কবিতা আৰ্কাইভ ২৬ ফেব্ৰুৱাৰী, ২০২৪ মলেঁয়া দাদুল দেৱকৃষ্ণ বৰুৱা(১৭)মলেঁয়াৰ জীৱনলৈ যে সংগীৰ আগমন ঘটিছে, সেই কথা খুব কম দিনতে চৌপাশে বিয়পি পৰিল। খবৰ পোৱাৰ লগে লগে ইজন সিজনকৈ... দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
শিশুজগত আৰ্কাইভ ২৫ ফেব্ৰুৱাৰী, ২০২৪ নিৰ্মলপ্ৰভা বৰদলৈৰ শিশুসাহিত্য: এটি আলোচনা দীপাঞ্জলি দেৱী শিশুক উদ্দেশ্য কৰি লিখা সাহিত্যই শিশু সাহিত্য। শিশুৰ উপযোগী বিষয়বস্তু আৰু ভাৱবস্তক কেন্দ্ৰ কৰিয়েই শিশু সাহিত্য ৰচনা... দীপাঞ্জলি দেৱী পঢ়ক →
কবিতা আৰ্কাইভ ২৫ ফেব্ৰুৱাৰী, ২০২৪ শ্ৰেষ্ঠ চিনেমাৰ অস্কাৰ মনোনয়ন–২০২৪ নিজৰা ৰাজকুমাৰী এনাটমী অৱ এ ফল, দ্য হ'ল্ডঅভাৰছ্, পুঅ'ৰ থিংছ, পাষ্ট লাইভছ্, আমেৰিকান ফিকশ্যন, দ্য জ'ন অৱ ইণ্টাৰেষ্ট, বাৰ্বী... নিজৰা ৰাজকুমাৰী পঢ়ক →
অনুবাদ আৰ্কাইভ ২৫ ফেব্ৰুৱাৰী, ২০২৪ পুৱাৰ জলপান মূল (ফৰাচী) : ঝাক প্ৰেভে'ৰ (Jackoes Prevert) অনুবাদ : প্ৰশান্ত মিশ্ৰ (এলাষ্টেইৰ কেম্পবেলে কৰা ইংৰাজী অনুবাদৰপৰা)পিয়লাটোত তেওঁ অকণমান... প্ৰশান্ত মিশ্ৰ পঢ়ক →
কবিতা আৰ্কাইভ ২৫ ফেব্ৰুৱাৰী, ২০২৪ ভ্ৰম উমানন্দ কলিতা চৰাইবোৰ শিল শিলবোৰ মানুহ মানুহবোৰ ভ্ৰম --- ঠিকনা : ড্ৰেচ কেপিটেল যোৰহাট ভ্ৰাম্যভাষ : ৯৮৫৪০৫১২৬৭ ... উমানন্দ কলিতা পঢ়ক →
অনুবাদ আৰ্কাইভ ২৫ ফেব্ৰুৱাৰী, ২০২৪ কলা কি? (ৰাছিয়ান লেখক লিও টলষ্টয়ৰ ‘What is Art?' গ্ৰন্থৰ Aylmer Maude-য়ে কৰা ইংৰাজী ভাঙনিৰপৰা) অনুবাদ : ড০ বিৰিঞ্চি কুমাৰ দাস (২) প্ৰতিখন... বিৰিঞ্চিকুমাৰ দাস পঢ়ক →
শিশুজগত আৰ্কাইভ ২৫ ফেব্ৰুৱাৰী, ২০২৪ টেঙা-মিঠা অমৃত গোস্বামী ‘এইবিধ চৰ্পত স্বাস্থ্যৰ বাবে বৰ উপকাৰী, বিজয়ে অসমৰ পৰা অনা কুঁজী থেকেৰাৰ চৰ্পত৷ খাবলৈও সোৱাদ লগা৷ কুঁজী থেকেৰা অসম�... অমৃত গোস্বামী পঢ়ক →
গল্প আৰ্কাইভ ২৫ ফেব্ৰুৱাৰী, ২০২৪ দ্বিখণ্ডিত অংকিতা বৰুৱা ষড়যন্ত্ৰ! এক গভীৰ ষড়যন্ত্ৰৰ বলি হৈছোঁ মই৷ ভীষণ এক টনা-আঁজোৰা৷ কাৰ কি ইমান গৰজ পৰিছে মোৰ নামত ইমান সময় খৰচ কৰিবলৈ! এই... অংকিতা বৰুৱা পঢ়ক →
গল্প আৰ্কাইভ ২৪ ফেব্ৰুৱাৰী, ২০২৪ কীট জয়ন্ত দত্ত দাস এণ্ড কোম্পানিৰ চকটোৰ পৰা সৌৰভপ্ৰাণ বৰাৰ ঘৰটো ধুনীয়াকৈ জিলিকি থাকে৷ তেওঁৰ ঘৰৰ দ্বিতীয় মহলাত উঠিলেই চকুত চাট মাৰি ধৰে... জয়ন্ত দত্ত পঢ়ক →
কবিতা আৰ্কাইভ ২৪ ফেব্ৰুৱাৰী, ২০২৪ ত্ৰিপুৰাই ৰিঙিয়ায় অংগনা চৌধুৰী বহুদিনৰ পৰাই ত্ৰিপুৰালৈ যাম যাম বুলি মনতে পাঙি আছিলোঁ৷ এইবাৰ শীতকালীন বন্ধত সুযোগ-সুবিধা মিলাত গুৱাহাটীৰ পৰা পোনপটীয়া... অংগনা চৌধুৰী পঢ়ক →
কবিতা আৰ্কাইভ ২৩ ফেব্ৰুৱাৰী, ২০২৪ অসবৰ্ণ নীলিমা ঠাকুৰীয়া হকশাওণৰ আকাশে বিৰিয়াত আনে গোমা আৰুগধুৰ ডাৱৰবোৰ । তাৰ বিৰিয়াতো কঠিয়াৰ ভাৰবৰষুণে খিকিন্দালি কৰাৰ পৰত হিয়াত খলকনিআৰু... নীলিমা ঠাকুৰীয়া হক পঢ়ক →
কবিতা আৰ্কাইভ ২০ ফেব্ৰুৱাৰী, ২০২৪ লুইচ গ্লুকৰ দুটা কবিতা মূল (ইংৰাজী) : লুইচ গ্লুকঅনুবাদ : ড° ৰঞ্জিত দত্ত২০২০ চনৰ সাহিত্যৰ ন'বেল বঁটা বিজয়ী আমেৰিকাৰ কবি লুইচ গ্লুকৰ (Louise Elisabeth Glück... ড: ৰঞ্জিত দত্ত পঢ়ক →
শিশুজগত আৰ্কাইভ ১৮ ফেব্ৰুৱাৰী, ২০২৪ অচিন জগতত বাটলু স্মৃতিৰেখা দেৱী ভাগৰুৱা বাটলু মুহূৰ্ততে চোপনিৰ কোলাত ঢলি পৰিল৷ টোপনিতে সি এটা ধুনীয়া সপোন দেখিলে৷ ... সি সৰগ হেন ধুনীয়া ঠাই এখন�... স্মৃতিৰেখা দেৱী পঢ়ক →
কবিতা আৰ্কাইভ ১৮ ফেব্ৰুৱাৰী, ২০২৪ হাঁহিচম্পা অৰ্চনা ঠাকুৰীয়াআজিৰ সন্ধিয়াটো চিত্ৰকল্পৰে ভৰাকোনো বগী গাভৰুৰ গালৰ বিয়াগোম মাহটোৰ দৰে জোনৰ মুখতো দুখৰ দাগআমি কেইগৰাকীমান লগ হ'লেই খুব... অৰ্চনা ঠাকুৰীয়া পঢ়ক →
সম্পাদকীয় আৰ্কাইভ ১৮ ফেব্ৰুৱাৰী, ২০২৪ স্বজাতিৰ সাংস্কৃতিক পৰিচয়ৰ বেলিকা কৰণীয় কিছু অসম চৰকাৰে শেহতীয়া বাজেটত ৰাজ্যৰ চিনেমা জগতখনক উৎসাহিত কৰিবলৈ কেইবাটাও পদক্ষেপ হাতত লোৱা দেখা পাইছোঁ৷ এই পদক্ষেপসমূহৰ ভিতৰত অসমীয়া... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
উপন্যাস আৰ্কাইভ ১৫ ফেব্ৰুৱাৰী, ২০২৪ ধেৱাই ধোৱা ধৰণী অজিত ছিংনাৰ লাহে লাহে বেলিটো পূব আকাশত দুবেগেতমান উঠিল৷ তেমেকাহঁতৰ পথাৰত আজি নৰাছিঙা৷ নৰাছিঙা অনুষ্ঠানটো কৰিবৰ বাবে তেমেকাহঁতে প্ৰায়... অজিত ছিংনাৰ পঢ়ক →
উপন্যাস আৰ্কাইভ ১৫ ফেব্ৰুৱাৰী, ২০২৪ মহাবৃত্ত মৃদুল শৰ্মা৯ ব্যাস৷ প্ৰথমে দেৱব্ৰত ভীষ্মই মোলৈ বাৰ্তা প্ৰেৰণ কৰিছিল মাতৃদেৱীয়ে স্মৰণ কৰা বুলি৷ অৱশ্যে তেওঁ তেওঁৰ মাতৃদেৱী বুলিহে... মৃদুল শৰ্মা পঢ়ক →
শিশুজগত আৰ্কাইভ ১৫ ফেব্ৰুৱাৰী, ২০২৪ ওমলা-পদ্য অৰুণ গগৈ ঔ গছত মৌ আছেপাতি থৈছে টৌগছ বগাই ভালুকেখাই আছে মৌ ৷বাগৰ সলাই মলুৱাইমাৰিছে টোপনিগুণগুণাই ভোমোৰাইকৰিছে আমনি ৷মাছ নাপাই... অৰুণ গগৈ পঢ়ক →
কবিতা আৰ্কাইভ ১৫ ফেব্ৰুৱাৰী, ২০২৪ চুলি উৰ্মি জুলী শইকীয়াপাহৰণি নহয় এটা দুখ সৰি পৰা চুলিৰ দুখবোৰকসৰিবলৈ নিদিয়ে হৃদয়ে চুলিখিনিৰে কিবা কৰাটো মোৰ অজুহাতহেআচলতে সেইখিনিতো... উৰ্মি জুলী শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ ২ ফেব্ৰুৱাৰী, ২০২৪ ৰ’দে-বৰষুণে ইমান যে গান লোকনাথ গোস্বামী প্ৰথম অধ্যায় (১) মোক সকলোৱে গানৰ মানুহ বুলিয়েই ভাবে৷ গান ইমানেই জনপ্ৰিয় মাধ্যম যে গানৰ জগতখনত কেনেবাকৈ অলপমান খোপনি... লোকনাথ গোস্বামী পঢ়ক →
শিশুজগত আৰ্কাইভ ২ ফেব্ৰুৱাৰী, ২০২৪ অভিলেখাগাৰ(Archives)ৰ সৈতে জড়িত কেৰিয়াৰ ড° বুলজিৎ বুঢ়াগোহাঁই অভিলেখাগাৰ হ’ল কোনো স্থান, প্ৰতিষ্ঠান বা লোকৰ গোটৰ বিষয়ে তথ্য প্ৰদান কৰা ঐতিহাসিক নথিপত্ৰ বা ৰেক’ৰ্ডৰ এক সংগ্ৰহ৷... ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২ ফেব্ৰুৱাৰী, ২০২৪ ৩০ জানুৱাৰি harekrishna-deka-poem-march-2024 হৰেকৃষ্ণ ডেকা তুমি যি দিনটোত ছহীদ হৈছিলা সেই দিনটো তোমাৰ চৰম ত্যাগৰ দিন৷ এটা ভাৰতীয় দিন অগণন ভাৰতীয়ই তোমাৰ নামত উছৰ্গা কৰিছিল৷ এজন... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ৩১ জানুৱাৰী, ২০২৪ সামাজিক আস্থা আৰু গণতন্ত্ৰ পঙ্কজ প্ৰতিম বৰদলৈ গণতান্ত্ৰিক সমাজ এখনৰ কাম-কাজত সামাজিক আস্থাই গুৰুত্বপূ... পঙ্কজ প্ৰতিম বৰদলৈ পঢ়ক →