শিশুজগত আৰ্কাইভ ২৭ ডিচেম্বৰ, ২০২৩ অনাবিলৰ পদ্য ৰচনা পাঠকঅনাবিল বৰবৰা ল’ৰাটিৰ নাম,কম্পিউটাৰ গে’ম খেলে, নাই আন কাম৷পঢ়াৰ কথা ক’লে তাৰ পেটটো বিষায়,আৰু লৰালৰি কৰি কেনিবা লুকায়৷তেনে... ৰচনা পাঠক পঢ়ক →
শিশুজগত আৰ্কাইভ ২৭ ডিচেম্বৰ, ২০২৩ অচিন জগতত বাটলু স্মৃতিৰেখা দেৱী(আগকথা : সেউজপুৰ এখন ধুনীয়া অৰণ্য ৰাজ্য৷ ৰাজ্যৰ ৰজা কেশৰী এজন খুব মৰমিয়াল, প্ৰজাৰঞ্জক সিংহ৷ সেউজপুৰৰ মহামন্ত্ৰীজন এজন... স্মৃতিৰেখা দেৱী পঢ়ক →
সম্পাদকীয় আৰ্কাইভ ২৭ ডিচেম্বৰ, ২০২৩ নতুন বছৰৰ চিন্তা নতুন বছৰ বোলা ধাৰণাৰ উৎসৱ এটা বছৰেকৰ মূৰে মূৰে আহে আৰু প্ৰায় সকলো যোত্ৰবান মানুহেই আনন্দ-বিনোদন কৰাৰ সুবিধা ল’লে৷ নতুন বছৰটো কিন্তু... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ২৬ ডিচেম্বৰ, ২০২৩ লজেঞ্চ দিয়া লʼৰাজন অমৃত গোস্বামী আমাৰ ঘৰৰ আটাইকেইজন লʼৰা-ছোৱালীয়ে দহোটীয়া হাইস্কুলত পঢ়া-শুনা কৰা। দহোটীয়া হাইস্কুললৈ আমাৰ ঘৰৰপৰা পশ্চিম দিশে ৩৭ নং... অমৃত গোস্বামী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৬ ডিচেম্বৰ, ২০২৩ অসমৰ শিক্ষকৰ সীমাবদ্ধতাখিনি বুজি লোৱাটো জৰুৰী ৰবীন কুলি শিক্ষকৰ প্ৰতি থকা এক পৰম্পৰাগত ধাৰণা Teachers are born naturally as teachers কথাষাৰ আজিৰ তাৰিখত গ্ৰহণযোগ্য নহয়। শিক্ষাদানৰ... ৰবীন কুলি পঢ়ক →
কবিতা আৰ্কাইভ ২৬ ডিচেম্বৰ, ২০২৩ ৱেলকাম নৱবৰ্ষ অনুভৱ তুলসীব্ৰডস্কি আৰু ৱালকটৰ কবিতাৰেমন-মগজু ধোওঁতেমুঠিয়ে মুঠিয়ে চুলি সৰিলতবছৰটো সাং হʼলনখ কটা কটাৰীৰচেতনাৰ উপৰিতলতকঠুৱা খৰমৰ... অনুভৱ তুলসী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৬ ডিচেম্বৰ, ২০২৩ ভীষ্ম সাহনীৰ নাটক "হানুচ" : এটি আলোচনা দীপাঞ্জলি দেৱী হিন্দী সাহিত্যৰ মাধ্যমেৰে আধুনিক ভাৰতীয় সাহিত্যক বিশেষভাৱে সমৃদ্ধ কৰা লেখকসকলৰ ভিতৰত ভীষ্ম সাহনী অন্যতম আৰু অনন্য... দীপাঞ্জলি দেৱী পঢ়ক →
কবিতা আৰ্কাইভ ২৫ ডিচেম্বৰ, ২০২৩ আত্মিক বিপ্লৱ চুতীয়াএয়া শলিতা পোৰাৰ সময়চৌদিশে আচল-নকলৰ বৰ্ণান্ধতামোৰ ওঁঠৰ একোণত এচিকুট বেঙুনীয়া আভা'বৈকাল'ত থাউনি নোপোৱা অলেখ... বিপ্লৱ চুতীয়া পঢ়ক →
কবিতা আৰ্কাইভ ২৫ ডিচেম্বৰ, ২০২৩ তিনিটা কবিতা অনুবাদ : ড° ৰঞ্জিত দত্ত (১) ৰূপকথামূল : (ইংৰাজী) ডৰিচ লেচিং, ইউনাইটেড কিংডম ( ২০০৭ চনৰ সাহিত্যৰ ন'বেল বঁটা)যেতিয়া মই পিছলৈ উভতি... ড০ ৰঞ্জিত দত্ত পঢ়ক →
কবিতা আৰ্কাইভ ২৫ ডিচেম্বৰ, ২০২৩ সকলোবোৰেই পৰিৱৰ্তন হয় মূল : বাৰ্টোল্ট ব্ৰেখট বাংলা অনুবাদ : নাসিৰ উজ জামান অসমীয়া অনুবাদ : ৰুদ্ৰ সিংহ মটক সকলোবোৰেই পৰিৱৰ্তন হয়। আপুনি নতুনকৈ আৰম্ভ কৰিব... ৰুদ্ৰসিংহ মটক পঢ়ক →
শিশুজগত আৰ্কাইভ ২৪ ডিচেম্বৰ, ২০২৩ মণিপুৰ ডায়েৰী বেদান্ত নাথ দীঘলীয়া এছোৱা সময়ৰ পাছত মণিপুৰলৈ উৰা মাৰিলোঁ । ২০১৭ চনৰ পৰা নিয়মীয়াকৈ মণিপুৰলৈ গৈছিলোঁ। মণিপুৰৰ দুটামান কথাই মোক বৰকৈ... বেদান্ত নাথ পঢ়ক →
কবিতা আৰ্কাইভ ২৪ ডিচেম্বৰ, ২০২৩ কবিতা ধ্ৰুৱাৰ্ক চৌধুৰী(উৎসৰ্গা : ডঃ হীৰেন গোঁহাই )প্ৰেম মানেই টেকেলি ভঙা খেল প্ৰেম যে অন্ধ; হৃদয় নভঙাকৈ কৰিলোঁ কি প্ৰেম মই তোমাৰ নে তুমি মোৰ... ধ্ৰুৱাৰ্ক চৌধুৰী পঢ়ক →
কবিতা আৰ্কাইভ ২৪ ডিচেম্বৰ, ২০২৩ কৃত্ৰিমৰ নতুন পৰ্ব চন্দন গোস্বামী বমি কৰিবলৈ খাল বিচাৰি ঘূৰি ফুৰোঁতে তিনিটা শিয়াল চহৰৰ পৰিত্যক্ত গলি এটাত লগ পাওঁ সিহঁতে ৰাস্তাৰ সোঁমাজত ত্ৰিভূজ এটা হৈ... চন্দন গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ ২৪ ডিচেম্বৰ, ২০২৩ মোৰ জন্মৰ পাছৰখিনি ৰেমী শৰ্মা পুৱাইগাড়ীয়ে খুন্দিওৱা কুকুৰটোৰ ওপৰেদি দিনটোৰ গাড়ীবোৰ চলি থাকিলমৰিল জী উঠিল আকৌ মৰিল । তাৰ পাছত চকাৰ তলত মৰিল হাজাৰ বাৰৰাতি... ৰেমী শৰ্মা পঢ়ক →
কবিতা আৰ্কাইভ ২৪ ডিচেম্বৰ, ২০২৩ অন্তেষপুৰৰ মানুহজন মিণ্টুল হাজৰিকা( LGBTQ-ৰ সমূহ প্ৰেমিক-প্ৰেমিকাৰ হাতত ) লগ নোপোৱালৈকে শিলৰ কুঁৱাটোতে ডুবি আছিলোঁযাক মগজুৱে সাজে ৷ তথাপি পিয়াহত মৰিছিল... মিণ্টুল হাজৰিকা পঢ়ক →
গল্প আৰ্কাইভ ২৩ ডিচেম্বৰ, ২০২৩ পাৰুললতা নিজৰা ৰাজকুমাৰী ৰহদৈ অ' , এয়া নিৰ্মলা নদীৰ ঘাট ... নিজৰা ৰাজকুমাৰী পঢ়ক →
কবিতা আৰ্কাইভ ২৩ ডিচেম্বৰ, ২০২৩ ভালপোৱা বিকিয়ান বাইলুংউঁইৰ বাটটোৰ দৰেকেতিয়ানো তোমাৰ প্ৰেমৰ হাফলুত সোমালোওলাই অহাৰ বাট কোনোদিনে বিচৰা নাই,কেঁচুৰ দৰে মাটি খাইমাটিৰ প্ৰতিমা... বিকিয়ান বাইলুং পঢ়ক →
কবিতা আৰ্কাইভ ২৩ ডিচেম্বৰ, ২০২৩ কবি হোৱাৰে পৰা ধন দাস সেইদিনা নৱকান্তই তোমাৰ খোপাতে আবেলি এটা বান্ধি দিছিল আৰু আজি মই কছৰৎ কৰি আছোঁ লাহ দিয়া বেলিটোক লৈকোনখিনিত গুজিম গোন্ধ এটা হ'বলৈ... ধন দাস পঢ়ক →
গল্প আৰ্কাইভ ২২ ডিচেম্বৰ, ২০২৩ অসীম ঈশানৰ জীৱন চৰিত জীৱন কিশোৰ অসীম এজন অকণৰ দৰেই সৰল ল'ৰা। তাৰ মাক-দেউতাকৰে সৈতে এটা সৰু ঘৰ, অলপ খেতি-মাটি আৰু এহাল গৰু আছে... ভাৰতৱৰ্ষৰ উত্তৰ-পূব�... জীৱন কিশোৰ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ১৪ ডিচেম্বৰ, ২০২৩ আধুনিক প্ৰযুক্তি আৰু আমি প্ৰশান্ত মিশ্ৰ আধুনিক প্ৰযুক্তিৰ দৌৰাত্ম্যই পুৰাতন মানৱীয় প্ৰমূল্যক প্ৰভাৱান্বিত কৰিছে নেকি? আমি অচিনাকি মূল্যবোধৰ পৃথিৱীলৈ ধাৱমান... প্ৰশান্ত মিশ্ৰ পঢ়ক →
গল্প আৰ্কাইভ ১২ ডিচেম্বৰ, ২০২৩ মিছা ৰাজীৱ বৰামিছা মিঠা, তৃপ্তিদায়ক৷ কুঁহিয়াৰৰ ডাবৰিৰ মাজৰ বগা অংশটোৰ আঁহবোৰ এৰুৱাই সৰুকৈ মুঠাই বান্ধিলে মিছা মাছটোৰ আকৃতি লয়৷ তঙালেৰে... ৰাজীৱ বৰা পঢ়ক →
গল্প আৰ্কাইভ ৮ ডিচেম্বৰ, ২০২৩ মৎস্যগন্ধা পাপৰি গোস্বামী ( ১) অতিক্ৰান্তাসুখাঃ কালাঃপৰ্যুপস্থিতদাৰূণাঃ। শ্বঃ শ্বঃ পাপিষ্ঠাদিৱসাঃ পৃথিৱী গতযৌৱনা।। নিৰ্বিকাৰ চিত্তে সন্যাস যাত্ৰা... পাপৰি গোস্বামী পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ ৫ ডিচেম্বৰ, ২০২৩ মহাকাব্যৰ পৃষ্ঠাৰ এক অজানা কাহিনী : বসুনন্দন কংকণ শৰ্মা অতিসাম্প্ৰতিক সাহিত্য জগতত এটি বহুল সমাদৃত বিষয় হিচাপে পৰিগণিত হৈছে পৌৰাণিক চৰিত্ৰসমূহৰ (mythological characters) ওপৰ�... কংকণ শৰ্মা পঢ়ক →
উপন্যাস আৰ্কাইভ ৫ ডিচেম্বৰ, ২০২৩ ধেৱাই ধোৱা ধৰণী অজিত ছিংনাৰ প্ৰস্তাৱনা মানুহ ইমান নিষ্ঠুৰ হ’ব পাৰে নে? গোটেই বৃহৎ অঞ্চলটোত আজি অত্যাচাৰীৰ দপদপনি৷ সিহঁতৰ খোজৰ ভৰত ধৰণী আজি আন্দোলি�... অজিত ছিংনাৰ পঢ়ক →