৫ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমীয়া আৰু ইংৰাজী সন্ধান (Search Archive)

অন্যযুগৰ সমগ্ৰ প্ৰবন্ধ, কবিতা, গল্প আৰু ঐতিহাসিক সংগ্ৰহালয়ৰ ভিতৰত সন্ধান কৰক।

মুঠ ৩০৩৭ টা ফলাফল
পৃষ্ঠা ৬১ / ১২৭ (প্ৰদৰ্শন: ২৪ টা)
কবিতা আৰ্কাইভ
২৬ আগষ্ট, ২০২৩

ইলিজি

হেমচন্দ্ৰ কছাৰী কুহুমীয়া বেলিৰ ৰাগত বিলখনৰ কুঁৱলীবোৰে নিতৌ পুৱা এটা ক্লাচিকেল ইলিজি গায় খৰালিৰ বিল এখনত পানী কিমান কণনো থাকে ভালকৈ...

হেমচন্দ্ৰ কছাৰী পঢ়ক →
গ্ৰন্থ আলোচনা আৰ্কাইভ
২৫ আগষ্ট, ২০২৩

বাস্তৱতাৰ জলচ্ছেদ

কল্পজ্যোতি ৰায় যোৱা তিনিটা দশক ধৰি কবিতাৰ নিৰলস সাধনাত ব্ৰতী হৈ থকা কবি এম. কামালুদ্দিন আহমেদৰ শেহতীয়া সংকলন ‘ৰাজহাঁহৰ কণ্ঠত কিহৰ...

কল্পজ্যোতি ৰায় পঢ়ক →
অনুবাদ আৰ্কাইভ
২৫ আগষ্ট, ২০২৩

ক্ষমতা

মূল: অটল বিহাৰী বাজপেয়অনুবাদ: পৰিমালা কোঁৱৰ অবোধ শিশু, বৃদ্ধা মহিলা, ডেকা ল’ৰাৰ মৃতদেহৰ স্তূপৰ ওপৰত উঠি যি ক্ষমতাৰ সিংহাসন পাব বিচাৰে...

অনুবাদ : পৰিমালা কোঁৱৰ পঢ়ক →
কবিতা আৰ্কাইভ
২৫ আগষ্ট, ২০২৩

শেষ নোহোৱা বাটটোৰে

উদয় কুমাৰ বৰুৱা শেষ নোহোৱা বাটটোৰে অকলশৰে গৈ থাকোঁতে সানমিহলি ভাবনাবোৰ থিয় পাহাৰ এটা হয় যান-জঁটত ৰৈ দিওঁতে লগ হয় এটা চেৰেলা কুকুৰ এই...

উদয় কুমাৰ বৰুৱা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৫ আগষ্ট, ২০২৩

নতুন মহাকাশ শক্তিৰ ৰূপত ভাৰত

অভিজিত শৰ্মা বৰুৱা যোৱা ২৩ আগষ্ট, ২০২৩ ত ভাৰতীয় সময় মতে সন্ধিয়া ৬ বজাৰ খন্তেক পাছত ভাৰতৰ তৃতীয় চন্দ্ৰাভিমুখী মহাকাশযান চন্দ্ৰযান–৩–ৰ...

অভিজিত শৰ্মা বৰুৱা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
২৩ আগষ্ট, ২০২৩

ট্ৰিনিটিৰ তেজস্ক্ৰিয় ফ'লআউট আৰু অ’পেনহাইমাৰ

ড° ভাৰত বৰুৱা হ’ৰনাডা আছে সৌৱা বহু নিলগত, নহয় কাৰো বিপদ ব’ম ফুটিলে যমপুৰত। একো নহয় নাথাকে যে মানুহৰ মনত, পানীও যে নাই প্ৰাণবায়ু উৰে...

ড° ভাৰত বৰুৱা পঢ়ক →
ইতিহাস এষণা আৰ্কাইভ
২২ আগষ্ট, ২০২৩

ইতিহাস এষণা : টেঙাই মহন আৰু তেওঁৰ পৰৱৰ্তী কালৰ তাই-অসমীয়া দ্বিভাষিক অভিধান প্ৰণয়নৰ ধাৰা

ড০ ৰক্তিম ৰঞ্জন শইকীয়া প্ৰথম অসমীয়া অভিধান প্ৰণয়নকৰ্তা কোন আছিল সেই কথাটো লৈ বিতৰ্ক বহুত পুৰণি যদিও আজি আমি ক’ব পৰা হৈছো যে ১৭৯৫...

ড° ৰক্তিম ৰঞ্জন শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ
২২ আগষ্ট, ২০২৩

গান্ধাৰী

দাদুল ভূঞা চকু থাকিও অন্ধত্বক আঁকোৱালি লোৱাটো ইমানো সহজ নাছিল তিনি জ্ঞানী বান্দৰে কৈছিল— ‘বেয়া নাচাবা, বেয়া নুশুনিবা, বেয়া নকবা’ আমি...

দাদুল ভূঞা পঢ়ক →
অনুবাদ আৰ্কাইভ
২২ আগষ্ট, ২০২৩

আমেৰিকা আৰু নৰৱেৰ চিনেমা

নিজৰা ৰাজকুমাৰী এটা দ্বীপ, এজন তাৰকা ৰান্ধনি, তেওঁৰ ৰহস্যময় ৰেষ্টুৰেণ্ট, অতি দামী মেন্যু, এদল চহকী গ্ৰাহক আৰু সকলোৰে মৃত্যু – থূলমূলকৈ...

নিজৰা ৰাজকুমাৰী পঢ়ক →
শিশুজগত আৰ্কাইভ
২১ আগষ্ট, ২০২৩

হীৰাগুড়ি পাহাৰৰ দেৱতা

বিদিশা দত্ত(৬) কাকৈ বনচোম এজোপাৰ ডালতে বহি আছিল। সভাখনতনো কি হৈছে জানিবলৈ কাকৈৰ বৰ মন গৈ আছিল। ভুচুলৈও মনত পৰি আছিল। বেচেৰা ভেকুলীটোৰ...

বিদিশা দত্ত পঢ়ক →
উপন্যাস আৰ্কাইভ
২০ আগষ্ট, ২০২৩

বচা বকুল

ৰমানন্দন বৰাচাৰি কেতিয়াবা কোনোবা এটা কাম আশা কৰাতকৈ ভাল ধৰণে হৈ উঠে৷ কিবা এটা যেন শুভ সংযোগ থাকে যাৰ ফলত এটাৰ পিছত এটা কাম কম আয়াস�...

ৰমানন্দন বৰা পঢ়ক →
কবিতা আৰ্কাইভ
২০ আগষ্ট, ২০২৩

সাগৰ তীৰ

মূল: ৱেল্ডন কীজ অনুবাদ : প্ৰশান্ত মিশ্ৰ এটা অন্ধকাৰ সুৰংগ পথত দাঢ়ি ভৰ্তি শুকান মুখেৰে লেপেটা কাঢ়ি বহি আছিল যোছেফ ছেমুৱেল নামৰ চাৰিখন...

(কবিতা) পঢ়ক →
গল্প আৰ্কাইভ
২০ আগষ্ট, ২০২৩

ঈশ্বৰৰ উপহাৰ

অজন্তা : Welcome to Besilica of Bom Jesus, Isabel, my dear child… : Thank you… thank you মই অজানিতে কৈ উঠিলোঁ আৰু মোৰ সমস্ত শৰীৰ এক...

অজন্তা পঢ়ক →
কাৰ্টুন আৰ্কাইভ
১ আগষ্ট, ২০২৩

অঁ, সময়ত

নিতুপৰ্ণ ৰাজবংশী ...

নিতুপৰ্ণ ৰাজবংশী পঢ়ক →
মুক্ত বীক্ষণ আৰ্কাইভ
৩১ জুলাই, ২০২৩

লৰ্কাক বিচাৰি

পঙ্কজ প্ৰতিম বৰদলৈস্পেনিছ ভাষা আৰু কলা সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে বিভিন্ন দেশত শাখা থকা স্পেনিচ চৰকাৰৰ প্ৰতিষ্ঠানটোৰ...

পঙ্কজ প্ৰতিম বৰদলৈ পঢ়ক →
কবিতা আৰ্কাইভ
৩১ জুলাই, ২০২৩

ফেডেৰিক’ গাৰ্থিয়া লৰকাৰ তিনিটা কবিতা :

অনুবাদ : ড° প্ৰাণ্‌জিৎ বৰা (১) কিমান কঠিন কিমান কঠিন মোৰ দৰে এনেকৈ তোমাক ভালপোৱাটো তোমাক ভাল পাইছোঁ, সেয়েতো সৌ বতাহে, মোৰ এই হৃদয়...

ড° প্ৰাণ্‌জিৎ বৰা পঢ়ক →
শিশুজগত আৰ্কাইভ
৩১ জুলাই, ২০২৩

অকণিয়ে অঁকা ছবি

‘অকণিয়ে অঁকা ছবি’ শিতানত এইবাৰ আগবঢ়াইছোঁ হোলী চাইল্ড স্কুল, গুৱাহাটী ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী জাৰ্নভি- ভি কলিতাই অঁকা ছবি পূৰ্বৱৰ্তী...

জাৰ্নভি ভি কলিতা পঢ়ক →
শিশুজগত আৰ্কাইভ
৩১ জুলাই, ২০২৩

এক অনন্য ভ্ৰমণ কাহিনী

নৱনীতা ভট্টাচাৰ্য্য(৬)ঘৰটোৰ চাৰিওফালে ঘুৰি ফুৰি মই ভাগৰি পৰিছিলো। তথাপিও মোৰ হেপাহ পলোৱা নাছিল৷ পলাবনো কেনেকৈ? ঘৰখনৰ প্ৰতিপদ বস্তুৱেই...

নৱনীতা ভট্টাচাৰ্য্য পঢ়ক →
শিশুজগত আৰ্কাইভ
৩০ জুলাই, ২০২৩

কেৰিয়াৰক কেনেকৈ শ্ৰেণীভুক্ত কৰিব পাৰি?

ড° বুলজিৎ বুঢ়াগোহাঁই বিভিন্ন কেৰিয়াৰৰ কৰ্ম প্ৰকৃতি বা বৈশিষ্ট্য অনুসৰি শ্ৰেণীভুক্ত কৰিব পাৰি। যেনে- বাস্তৱধৰ্মী কেৰিয়াৰ (Realistic...

ড° বুলজিৎ বুঢ়াগোহাঁই পঢ়ক →
কবিতা আৰ্কাইভ
৩০ জুলাই, ২০২৩

সাঁথৰ

জোনমণি দাস জঁটীয়া সাঁথৰ এটা সমুখত লৈ বহুপৰ বহি আছোঁ বৰ্তমানৰ বুকুত বাদামৰ বাজলি গুচাই ৰৈ আছে তেওঁ মোৰ উত্তৰহীন উত্তৰৰ অপেক্ষাত সাঁথৰ...

জোনমণি দাস পঢ়ক →
গল্প আৰ্কাইভ
৩০ জুলাই, ২০২৩

শুদ্ধি

ময়ূৰী কাকতি বৰপুখুৰীৰ একোণৰ বাঁহৰ দলঙৰ আগডোখৰৰ সৰু গাঁঠি ঢুকি পোৱা পানীত দৰিকণা মাছবোৰে তাইৰ ভৰিৰ পতাখন খুটুক খুটুককৈ খুটিয়াই....সেই...

ময়ূৰী কাকতি পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ
৩০ জুলাই, ২০২৩

মিলান কুন্দেৰা : স্মৰণ

ড° প্ৰাঞ্জল বৰাবিগত শতিকাৰ অন্তিম দশকত হঠাৎ যেতিয়া মিলান কুন্দেৰাৰ সৈতে মোৰ পৰিচয় ঘটিছিল, সেই সময়ত মই মোৰ কৈশোৰ অতিক্ৰম কৰাই নাছিলোঁ...

ড° প্ৰাঞ্জল বৰা পঢ়ক →
কবিতা আৰ্কাইভ
২৯ জুলাই, ২০২৩

ভয়ংকৰ উপস্থিতি

মূল : ফেডেৰিকো গাৰ্থিয়া লৰকা অনুবাদ : নীলমণি ফুকন পানীয়ে তাৰ গতি হেৰুওৱাটো মই বিচাৰো৷ বতাহে তাৰ উপত্যকাবোৰ হেৰুওৱাটো বিচাৰো৷ ৰাতিয়ে...

নীলমণি ফুকন পঢ়ক →