প্ৰবন্ধ আৰ্কাইভ ২৮ অক্টোবৰ, ২০২৩ এজন ক্ষণজন্মা অসমীয়াৰ জন্ম শতবৰ্ষ : সশ্ৰদ্ধ স্মৰণ প্ৰথম অসমীয়া হিচাপে ১৯৭৯ চনৰ জ্ঞানপীঠ পুৰস্কাৰেৰে সম্মানিত হোৱা ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ জন্ম শতবৰ্ষ আৰম্ভ হৈছে যোৱা ১৪... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
কবিতা আৰ্কাইভ ২৭ অক্টোবৰ, ২০২৩ একাত্ম হিল্লোলজ্যোতি সিংহ নদীৰ সিপাৰৰ এগছি চাকিৰ দৰে তুমি ঢিমিক ঢামাককৈ জ্বলি আছা সাঁতুৰি গৈ সিপাৰ পালোঁ দিনৰ পোহৰত তুমি হেৰাই থাকিলা! এক... হিল্লোলজ্যোতি সিংহ পঢ়ক →
উপন্যাস আৰ্কাইভ ২৭ অক্টোবৰ, ২০২৩ বচা বকুল ৰমানন্দন বৰা(আঠ) আহিন মাহৰ চিকুণ ৰাতিপুৱাটো পৰশুৱে নিজৰ বুকুৰ মাজত সুমুৱাই ল’লে৷ চোতালৰ মুখৰ শেৱালি জোপাৰ তলখন ফুলেৰে বগা হৈ উপচি... ৰমানন্দন বৰা পঢ়ক →
কবিতা আৰ্কাইভ ২৭ অক্টোবৰ, ২০২৩ অনুবাদ কবিতা মূল : নিকিতা স্তানেস্কু (ৰোমানিয়া) থমাছ কাৰ্লছনে কৰা ইংৰাজী অনুবাদৰপৰা অসমীয়া অনুবাদ : প্ৰাঞ্জল শৰ্মা কবিতা এযুৰি কান্দি থকা চকু হালি... মূল: নিকিতা স্তানেস্কু (ৰোমানিয়া) পঢ়ক →
কবিতা আৰ্কাইভ ২৭ অক্টোবৰ, ২০২৩ জীৱন জিন্দাবাদ বিপুল কুমাৰ দিহিঙীয়া এটা ব্ৰেকিং নিউজৰ পাছত পূৰ্বজৰ শাৰীত আমি মৃতভক্ষ মাজনিশাৰ পঁয়ালগা সপোনৰ ৰমণীয় উল্লাস আৰু সাৰ পাই দেখোঁ...... বিপুল কুমাৰ দিহিঙীয়া পঢ়ক →
কবিতা আৰ্কাইভ ২৭ অক্টোবৰ, ২০২৩ ২০২৩ চনৰ সাহিত্যৰ ন'বেল বঁটা প্ৰাপক জন ফছিৰ তিনিটা কবিতা অনুবাদ : ড° ৰঞ্জিত দত্ত(১) পৰ্বতটোৱে খামুচি ধৰি আছে তাৰ উশাহটো তেতিয়া তাত আছিল এক গভীৰ নিশ্বাসআৰু তেতিয়া তাতেইথিয় হৈ আছিল পৰ্বতটো... মূল : ২০২৩ চনৰ সাহিত্যৰ ন'বেল বঁটা প্ৰাপক জন ফছি পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৭ অক্টোবৰ, ২০২৩ গগনযান অভিযান অভিজিত শৰ্মা বৰুৱা যোৱা কিছুদিন ধৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (Indian Space Research Organization, চমুকৈ ISRO বা ‘ইছৰো’) মহাকাশ... অভিজিত শৰ্মা বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ২৬ অক্টোবৰ, ২০২৩ কবিতা মূল (বাংলা): - ডাঃ চাব্ৰিনা ৰুবিন অনুবাদ : উৎপল দত্ত দেখা হ’বই লাগিব এনেকুৱা কথাতো নাই দেখা নহলেও সূৰ্য উদয় হ’ব অস্ত যাব মেঘৰ পৰা... মূল (বাংলা): ডাঃ চাব্ৰিনা ৰুবিন পঢ়ক →
উপন্যাস আৰ্কাইভ ২৬ অক্টোবৰ, ২০২৩ মলেঁয়া দাদুল দেৱকৃষ্ণ বৰুৱা * ১৩ *সম্পূৰ্ণ তিনিমাহ বৰফৰ চাদৰে ঢাকি ৰখাৰ পাছত ক্ৰ'ৱেছিয়াত প্ৰাণৰ স্পন্দন দেখা গৈছে। বৰফ ক্ৰমশঃ গলিবলৈ আৰম্ভ... দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৬ অক্টোবৰ, ২০২৩ অন্ন, বস্ত্ৰ, আৰু বাসস্থান (২) বস্ত্ৰ ড° ভাৰত বৰুৱা বস্ত্ৰ মানুহৰ লজ্জা আৰু শীত নিবাৰণৰ এক মুখ্য আহিলা৷ আদিম যুগত মানুহে জন্তুৰ ছাল বা গছৰ বাকলিৰেই এই প্ৰয়োজন... ড° ভাৰত বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ২৪ অক্টোবৰ, ২০২৩ কইনা কন্দা শিলৰ পুৰাণ অংকুৰণ আৰ্ফ পুৰাণ পদ্য - ১ শিলে শিলে সুৰ বুকুভৰা বেদনাৰ ইমান কৰুণ সুৰ প্ৰাচীন এই শিলৰ উপত্যকাত ৰাতি ৰাতি ৰাউচি জুৰি কোনে কান্দে... অংকুৰণ আৰ্ফ পঢ়ক →
কবিতা আৰ্কাইভ ২৪ অক্টোবৰ, ২০২৩ ইলেকট্ৰ’নিক মাধ্যমৰ লগত জড়িত কেৰিয়াৰ ড° বুলজিৎ বুঢ়াগোহাঁই ইলেকট্ৰ’নিক মাধ্যম হৈছে সংবাদ মাধ্যমৰ এটা শ্ৰেণী যিয়ে বিষয়বস্তু ইলেক্ট্ৰ’নিক্স আৰু ইলেক্ট্ৰ’মেকানিকেল শক্তি... ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ ২৪ অক্টোবৰ, ২০২৩ শেলুৱৈ মালিতা জ্যোতিনীলিমা গগৈ নিজম ৰাতি ৰে’লখন উকিয়াই গুচি গৈছে স্মৃতি নামৰ সংৰক্ষিত দবাত বোজাই কৰি নিছে পকা পাতবোৰ যাৰ বুকুত এদিন পৃথিৱীৰ কবিতা... জ্যোতিনীলিমা গগৈ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৪ অক্টোবৰ, ২০২৩ সহ-অভিনয় আৰু অসম অবন্তিকা পৰাশৰ(ব্ৰজনাথ শৰ্মাৰ সৈতে কলিকতালৈ নাটকৰ ৰেক’ৰ্ডিং কৰিবলৈ যোৱা দলটো) অসমৰ প্ৰথম অসমীয়া অভিনেত্ৰী কোন বুলিলে, অৱধাৰিতভাৱে এটাই... অবন্তিকা পৰাশৰ পঢ়ক →
কবিতা আৰ্কাইভ ২৩ অক্টোবৰ, ২০২৩ বুদ্ধই যুদ্ধ কৰিব জানে অৰ্চনা ঠাকুৰীয়া পানীৰ জ্বৰ হৈছে কঁপি কঁপি উঠে মেলেৰিয়া হেনো দুখত মাছৰ চকুও ঘোলা আনৰ জীৱনক অৰ্থ দি নিজক ব্যৰ্থ কৰা বীৰ মাছ যি আমাৰ... অৰ্চনা ঠাকুৰীয়া পঢ়ক →
গল্প আৰ্কাইভ ২৩ অক্টোবৰ, ২০২৩ সহজ সত্য যশোৱন্ত নিপুননৈশ বাছখনত উঠি ওপৰত বেগটো ৰাখি নিজৰ ছীটটোত বহাৰ আগতে বাছখনৰ আগে-পিছে চালোঁ ৷ কেনে ধৰণৰ সহযাত্ৰীৰ লগত জীৱনৰ কেইটামান ঘণ্টা... যশোৱন্ত নিপুণ পঢ়ক →
কবিতা আৰ্কাইভ ২৩ অক্টোবৰ, ২০২৩ প্ৰকৃতি ধ্ৰুৱাৰ্ক চৌধুৰীসুনীল আকাশৰ বুকুতউৰি উৰি প্ৰাণোচ্ছ্বল মতলীয়া ডাৱৰবোৰেপাহাৰৰ সৈতে আলিংগনৰ খেলা কৰেআকাশত পোহাৰ মেলে ৰামধেনু ৰঙৰ... ধ্ৰুৱাৰ্ক চৌধুৰী পঢ়ক →
উপন্যাস আৰ্কাইভ ২৩ অক্টোবৰ, ২০২৩ অসমীয়া চিনেমাৰ অভিনয় প্ৰণৱ মেধী অভিনয়ৰ স্বাভাৱিকতা, অস্বাভাৱিকতা– এজন ৰুচিশীল অভিনেতাৰ কষ্টসাধ্য জ্ঞান নহয়। এয়া নিতান্তই জীৱনৰ পৰা অহা স্বতঃস্ফূৰ্ত অনুভৱ... প্ৰণৱ মেধী পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৩ অক্টোবৰ, ২০২৩ প্ৰাচীন অসমৰ মৃৎ শিল্প আৰু ইয়াৰ ভৱিষ্যত : এক অৱলোকন কিশোৰ দাস কোঁৱৰ মাটিৰ মানুহ মাটিতেই এদিন মিলি যাব, এই কথাষাৰেই প্ৰমাণ কৰে যে মাটি আৰু মানুহৰ এক অংগাংগী সম্পৰ্ক আছে৷ সৃষ্টিৰ আদিম... কিশোৰ দাস কোঁৱৰ পঢ়ক →
শিশুজগত আৰ্কাইভ ১৯ অক্টোবৰ, ২০২৩ জাহ্নু বৰুৱা, সৃষ্টি আৰু কৃতিত্ব মৃণালকান্তি মহন কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতৰে গৌৰৱ জাহ্নু বৰুৱা অসমীয়া চলচ্চিত্ৰ আৰু ভাৰতীয় চলচ্চিত্ৰ জগতৰ এটা সন্মানীয় নাম৷ চলচ্চিত্ৰ... মৃণালকান্তি মহন পঢ়ক →
কবিতা আৰ্কাইভ ১৯ অক্টোবৰ, ২০২৩ মৃত ধৰিত্ৰী বৰুৱা বুকুত সামৰি ৰাখিবলৈ কিছুমান বিষ লাগে সময়বোৰ সোঁৱৰিবলৈ কিছু আধৰুৱা কথা লাগে। পাগুলি পাগুলি কথাৰ উত্তৰ উলিয়াবলৈ মানুহ... ধৰিত্ৰী বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ১৯ অক্টোবৰ, ২০২৩ টুথব্ৰাছ ঋষভ নাথ দেউতা ডাঙৰ হোৱা গাঁওখনত এতিয়াও বহু মুখ দেখা পাওঁ এঙাৰে বগা কৰা ছেঁই ফাটি ওলোৱা দাঁতে আন্ধাৰতো আলোক মাতে তাতে বেলিয়ে গম... ঋষভ নাথ পঢ়ক →
কবিতা আৰ্কাইভ ১৯ অক্টোবৰ, ২০২৩ চকুৰ ভাষা যেন অন্তহীন প্ৰেমনাৰায়ণ নাথ আমাৰ ড্ৰয়িংৰুমত ক’লা চানেকীয়া আৰু মটীয়া ৰঙৰ এখন চেতাৰ আৰু এখন গীটাৰ য’ত আমাৰেই ল’ৰাহঁতে বোলাইছিল শৈশৱ কৈশোৰ যৌৱনৰ... প্ৰেমনাৰায়ণ নাথ পঢ়ক →
কবিতা আৰ্কাইভ ১৯ অক্টোবৰ, ২০২৩ শৰৎ হৰেকৃষ্ণ ডেকা মোৰ ঘৰৰ পদূলিৰ শেৱালিজোপাফুলিছে ৷ মই দূৰত ৷ ইয়াত প্ৰৱাসৰ শৰৎ ৷তাত পাতৰ ৰঙীন মদ। আজি কুঁৱলী পৰিছে। ইমান দূৰত,ইমান... হৰেকৃষ্ণ ডেকা পঢ়ক →