কবিতা আৰ্কাইভ ২২ ছেপ্টেম্বৰ, ২০২৩ সৰি পৰা পাতখিলালৈ জোনমণি দাস সৰি পৰা পাতখিলালৈ সৰু ল’ৰাটোৱে একেথৰে চাই আছে চেঁচা শিলটোত বহি সি কিবা ভাবি আছে মোৰ ভাবনাক বিমূৰ্ত কৰি কি ভাবিছে সি? সূত্ৰৰ... জোনমণি দাস পঢ়ক →
গল্প আৰ্কাইভ ২১ ছেপ্টেম্বৰ, ২০২৩ তৰ্জনী লোপামুদ্ৰা ভট্টাচাৰ্য(১) বাতৰিকাকতখন মেলি লৈছোঁ ৷ প্ৰথম পৃষ্ঠাৰ ওপৰৰ শিৰোনামটোত চকু পৰিল৷ “ঋণৰ ধনেৰে হিতাধিকাৰীমূলক আঁচনি ৰূপায়ণ৷... লোপামুদ্ৰা ভট্টাচাৰ্য পঢ়ক →
কবিতা আৰ্কাইভ ২০ ছেপ্টেম্বৰ, ২০২৩ দাঁতৰ পোক অলকা মহন্তএকদাঁত এটাত পোক ধৰিছেএকত্ৰিছতাই নজনাকৈ বিষ বাঢ়িছেএটা-দুটাকৈ পোকবোৰ কাষৰ দাঁতটোলৈ বগাইছেবাকী ত্ৰিছটাই কথাটো আওকাণ কৰিছে বিষটো... অলকা মহন্ত পঢ়ক →
কবিতা আৰ্কাইভ ২০ ছেপ্টেম্বৰ, ২০২৩ ছবিত নথকা কথাবোৰ প্ৰাঞ্জল হাজৰিকাবৰষুণ মানুহছবিয়ে আপোনাক বিমোৰত পেলাব পাৰেসঁচা-মিছাৰ মাজতবলাৰ টুপী পিন্ধা কিছুমান অভিজাত মানুহ আকাশত ওপঙি আছেখিৰিকী... প্ৰাঞ্জল হাজৰিকা পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ ৩১ আগষ্ট, ২০২৩ ভূমিকন্যা নীলোৎপল বৰুৱা শেহতীয়াকৈ দ্বিতীয় বাৰৰ বাবে মণিমালা দাসৰ ৰচনা আৰু পৰিচালনাৰে ‘ভূমিকন্যা’ নামৰ নাটকখনৰ দৰ্শক হোৱাৰ সৌভাগ্য হ’ল। প্ৰায়... নীলোৎপল বৰুৱা পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ ৩১ আগষ্ট, ২০২৩ ভক্তি, ভক্তিবাদ আৰু অসমৰ ভক্তি ধৰ্ম সম্পৰ্কীয় এখন উপাদেয় গ্ৰন্থ ড০ পোনা মহন্ত পাঁচশ বছৰৰ পূৰ্বে মহাপুৰুষ শংকৰদেৱৰ নেতৃত্বত অসম তথা উত্তৰ-পূবত যি ভক্তি আন্দোলনৰ প্ৰচাৰ আৰু প্ৰসাৰ হৈছিল তাৰ প্ৰভাৱ... ড° পোনা মহন্ত পঢ়ক →
শিশুজগত আৰ্কাইভ ২৯ আগষ্ট, ২০২৩ ফেশ্বন ডিজাইনিং ড° বুলজিৎ বুঢ়াগোহাঁই ফেশ্বন ডিজাইনাৰ যুৱক-যুৱতীসকলৰ বাবে এটা সুন্দৰ কেৰিয়াৰ হ’ব পাৰে৷ যুৱক-যুৱতীসকলৰ সাজ-পোছাকৰ নিজস্ব সৃষ্টিশীল শৈলী... ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ ২৯ আগষ্ট, ২০২৩ হালধি অত্ৰেয়ী গোস্বামী এটেমা হালধি বগা মাৰ্বলৰ মজিয়াত পৰি আছে হালধীয়া গোন্ধ এটা বতাহত উটি-ভাহি শোৱনি কোঠালৈ সোমাই গ’ল, তাত মানুহ এগৰাকী উচপ... অত্ৰেয়ী গোস্বামী পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ ২৯ আগষ্ট, ২০২৩ এখন নতুন সংবিধান পংকজ প্ৰতিম বৰদলৈ দেশে আজাদীৰ অমৃতকাল অৰ্থাৎ, পয়সত্তৰ বছৰ পূৰ্ণ কৰাৰ সময়তে, এক চেতনাস্ৰোত প্ৰৱাহিত হৈছে৷ দেশৰ বৌদ্ধিক মহলত এক আলোচনা... পঙ্কজ প্ৰতিম বৰদলৈ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৮ আগষ্ট, ২০২৩ চিন্তাবৃত্তিৰ উৎকৰ্ষ, জাতীয় স্বাভিমান আদিৰ প্ৰসঙ্গত মানুহৰ চিন্তাবৃত্তিৰ ক্ৰমশঃ উৎকৰ্ষৰ প্ৰমাণ আমি আমাৰ ইতিহাসৰ আদিতম বিন্দুটোৰপৰা বিভিন্ন সময়ত মানুহে কৰা বিভিন্ন কাম-কাজৰ জৰিয়তে পাই... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
অনুবাদ আৰ্কাইভ ২৮ আগষ্ট, ২০২৩ মলেঁয়া দাদুল দেৱকৃষ্ণ বৰুৱা (১১) যোৱা তিনিদিন ষ্টেপানৰ গা বেয়া। জ্বৰত ভুগি আছে। ঘৰতে থকা দুই-এবিধ দৰব খাই নিজক সুস্থ কৰাৰ চেষ্টা চলাইছে... দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ২৮ আগষ্ট, ২০২৩ ক’ৰবাতহে ভাস্কৰ জে নাথ নাকটো আঁতৰাই থলোঁ হাত দুখনো চকু দুটা খোলা ৰাখিলোঁ এয়া কি দেখি আছোঁ বিভৎস বিশৃংখল তোমাৰ চকুত জোনাক গলা ৰাতি এৰা! এতিয়া... ভাস্কৰ জে নাথ পঢ়ক →
কবিতা আৰ্কাইভ ২৮ আগষ্ট, ২০২৩ চিঞৰ ধ্ৰুৱকুমাৰ তালুকদাৰ কোনেও নুশুনা এটা চিঞৰ মোৰ কাণত সোমাবলৈ ৰৈ আছিল ... বাৰিষাৰ এটা ৰাতিপুৱা মই শেতেলি এৰাৰ আগতে চিঞৰটো আহিছিল... ধ্ৰুৱ কুমাৰ তালুকদাৰ পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৮ আগষ্ট, ২০২৩ শিয়ালী এ নাহিবি ৰাতি... : লোক সাহিত্যৰ অন্যতম অৱদান নিচুকণি গীত মঞ্জু দাস সকলো শিশুৱে কান্দে৷ কিন্তু কোনো মাতৃ প্ৰাণে কেতিয়াও সেই শিশুৰ কান্দোন সহ্য কৰিব নোৱাৰে৷ মুক শিশুৰ অবুজ কান্দোন আঁতৰাই শান্�... মঞ্জু দাস পঢ়ক →
শিশুজগত আৰ্কাইভ ২৮ আগষ্ট, ২০২৩ ওমলা-পদ্য অৰুণ গগৈ হেঙুলী পুৱাতে উঠি ঊষাই হাতত লৈছে উঘা, মাহীদেৱে গোঁসাই ঘৰত পঢ়িছে নামঘোষা। বাৰণ্ডাতে বহি বৰমাই ঘূৰাই আছে যঁতৰ, বৰদেউতাই... অৰুণ গগৈ পঢ়ক →
গল্প আৰ্কাইভ ২৮ আগষ্ট, ২০২৩ থাজবগী মঙলান ববিতা কলিতা সৃষ্টিবিজ্ঞানৰ বহুচৰ্চিত “বিগ-বেং” তত্ত্বটোলৈ হঠাৎ মনত পৰি গ’ল চুমলেনৰ৷ এটা বিন্দুত কেন্দ্ৰীভূত সেই উত্তাপ, সেই ঘনত্ব, সেই... ববিতা কলিতা পঢ়ক →
অনুবাদ আৰ্কাইভ ২৭ আগষ্ট, ২০২৩ ভূটানৰ জমতচংখা চহৰত এটি দেওবৰীয়া আবেলি অংগনা চৌধুৰী বৰ্ষণমুখৰ এটি দেওবাৰ৷ ডাৱৰবোৰ পাহাৰৰ চূড়াত আহি ওলমিছেহি৷ পুৱা আঠ বজাত আমি গাড়ীখন লৈ ঘৰৰ পৰা ওলালোঁ দিনটোৰ বাবে৷ গুৱাহাটীৰ... অংগনা চৌধুৰী পঢ়ক →
কবিতা আৰ্কাইভ ২৭ আগষ্ট, ২০২৩ আইজেন্ইষ্টাইন জীশোৰ মোৰ আঙুলিৰে গৈ ঘিলু সংযোগী এডাল বিশেষ নাড়ী আছে যি মোৰ মণিবন্ধ কিলাকুটি কান্ধ পাৰ হৈ ডিঙি চুই গতি কৰে ওলমা তাঁৰ বুলি তাত পাৰ... জীশোৰ পঢ়ক →
অনুবাদ আৰ্কাইভ ২৭ আগষ্ট, ২০২৩ ৰঘুবংশ মূল : মহাকবি কালিদাসঅনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত || ঊনবিংশ অধায় ||জীৱনৰ বেলি পশ্চিম পালেহি জিতেন্দ্ৰিয় ৰাঘৱ সুদৰ্শনৰ,অগ্নিৰ দৰে... মূল : মহাকবি কালিদাস পঢ়ক →
অনুবাদ আৰ্কাইভ ২৬ আগষ্ট, ২০২৩ সাগৰৰ গোলাপ মূল : জোৱান ৰেমন জিমিনেজ (Juan Ramon Jimenez, স্পেইন)১৯৫৬ চনৰ সাহিত্যৰ ন'বেল বঁটা বিজয়ী স্পেনিশ্ব কবিঅনুবাদ : ড° ৰঞ্জিত দত্তবগা... মূল : জোৱান ৰেমন জিমিনেজ পঢ়ক →
গল্প আৰ্কাইভ ২৬ আগষ্ট, ২০২৩ মাজত তৃষাৰ নৈ... পাপৰি গোস্বামী আকাশখনে ঢুকি পোৱালৈকে কেৱল নীলা আৰু নীলা...। দূৰৈৰ শান্ত যেন লগা নীলাভাগ ক্ৰমাৎ ওচৰলৈ অহাৰ লগে লগে চঞ্চল হৈ পৰে। যেন... পাপৰি গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ ২৬ আগষ্ট, ২০২৩ ককাদেউতা মৰিশালিৰ জেওৰাখন ভাগিল মিণ্টু বুঢ়াগোহাঁই পুৰণি হ’ল কথাবোৰ জেওৰা এখনে কিমান দিন বেঢ়ি ৰাখিব মৰিশালী এখন ঘৰৰ বুৰঞ্জী মেলি সৰকি আহে ভৱিষ্যত৷ ককাদেউতা মৰিশালিৰ... মিণ্টু বুঢ়াগোহাঁই পঢ়ক →
অনুবাদ আৰ্কাইভ ২৬ আগষ্ট, ২০২৩ ‘অনুসন্ধান’ত ৰজত কলিতা অমৃত গোস্বামী প্ৰখ্যাত ঔপন্যাসিক শীলভদ্ৰ (ৰেৱতীমোহন দত্ত চৌধুৰী) দেৱৰ ‘অনুসন্ধান’ নামৰ উপন্যাসখন এই অলপতে মই পঢ়ি শেষ কৰিলোঁ। উপন্যাসখন... অমৃত গোস্বামী পঢ়ক →