৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ৪৪ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
২৭ জুলাই, ২০২৪

আত্ম-সাৰ

হৰেকৃষ্ণ ডেকা আজি মই মই ৷ কাইলৈও মই মই হৈ ৰ’ম৷ কালিও মই ময়েই আছিলোঁ৷ অস্তিত্বৰ প্ৰতি মুহূৰ্তত মই মই অন্য নহয়৷ ভুল৷ অন্য দৃষ্টিৰ...

হৰেকৃষ্ণডেকা পঢ়ক →
কবিতা আৰ্কাইভ
২৭ জুলাই, ২০২৪

গতিসূত্ৰ

চয়নিকা ভূঞা মৌনম্ সন্মতি লক্ষণম্একোৱেই প্ৰয়োজনবোধ নাছিলকথাখিনি বহলাই বহিবলৈনিউটনৰ গতিসূত্ৰত আৱদ্ধএটি পুৰণি সপোন অৱলম্বনৰ উচ্চ...

চয়নিকা ভূঞা পঢ়ক →
সম্পাদকীয় আৰ্কাইভ
২৭ জুলাই, ২০২৪

সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে কিছু চিন্তা

চুবুৰীয়া বাংলাদেশতবিগত কিছুদিন ধৰি সংৰক্ষণ বিৰোধী আন্দোলন গা কৰি উঠিল আৰু অৱশেষত দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ে বিষয়টোক লৈ যি ৰায়দান কৰিলে...

অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
গল্প আৰ্কাইভ
২৫ জুলাই, ২০২৪

ডা ডি ডা নে ডিজিটেল

চিত্তৰঞ্জন ওজা কুৰুক্ষেত্ৰ যুদ্ধৰ ঠিক আগে আগে কৃষ্ণই অৰ্জুনক কৈছিল, “সখা, পৰিৱৰ্তনৰ পৰা ভয় নাখাবা৷ মনত ৰাখিবা, পৰিৱৰ্তনেই হৈছে...

চিত্তৰঞ্জন ওজা পঢ়ক →
কবিতা আৰ্কাইভ
২৫ জুলাই, ২০২৪

গৌৰাং ২০১২

ভাস্কৰজ্যোতি নাথ "Sweet Thames, run softly, till I end my song." Edmund Spenser জলকুৱঁৰীয়ে ইয়াতে পখালিছিল গা বাগৰুম্বাৰ লহৰত এখন...

ভাস্কৰজ্যোতি নাথ পঢ়ক →
অনুবাদ আৰ্কাইভ
২৫ জুলাই, ২০২৪

কলা কি?

মূল : লিও টলষ্টয়ৰ What is Art? অনুবাদ : ড০ বিৰিঞ্চিকুমাৰ দাস (৬) জাৰ্মানীত এইসকল অধিক প্ৰসিদ্ধ লেখকৰ পাছত কম মৌলিক আৰু কম প্ৰভাৱশালী...

মূল :লিও টলষ্টয়ৰ ‘What is Art?’ পঢ়ক →
গল্প আৰ্কাইভ
২৫ জুলাই, ২০২৪

হাঁহৰ কথা

আৰণ্যক শইকীয়া “ প্ৰফুল্ল ক’ত?” ৰাজুৰ প্ৰশ্নত ৰামে বাৰীখনলৈ আঙুলিয়াই দিছে৷ হাঁহৰ গঁড়ালৰ ওচৰত প্ৰফুল্লক দেখা গৈছে – জুমি-জুমি চাই আছে...

আৰণ্যক শইকীয়া পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ
২৪ জুলাই, ২০২৪

ইতিহাস এষণা : অন্য এক শৰাইঘাট, অন্য এক লাচিত

ড০ ৰক্তিম ৰঞ্জন শইকীয়া ১৬৭১ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত ব্ৰহ্মপুত্ৰৰ বুকুত হোৱা শৰাইঘাটৰ যুদ্ধ ইয়াৰ ব্যাপকতা আৰু প্ৰচাৰৰ কাৰণে অসমীয়া...

ড° ৰক্তিম ৰঞ্জন শইকীয়া পঢ়ক →
উপন্যাস আৰ্কাইভ
২৩ জুলাই, ২০২৪

ধেৱাই ধোৱা ধৰণী

অজিত ছিংনাৰএঘাৰ সাতোৰজা, পাচোঁৰজা আৰু ৰজাবোৰৰ বিষয়াসকলৰ সভা টোপাকুছিত হৈ গ’ল৷ সভা এখনেই নহয়, দুখন বহিছিল৷ সভাত যোগ দিছিল ৰহীয়াল বৰুৱা...

অজিত ছিংনাৰ পঢ়ক →
উপন্যাস আৰ্কাইভ
২৩ জুলাই, ২০২৪

মহাবৃত্ত

মৃদুল শৰ্মা২৫ অৰ্জুন ৷ জ্ঞানাৰ্জনৰ দিন ধৰি মই ভৱিষ্যতৰ চিন্তাতে মগ্ন হৈ আহিছোঁ৷ মাজে মাজে অতীতৰ একোটা ঘটনাস্ৰোতে মোৰ ভৱিষ্যন্মুখী...

মৃদুল শৰ্মা পঢ়ক →
অনুবাদ আৰ্কাইভ
২৩ জুলাই, ২০২৪

ৰূপান্তৰ

মূল (ইংৰাজী) : কেথলিন জেইচি ৰাইনঅসমীয়া অনুবাদ : ড° ৰঞ্জিত দত্তপৰিবৰ্ত্তন হোৱাসুৰুযে জোনটোক কলেতুমি স্থবিৰ নহবা।পৰিবৰ্ত্তন হোৱাজোনটোৱে...

মূল (ইংৰাজী) : কেথলিন জেইচি ৰাইন পঢ়ক →
অনুবাদ আৰ্কাইভ
২৩ জুলাই, ২০২৪

দিক পৰিৱৰ্তন

মূল (বাংলা) : মানিক বন্দ্যোপাধ্যায়অসমীয়া অনুবাদ : বাসুদেব দাস মনোহৰৰ ইমান খ্যাতি যে ৰোগীবোৰ যেন তেওঁৰ হাতত মৰিবলৈও ভাল পায়।মনোহৰৰ...

মূল (বাংলা) : মানিক বন্দ্যোপাধ্যায় পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ
২২ জুলাই, ২০২৪

বৰ্হেছৰ ড্ৰিমটাইগাৰ্ছ : সপোনৰ বাঘ, স্মৃতি আৰু পৰিচয়ৰ কথকতা

অসীম কুমাৰ হাজৰিকা ‘গ্ৰেট বুকছ অৱ দ্য ৱেষ্টাৰ্ন ৱৰ্ল্ড’ৰ সম্পাদক মৰ্টিমাৰ জে. এডলাৰে ‘ড্ৰিমটাইগাৰ্ছ’ক বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ...

অসীম কুমাৰ হাজৰিকা পঢ়ক →
কবিতা আৰ্কাইভ
২২ জুলাই, ২০২৪

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-২

(পাৰ্বতি প্ৰসাদ-বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)নিজৰা ৰাজকুমাৰীযিখন চিনেমাত গীতটি অন্তৰ্ভূক্ত কৰা হৈছিল, সেই চিনেমাখনৰ নাম নজনা...

নিজৰা ৰাজকুমাৰী পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ
২২ জুলাই, ২০২৪

লিলিৰ এদিন : এটা দুখৰ বেলাড

হৰ্ষবৰ্ধন অলপতে শেহতীয়াকৈ প্ৰকাশিত পাপৰি বৰ্মনৰ পৰুৱা পোহনীয়া শীৰ্ষক গল্প সংকলনখন পঢ়িলোঁ৷ আটাইকেইটা গল্পই অশান্তজৰ্জৰ অসমৰ...

হৰ্ষবৰ্ধন পঢ়ক →
কাৰ্টুন আৰ্কাইভ
৩০ জুন, ২০২৪

অঁ সময়ত

নিতুপৰ্ণ ৰাজবংশী...

নিতুপৰ্ণ ৰাজবংশী পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ
৩০ জুন, ২০২৪

কেৰেবিয়ান সাগৰত নীলাভ ছুনামি

যুগললোচন দাস সুযোগটো আহিল ভিভ, মেলকম আৰু লাৰাৰ দেশত৷ কেৰেবিয়ান সাগৰত নীলাভ ঢৌৰ ছুনামি৷ এটা সময়ৰ বিশ্বত্ৰাস- ধ্ৰুপদী ক্ৰিকেটৰ...

যুগল লোচন দাস পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জুন, ২০২৪

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (২১) জুলাই মাহৰ আকাশ। কেতিয়াবা ডাৱৰ আৰু বৰষুণ, কেতিয়াবা ফৰকাল। তাপমাত্ৰা বাঢ়িছে। ২০ ডিগ্ৰীলৈকে উঠিছে। ঠেৰেঙা...

দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
শিশুজগত আৰ্কাইভ
২৯ জুন, ২০২৪

অচিন জগতত বাটলু

স্মৃতিৰেখা দেৱী কোনোমতে নিজকে সম্বৰণ কৰি ইপ্পিয়ে কি কয় শুনিবলৈ বাট চাই ৰ’ল বাটলু৷ প্ৰাণৰ সেউজপুৰখন– সেউজপুৰীয়াসকল মোৰ কাৰণে কি...

স্মৃতিৰেখা দেৱী পঢ়ক →
অনুবাদ আৰ্কাইভ
২৯ জুন, ২০২৪

মোৰ জীৱনলৈ প্ৰেম নাহিল

মূল : অৰ্ঘ্যদীপ চক্ৰবৰ্তী অনুবাদ : পাপু মজুমদাৰ সকলোৰে জীৱনত প্ৰেম আহে ঠিকেই কিন্তু নাজানো মোৰ জীৱনত আহিছিল নে নাই। মোৰ জীৱনত তুমি...

মূল : অৰ্ঘ্যদীপ চক্ৰবৰ্তী পঢ়ক →
অনুবাদ আৰ্কাইভ
২৯ জুন, ২০২৪

এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰ(Air Traffic Controller )

ড° বুলজিৎ বুঢ়াগোহাঁই বিমান যাত্ৰাৰ সুৰক্ষা আৰু কাৰ্যক্ষমতা বজাই ৰখাত এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷...

ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জুন, ২০২৪

গুলজাৰৰ কবিতা

অনুবাদ: নম্ৰতা দত্ত (এক) আলি কেঁকুৰি এই আলি-কেঁকুৰিটোৰ পৰাই আৰম্ভ হয় কিছুমান লেহেমীয়া পথ কিছুমান দুৰন্ত শিলৰ প্ৰসাদলৈ, আইনাৰ ঘৰলৈ...

অনুবাদ : নম্ৰতা দত্ত পঢ়ক →
কবিতা আৰ্কাইভ
২৮ জুন, ২০২৪

পুৰণি হ’বলৈ দিয়া কথাবোৰ

অংকুৰণ আৰ্ফ পুৰণি হ’বলৈ দিয়া কথাবোৰ যিদৰে পুৰণি হয় নদী যিদৰে পুৰণি হয় পাতৰ সেউজীয়া ফুলৰ সুৱাস পুৰণি হ’বলৈ দিয়া কাহিনীবোৰ যিদৰে পুৰণি...

অংকুৰণ আৰ্ফ পঢ়ক →
শিশুজগত আৰ্কাইভ
২৮ জুন, ২০২৪

বতৰৰ বতৰা

নৱনীতা ভট্টাচাৰ্য্য(২) কেইদিনমানৰ পৰা ৰিণিক এটা চিন্তাই বৰকৈ আমনি কৰি আছে৷ চিন্তাটো হ’ল আমাৰ পৰিৱেশ৷ সিদিনাখন স্কুলতো পৰিৱেশ সজাগতাৰ...

নৱনীতা ভট্টাচাৰ্য্য পঢ়ক →