ইতিহাস এষণা আৰ্কাইভ ২৯ জুলাই, ২০২৩ ইতিহাস এষণা : মেচ বিতৰ্ক আৰু অসমৰ প্ৰাচীন জনগোষ্ঠী মেচ কছাৰীসকলৰ সম্পৰ্কে কিছু তথ্য ড° ৰক্তিম ৰঞ্জন শইকীয়া কিছুদিনৰ আগতে শীমন্ত শংকৰদেৱৰ কীৰ্তনত “কাটি মাৰি ম্লেচক কৰিবা বুন্দামাৰ” বুলি উল্লেখ থকাক লৈ, ম্লেচেই “মেচ”... ড° ৰক্তিম ৰঞ্জন শইকীয়া পঢ়ক →
কবিতা আৰ্কাইভ ২৯ জুলাই, ২০২৩ বাণী চয়নিকা ভূঞা বেলি লহিয়াবৰ হ'ল কথাষাৰৰ সত্যতা তেতিয়াও বিচাৰ নহ'ল অস্তিত্বহীন কথা-বতৰাতে সকলো ব্যস্তনঘটিবলগীয়া ঘটনাএটাক লৈ ইমান... চয়নিকা ভূঞা পঢ়ক →
কবিতা আৰ্কাইভ ২৯ জুলাই, ২০২৩ দৃশ্যপট দিলীপ ফুকনকুঁহিপাত যেন কোমলস্নিগ্ধতামণ্ডিত এটা কবিতাৰ আয়োজন কৰোঁতেইবাহিৰত বৰষুণ পৰিল। উৰুলিৰ বৰষুণ।বাহিৰলৈ চালোঁনাই, গছে কুঁহিপাত মেলা... দিলীপ ফুকন পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৯ জুলাই, ২০২৩ পুনঃপঠিতব্য ফেডেৰিকো গাৰ্থিয়া লৰকা : তেওঁৰ জীৱন, কবিতা আৰু অনুবাদ সম্পৰ্কে এটি টোকানীলমণি ফুকন “সেইদিনা আছিল দেওবাৰ, ঠিক ৰাতি নটা, তেওঁ ওলাই গ’ল... নীলমণি ফুকন পঢ়ক →
গল্প আৰ্কাইভ ২৯ জুলাই, ২০২৩ অ'পেনহাইমাৰৰ সকীয়নি মুনীন বায়ন Watching a Christopher Nolan film on a big screen has always been a memorable experience. I was recently in Bangalore when... মুনীন বায়ন পঢ়ক →
কবিতা আৰ্কাইভ ২৯ জুলাই, ২০২৩ ফেডেৰিক’ গাৰ্চিয়া লৰ্কাৰ তিনিটা কবিতা অনুবাদ : ড° ৰঞ্জিত দত্ত(১)গীটাৰগীটাৰখনৰ কান্দোন আৰম্ভ হ'ল।নিঃশেষ হ'ল পুৱাৰ পিয়লাবোৰ। গীটাৰখনৰ উচুপনি আৰম্ভ হ'লইয়াক নিশ্চুপ কৰাটো... ড° ৰঞ্জিত দত্ত পঢ়ক →
অনুবাদ আৰ্কাইভ ২৮ জুলাই, ২০২৩ ৰঘুবংশ মূল : মহাকবি কালিদাসঅনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত|| সপ্তদশ অধ্যায় ||ৰাতিৰ শেষপ্ৰহৰৰ পৰা চেতনাই প্ৰশান্তি আহৰণ কৰাৰ দৰে,তেনেকৈয়ে... মূল : মহাকবি কালিদাস পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৮ জুলাই, ২০২৩ ফেডেৰিক’ গাৰ্থিয়া লৰ্কা ড° প্ৰাণ্জিৎ বৰা ১ লৰ্কাৰ ল’ৰালিকালৰ কথা৷ গ্ৰাণাডাৰ ওচৰৰ ফুএ’ণ্টেই ভাকেৰ’ছ নামৰ যিখন গাঁৱত তেওঁৰ জন্ম, তাতেই তেওঁ এদিন দেখা পাইছিল... ড° প্ৰাণজিৎ বৰা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৬ জুলাই, ২০২৩ কথামালিতা : ফেডেৰিক’ গাৰ্চিয়া লৰ্কাৰ নামত অনুভৱ তুলসী পেবলো নেৰুডাই স্পেইনৰ গৃহযুদ্ধৰ বিভীষিকাৰ বিষয়ে লিখা কবিতা ‘আই এম এক্সপ্লেইনিং আ ফিউ থিংচ’ নামৰ কবিতাত ৰাউল, ৰাফেল, আৰু... অনুভৱ তুলসী পঢ়ক →
গল্প আৰ্কাইভ ২৬ জুলাই, ২০২৩ শুভ-অশুভ যশোৱন্ত নিপুণ কেঁকনিৰ শব্দ পিছফালৰ কোঠাটোৰ পৰা ভাহি আহিছিল৷ নৰকান্তই প্ৰায়েই পুৱাই এনেদৰে কেঁকাই থাকে৷ গতিকে ঘৰৰ কোনেও বৰকৈ মন-কাণ... যশোৱন্ত নিপুণ পঢ়ক →
গল্প আৰ্কাইভ ২৬ জুলাই, ২০২৩ অন্তৰীণ ববিতা কলিতা “হেৰেমলৈ আজি বাদশ্বাহ আহিব” বতাহৰ গতিত বিয়পি পৰিল খবৰটো৷ কিন্নৰ শ্বাহ বানুৱে লচপচকৈ ইমূৰ-সিমূৰ বগাই হেৰেমৰ ৰমণীসকলক সজাগ... ববিতা কলিতা পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২৫ জুলাই, ২০২৩ লৰ্কা : ১২৫ বছৰীয়া তৰা এটা ১৮৯৮ চনৰ ৫ জুনত দক্ষিণ স্পেইনৰ গ্ৰানাডাৰ পশ্চিমে থকা এখন সৰু চহৰত জন্মগ্ৰহণ কৰিছিল ফেডেৰিক’ গাৰ্চিয়া (গাৰ্থিয়া) লৰ্কাই৷ মাটিৰ মালিক... অন্যযুগ সাহিত্য পৰিষদ পঢ়ক →
গল্প আৰ্কাইভ ২৩ জুলাই, ২০২৩ মলেঁয়া দাদুল দেৱকৃষ্ণ বৰুৱা(১০): ভালদৰে বহি ল।— মলেঁয়ালৈ চাই ষ্টেপানে ক'লে।মলেঁয়া তাইৰ বাবে স্থায়ী হৈ পৰা গাড়ীৰ ছীটটোত থিয় দি ৰ'ল। তাইৰ... দাদুল দেৱকৃষ্ণ বৰুৱা পঢ়ক →
কবিতা আৰ্কাইভ ২২ জুলাই, ২০২৩ অমৃতা প্ৰীতমৰ তিনিটা কবিতা অনুবাদ : দীপজ্যোতি বৰা (১) এখন চিঠি মই– এচুকত পৰি থকা এখন কিতাপ অথবা কোনো সন্তৰ সিদ্ধ-বচন, ৰুদ্ৰাক্ষৰ এডাল মালা অথবা কামশাস্ত্ৰৰ এটা... অনুবাদ : দীপজ্যোতি বৰা পঢ়ক →
গল্প আৰ্কাইভ ২২ জুলাই, ২০২৩ জোনবাইৰ দেশলৈ উৰা মাৰিলে চন্দ্ৰযান -৩ নাছিৰ আহমেদ অতীজৰে পৰা চন্দ্ৰ সম্পৰ্কে বিভিন্ন ধৰ্মীয় আখ্যান, কিংবদন্তি, সাধুকথা প্ৰচলিত হৈ আছে। হিন্দুধৰ্মীয় বিশ্বাসমতে চন্দ্ৰ হ’ল... নাছিৰ আহমেদ পঢ়ক →
কবিতা আৰ্কাইভ ২২ জুলাই, ২০২৩ বাদশ্বাহ গোলাম উজ্জ্বল স্মৰণ দত্ত ইলাহী কথাবোৰত পাক ধৰিছে চাপৰি বাজিছে চাপৰত ৰাগীত ৰাগী লাগিছে ৷ কাকূতি বাঢ়িছে আকুতি বাঢ়িছে মেহফিল বহিছে মজলিছ বঢ়িছে... উজ্জ্বল স্মৰণ দত্ত পঢ়ক →
প্ৰবন্ধ আৰ্কাইভ ২২ জুলাই, ২০২৩ এশ পঁচিছ বছৰত লৰ্কা : সোঁৱৰণ ড˚ বিৰিঞ্চি কুমাৰ দাস জীয়াই থকাহ’লে যাৰ বয়স এতিয়া এশ পঁচিছ বছৰেই হ’লহেঁতেন, সেইগৰাকী জীৱনৰ চল্লিছটা বছৰো জীয়াই থাকিবলৈ নোপোৱা কবিয়ে... ড° বিৰিঞ্চি কুমাৰ দাস পঢ়ক →
অনুবাদ আৰ্কাইভ ২১ জুলাই, ২০২৩ চগিৰণ মূল : হুমায়ূন আহমেদঅনুবাদ : ড° জোনালী পাটোৱাৰী বৰাধানমণ্ডি তিনি নম্বৰ ৰোডৰ ফ্লেট এটাত চগিৰণে কাম এটা পাইছে। কেঁচুৱা ৰখাৰ কাম... মূল: হুমায়ূন আহমেদ পঢ়ক →
গল্প আৰ্কাইভ ২১ জুলাই, ২০২৩ লী না-মি আৰু ফিনীৰ কথাৰে নিজৰা ৰাজকুমাৰী এটা এৰিয়েল শ্বটত এজাক পথচাৰী। সকলোৰে হাতে-কাণে ম’বাইল ফোন। এৰিয়েল শ্বট বাবেই দৃশ্যটো আকৰ্ষণীয় হৈ উঠিছে। তদুপৰি বৰ্তমান... নিজৰা ৰাজকুমাৰী পঢ়ক →
কবিতা আৰ্কাইভ ৬ জুলাই, ২০২৩ খামদৈ কুঁৱৰীৰ কথকতা অংকুৰণ আৰ্ফ পদ্যকথা – ১ সময়ৰ পথেদি এটা কাহিনী এই গড়ৰ ওপৰেদি বুৰঞ্জীৰ ঘোঁৰাত উঠি খটপ খটপকৈ পাৰ হৈ যায় সময়ৰ সুৰুঙাৰে সৰি পৰা মাটিৰঙী... অংকুৰণ আৰ্ফ পঢ়ক →
কবিতা আৰ্কাইভ ৬ জুলাই, ২০২৩ বেলিটোক লগত লৈ যাওঁ ব’ল দাদুল ভূঞা অলপ পিছতে ইয়াত এন্ধাৰ হ’ব বেলিটোকে লগতে লৈ যাওঁ ব’ল পানীগাঠি বিষত জুৰুলি-জুপুৰি চকুৰে একোকে নমনি জৰা, ব্যাধি সকলোতেচোন আছোঁ... দাদুল ভূঞা পঢ়ক →
কবিতা আৰ্কাইভ ৬ জুলাই, ২০২৩ ধৃতৰাষ্ট্ৰৰ ডায়েৰী অন্বেষী বৰা মই ধৃতৰাষ্ট্ৰই কৈছোঁ। অন্ধত্বই উপহাৰ দিয়া দৃষ্টিহীনতা অথবা দৃষ্টিহীনতাত লুতুৰিপুতুৰি অন্ধত্ব, খেল মাথোঁ সংজ্ঞাৰ। বুজে... অন্বেষী বৰা পঢ়ক →
গল্প আৰ্কাইভ ৬ জুলাই, ২০২৩ কালনেমী অমৃত গোস্বামী বুৰঞ্জীত ঘটনাপ্ৰৱাহৰ ঘাইকৈ তথ্যনিৰ্ভৰ বিস্তৃত বিৱৰণ পোৱা যায়। অন্যহাতেদি বুৰঞ্জীমূলক উপন্যাস একোখনত ঘটনাপ্ৰৱাহৰ... অমৃত গোস্বামী পঢ়ক →
কবিতা আৰ্কাইভ ৬ জুলাই, ২০২৩ ছাতি ফুলা বতৰ নীলাভ সৌৰভ ছাতি ফুলিবলৈ বতৰ লাগে শীতত নুফুলিলে ইমান একো ক’ব লগা নাথাকে কেৱল নপৰে পৃথিৱীখন যদি ঘুৰি আছে তলৰপৰা ওপৰলৈও উঠে বৰষুণ কেৱল... নীলাভ সৌৰভ পঢ়ক →