গল্প আৰ্কাইভ ২৬ জুন, ২০২৪ পাৰফিউম মিনাৰা হুছেইন “সুগন্ধিৰ স্নিগ্ধতা আৰু হৃদয়ৰ মুগ্ধতা ……” বেলিয়ে আগফালৰ বাৰাণ্ডাত বহি ডায়েৰীখনত কিবা এটা লিখিবলৈ লৈ ৰৈ গ’ল৷ ধৰাৰ বুকুলৈ... মিনাৰা হুছেইন পঢ়ক →
কবিতা আৰ্কাইভ ২৬ জুন, ২০২৪ শঙ্কৰ টকীজ অমৃত গোস্বামী লালু আৰু ভুলু দুয়োজনেই অনাথ, দুয়োজনেই দিব্যঙ্গ। নগৰ এখনৰ একেটা বস্তিতে বাস কৰা দুয়োজনৰ মাজত আছিল অকৃত্ৰিম বন্ধুত্ব;... অমৃত গোস্বামী পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ২৬ জুন, ২০২৪ গান্ধী আৰু স্বাস্থ্য পঙ্কজ প্ৰতিম বৰদলৈ আধুনিক ভাৰতৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশত সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰা ব্যক্তিজনেই হৈছে মহাত্মা গান্ধী৷... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ২৬ জুন, ২০২৪ মমতালৈ চিঠি (স্বামীৰ প্ৰত্যাৱৰ্তনৰ বাবে অপেক্ষাৰত মমতালৈ বুলি একলম…) কংকনা বৰুৱা মৰমৰ মমতা, মহাজগতৰ ইটো পাৰৰ পৰা তোমালৈ অশেষ মৰম ঢালি লিখিবলৈ... কংকনা বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ২৬ জুন, ২০২৪ স্বৰাজোত্তৰকালৰ অসমীয়া চিনেমা-১ (পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী জোনাক জোনাক শীতল জোনাক &nb... নিজৰা ৰাজকুমাৰী পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ ২৫ জুন, ২০২৪ ময়ূৰ বৰাৰ পাহৰা মাণিক বিচাৰি : এটি পৰ্যালোচনা অসীম কুমাৰ হাজৰিকা সাম্প্ৰতিক অসমৰ এজন চিন্তাশীল লেখক ময়ূৰ বৰা। বৰাৰ কলমত প্ৰতিফলিত চিন্তাৰাশিয়ে নতুন পুৰুষক জাতিটোৰ প্ৰতি ঋদ্ধ হ’বলৈ... অসীম কুমাৰ হাজৰিকা পঢ়ক →
অনুবাদ আৰ্কাইভ ২৫ জুন, ২০২৪ তুমি ভাল নহয় তুমি ভাল নহয় (You're No Good)মূল : ব'ব ডিলান * (২৪ মে, ১৯৪১-)অনুবাদ : ড° ৰঞ্জিত দত্তজানা, মই নিজেই নাজানোকিয় মই বিচৰা ধৰণেইভাল পাওঁ... অনুবাদ : ড° ৰঞ্জিত দত্ত পঢ়ক →
অনুবাদ আৰ্কাইভ ২৫ জুন, ২০২৪ মহাকবি কালিদাসৰ ঋতুসংহাৰম্ অনুবাদ : কৌস্তুভমণি শইকীয়া দত্তচতুৰ্থ অধ্যায়।। হেমন্ত বৰ্ণনা ।।।। অথ হেমন্তঃ ।।প্ৰবালৰ দৰে নৱপল্লৱেৰে ৰম্য শস্যৰ তলীউৎফুল্লিত বিকশি�... অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত পঢ়ক →
উপন্যাস আৰ্কাইভ ২৫ জুন, ২০২৪ মহাবৃত্ত মৃদুল শৰ্মা২৩ দুৰ্যোধন৷ প্ৰথমে আৰম্ভ হোৱা ক্ৰীড়া প্ৰতিযোগিতা আনন্দদায়কভাৱে দ্যুতক্ৰীড়াই হৈছিল৷ মোৰ লক্ষ্য আছিল পাণ্ডৱৰ হাতৰপৰা... মৃদুল শৰ্মা পঢ়ক →
উপন্যাস আৰ্কাইভ ২৫ জুন, ২০২৪ ধেৱাই ধোৱা ধৰণী অজিত ছিংনাৰ(ন) ৰহা থানাখনৰ কাষতে দোকান খুলি বহিছে ঢাকিয়াল নৰেশ চৌহানে৷ দোকানৰ কাষতে এটা ঘৰ নিৰ্মাণ কৰি সি তাতে থাকে৷ চৰকাৰে নতুন... অজিত ছিংনাৰ পঢ়ক →
সম্পাদকীয় আৰ্কাইভ ২৩ জুন, ২০২৪ আমাৰ অভিজ্ঞতাবোৰ ইতিবাচক হোৱাহ’লে! ধৰি লওক, আপুনি সান্ধ্যভ্ৰমণ কৰে৷ আমাৰ দেশততো সান্ধ্যভ্ৰমণৰ বাবে তেনে আচুতীয়া ৰাস্তাৰ ব্যৱস্থা প্ৰায় নায়েই, গতিকে আপুনি সাধাৰণ... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২২ জুন, ২০২৪ ‘কুঁচিয়ানামা’ : কিছু নতুন, কিছু ব্যতিক্ৰম আৰু কিছু কৌতূহল কিশোৰ দাস কোঁৱৰ ৰোমান কবি টেৰেনছে মানুহৰ জীৱন সম্পৰ্কীয় দৃষ্টিভংগীৰ প্ৰসংগত এষাৰ অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছিল, ‘মানুহে কৰিব পৰা বা... কিশোৰ দাস কোঁৱৰ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২২ জুন, ২০২৪ জলবায়ু পৰিৱৰ্তন : মানৱসৃষ্ট পাঁচবিধ অপশক্তি দেৱজিৎ ভৰালী বিগত সময়ছোৱাত হোৱা জলবায়ু পৰীক্ষণ সাপেক্ষে আন্তঃচৰকাৰী সংস্থা আই পি চি চিয়ে ( IPCC - Intergovernmental Panel On Climate... দেৱজিৎ ভৰালী পঢ়ক →
কবিতা আৰ্কাইভ ১৭ জুন, ২০২৪ চিত্ৰকৰ চৰাই চুনা কুমাৰ পাঠৰী উমনিত বহা চৰাইৰ ডেউকাত কোনোবাই জুই লগাই দিছে। হৃৎপিণ্ড অটব্য অৰণ্যখন সন্তৰ্পণে জ্বলিছে। হৃদস্পন্দন, ক্ৰম’জমবিচ্ছিন্ন... চুনা কুমাৰ পাঠৰী পঢ়ক →
গল্প আৰ্কাইভ ১৭ জুন, ২০২৪ ধৰ্ম যশোৱন্ত নিপুণ ধৰ্মক মই প্ৰথম লগ পাইছিলোঁ পাঁচ বছৰমান আগতে৷ মই হাতত গাখীৰৰ পেকেট এটা লৈ ভাৰাৰ ফ্লেটলৈ খটখটী বগাম আৰু৷ সি সুধিছিল, “ছাৰ... যশোৱন্ত নিপুণ পঢ়ক →
কবিতা আৰ্কাইভ ১৬ জুন, ২০২৪ শৱ প্ৰেমনাৰায়ণ নাথ সময়ে গিলি থ’লে সময় সিদিনা মেঘ বৈ আহে মাজে মাজে পাৰ ভাঙি জ্বলা জুই হৈ থোকাথুকি নামঘোষা ‘তেবেসে লৈলো শৰণ’ যেন ৰ’ল আহি... প্ৰেমনাৰায়ণ নাথ পঢ়ক →
কবিতা আৰ্কাইভ ১৬ জুন, ২০২৪ চকুত নপৰাকৈ ধ্ৰুৱকুমাৰ তালুকদাৰ মোৰ ভগা বাকচটোৰ ছটা চোলাৰ মাজত এটা চোলা আছিল দুখৰ- এদিনাখন জেপত পইছা নথকা কাৰণে মই সেই চোলাটো আনিছিলোঁ ৰাতিৰ বজাৰৰ... ধ্ৰুৱকুমাৰ তালুকদাৰ পঢ়ক →
কবিতা আৰ্কাইভ ১৬ জুন, ২০২৪ ৰ'দে-বৰষুণে ইমান যে গান লোকনাথ গোস্বামী (৩) সত্ৰ, গাঁও, গাঁৱৰ সহজ-সৰল মানুহখিনি, চৌপাশৰ প্ৰাকৃতিক বৈভৱ, পুৱা-গধূলি সত্ৰত শিচ-ভকতৰ সমাৱেশ, শৰণ-ভজন, আমাৰ ঘৰখনৰ... লোকনাথ গোস্বামী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ৩১ মে’, ২০২৪ চিনেমা : ভিন্ন স্বাদ, দেশ, মানুহ আৰু সমাজ নিজৰা ৰাজকুমাৰী ...One less… One less mouth to feed-এনিয়ে পৰিয়ালৰ দুৰ্দশাৰ দিনত গাঁৱৰ স্কুলখনৰ শিক্ষকজনৰ লগত পলাই যোৱাৰ আগে আগে চিঠি�... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মে’, ২০২৪ ফটিকা খোৱা চকুলো অৰ্চনা ঠাকুৰীয়া আকাশখন গোমা দেখিলেই মই পাগল হওঁ হৃদয়- শব্দৰ তৰংগবোৰে কৰুণ বীণ বজায় ক্ষোভ আৰু হতাশাৰ অগনিয়ে দেই পুৰি মাৰে আৰু খং... অৰ্চনা ঠাকুৰীয়া পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মে’, ২০২৪ উঠা মোৰ নিৰ্বাসিত সূৰ্য বিপ্লৱ চুতীয়া কেতিয়াও কাকো প্ৰশ্ন কৰিব নোৱৰা পূৰ্ণচ্ছেদৰ আঁৰৰ অৱনত শব্দবোৰ কেইটামান আখৰৰ বাদে আৰুনো কি এতিয়া, বুলৱাৰ-লিটনৰ অগোচৰে... বিপ্লৱ চুতীয়া পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মে’, ২০২৪ অহা-যোৱা যশোৱন্ত নিপুণ যদি জীৱন ইমানেই শুদ্ধ আছিল মৃত্যুৰ জানো প্ৰয়োজন আছিল ? আমি কোৱা কথাবোৰ তুমি শুনিবই লাগিব - তেনে একো নাছিল, কাহিনীবোৰ যি... যশোৱন্ত নিপুণ পঢ়ক →
কবিতা আৰ্কাইভ ৩১ মে’, ২০২৪ পানী উৰ্মি জুলী শইকীয়া আজিকালি মই দুখৰ কথাবোৰ পানীকেই কওঁ কোনোবা ওচৰত থাকিও নাথাকে শুনিবলৈ কোনো নাথাকিলেও মোৰ ক'বলগীয়া থাকে সেইবোৰ মই... উৰ্মি জুলী শইকীয়া পঢ়ক →