কবিতা আৰ্কাইভ ২৪ জানুৱাৰী, ২০২৪ আৱেগিক মানুহবোৰ ফেৰীৱালা ৰিপুঞ্জয় বৰুৱা ঋমন যোৱাটো এপ্ৰিলৰঅপূৰ্ণ শব্দবোৰ উটুৱাই থৈ উভতি অহাৰ পৰতনখদীঘল নৈখনে কৈছিল হাত সাৰিবলৈকেকিছুমান কথা নোকোৱাই ভালহা�... ৰিপুঞ্জয় বৰুৱা ঋমন পঢ়ক →
কবিতা আৰ্কাইভ ২৪ জানুৱাৰী, ২০২৪ মৰাৰ পাছত থাকিব কি ধ্ৰুৱকুমাৰ তালুকদাৰ বতাহে বাট হেৰুৱাই মোৰ পিছে পিছে আহিছে... তাৰ হাতত শগুনৰ চিঠি মই পঢ়িব নাজানো, লিখিবলৈ শিকা নাই আখৰ মানুহ মৰি যাম... ধ্ৰুৱকুমাৰ তালুকদাৰ পঢ়ক →
কবিতা আৰ্কাইভ ২৪ জানুৱাৰী, ২০২৪ উঁইচিৰিঙাৰ শ্ৰুতলিপি জোনমণি দাস ১. সন্ধ্যাৰ আকাশৰ পৰা সৰি পৰিল জাক হেৰুওৱা চৰাইটোৰ মাত, উৰুঙা বতাহত ওৰে ৰাতি কঁপি কঁপি জ্বলি থাকিল তুলসী তলৰ চকুটো। ২.... জোনমণি দাস পঢ়ক →
কবিতা আৰ্কাইভ ২২ জানুৱাৰী, ২০২৪ ছেহল'ম ফ্ৰেডমেনৰ দুটি কবিতা অনুবাদ : ড° ৰঞ্জিত দত্তকবি পৰিচয় : ছেহলম ফ্ৰেডমেন(Shalom Freedman) এজন আমেৰিকান - ইজৰাইলী কবি আৰু চিন্তাশীল লেখক।এজন ইহুদী সাহিত্যিক... ড: ৰঞ্জিত দত্ত পঢ়ক →
গল্প আৰ্কাইভ ২১ জানুৱাৰী, ২০২৪ শীত যশোৱন্ত নিপুণ পদূলিৰ পৰা ঘৰটো কিছু নিলগত৷ গাড়ীখন ৰাস্তাতে পাৰ্ক কৰি অৰুণে এবাৰ চাৰিওফালে চকু ফুৰালে৷ চিনাকি পথাৰখন এতিয়াও আগৰ দৰেই... যশোৱন্ত নিপুণ পঢ়ক →
গল্প আৰ্কাইভ ২১ জানুৱাৰী, ২০২৪ সময়বৃত্ত ববিতা কলিতা চাৰিচুকীয়া দেৱালখনত ওলমি থকা গোলাকাৰ ঘড়ীটোলৈ একেথিৰে চাই আছিল জয়জিৎ দুৱৰাই৷ সময় ঘূৰিছে বৃত্তাকাৰে৷ অথচ এৰি অহা সময়বোৰ আমি... ববিতা কলিতা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২০ জানুৱাৰী, ২০২৪ অসমীয়া ‘ৱিকিমিডিয়া’ প্ৰকল্পসমূহৰ জয়যাত্ৰা আৰু অসমীয়া ‘ৱিকিপিডিয়া’ৰ গতি-প্ৰকৃতি: এটি অৱলোকন ভাস্কৰ ভূঞা ৱিকিপিডিয়া (Wikipedia) ৱিকিপিডিয়া হ’ল অব্যৱসায়িক, মুক্ত, ৱে’ব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ বা তথ্যকোষ৷... ভাস্কৰ ভূঞা পঢ়ক →
কবিতা আৰ্কাইভ ২০ জানুৱাৰী, ২০২৪ বিষয় : জীৱন জৰসিং ইংতি ক্লেংদুন (১) একোৱে নাই হাতত একোৱে নাই দূৰ-দিগন্তত মৰুভূত নিজৰ ছাঁ খেদি-খেদি কোন ক’ত হেৰায় তৃষ্ণাতুৰৰ পানী এটোপা চকুলোৰে... জৰসিং ইংতি ক্লেংদুন পঢ়ক →
কবিতা আৰ্কাইভ ২০ জানুৱাৰী, ২০২৪ তিনিটা কবিতা হৰেকৃষ্ণ ডেকা(১) ৰাম আপোনাৰ ৰাম আৰু বাপুৰ ৰামযদি একেজন হয়,মই বাপুৰ ৰামক ৰাম বুলি ক’মআৰু আপোনাৰ ৰামক আপোনৰাম বুলি ক’ম৷বাপুৰ ৰাম হৃদয়�... হৰেকৃষ্ণ ডেকা পঢ়ক →
কবিতা আৰ্কাইভ ২০ জানুৱাৰী, ২০২৪ মন-ফুলৰ চিঠি ধৰিত্ৰী বৰুৱা (১) যোৱাবাৰ শীতত মন-ফুল মৰিছিল, এইবেলি শীতত পলসুৱা হাত। ডিচেম্বৰ আৰু জানুৱাৰীৰ মাজত এয়াই তফাৎ। ঠেৰেঙা জাৰত কি ফুল... ধৰিত্ৰী বৰুৱা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২০ জানুৱাৰী, ২০২৪ গান্ধী ফাগ্লা : কথকতা আৰু কথক গীতাশ্ৰী তামুলী নীলোৎপল বৰুৱাৰ গল্প আগেয়ে পঢ়া নাছিলো৷ তেওঁৰ ‘গান্ধী ফাগ্লা’ কিতাপখন পাই সেই নামৰ গল্পটোকে উলিয়াই লৈছিলোঁ৷ পঢ়ি যাওঁতে... গীতাশ্ৰী তামুলী পঢ়ক →
উপন্যাস আৰ্কাইভ ১০ জানুৱাৰী, ২০২৪ ধেৱাই ধোৱা ধৰণী অজিত ছিংনাৰদুই বিশাল এলেকাটোত ঠায়ে ঠায়ে আছে বহুকেইটা আটী৷ গোটেই হাবি-জংঘলেৰে ভৰা এই আটীবোৰৰ নামনিতো হাবি-জংঘলৰ পয়োভৰ৷ মালভূমি সদৃশ এটা... অজিত ছিংনাৰ পঢ়ক →
উপন্যাস আৰ্কাইভ ১০ জানুৱাৰী, ২০২৪ মহাবৃত্ত মৃদুল শৰ্মা ৬ শকুনি ৷যুদ্ধনিপুণ ভীষ্মই ভাৰতৰ ৰাজবংশৰ ৰাজপুত্ৰলৈ ভগ্নী গান্ধাৰীৰ পাণিপ্ৰাৰ্থনা কৰাত প্ৰথমে আ(ৰ্যবোধ কৰিছিলোঁ আনন্দত৷... মৃদুল শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ ৩১ ডিচেম্বৰ, ২০২৩ চুপ : এক প্ৰহসন নীলোৎপল বৰুৱা বহু বছৰ আগৰ কথা। দিনটো নাটকৰ অনুশীলনৰ অন্তত সন্ধ্যাবেলা জিৰাবলৈ বহিছিল নাটকৰ কিম্বদন্তীস্বৰূপ প্ৰয়াত হেইচনাম... নীলোৎপল বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ৩০ ডিচেম্বৰ, ২০২৩ নৈতিকতা প্ৰাঞ্জল বেজবৰা আজিকালি আমাৰ সমমাজত কিছুমান কথা বা বাক্যাংশ সততে শুনিবলৈ পাওঁ আৰু আমি নিজেও বহু সময়ত সেইবিলাক দোহাৰোঁ। উদাহৰণ স্বৰূপে... প্ৰাঞ্জল বেজবৰা পঢ়ক →
কবিতা আৰ্কাইভ ২৯ ডিচেম্বৰ, ২০২৩ স্তৱক শিখা গোস্বামী মহন্ত(১)গৈ থকাটো যিমান সহজৰৈ দিয়াটো সিমান কঠিনযাওঁ বুলি গুচি যাব পাৰিউলটি আহো বোলোতেইএহেজাৰ অসহজ উশাহ(২)খিৰিকিৰে জুমি... শিখা গোস্বামী মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ ২৯ ডিচেম্বৰ, ২০২৩ মলেঁয়া দাদুল দেৱকৃষ্ণ বৰুৱা (১৫) চাভাৰ পাৰৰ গছ এজোপাৰ তলত বহি ষ্টেপানে বৈ থকা পানীখিনিলৈ একেথৰে চাই ৰ’ল। গৈ থকা পানীখিনিৰ দৰেই সময়ো গৈ আছে... দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ২৯ ডিচেম্বৰ, ২০২৩ চিন্তাৰ মেৰুকৰণ আৰু বিজ্ঞানমনস্ক চিন্তা পঙ্কজ প্ৰতিম বৰদলৈ সমসাময়িক পৃথিৱীখনত তথ্যৰ অভূতপূৰ্ব প্ৰৱেশ, দ্ৰুত প্ৰযুক্তিগত উন্নতি, আৰু বিশ্বব্যাপী তাৎক্ষণিক যোগাযোগ ব্যৱস্থাই... পঙ্কজ প্ৰতিম বৰদলৈ পঢ়ক →
গল্প আৰ্কাইভ ২৯ ডিচেম্বৰ, ২০২৩ জাহ্নৱী এজনী নীলা চৰাই পুলিন কলিতা (১) : ঈগল নেকি? প্ৰশ্নটো কৰিছিল ভগীৰথে। : নহয় নহয়-ঈগল নহয়। ঈগলৰ দৰেই, কিন্তু ৰং সম্পূৰ্ণ নীলা। ডাৱৰ নাথাকিলে আকাশৰ ৰঙৰ... পুলিন কলিতা পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ ২৮ ডিচেম্বৰ, ২০২৩ “নীতিসাৰ পুৰাণ”: আহোম ৰাজ্যত স্বাস্থ্য আৰু সুস্থতা সম্পৰ্কীয় চিন্তা-চৰ্চা ড০ ৰক্তিম ৰঞ্জন শইকীয়া আমাৰ সাধাৰণ ধাৰণা অনুযায়ী মধ্যযুগৰ অসমত স্বাস্থ্য সম্পৰ্কীয় চিন্তা-চৰ্চা নিদান শাস্ত্ৰতে সীমাৱদ্ধ আছিল৷ কিন্তু... ড° ৰক্তিম ৰঞ্জন শইকীয়া পঢ়ক →
গল্প আৰ্কাইভ ২৮ ডিচেম্বৰ, ২০২৩ সোণালী পল, সোণোৱালী অনুপল বিদ্যুৎ বিকাশ শৰ্মা(কটন কলেজৰ ১৯৮৬-১৯৮৮ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ সমূহ সহপাঠীৰ হাতত) “হুঁ হুঁ ধুমুহা আহিলেও আকাশ ক’লা মেঘে ছানিলেও... বিদ্যুৎ বিকাশ শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ ২৮ ডিচেম্বৰ, ২০২৩ মডেলিং (Modeling) ড° বুলজিৎ বুঢ়াগোহাঁই বৰ্তমান যুগত ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে মডেলিং এটা আকৰ্ষণীয় কেৰিয়াৰ। এইটো আটাইতকৈ ৰোমাঞ্চকৰ আৰু লাভজনক বৃত্তিবোৰৰ... ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ ২৮ ডিচেম্বৰ, ২০২৩ বোধ দাদুল ভূঞা ‘বুধিয়ক শিয়ালৰ’ সাধুটো মনত আছেনে আপোনাৰ শৈশৱতে পঢ়া ৰজা-ৰাণীৰ সাধুটো বুকুত কঢ়িয়াই আমি গৈ আছোঁ একেটাই বাটেদি ভঙা-গঢ়া... দাদুল ভূঞা পঢ়ক →