াই লৈ গৈ থকা দেখিছোঁ সাঙীত মোৰ শৱ কঢ়িয়াই নিয়া চাৰিজন মোৰেই সহোদৰ কাম-ক্ৰোধ-লোভ-মোহ ক’ৰবাত জীয়াই...

প্ৰাঞ্জল কুমাৰ লাহন পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ
৩০ জুলাই, ২০২৪

দ্ৰোণ শৰ্মাৰ সপোন

অমৃত গোস্বামী আনবোৰ চাহ বাগিচাৰ দৰেই ‘বৰখঙীয়া’ চাহবাগিচাৰো শ্ৰমিকসকলৰ দৰমহা সাপ্তাহিক হিচাপত হয়– প্ৰতি শনিবাৰে৷ চাহ বাগিচাৰ...

অমৃত গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জুলাই, ২০২৪

ৰাবাৰ ষ্টাম্প

ৰিপুঞ্জয় বৰুৱা ঋমন বাঢ়ি অহা বেমাৰী পেট এটাক লৈ মানুহবোৰ দুখী আৰু আশাবাদী ! আশা পালি থাকোঁতেই হুজুৰে কৰিছে দেশৰ ঠিকাদাৰী পাঁচোটা বছৰে...

ৰিপুঞ্জয় বৰুৱা ঋমন পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জুলাই, ২০২৪

আকৌ এবাৰ আৰম্ভ কৰিব পাৰি নেকি

হিল্লোলজ্যোতি সিংহ বৈ থকা সুঁতিটো হঠাতে হেৰাই গ’ল বালিৰ বুকুত। বহু দূৰ বাটকুৰি বাই উলটি দেখোঁ অস্পষ্ট, ধূসৰ এখন সাংখ্যিক ছবি যান্ত্ৰিক...

হিল্লোলজ্যোতি সিংহ পঢ়ক →
শিশুজগত আৰ্কাইভ
৩০ জুলাই, ২০২৪

বতৰৰ বতৰা

নৱনীতা ভট্টাচাৰ্য্য খণ্ড-৩ আজি কিছুদিন ধৰি নেৰানেপেৰা বৰষুণ দি আছে৷ কোনোফালে ওলাই যাব নোৱাৰা অৱস্থা৷ অহৰহ পানী পৰি থকা বাবে ঠাইবোৰ...

নৱনীতা ভট্টাচাৰ্য্য পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৯ জুলাই, ২০২৪

অসমীয়া-গোৰ্খা সমাজৰ প্ৰবাদপুৰুষ ছবিলাল উপাধ্যায় : আদৰ্শধ্যায়ী ব্যক্তিত্ব

(১৪০ সংখ্যক জন্মবাৰ্ষিকীৰ সোঁৱৰণ) বাব্‌লু প্ৰসাদ বৰুৱা অৱতৰণিকা : প্ৰায় পাঁচ হাজাৰ বছৰীয়া আলোকমণ্ডিত সভ্যতাৰ কেন্দ্ৰস্থল ভাৰতবৰ্ষ...

বাব্‌লু প্ৰসাদ বৰুৱা পঢ়ক →
শিশুজগত আৰ্কাইভ
২৮ জুলাই, ২০২৪

অচিন জগতত বাটলু

স্মৃতিৰেখা দেৱী ছবিতে দেখা পাই আৰু কথা পাতি মহাৰাজকে ধৰি আন আন সেউজপুৰীয়াকেইজনৰ এনে লাগিল যেন তেওঁলোকে সঁচাকৈয়েই বাটলুক লগ পালে৷...

স্মৃতিৰেখা দেৱী পঢ়ক →
অনুবাদ আৰ্কাইভ
২৮ জুলাই, ২০২৪

ক্ৰীড়া মনোবিজ্ঞানী( Sports Psychologist)

ড০ বুলজিৎ বুঢ়াগোহাঁই ক্ৰীড়া মনোবিজ্ঞানী হৈছে সেই বিশেষজ্ঞসকল, যিসকলে ক্ৰীড়াবিদৰ মানসিক মঙ্গল আৰু প্ৰদৰ্শন উন্নত কৰাত সহায় কৰে৷...

ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
অনুবাদ আৰ্কাইভ
২৮ জুলাই, ২০২৪

মহাকবি কালিদাসৰ 'ঋতুসংহাৰম্'

অনুবাদ : কৌস্তুভমণি শইকীয়া দত্তপঞ্চম অধ্যায়।। শীত বৰ্ণনা ।।।। অথ শিশিৰঃ ।।পৰিপূৰ্ণ ভূমি পকা ধান আৰু কুঁহিয়াৰৰ সৌন্দৰ্যৰেক’ৰেনো...

অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ
২৮ জুলাই, ২০২৪

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (২২) ভাগৰি পৰিছে ষ্টেপান। দেহৰ ভাগৰ নহয়, মনৰ ভাগৰত ভাৰাক্ৰান্ত তেওঁ। বুকুৰ ভিতৰত এক অবুজ হাহাকাৰ— কি হ'ব এনেকৈ...

দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জুলাই, ২০২৪

বাৰ্ধক্য

দিলীপ ফুকন এডাল এৱাঁ সূতাৰে বান্ধি এই সিংহটোক মোৰ সমুখলে’ কোনে আনিলে? তাৰ চকুৰ পৰা উফৰি পৰিছে অগ্নি স্ফুলিঙ্গ, তাৰ আক্ৰোশী নখপুঞ্জই...

দিলীপ ফুকন পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জুলাই, ২০২৪

হালধীয়া চৰাই

হেমচন্দ্ৰ কছাৰী আগে আগে গৈ থকা বাটৰুৱা এজনে আমাৰ ফালে ঘূৰি চাই বৰ দুখেৰে ক’লে - “হালধীয়া চৰাই অহা যোৱা কৰা বাট আছিল এই বাটটো কিমান যে...

হেমচন্দ্ৰ কছাৰী পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জুলাই, ২০২৪

কণামেঘ

উদয় কুমাৰ বৰুৱা অৱশেষত পানীপটাৰ শিলটোৰ অবিৰত প্ৰাৰ্থনাত কণামেঘৰ টোপনি ভাগিল লগেলগে বাউলি এজাক বতাহৰ পিছে পিছে মুষলধাৰ বৰষুণ কণামেঘে...

উদয় কুমাৰ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জুলাই, ২০২৪

চৰহা পোকৰ দৰে

জয়ন্ত দত্ত চৰহা পোকৰ দৰে একুৰা জুইৰ দৰে মহাজনী হাতবোৰে আমাৰ সপোনবোৰ কাকো বিশ্বাসত ল’ব নোৱাৰোঁ মোৰ তেজেই মোৰ শৰীৰ এৰি গুচি যায় মিছিলৰ...

জয়ন্ত দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জুলাই, ২০২৪

নম্বৰ দিয়া গছবোৰৰ কথা

মানস প্ৰতিম দত্ত পদপথৰ কাষত হালিজালি নাচি থকা মই এজোপা সোণাৰু মোৰ কাষে কাষে সৌৱা আজাৰ, গমাৰি, কদম মোৰ হালধীয়া ফুলবোৰ আজাৰৰ...

মানস প্ৰতিম দত্ত পঢ়ক →