উপন্যাস আৰ্কাইভ ৮ মে’, ২০২৪ ধেবাই ধোৱা ধৰণী অজিত ছিংনাৰ(সাত) ডাঙৰ জলাহখনৰ পাৰে পাৰে আহি কপিলী পাৰৰ ভেলৌগুৰি গাঁৱত তেমেকা আৰু কেৰ্পাই উপস্থিত হ’ল৷ বাট বুলিবলৈ প্ৰায় নায়েই৷ বসতি... অজিত ছিংনাৰ পঢ়ক →
কবিতা আৰ্কাইভ ৬ মে’, ২০২৪ ৰ'দে-বৰষুণে ইমান যে গান লোকনাথ গোস্বামী (৪য় অধ্যায়) (১) ডাঙৰ দাদাহঁতে (কাবুলদা, জগতদা) গাঁৱৰপৰা ওলাই আহি টাউনত নিজস্ব স্থিতি একোটা লোৱাৰ লগতে দেউতাকো... লোকনাথ গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ ৬ মে’, ২০২৪ জালিয়ানৱালাবাগ জুবিলী গগৈ মৃত্যুৰ কুঁৱাটোত তেতিয়া পানী নাছিল পানী শুহি লোৱা দেহবোৰ জীৱাশ্ম হৈছিল ঘেৰি থোৱা আইনাখনত নিজৰ মুখ দেখিয়েই উচপ খাই... জুবিলী গগৈ পঢ়ক →
কবিতা আৰ্কাইভ ৬ মে’, ২০২৪ জাগীৰোড কাগজ কলৰ মালিতা ময়ূৰাক্ষী মহন্ত শইকীয়া মৃত এখন নগৰৰ মাজত বাট বুলি আছিলো আমি জী থাকোতেই বন্ধ হ'ল এজাক মানুহৰ উশাহ বুকুৰ স্পন্দন ব্যস্ততাৰ খোজ হৃদয়ৰ... ময়ূৰাক্ষী মহন্ত শইকীয়া পঢ়ক →
গল্প আৰ্কাইভ ৬ মে’, ২০২৪ বিন্দু বাইদেউলৈ মই সমীৰণ বেদান্ত নাথ (১) “পৃথিৱীৰ প্ৰেমে মোক দেউলীয়া কৰিলে” ওপৰলৈ মূৰ কৰি চকু দুটা বন্ধ কৰি থোৱা ল’ৰাজনৰ চকুৰ পৰা বৈ অহা নীলা চকুৰ পানীত তলৰ... বেদান্ত নাথ পঢ়ক →
কবিতা আৰ্কাইভ ৩০ এপ্ৰিল, ২০২৪ পৰশুৰাম নীলোৎপল বৰুৱা নতুন চাম নাট্যকৰ্মীৰ ভিতৰত ৰূপান্তৰ বৰপাত্ৰগোহাঁই এটা চিনাকী নাম৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত পাৰিৱেশ্য কলা বিষয়�... নীলোৎপল বৰুৱা পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ৩০ এপ্ৰিল, ২০২৪ সুচল সংগ্ৰহালয় পঙ্কজ প্ৰতীম বৰদলৈ প্ৰতি বছৰে মে’ মাহৰ ১৮ তাৰিখটো বিশ্ব সংগ্ৰহালয় দিৱস হিচাপে আন্তৰাষ্ট্ৰীয় সংগ্ৰহালয় পৰিষদে পালন কৰে৷ এই মাহৰ... পঙ্কজ প্ৰতিম বৰদলৈ পঢ়ক →
গল্প আৰ্কাইভ ৩০ এপ্ৰিল, ২০২৪ শালকঠীয়া মুনমী দত্ত হাজৰিকা সেই দুখন হাতেই মোক এই ঠাইলৈ আনিছিল যি দুখন হাতেৰে তেওঁ চন্দন কাঠৰ চিতাত সেই লাওখোলাটো তুলি দিছিল৷ মৰাণ বুঢ়াৰ কথা... মুনমী দত্ত হাজৰিকা পঢ়ক →
শিশুজগত আৰ্কাইভ ৩০ এপ্ৰিল, ২০২৪ শৰতৰ গান ৰচনা পাঠক নীলিম আকাশে আজি শুকুলা মেঘেৰে সাজি গাই আছে শৰতৰ গান,ডাৱৰে ঢাকিছে বেলি লুকাভাকু খেলি খেলি &nbs... ৰচনা পাঠক পঢ়ক →
শিশুজগত আৰ্কাইভ ৩০ এপ্ৰিল, ২০২৪ ওমলা পদ্য নিৰু দত্ত জিলমিল জোনাকত তিৰবিৰ তৰাই টিপটিপ চকুৰে মইনাক জোকায়। জিকিমিকি জোনাকী আন্ধাৰ ফালি ওলায়&... নিৰু দত্ত পঢ়ক →
শিশুজগত আৰ্কাইভ ৩০ এপ্ৰিল, ২০২৪ ওমলা-পদ্য অৰুণ গগৈ আমৈৱে জাকৈ বায় ধৰে কাৱৈটিলা ততাতৈয়াকৈ তাৱৈ যায় পিন্ধি কপাহী চোলা ৷ বৰদেউতাই গাত লয় বগা কপাহী চেলেং চাইকেল চলাই যায় মধুপুৰ... অৰুণ গগৈ পঢ়ক →
কবিতা আৰ্কাইভ ২৯ এপ্ৰিল, ২০২৪ কৰ্জা আখ্যান অমৃত গোস্বামী কথাটো বিশেষ একো নহয়, একেবাৰে সাধাৰণ, ঘৰুৱা ধৰণৰ কথা এটাহে৷ কিন্তু চাবলৈ গ’লে একোৱেই নোহোৱা, একেবাৰে সাধাৰণ, ঘৰুৱা ধৰণৰ... অমৃত গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ ২৯ এপ্ৰিল, ২০২৪ তেণ্ডুলকাৰৰ কন্যাদান আৰু শগুনবোৰ নিজৰা ৰাজকুমাৰী মাধুৰ্য্য গোস্বামী নাটক আমি কিয় চাওঁ? নাটকত আমি কি চাওঁ? এই পৃথিৱীৰেই, আমাৰ জীৱনৰেই কোনো এক অংশক মঞ্চত অধিক উজ্জ্বলকৈ... নিজৰা ৰাজকুমাৰী,মাধুৰ্য্য গোস্বামী পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ ২৯ এপ্ৰিল, ২০২৪ মধ্যযুগৰ সমুদ্ৰ বিজয়ী ভাৰতীয় ড০ ৰক্তিম ৰঞ্জন শইকীয়া যোৱা ৫০০০ বছৰ ধৰি ভাৰতবৰ্ষ হৈ আহিছে মানৱ প্ৰব্ৰজনৰ থলী। এই প্ৰব্ৰজনকাৰীসকলে ভাৰতবৰ্ষকে নিজৰ ঘৰ বুলি লৈ মিলি... ড° ৰক্তিম ৰঞ্জন শইকীয়া পঢ়ক →
অনুবাদ আৰ্কাইভ ২৮ এপ্ৰিল, ২০২৪ মৃত্যুৰ পথেৰে মূল : পাবলো নেৰুডাঅনুবাদ : মৃদুল শৰ্ম্মা তুমি লাহে লাহে মৰিবলৈ আৰম্ভ কৰিবা ; যদি তুমি ভ্ৰমণ নকৰাঁ, যদি তুমি পঢ়া-শুনা নকৰাঁ, যদি তুমি... মূল : পাবলো নেৰুডা পঢ়ক →
কবিতা আৰ্কাইভ ২৮ এপ্ৰিল, ২০২৪ মলেঁয়া দাদুল দেৱকৃষ্ণ বৰুৱা(১৯) পুৱাই চিঞৰ-বাখৰ লাগিল। ষ্টেপানে তেতিয়াও শোৱাপাটী এৰাই নাই। ঘৰৰ মূধচত মলেঁয়াই চিঞৰ-বাখৰ কৰাত ততাতৈয়াকৈ... দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
সম্পাদকীয় আৰ্কাইভ ২৮ এপ্ৰিল, ২০২৪ শব্দ : ৰূপান্তৰৰ প্ৰৱণতা আৰু অন্য কিছু প্ৰসঙ্গ ‘ব’হাগ হ’ য়া বৈশাখ, কোনো নৈখে বাত, লেকিন বিহু বিহু লাগিছে হামনে কে’ ভী গাত...’ প্ৰেৰডী সম্ৰাট মুনীন দত্তৰ উপৰোক্ত গীতটি বিগত কিছুদিন... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ২৭ এপ্ৰিল, ২০২৪ লেন্সৰ মাজেৰে “কাঁচিচিনিঠু” কংকণ বৰা আধুনিক কিম্বা উত্তৰ-আধুনিক বলয়ত পণ্যৰ আধিপত্য তথা ই কিদৰে সামাজিক জীৱনৰ ঔপনিৱেশিকৰণ সম্পূৰ্ণ কৰে তাক ক’বলৈ গৈ Guy Debord-য়ে... কংকণ বৰা পঢ়ক →
কবিতা আৰ্কাইভ ২৭ এপ্ৰিল, ২০২৪ ব্লাউজ ৰেমী শৰ্মা কেইবাবছৰ ধৰি ব্লাউজটো তাইৰ লগতে শুইছে দুটা চমকা তৰা ঢাকি থোৱা ব্লাউজটো পিন মৰা ঠাইতে ফিচিকি গ’ল চিৰিংকৈ মাৰিলে আকাশৰ তল�... ৰেমী শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ ২৭ এপ্ৰিল, ২০২৪ ৰাম কথা অজন্ত কুমাৰ বৰা তুমি ৰাম বোলাঁ নে হৰি বোলাঁ গড বোলাঁ নে আল্লা বোলাঁ তুমি চাকি জ্বলোৱাঁ নে মম জ্বলোৱাঁ যজ্ঞ কৰাঁ নে হজ কৰাঁ সেয়া তোমাৰ... অজন্ত কুমাৰ বৰা পঢ়ক →
কবিতা আৰ্কাইভ ২৭ এপ্ৰিল, ২০২৪ সূত্ৰ ৰাজীৱ বৰা সন্তুষ্টি এতিয়া বৰষুণৰ পানী? সুখৰ সংজ্ঞা সলাব পৰাকৈ আমি জ্ঞানী৷ চোৱাঁ, কিমান সহজ প্ৰেম-অপ্ৰেম ভালপোৱা সহবাস৷ ঢাকনি নাই... ৰাজীৱ বৰা পঢ়ক →
কবিতা আৰ্কাইভ ২৭ এপ্ৰিল, ২০২৪ কথকী চৰাইবোৰ মৰাৰ পাছত মনোজ নেওগ কথাত কথা বাঢ়ে কথাতে কথকী চৰাইবোৰ মৰি সৰাপাত হ’ল। নিমাওমাও গধূলিৰ ফু এটা হৈ ফুৱাই গ’লহি ধূলিৰ শৰীৰ আচলতে আমি আমাক খামুচি... মনোজ নেওগ পঢ়ক →
অনুবাদ আৰ্কাইভ ২৭ এপ্ৰিল, ২০২৪ অসমত বৃত্তিমূলক (Vocational) শিক্ষা ড° বুলজিৎ বুঢ়াগোহাঁই বৰ্তমান সময়ত বৃত্তিমূলক শিক্ষাৰ গুৰুত্ব বহু পৰিমাণে বৃদ্ধি পাইছে৷ যিসকল যুৱক-যুৱতীয়ে সোনকালে উপাৰ্জন কৰিব বিচাৰে... ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →