শিশুজগত আৰ্কাইভ ২৮ আগষ্ট, ২০২৪ ‘ক’-ৰ পৰা ‘ত’-লৈ আখৰৰ ধেমালি ভাৰতী চক্ৰৱৰ্তী ক -ই ক’লে কুঁজিবালিলৈ কণখুড়ী গ’ল আজি খ -য়ে খালে খালৈভাঙি খলিহনা মাছ ভাজি গ -উঠিল গিৰিপ কৰি গড় চাবলৈ যাম ঘ -ই বোলে... ভাৰতী চক্ৰৱৰ্তী পঢ়ক →
কবিতা আৰ্কাইভ ২৮ আগষ্ট, ২০২৪ ছাঁতত্ত্ব দীপিকা শইকীয়া মানুহে কয়, সকলোৱে লগ এৰে কেৱল ছাঁটোৱেহে লগ নেৰে বোলে- “মই আৰু মোৰ ছাঁ” বৰ পোহৰত, ৰ’দৰ দিনত বাটে-ঘাটে ছাঁ যায় লগে-ভাগে... দীপিকা শইকীয়া পঢ়ক →
গল্প আৰ্কাইভ ২৮ আগষ্ট, ২০২৪ জোৰৰ-জোখৰ পৰিস্মিতা বৰদলৈ (১) : আমাৰ মামনৰ জোৰৰ নেকি সি হা? ভাল ভাল ঘোঁৰাই নাপায় ঘাঁহ, বটুৱা ঘোঁৰাই বিচাৰে মাহ ৷ অ’ শুনিছেনে মামনৰ বাপেক৷ বোলো... পৰিস্মিতা বৰদলৈ পঢ়ক →
কবিতা আৰ্কাইভ ২৮ আগষ্ট, ২০২৪ শামুক অনুভৱ তুলসীসেইদিনা এছাটি বতাহেগান্ধ-বিৰিণাৰজন্মদিন পালিছিলসেই উছৱলৈ তোমাকো মাতিছিলবতাহৰ কথা তুমি নোৱৰাঁ পেলাবগৰখীয়াহঁতে শুনাকৈবতাহে... অনুভৱ তুলসী পঢ়ক →
সম্পাদকীয় আৰ্কাইভ ২৮ আগষ্ট, ২০২৪ শিক্ষাজগতৰ সংস্কাৰ আৰু গোটাদিয়েক চকুত নপৰা সমস্যা ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০-ৰ আধাৰত ইতিমধ্যে সমগ্ৰ দেশতে শিক্ষাজগতৰ সংস্কাৰ আৰম্ভ হৈছে৷ ই নিশ্চিতভাৱে সময়ৰ আহ্বান৷ দেশৰ অতিকে বিজ্ঞ... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
উপন্যাস আৰ্কাইভ ২৭ আগষ্ট, ২০২৪ য়েছে দৰজে ঠংচিৰ ‘শৱ কটা মানুহ’ উপন্যাসত প্ৰতিফলিত মনপা জনগোষ্ঠীৰ জীৱনধাৰা কিশোৰ দাস কোঁৱৰ স্বনামধন্য ঔপন্যাসিক য়েছে দৰজে ঠংচিৰ ‘শৱ কটা মানুহ’ উপন্যাসখনৰ মূল হ’ল অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ মনপা জনজাতিৰ মৃতকৰ... কিশোৰ দাস কোঁৱৰ পঢ়ক →
কবিতা আৰ্কাইভ ২৭ আগষ্ট, ২০২৪ ভেকচিন ৰাজীৱ বৰা আমাৰ মৰণ তেতিয়াই নিশ্চিত হ’ল যেতিয়া আমাক বচাবলৈ তেওঁলোক উঠিপৰি লাগিল এতিয়া মই নাজানো মই বাচি আছোঁনে মোৰ ভিতৰত বাচি আছে... ৰাজীৱ বৰা পঢ়ক →
গল্প আৰ্কাইভ ২৬ আগষ্ট, ২০২৪ ক্ষমা যশোৱন্ত নিপুণ ঘৰটোৰ দুৱাৰ-খিৰিকীবোৰ দুৰ্বল হৈ আহিছিল৷ খুব ভাল কাঠৰ আছিল বাবে নকুল ঠাকুৰীয়াই ভাবিছিল সেইবোৰ কেতিয়াও নষ্ট নহ’ব৷ কিন্তু... যশোৱন্ত নিপুণ পঢ়ক →
উপন্যাস আৰ্কাইভ ২৫ আগষ্ট, ২০২৪ ৰূপহী কহিমা travelogue-angana-choudhury-september-2024 অংগনা চৌধুৰী নাগালেণ্ডলৈ এপাক যাবলৈ বহুদিনৰপৰাই মন গৈ আছিল৷ কহিমাই যেন হাতবাউল দি আমাক মাতিহে আছিল৷ সেয়ে এইবাৰ বেছি আগ-পাছ গুণি নাথাকি... অংগনা চৌধুৰী পঢ়ক →
অনুবাদ আৰ্কাইভ ২৪ আগষ্ট, ২০২৪ মহাকবি কালিদাসৰ 'ঋতুসংহাৰম্' অসমীয়া অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত ।। বসন্ত বৰ্ণনা ।।।। অথ বসন্তঃ ।।হে প্ৰিয়তমা!নৱবিকশিত আমফুলৰ অতি তীক্ষ্ণ বাণেৰে সজ্জিতভ্ৰমৰৰ... অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত পঢ়ক →
অনুবাদ আৰ্কাইভ ২৪ আগষ্ট, ২০২৪ এজন কবি হ'বলৈ মূল : জেৰুশ্লাভ ছেইফাৰ্ট ((Jaroslav Saifert)১৯৮৪ চনৰ সাহিত্যৰ ন'বেল বঁটা প্ৰাপক, চেক গণৰাজ্যঅনুবাদ : ড° ৰঞ্জিত দত্তবহুদিনৰ আগতেইজীৱনে... মূল : জেৰুশ্লাভ ছেইফাৰ্ট ((Jaroslav Saifert) পঢ়ক →
কবিতা আৰ্কাইভ ২৪ আগষ্ট, ২০২৪ হালধিবাৰীত বৰষুণ সঞ্জীৱ বৰুৱা নৃত্যৰতা আকাশ চমকি উঠিছে মেঘ সৃষ্টিৰ বৃষ্টিয়ে কঢ়িয়াব ধৰালৈ অনাবিল শান্তিৰ সপোন গুঞ্জন । তেজে তুমৰলি দিগন্ত নেওচি উপভোগ... সঞ্জীৱ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ২৪ আগষ্ট, ২০২৪ ওভতনি অত্ৰেয়ী গোস্বামী উভতিব খুজিলেও উভতিব নোৱাৰি বন্ধনো নাই, মায়াও নাই৷ অথচ চাৰিওদিশে চাৰিওটি বাট বন্ধ৷ কথাটো সহজকৈ ভাবিব পাৰি সহজ হ’ল... অত্ৰেয়ী গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ ২৪ আগষ্ট, ২০২৪ কাক- কাব্য বিভাৰাণী তালুকদাৰ হাউচৰ শিলগুটিত দোপ দি দি উঠি আহে কলহৰ তলি কাণ বাগৰা পানীত পখালিব নোৱাৰোঁ মোৰ মন-কাউৰীৰ ঠোঁট ডেউকাত আঙঠা বান্ধি বনাই... বিভাৰাণী তালুকদাৰ পঢ়ক →
কবিতা আৰ্কাইভ ২৪ আগষ্ট, ২০২৪ স্বাধীনোত্তৰ কালৰ অসমীয়া চিনেমা - ৩ (পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী ব্ৰজেন বৰুৱাই সঙ্গীত দিয়া চিনেমাখনৰ বাবে গীত লিখিছিল কেশৱ মহন্তই—... নিজৰা ৰাজকুমাৰী পঢ়ক →
কবিতা আৰ্কাইভ ২৪ আগষ্ট, ২০২৪ আস্বাদিত ধান এম. কামালুদ্দিন আহমেদ ৰাতিৰ পথাৰ অতিক্ৰমি দৃষ্টি বৈ গৈছিল একোৱেই সামৰি লোৱা নাছিল সি পুৱা চকু মোহাৰোঁতে পটী যিহেতু নাছিলেই ধানবোৰ... এম. কামালুদ্দিন আহমেদ পঢ়ক →
উপন্যাস আৰ্কাইভ ২৩ আগষ্ট, ২০২৪ ‘বিদেশী বস্ত্ৰ বৰ্জন’ আৰু গোসাঁইদাৰ তাঁতৰ শাল অমৃত গোস্বামী ভাৰতে স্বাধীনতা পোৱাৰ কিছুবছৰৰ পাছৰ কথা– অসহযোগ- বিদেশী বস্ত্ৰ পৰিত্যাগৰ ঢৌ তেতিয়াও মাৰ যোৱাই নাছিল৷ বিদেশী বস্ত্ৰ... অমৃত গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ ২৩ আগষ্ট, ২০২৪ আত্মপাঠ হিতেশ মেধি ১) চকুহালে নেদেখাকৈ নিজকে লুকুৱাই ৰখাৰ কথা বৰকৈ ভাবোঁ সমস্ত দেখা-নেদেখা কাহিনীটোৰ পৰা হাতত সাৰে ভৰিত সাৰে ওলাব খোজোঁ ওপজা... হিতেশ মেধি পঢ়ক →
কবিতা আৰ্কাইভ ২৩ আগষ্ট, ২০২৪ যাক এৰি আহিলোঁ ৰঞ্জিত পাটগিৰি ক’ত এৰি থৈ আহিলোঁ শৈশৱৰ পাগলাদিয়া, ক’ত হেৰাল কলেজীয়া দিনৰ দুটি চকু তাম বৰণীয়া! দুখৰ বতাহে কাহানিও শুকুৱাব নোৱাৰে... ৰঞ্জিত পাটগিৰি পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২০ আগষ্ট, ২০২৪ বাংলা কথাসাহিত্যত মৃত্যু চেতনা : তাৰাশঙ্কৰ, বিভূতিভূষণ আৰু মানিক বাসুদেব দাস ‘আৰোগ্য নিকেতন’ উপন্যাসৰ নায়ক এজন গাঁৱলীয়া চিকিৎসক—জীৱন মশাই। দেউতাক জগৎ মশাই। ল’ৰাক দীক্ষাদানৰ সময়ত মৃত্যুৰ ৰহস্য উন্মোচন... বাসুদেৱ দাস পঢ়ক →
কবিতা আৰ্কাইভ ১৯ আগষ্ট, ২০২৪ তৰুণ কবি নীলম গগৈৰ কবিতাত ‘নতুনত্বৰ সুৰ’ : বিশ্লেষণ আৰু পৰ্যালোচনা অসীম কুমাৰ হাজৰিকা সাম্প্ৰতিক অসমীয়া কবিতাৰ জগতখনত তৰুণ প্ৰজন্মৰ কবি নীলম গগৈয়ে শেহতীয়াকৈ ভুমুকি মাৰিছে৷ ‘ভাল হোৱাটো পাপ কমৰেড’ গগৈৰ... অসীম কুমাৰ হাজৰিকা পঢ়ক →
উপন্যাস আৰ্কাইভ ১৯ আগষ্ট, ২০২৪ মহাবৃত্ত মৃদুল শৰ্মা২৯ দ্ৰৌপদী৷ মই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ পুৰুষ শ্ৰীকৃষ্ণক জীৱনসঙ্গী হিচাপে আশা কৰিছিলোঁ৷ তেওঁৰ সান্নিধ্য লাভক উদ্দেশ্যেই মই অশেষ... মৃদুল শৰ্মা পঢ়ক →
উপন্যাস আৰ্কাইভ ১৯ আগষ্ট, ২০২৪ ধেৱাই ধোৱা ধৰণী আজিত ছিংনাৰতেৰ বাৰিষা পাৰ হৈ গ’ল৷ সকলোৰে হাল উঠিল৷ এতিয়া গাঁওবুঢ়া-মেনাবোৰৰ লগতে আন সচেতন ৰাইজ সাজু হৈছে পেলাই থোৱা কামটো কৰিবলৈ৷... অজিত ছিংনাৰ পঢ়ক →
উপন্যাস আৰ্কাইভ ১৯ আগষ্ট, ২০২৪ ৰ'দে-বৰষুণে ইমান যে গান লোকনাথ গোস্বামী ( ৭) &... লোকনাথ গোস্বামী পঢ়ক →